Class 4 English Chapter 5 THE LETTER
Class 4 English Chapter 5 THE LETTER Solution, SEBA Chapter 1 THE LETTER Class 4 English Question Answer Class 4 English Chapter 5 THE LETTER Notes Assam Board Class 4 ইংৰাজী Question Answer by Buranjipedia
THE LETTER
ACTIVITIES
1. Write the rhyming words from the poem :– কবিতাটোৰ ছন্দ মিল থকা
শব্দবোৰ লিখা :
Ans:
host – গৃহস্থ post –ডাক most –বৰকৈ।
press –হেঁচা দিয়া, ছপাশাল address –ঠিকনা। guess –অনুমান কৰা।
song–গান। long – দীঘল। gone –যোৱা।
meat –মঙহ। neat–নিয়াৰী। sheet –পৃষ্ঠা।
sink –ডুবা। ink –চিয়াহী। pink –ৰঙচুৱা
hen –মাইকী কুকুৰা pen –কলম। ten–দহ।
2. Choose the correct answer .শুদ্ধ উত্তৰটো নিৰ্বাচন কৰা : ]
(a) The letter is written to the girl’s- চিঠিখন লিখা হৈছিল ছোৱালী জনীৰ
(i) father— দেউতা (ii) mother— মা
(iii) uncle খুড়া (iv) aunt— খুড়ি
Ans: Mother —মা।
(b) To dry up the ink, I use .চিয়াহী শুকাবলৈ মই ব্যৱহাৰ
কৰো-
(i) an eraser এদাল ৰবৰ
(ii) some chalk কেইদালমান চক
(iii) some blotting paper শোষক কাগজ
(iv) a piece of cloth.কাপোৰ এটুকুৰা
Ans: (iii) Some blotting paper শোষক কাগজ।
(c) How many kisses does the letter have room for? চিঠিখনত কিমানটা চুমা খোৱাৰ
কোঠালী আছিল ?
(i) eleven এঘাৰো। (ii) a ton এক টন।
(iii) nine ন’। (iv) ten দহ।
Ans. (iv) Ten দহ।
(d) The meaning of ‘room’ in the poem is .কবিতাটোত ‘ৰুম’ শব্দটোৱে কি
বুজাইছে —
(i) study room পঢ়া কোঠা।
(ii) space (স্পেচ) — ঠাই।
(iii) drawing room (দ্ৰইঙ কম) — চ’ৰাঘৰ।
(iv) a part within a house (এ পার্ট উইদিন এ হাউজ) — ঘৰৰ
ভিতৰৰ এটা অংশ।
Ans. (ii) Space (স্পেচ) — ঠাই।
(e) What she put on the envelope ? তাই লেফাফাটোত কি লগাইছিল ?
(i) a stamp (এ ষ্টাম্প) — এটা ডাকটিকট।
(ii) a photo (এ ফটো’) — এটা ফুটো’।
(iii) butterfly (বাটটৰফ্লাই)— পখিলা।
(iv) paper ( পেপাৰ) — কাগজ।
Ans. a stamp (এ ষ্টাম্প) — এটা ডাকটিকট।
(f) She write clearly. [ চি ৰাইট ক্লিয়াৰ্লী।] — তাই
স্পষ্টভাৱে লিখিছিল।
(i) date (দেট) — তাৰিখটো।
(ii) time (টাইম) — সময়।
(iii) colour (কালাৰ) — ৰং।
(iv) poem (প’ৱেম)— কবিতা।
Ans: date (দেট)— তাৰিখটো।
3. Listen and repeat : শুনা আৰু পুনৰাবৃত্তি কৰা :
(a) slowly — The old man walks slowly.
—লাহে
লাহে — বুঢ়া মানুহটোৱে লাহে লাহে খোজ কাঢ়িছে।
(b) quickly The young girl walks quickly.
—খৰখেদাকৈ
—ডেকা ছোৱালীজনীয়ে খৰখেদাকৈ খোজ কাঢ়িছে।
(c) brightly The sun shines brightly.
—উজ্জ্বলকৈ
—সূৰ্যটো উজ্জ্বলকৈ জিলিকিছে।
(d) sweetly The bird sings sweetly.
— মিঠাকৈ —চৰাইটোয়ে মিঠাকৈ গাইছে।
(e) happily The girl dances happily.
— সুখীকৈ — ছোৱালীজনীয়ে সুখী হৈ নাচিছে।
Now, write the sentences from the poem that ends with – “ly- ৰে শেষ হোৱা কবিতাটোৰ বাক্যবোৰ
লিখা।
Ans. 1. I write the date clearly. মই তাৰিখটো স্পষ্টকৈ লিখিছো।
2. My pen travels slowly. মোৰ কলমটো লাহে লাহে চলি আছে।
3. I carefully blot it. মই বৰ যত্নেৰে (শোষক কাগজেৰে)
শুকান কৰিছোঁ।
4. Till lastly come kisses. (চিঠিটোৰ) শেষলৈকে চুমা খোৱা
কথাটোৰ উল্লেখ নহালৈকে।
4. Add ‘ly’ to get some new words. Write the words
and make sentences with them. One is done for you: কিছুমান নতুন শব্দে পাবলৈ ‘ly’ যোগ কৰি শব্দবোৰ লিখা আৰু বাক্য
ৰচনা কৰা। এটা তোমাৰ বাবে কৰি দিয়া হল :
|
love(লাভ) |
lovely(লাভলি)মৰমিয়াল |
He is a lovely boy.(হি ইজ এ
লাভলি বয়।)—সি এটা মৰম লগা ল’ৰা। |
|
most(মোষ্ট) বৰকৈ |
mostly(মোস্টলি)বহূলাংশে |
I enjoy stories mostly. (আই এনজয়
ষ্টৰীজ মোষ্টলী।) —মই গল্পবোৰ বৰকৈ উপভোগ কৰোঁ। |
|
neat(নিট) নিয়াৰী |
neatly(নিটলি)নিয়াৰীকৈ |
I like to write neatly. (আই লাইক টু
ৰাইট নিটলি।) —মই নিয়াৰীকৈ লিখিবলৈ ভাল
পাওঁ। |
|
brave(ব্রেভ)সাহস |
bravelyব্রেভলিসাহসেৰে |
The soldiers fight bravely. (দি
চোনজাৰ্চ ফাইট ব্রেভলি।) —সৈন্যসকল সাহসেৰে যুঁজ কৰিলে। |
|
friend(ফ্রেন্ড) বন্ধু |
Friendly(ফ্রেন্ডলি)বন্ধুসুলভ |
The young girl is very friendly — (দি ইয়ং
গার্ল ইজ ভেৰি ফ্রেন্ডলি) —সৰু
ছোৱালীটোৱে অতিশয় বন্ধুত্বপূর্ণ। |
Ans.
5. Sunita is a student of class IV. She has been
given some work for the Teachers’ Day function. She will have to stay for an
extra hour in school. She wants to inform her mother. So she requests her
teacher to send an SMS to her mother. Read what Sunita’s teacher writes : চুনীতা চতুর্থ শ্ৰেণীৰ ছাত্ৰী।
তাইক শিক্ষক দিৱস অধিবেশনৰ বাবে কিছুমান কাম দিয়া হৈছে। তাই বিদ্যালয়ত
অতিৰিক্তভাবে এক ঘণ্টা থাকিব লাগিব। তাই তাইৰ মাকক জনাব বিচাৰিছে। সেইকাৰণে তাই
শিক্ষকক মাকলৈ এটা বাৰ্তা পঠাবলৈ অনুৰোধ কৰিছে। চুনীতাৰ শিক্ষকে কি লিখিছে পঢ়া :
Ans :
Dear Mrs. Dey.
— শ্ৰদ্ধাৰ শ্ৰীমতী দে
Sunita will reach home late today.
— চুনিতা আজি পলমকৈ ঘৰলৈ যাব।
Pritam sir. (প্রীতম চাৰ) —প্রীতম চাৰ।
6. (a) Milan is Sunita’s classmate. Milan’s uncle
and aunt live in Guwahati. He wants to visit them during the summer vacation.
He has written a letter to his uncle to inform him about this. Here is the
letter which Milan wrote to his uncle: মিলন চুনীতাৰ লগত একেটা
শ্রেণীতে পঢ়ে। মিলনৰ খুড়া-খুড়ী গুৱাহাটীত থাকে। সি তেওঁলোকক গৰমৰ বন্ধত লগ পাব বিচাৰে।
এই বিষয়ে সি খুড়াকলৈ এখন চিঠি লিখিলে। মিলনে খুড়াকলৈ চিঠিত কি লিখিছে ইয়াত
পঢ়:
Ans :
Dear Khura
I am fine. How are you all ? Hope you are fine. These
days I am busy with my studies. Our second unit test will be held from 15th of
June to 28th June. After that, the summer vacation will start on the 1st of
July. Our school will reopen on the 1st of August. My parents and I are
planning to visit you this summer vacation. Will you and Khurt be there ? I
want to see a lot of places in Guwahati. We want to see the Kalakshetra and
Shilpagram if possible. It will be fun to be with you all. Hope to see you
soon.
Yours,
To
Mr. Rajat Pathak Milan
House No-40
Pensionpara Roud
Chandmari, Guwahati-781003
মৰমৰ খুড়া,
মোৰ ভালেই।আপোনালোকৰ সকলোৱে
ভালনে ? আশাকৰোঁ আপোনা লোকৰো ভাল।এইকেইদিন মই মোৰ পঢ়াৰ বাবে ব্যস্ত
আছো।আমাৰ দ্বিতীয় গোট পৰীক্ষা ১৫ ই জুনৰ পৰা ২৮ জুনলৈ অনুষ্ঠিত হ’ব। তাৰ পিছত
জুলাইৰ প্ৰথম দিনৰ পৰা গৰমৰ বন্ধ আৰম্ভ হ’ব। আমাৰ বিদ্যালয় আগষ্ট মাহৰ প্ৰথম দিনৰ পৰা পুনৰ মই আৰু মোৰ মাক-দেউতাকে
আপোনালোকক গৰমৰ বন্ধত লগ কৰিব যাম বুলি পৰিকল্পনা কৰিছোঁ। আপুনি আৰু খুড়ি তাত
থাকিবনে ? মই গুৱাহাটীৰ ভিন ভিন (চাবলগীয়া) ঠাই চাব বিচাৰো। যদি
সম্ভৱ আমি গুৱাহাটীৰ কলাক্ষেত্ৰ আৰু শিল্পগ্রাম চাব বিচাৰো। আপোনালোকৰ সৈতে লগ পালে
বৰ আনন্দিত হ’ম। আপোনালোকক
সোনকালে দেখা পাম বুলি আশা কৰিলো।
আপোনালোকৰ
মিলন
6. (b) Milan’s uncle receives his letter four days
later. He is very happy to get a letter from his nephew, Milan. Now, he is
reading the letter. He is very happy to know that Milan and his parents are
coming to visit them. Now he is writing a reply to Milan. মিলনৰ খুড়াকে চাৰিদিন পিছত
চিঠিখন পাইছিল। তেওঁ তেওঁৰ ভতিজাক মিলনৰ চিঠিখন পাই নথৈ আনন্দিত হৈছে। এতিয়া তেওঁ
চিঠিখন পঢ়ি আছে। তেওঁ বৰ আনন্দিত হৈছে যে মিলন তেওঁৰ মাক-দেউতাকৰ সৈতে তেওঁলোকক
লগ কৰিবলৈ আহি আছে। এতিয়া তেওঁ মিলনলৈ উত্তৰ দি লিখি আছে।
Ans: Dear Milan
মৰমৰ
মিলন,
I am very happy to receive your letter. তোমাৰ চিঠিখন পাই মই বৰ সুখী
হলোঁ। We are fine. আমি ভালে আছোঁ।
It is good to know that you are coming to visit us this
summer vacation. তোমালোক
যে এই গৰমৰ বন্ধত আমাৰ ঘৰলৈ আহিবা জানিব পাই বৰ ভাল লাগিছে। Raju and
Rosie are also very happy to know this. ৰাজু আৰু ৰ’জীও বৰ সুখী এইটো জানিবলৈ পাই। We are eagerly
waiting for your visit. আমি বৰ আগ্ৰহেৰে ৰৈ আছোঁ তোমালোকলৈ। We will all
have a lot of fun.আমি
সকলোৱে বৰকৈ আনন্দ কৰিম। I will try to show you all the places that you mentioned
in your letter. তুমি
চিঠিত উল্লেখ কৰামতে সকলো ঠাই তোমালোকক দেখুৱাবলৈ চেষ্টা কৰিম।
Please give my regards to Dada and Bon. দাদা আৰু বৌলৈ মোৰ সন্মান দিবা।
Waiting for you all to come. তোমালোক সকলো অহালৈ বাট চাই
থাকিম।
Love,
মৰমেৰে
Khura
(খুড়া)—খুড়া
■ Word Notes (শব্দ-অর্থ) : happy (হেপী)— সুখী; receive (ৰিচিভ)— পোৱা ; letter (লেটাৰ)—চিঠি; happy (হেপি)—nephew (নিফিউ)—ভতিজা; reading (বিদিঙ)— পঢ়ি থকা ; later (লেটাৰ)—পিছত; parents (পেৰেণ্টছ)—মাক-দেউতাক; reply (ৰিপ্লাই)—প্রত্যুত্তৰ/উত্তৰ; eagerly (এগালী)—আগ্রহী; waiting (ওৱেটিঙ)—ৰৈ থকা ; try (ট্রাই)—চেষ্টা কৰা; show (চো)— দেখুওৱা; mention (মেনচন)—উল্লেখ কৰা; regards (ৰেগাৰ্ডছ)—সন্মান; good (গুড)—ভাল; please (প্লিজ)—অনুগ্ৰহ কৰি ।
7. Little Rosie is Milan’s cousin. She is trying to
write a letter to Milan. Help Rosie to complete her letter .সৰু ছোৱালী এজনী ৰ’জী মিলনৰ
ভনী। তাই মিলনলৈ এখন চিঠি লিখিবলৈ চেষ্টা কৰি আছে। তাইৰ চিঠিখন সম্পূৰ্ণ কৰিবলৈ
তাইক সহায় কৰা :
Ans:
Dear Milan
Hope you are fine. We all are good . I am very happy to
know you are coming to visit Guwahati, in summer vacation. Please send more
letters to me.
With love, Your sister,
Rosie
মৰমৰ মিলন দাদা,
মই আশা কৰোঁ যে তোমালোক ভাল। আমাৰ সকলে ভাল। এইটো জানি মই
সুখী যে তোমালোক আমাৰ ঘৰলৈ আহি আছা। অনুগ্ৰহ কৰি মোলৈ আৰু চিঠি পঠাবা।
মৰমেৰে— তোমাৰ ভনী
ৰ’জী
8. Have you written a letter to anyone ? Practise
writing your postal address in the following box :তুমি কাৰোবালৈ চিঠি লিখিছানে ? তলৰ বাকচত তোমাৰ ডাক-ঠিকনা
লিখিবলৈ যত্ন কৰা :
Ans:
To (টু) – লৈ
Name (নেম)—নাম : Jyotish Kalita (জ্যোতিষ কলিতা)
C/O. (চি/ও)—প্রযত্নে : Prakash Kalita (প্রকাশ কলিতা)
House No. (হাউচ নং) — ঘৰৰ নম্বৰ : 10
Village (ভিলেজ)—গাওঁ : Majgaon (মাজগাঁও)
Town (টাউন)—নগৰ চহৰ : Tihu (টিহু)
District (দিষ্টি)—জিলা : Nalbari (নলবাৰী)
Pin code (পিন কোড)—ডাক সূচাংক : 781371 (৭৮১৩৭১)
• Where have you seen this ? তুমি এইটো ক’ত দেখিছা ?
Ans: I have seen this on an envelope. মই এইটো এটা লেফাফাৰ ওপৰত
দেখিছো।
● What is it called ? এইটোক কি কোৱা হয়।
Ans. It is called a postal stamp. এইটোক ডাক টিকট কোৱা হয়।
9. Here are a few pictures of Milan’s visit to
Guwahati. মিলনে
গুৱাহাটীলৈ যোৱা কিছুমান ফটো ইয়াত আছে।
Now, choose the sentences from the box which correctly
describe each picture. Write a sentence below each picture. এতিয়া তলৰ বাকচত থকা বাক্যবোৰ
প্ৰতিটো ছবিৰ বিষয়ে শুদ্ধভাৱে বৰ্ণনা কৰিছে। বাচনি কৰা আৰু প্ৰতিটো ছবিৰ তলত
এটাকৈ বাক্য লিখা।
Ans. 1. Milan was excited to see the chimpanzee at
the zoo. মিলনে
চিৰিয়াখানাত চিম্পাঞ্জীটো দেখি বৰ চঞ্চল হৈ পৰিছিল।
2. Milan cheered the football players in the stadium. মিলনে ষ্টেদিয়ামত ফুটবল খেলুৱৈ
সকলক জয়ধ্বনি দিছিল।
3. Milan went to the market with his uncle. মিলনে খুড়াকৰ সৈতে বজাৰলৈ
গৈছিল।
4. Milan enjoyed looking at the stars in the planetarium.
প্লেনেটৰীয়ামত
তৰাবোৰলৈ চাই মিলনে আনন্দিত হৈছিল।
10. Let’s talk. Tell your friend sitting next to
you about a place you have visited. He or she will then tell you about a place
he or she has visited.
কথা পাতো আহা।
তোমাৰ কাষত বহা তোমাৰ বন্ধু-বান্ধৰীক তুমি যোৱা ঠাই এখনৰ বিষয়ে কোৱা। তোমাৰ
বন্ধু-বান্ধৱীয়েও তোমাক সি/তাইৰ ভ্ৰমণ কৰা ঠাই এখনৰ বিষয়ে ক’ব।
Ans: Hello Neha, you know, recently I went to Sivasagar
with my parents. There, I saw many things like Shiva Dol, Bishnu Dol, Devi Dol,
Barpukhuri etc. It was very exciting and I enjoyed a lot. Now, you tell me
about your trip.
হেল্ল’ নেহা, মই মোৰ মাক দেউতাকৰ লগত অলপতে
শিৱসাগৰ গৈছিলোঁ। এই বিষয়ে তুমি জনানে ? তাত আমি শিৱদৌল, বিষ্ণু দৌল, দেৱী দৌল আৰু বৰপুখুৰী আদি
চাইছোঁ। এই ভ্ৰমণটো মোৰ কাৰণে বৰ আমোদপূর্ণ হৈছে। এতিয়া তুমি ভ্ৰমণ কৰা ঠাই এখনৰ
বিষয়ে মোক কোৱা।
Hello Milan, I went to Agra to see the Tajmahal with my
parents recently. I have no word to explain about the beauty of Tajmahal.
হেল্ল’ মিলন, অলপতে মই মাক-দেউতাকৰ লগত
আগ্ৰাত তাজমহল চাবলৈ গৈছিলোঁ। তাজমহল ইমান ধুনীয়া যে, তাৰ বৰ্ণনা দিব পৰা ভাষা মই
নাজানোঁ।
11. In Guwahati, Milan went to Beltola Bazar one
morning with his uncle. গুৱাহাটীত এদিন মিলনে ৰাতিপুৱা
বেলতলা বজাৰলৈ খুড়াকৰ সৈতে গৈছিল।
(1) Let’s take some apples. কেইটামান আপেল লোৱা।
(2) How much are they ? এইবোৰৰ দাম কিমান ?
(3) They are Rs. 120 per kg. এইবোৰ প্ৰতি কেজিত ১২০ টকা।
● Milan and his uncle are at a grocery store. মিলন আৰু তেওঁৰ খুড়াকে
গেলামালৰ দোকানত গৈছিল।
(1) Please give me one kg of kidney beans. What is the
price ? মোক
এক কেজি কিডনী বিন (ৰাজমাহ) দিয়ক। দাম কিমান ?
(2) How much is this packet of chocolates ? এই চকলেটৰ পেকেটৰ দাম কিমান ?
(3) Kidney beans are Rs. 20 a kg. The price of the packet
of chocolates Rs. 20 . কিডনী
বিন (ৰাজমাহৰ) প্রতি কেজি ২০ টকা। আৰু চকলেটৰ প্ৰতি পেকেট ২০ টকা।
■ Milan and his father are at a roadside stall of a
vegetable vendor on Sunday. Complete their conversation.মিলন আৰু তাৰ দেউতাকে ৰাষ্টাৰ
কাষত থকা শাক-পাচলিৰ এখন দোকানত দেওবাৰে গৈছিল। সিহঁতৰ কথোপকথনটো সম্পূৰ্ণ কৰা।
Ans: Please give me one kg of ridge gourds. অনুগ্ৰহ কৰি মোক এক কেজি জিকা
দিয়ক।
How much are they ? এইবোৰ দাম কিমান ?
Ridge gourds are Rs. 40 per kg. জিকা প্রতি কেজিত ৪০ টকা।
I like ridge gourds. মই জিকা খাবলৈ ভাল পাওঁ।
12. Let us practise saying these words aloud : [ লেট আচ প্রেকটিছ চেইং দিজ
ওৱাৰ্ডছ এলাউদ: ]— আমি এইবোৰ শব্দ ডাঙৰকৈ কোৱা আৰু অনুশীলন কৰো আহা :
Ans:
(a) letter (লেটাৰ) litter (লিটাৰ)
—চিঠি
; —সিঁচৰিত হৈ থকা
patter ( পেটাৰ) Pitter (পিটাৰ)
—বেলবেলনি; —সৰু মাতত কথা কোৱা
fatter (ফেটাৰ) fitter (ফিটাৰ)
—মেদযুক্ত
—কর্মক্ষম।
bitter (বিটাৰ) better (বেটাৰ) butter (বাটাৰ)
—তিতা
—অপেক্ষাই ভাল —মাখন
12. (b) Let’s have some fun ! Here is a ‘tongue twister’.
Let us see who can read the tongue twister correctly and quickly. অলপ ধেমালী কৰো আহা। ইয়াত
কিছুমান জিহ্বা পকোৱা শব্দ আছে। কোনে শুদ্ধভাৱে আৰু খৰকৈ জিহ্বা পকোৱা শব্দবোৰ
পঢ়িব পাৰে, চাওঁ আহা।
Ans: Betty bought a bit of butter. But the butter Betty
bought was bitter . So Betty bought a better butter to make the bitter butter
better.
বেটিয়ে এটুকুৰা মাখন কিনি আনিছে।কিন্তু বেটিয়ে কিনি অনা
মাখনৰ টুকুৰা তিতা আছিল। সেই কাৰণে বেটীয়ে তিতা মাখন টুকুৰা ভাল কৰিবলৈ ভাল মাখন
এটুকুৰা কিনি আনিছিল।