Class 4 English Chapter 4 The Hidden Treasure

Class 4 English Chapter 4 The Hidden Treasure

Class 4 English Chapter 4 The Hidden Treasure Solution, SEBA Chapter 4 The Hidden Treasure Class 4 English Question Answer Class 4 English Chapter 4 The Hidden Treasure Notes  Assam Board Class 4 ইংৰাজী Question Answer  by Buranjipedia

Class 4 English Chapter 4 The Hidden Treasure

THE HIDDEN TREASURE (দা হিদেন ট্ৰেজাৰ)

ENGLISH

ACTIVITIES

1. Say ‘Yes’ or ‘No’ (হয়’ অথবা ‘নহয়’ লিখা)— : 

(a) Madhab had two sons. (মাধৱৰ দুটা লৰা আছিল।)

Ans: ‘Yes’ (হয়)

(b) Pankaj and Rajen were lazy. (পংকজ আৰু ৰাজেন এলেহুৱা আছিল।

Ans: ‘Yes’ (হয়।)

(c) Madhab dug up the field. (মাধৱে পথাৰখনৰ মাটি খান্দিছিল।)

Ans: ‘No’ (নহয়।)

 (d) There was gold hidden in the field.(পথাৰত সোণ লুকাই থোৱা আছিল।)

Ans: ‘No’ (নহয়।)

(e) The ripe and golden paddy was the treasure. (পকা আৰু সোণালী ধানবোৰ মহা মূল্যবান লুকাই যোৱা সম্পত্তি আছিল।)

Ans: ‘Yes’ (হয়।)

2. Let’s see how much you have understood the story. Write the answers. (তোমালোকে গল্পটো কিমান বুজি পালে চাও আহা। উত্তৰবোৰ লিখা।)

(a) Why was Madhab worried ?মাধৱ কিয় চিন্তিত আছিল ?

Ans: Madhab was worried because his sons didnot help him in the field. মাধৱ দুখিত আছিল কাৰণ তেওঁৰ লৰাবোৰে তেওঁক পথাৰৰ কামত সহায় কৰা নাছিল।

(b) Where did Madhab take Pankaj and Rajen one day ? পংকজ আৰু ৰাজেনক এদিন মাধৱে কলৈ লৈ গৈছিল ?

Ans: One day Madhab took Pankaj and Rajen to the field. এদিনাখন মাধৱে পংকজ আৰু ৰাজেনক পথাৰলৈ লৈ গৈছিল।

(c) What did Pankaj and Rajen sow in the field ? পংকজ আৰু ৰাজেনে পথাৰত কি সিঁচিছিল।

Ans: Pankaj and Rajen sowed paddy in the field.পংকজ আৰু ৰাজেনে পথাৰত ধান গুটি সিঁচিছিল।

(d) What did Pankaj and Rajen realize at last ? অৱশেষত পংকজ আৰু ৰাজেনে কি বুজি পাইছিল ?

Ans: At last, Pankaj and Rajen realized that hard work is always rewarded. অৱশেষত পংকজ আৰু ৰাজেনে বুজি পাইছিল যে কঠোৰ পৰিশ্ৰম সদায় পুৰস্কৃত হয়।

3. (a) Look at these sentences. See how they can be joined together এই বাক্যবোৰলৈ চোৱা। এইবোৰক কেনেকৈ একেলগ কৰা হয় চোৱা।

Ans: Ranjita (ৰঞ্জিতা) : I will go to Nalbari.মই নলবাৰীলৈ যাম।

Raju (ৰাজু) : I will go to Nalbari.মই নলবাৰী যাম।

Mother (মাদাৰ) মা : Ranjita and Raju will go to Nalbari .ৰঞ্জিতা আৰু বাজুৱে নলবাৰী যাব।

3. (b) Read .পঢ়া :

Ans: Mother – মাঃ I am unwell.মই ভালে নাই।

Father – দেউতা : I am worried.মই চিন্তিত/উদ্বিগ্ন।

Daughter  : Father is worried because mother is unwell.দেউতা চিন্তিত কাৰণ মাৰ গা ভাল নহয় (মা অসুস্থ )।

3. (c) Read– পঢ়া :

Ans: Ramen played well.ৰমেনে ভাল খেলিছিল।

He didn’t win the race.সি দৌৰ প্রতিযোগিতাত জিকা নাহিল।

Ramen played well but he didn’t win the race.ৰমেনে ভাল খেলিছিল, কিন্তু সি দৌৰ প্রতিযোগিতাত জিকা নাছিল।

4. Read the following sentences from the text once again and underline the joining words–তলত দিয়া পাঠটোৰ বাক্যবোৰ পুনৰ পঢ়া আৰু সংযোকাৰী শব্দবোৰৰ তলত আঁচ টনা।

Ans : Pankaj and Rajen were very lazy and never liked to work.পংকজ আৰু ৰাজেনে বৰ এলেহুৱা আছিল আৰু কাম কৰিবলৈ ভাল নাপাইছিল।

Madhab was worried because his sons were lazy. মাধৱ চিন্তিত আছিল কাৰণ তেওঁৰ পুতেক সকল এলেহুৱা অছিল।

One day, he told his sons that there was a hidden treasure in the field. এদিনাখন তেওঁ তেওঁৰ দুয়োজনা লৰাক কৈছিল যে পথাৰত লুকাই থোৱা সম্পত্তি আছে।

They dug up the whole field but found no treasure. সিহঁতে গোটেই পথাৰখন খান্দিছিল কিন্তু কোনো লুকাই থোৱা সম্পত্তি পোৱা নাছিল।

Now, rewrite the following sentences using ‘and’, ‘ but and ‘because’: এতিয়া তলৰ বাক্যবোৰত ‘আৰু’, ‘কিন্তু’ ‘কাৰণ’ আদি লগাই পুনৰ লিখা।

(a) Pankaj was a lazy boy. Rajen was a lazy boy. পংকজ এলেহুৱা লৰা আছিল। ৰাজেন এলেহুৱা লৰা আছিল। and (এন্ড) আৰু ।

Ans: Pankaj and Rajen were lazy boysপংকজ আৰু ৰাজেন  এলেহুৱা লৰা আছিল।

(b) Pankaj never liked to work. He was lazy. (because) পংকজ কেতিয়াও কাম কৰি ভালপোৱা নাছিল। সি আছিল এলেহুৱা

Ans : Pankaj never liked to work because he was lazy . পংকজ কেতিয়াও কাম কৰি ভাল পোৱা নাছিল কাৰণ সি এলেহুৱা আছিল।

(c) They dug up the field. They did not find treasure. (but) সিহঁতে পথাৰখন খান্দি পেলাইছিল। সিহঁতে কোনো মূল্যবান সম্পত্তি পোৱা নাছিল।

Ans: They dug up the field but did not find treasure. সিহঁতে পথাৰখন খান্দি পেলাইছিল কিন্তু কোনো মূল্যবান সম্পত্তি পোৱা নাছিল।

5. Use ‘and’ or ‘but’ to join the sentences and write them —’আৰু’ নাইবা ‘কিন্তু’ ব্যৱহাৰ কৰি বাক্যবোৰ যুক্ত কৰা আৰু সেইবোৰ লিখা।

(a) She went to the shop. She bought two apples. তাই দোকানলৈ গৈছিল। তাই দুটা আপেল কিনিছিল।

Ans: She went to the shop and bought two apples .তাই দোকানলৈ গৈছিল আৰু দুটা আপেল কিনিছিল। 

(b) We played well. We lost the match. আমি ভাল খেলিছিলো। আমি খেলত পৰাজিত হৈছিলো।

Ans : We payed well but we lost the match. আমি ভাল খেলিছিলো কিন্তু আমি খেল খনত পৰাজিত হৈছিলো।

(c) I liked the dress . Rita did not like it.মই কাপোৰটো পচন্দ কৰিছিলো। ৰিতাই পছন্দ কৰা নাছিল।

Ans: I liked the dress but Rita did not like it. মই কাপোৰটো পছন্দ কৰিছিলো কিন্তু ৰিতাই কৰা নাছিল।

(d) She came home. She watched television. তাই ঘৰলৈ আহিছিল। তাই টিভি চাইছিল।

Ans: She came home and watched television. তাই ঘৰলৈ আহিছিল আৰু টিভি চাইছিল।

(e) We went to the park. We waited for Rahul. আমি উদ্যানলৈ গৈছিলো। আমি ৰাহুলৰ বাবে অপেক্ষা কৰি আছিলো।

Ans: We went to the park and waited for Rahul,আমি উদ্যনলৈ গৈছিলো আৰু ৰাহুল বাবে অপেক্ষা কৰিছিলো।

6. (a) Let’s read the sentences. They all end with an exclamation mark because they show delight or surprise. —বাক্যবোৰ পঢ়া। বাক্যবোৰৰ শেষত বিস্ময়বোধক চিন দিয়াৰ কাৰণ হল বাক্যবোৰে আনন্দ অথবা বিস্ময় প্রকাশ কৰে।

Ans : (i) How tasty the meal is ! খাদ্যবোৰ কিমান সুস্বাদু !

(ii) What an obedient child ! কি বাধ্য শিশুটো !

(iii) What an interesting story !কি আকর্ষণীয় গল্প এটা !

(iv) How wonderful the weather is ! বতৰটো কি মনোমুগ্ধকৰ !

(v) What a beautiful dress ! কি সুন্দৰ পোছাক।

6. (b) Pankaj and Rajen are delighted because they would be rich one day.পংকজ আৰু ৰাজেনে বৰ আনন্দিত হৈছিল কাৰণ সিহঁতে এদিন ধনী হ’ব

Rearrange the words in the sentences below. তলৰ বাক্যবোৰে সজাই লিখা।

Remember to use exclamation marks at the end and capital letters at the beginning.—আৰম্ভনিতে ডাঙৰ ফলাৰ আখৰ আৰু শেষত বিস্ময়বোধক চিন দিবলৈ মনত ৰাখিবা।

(i) here treasure look is the

Ans: Look the treasure is here ! চোৱা সম্পত্তিখিনি ইয়াতে আছে।

(ii) will be ours treasure all the

Ans: All the treasure will be ours ! সকলো সম্পত্তিই আমাৰ !

(iii) yours now it’s look

 Ans: Look it’s yours now !চোৱা, এতিয়া এই সকলোবোৰ তোমালোকৰ।

(iv) how Pankaj Rajen excited and were

Ans: How Pankaj and Rajen were excited.পংকজ আৰু ৰাজেনে কি উত্তেজিত হৈছিল !

7. Let’s have fun with words by adding ‘ly’, ‘ness’ and ‘er  এতিয়া শব্দবোৰৰ লগত ‘ly’, ‘ness’ আৰু ‘er’ যোগ কৰি খেলোঁ আহা।

Ans : happily

happy happier

happiness

greatly

great greatness

greater

You can also make your own words by adding ‘ly’, ‘ness’ and ‘er’ to the words given below তলৰ শব্দবোৰৰ লগত ‘ly’, ‘ness’ ‘er’ যোগ কৰি তোমাৰ নিজৰ শব্দ বনাব পাৰা।

sweet (সুইট) – মিঠাই।                 
kind (
কাইন্ড)—দয়ালু
love (
লাভ)–মৰম / ভালপোৱা।    
angry (
এংগ্রী)—খঙাল

Ans : sweetly

sweet (চুইট)— মিঠাই sweetness (চুইটনেছ)

sweeter (চুইটাৰ)

kindly (কাইন্দলী)

kind (কাইন্ড)—দয়ালু kindness (কাইন্দনেছ)

kinder (কাইন্দাৰ)

lovely ( লাভলী)

love (লাভ)—মৰম loveliness (লাভনীনেছ)

lovelier (লাভলিয়াৰ)

angrily (এংগ্রীলি)

angry (এংগ্রী)—খঙাল angriness (এংগ্ৰীনেছ)

angrier (এংগ্ৰীয়াৰ)

8. These are some new words from the text—এইবোৰ পাঠৰ পৰা নতুন শব্দ। 

paddy (পেদী)— ধান। treasure ( ট্ৰেজাৰ)—সাঁচি থোৱা সম্পত্তি। dig (দিগ)—মাটি খান্দা।

Look up the dictionary for their meaning.: 

Ans: অভিধান চাই এইবোৰ শব্দৰ অৰ্থ লিখা

9. (a) Read the words and their meanings: শব্দবোৰ আৰু সেইবোৰৰ অৰ্থবোৰ পঢ়া :

Ans: (i) Treasure (সম্পদ)a collection of gold, silver and other valuable things.—সোণ, ৰূপ আৰু আনকিছুমান বস্তুৰ সংগ্রহ।

(ii) Wonder (অবাক বিস্ময়)think about—কোনোবা বিষয়ত চিন্তা কৰা।

(iii) Delighted (আনন্দিত/উৎফুল্লিত)happy—সুখী।

(iv) Excited (উত্তেজিত)feeling or showing happiness—সুখী অনুভব কৰা বা প্রকাশ কৰা। 

(v) Suggest (প্ৰস্তাৱ কৰা)put forward an idea—এটা চিন্তা বা ধাৰণাৰ প্ৰস্তাৱ কৰা।

(vi) Promise (প্রতিশ্রুতি)to say that something will be done—কিবা কৰা হব বুলি কোৱা ।

(vii) Ripe (ৰাইপ)—পূৰব— fully grown and ready to be eaten.—পূর্ণপ্রাপ্ত হোৱা আৰু খাবলৈ তৈয়াৰ হোৱা ।

9. (b) Now, read the following sentences. Replace the underlined words by choosing one from the box to write each sentence.—–এতিয়া তলৰ বাক্যবোৰ পঢ়া। শুদ্ধবাক্য লিখিবলৈ তলৰ আঁচটনা শব্দবোৰৰ পৰিবৰ্তে বাকচত থকা শুদ্ধ শব্দবোৰ লিখা।

wondered (ওবান্দাদ) delighted (দিলাইটেদ) ripe (ৰাইপ) treasure (ট্রেজাৰ) 

(i) There is gold and silver under the ground.—মাটিৰ তলত সোণ আৰু ৰূপ আছে। 

Ans: There is treasure under the ground.—মাটিৰ তলত সম্পত্তি আছে।

(ii) Pankaj and Rajen thought about where the treasure lay.—পংকজ আৰু ৰাজেনে ভাবিছিল মূল্যবান সম্পত্তি ক’ত আছে।

Ans: Pankaj and Rajen wondered where the treasure lay.পংকজ আৰু ৰাজেনে অবাক হৈ ভাবিলে সম্পত্তি ক’ত আছে।

(iii) Pankaj and Rajen were happy to hear about the treasure. পংকজ আৰু ৰাজেন সম্পত্তিৰ বিষয়ে শুনি সুখী হৈছিল।

Ans: Pankaj and Rajen were delighted to hear about the treasure. পংকজ আৰু ৰাজেন সম্পত্তিৰ কথা শুনি বৰ আনন্দিত হৈছিল। 

(iv) Madhab saw that the paddy was fully grown and golden. মাধৱেদ দেখিছিল যে পথাৰখনৰ ধান পূৰঠ আৰু সোণালী হৈছিল।

Ans: Madhab saw that the paddy was ripe and golden.—মাধৱে দেখিছিল যে ধানবোৰ পকিছে আৰু সোণালী হৈ গৈছে।

10. Below are some words from the lesson, but the letters are jumbled. Spell them correctly and make sentences of your own with them — তলত তোমাৰ পাঠৰ কিছুমান শব্দ দিয়া হৈছে কিন্তু আখৰ বোৰ খেলিমেলিকৈ দিয়া আছে। সঠিক ভাৱে সেইবোৰ সজোৱা। আৰু নিজৰ ভাষাৰে বাক্য বনোৱা।

Ans: (a) Ghdleteid—Delighted—আনন্দিত। 

→ I am delighted to see a beautiful bird.—মই সুন্দৰ চৰাইটো দেখি বৰ আনন্দিত হলোঁ। 

(b) Srtauere —Treasure—সম্পত্তি।

→ They have some treasure in the chest.— সিহঁতৰ চিন্দুকত কিছুমান সম্পত্তি সঞ্চিত হৈ আছে। 

(c) Rpomsei —Promise— প্রতিশ্রুতি।

 → He kept his promise. সি তাৰ প্ৰতিশ্ৰুতি ৰাখিছিল।

(d) Nwored—Wonder—অবাক/বিস্ময়!

→ ‘What a marvellous goal scored by Ronaldo’, they wondered.—’ৰোনাল্‌দ’ কি সুন্দৰ গোল কৰিছিল’, সিহঁতে বিস্ময় প্রকাশ কৰিছিল। 

11. Fill in the gaps with letters to make words from the story:—গল্পত থকা শব্দবোৰৰ আখৰবোৰকলৈ খালী ঠাই বোৰ পূৰণ কৰা।

Ans: 

paddy–ধানগছ 

field– পথাৰ 

dig – খান্দা 

plant –গছপুলি 

ground –মাটি 

proud –গর্বিত 

lazy –এলেহুৱা

L

A

F

Z

P

I

P

A

D

D

Y

R

E

L

I

O

L

A

G

R

O

U

N

D

N

D

T

 

12. Fill in the blanks with these words and complete the sentences. You may use a word more than once.—এই শব্দবোৰ ব্যৱহাৰ কৰি খালী ঠাইবোৰ পূৰ কৰা আৰু বাক্যবোৰ সম্পূৰ্ণ কৰা। তুমি এটা শব্দ একাধিকবাৰ ব্যৱহাৰ কৰিব পাৰা।

Now therefore and next so    but

Ans: (a) Summers are hot but winters are cold.– জহকালি গৰম কিন্তু জাকালি ঠান্ডা।

(b) We couldn’t find treasure in the field, so we planted seeds.—আমি সম্পত্তি বিচাৰি নাপালো, গতিকে আমি বীজ ৰোপণ কৰিলো।

(c) The paddy was ripe and golden. Therefore, Madhab took Pankaj and Rajen to the field.—শস্যবোৰ পকিছে আৰু সোণালী হৈছে। সেই কাৰণে মাধৱে, পংকজ আৰু ৰাজেনক পথাৰলৈ লৈ গৈছিল।

 (d) Pankaj and Rajen worked hard, so they became rich.—পংকজ আৰু ৰাজেনে কঠোৰ পৰিশ্ৰম কৰিছিল সেইকাৰণে সিহঁত ধনী হৈছিল।

(e) At first the farmer dug the field. Next he sowed the seeds.– প্রথমে খেতিয়ক জনে পথাৰ খন খান্দিছিল। তাৰ পিছত বীজ ৰোপণ কৰিছিল।

(f) Pankaj was lazy earlier but now he is hardworking.— পংকজ প্রথমে এলেহূৱা আছিল কিন্তু এতিয়া সি কঠোৰ পৰিশ্ৰমী।

13. Rewrite the sentences correctly—বাক্যবোৰ সঠিকভাবে পুনৰ লিখা।

(a) We must dig down the field at once.

Ans: We must dig up the field at once.—আমি এতিয়াই পথাৰৰ মাটিখন খান্দিব লাগিব।

(b) There’s treasure hidden above the ground.

Ans: There’s treasure hidden under the ground.—মাটিৰ তলত সম্পত্তি লুকাই থোৱা আছে।

(c) I am proud in you.

Ans: I am proud of you.—মই তোমাৰ কাৰণে গর্বিত।

(d) How are the beautiful crops !

Ans: How beautiful the crops are !—ফচলবোৰ কি ধুনীয়া !

Post a Comment

Previous Post Next Post