Assam GK in Assamese Language | Assam Geography General Knowledge-Buranjipedia

Assam GK in Assamese Language | Assam Geography General Knowledge-Buranjipedia

Geography of Assam MCQs -Assam Geography GK Quiz-Questions & Answers in Assamese Language-Buranjipedia

Assam Geography MCQ & General Knowledge

 

Here are the  Assam Geography MCQ & General Knowledge questions and answers for all competitive exams) Read all these most important Assam Geography MCQ & General Knowledge- Assam General Knowledge, Assam History, Assam Current Affairs quiz in order to answer the questions :-By Buranjipedia
Assam GK in Assamese Language | Assam Geography General Knowledge-Buranjipedia

MCQ on Geography of Assam & General Knowledge-Buranjipedia 

১)গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হোৱাৰ সময়ত বিৰোধী পক্ষৰ নেতাজন কোন আছিল?

উত্তৰ : গৌৰীশংকৰ ভট্টাচাৰ্য।

২)  অসম মন্ত্ৰী পৰিষদৰ সদস্য পদ লাভ কৰা প্ৰথম গৰাকী মহিলা কোন আছিল?

উত্তৰ : শ্ৰীমতী পদ্ম কুমাৰী গোহাঁই।

)  ৰাজ‍্যিক বিজেপিৰ(State BJP) প্ৰথম মূখ্য মূখপাত্ৰ  হিচাপে অসম কাক নিযুক্তি দিয়া হৈছিল?

উত্তৰ : ৰূপম গোস্বামী

) তৃতীয় সংখ্যক খেলো ইণ্ডিয়া যুৱ ক্ৰিয়া সমাৰোহত অসমে কিমান তম স্থান লাভ কৰে?

উত্তৰ : ৭ম

৫)   ভগৱান ভেংকটেশ্বৰৰ(Lord Venkateshwara) গুৱাহাটীত নিৰ্মাণ কৰা মন্দিৰটোৰ নাম কি?

উত্তৰ : তিৰুপতি বালাজী মন্দিৰ।

৬)  কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল?

উত্তৰ : ১৯২১ চন

) ২০২১ চনৰ G২০  সন্মিলন কোনখন দেশত অনুষ্ঠিত হৈছিল?

উত্তৰ :  ইটালী

)২০২০ চনৰ মহিলা ক্ৰিকেট বিশ্বকাপ(Woman's worldcup cricket) কোনখন দেশত অনুষ্ঠিত হৈছিল?

উত্তৰ :  নিউজিলেণ্ড

) ফচৌ হ'ল এক বিশেষ ধৰণৰ-

উত্তৰ :  পাগুৰি

 ১০) গুৱাহাটীৰ গড় বৰষুণৰ পৰিমাণ কিমান চে:মি: ?

উত্তৰ : ১৬৩.৪ চে:মি: 

১১) অসমৰ প্ৰায় কিমান শতাংশ লোক কৃষিজীৱী?

উত্তৰ : ৭০ শতাংশ

১২) অসমৰ মুঠ মাটিকালিৰ কিমান পৰিমাণত (শতাংশত) কৃষিকাৰ্য্য কৰা হয় ?

উত্তৰ : ৫.৪% শতাংশ

১৩)  নগাঁৱৰ পুৰণি নামটো কি?

উত্তৰ : খাগৰিজান।

১৪) অসমৰ সর্বাধিক ধান উৎপাদিত হোৱা জিলাখনৰ নাম কি?

উত্তৰ : কামৰূপ গ্ৰাম্য জিলা

১৫)২০০১ চনৰ মতে অসমত আলুখেতিৰ উৎপাদন কিমান আছিল?

উত্তৰ : ৬৭৭.০ হেজাৰ টন 

১৬) অসমত মুঠ চাহ বাগিচাৰ সংখ্যা কিমান খন?

উত্তৰ : ৮৪৮ খন 

১৭)  ব্ৰিটিছ চৰকাৰৰ ‘SIR’ উপাধি (First assamese to get Sir title) লাভ কৰা প্ৰথম  জন অসমীয়াৰ নাম কি?

উত্তৰ : ছাৰ ছৈয়দ চাদুল্লা

১৮)  অসমৰ প্ৰথম প্ৰশিক্ষণ (First trained pilot)  প্ৰাপ্ত বিমান চালক কোন আছিল?

উত্তৰ : মহানন্দ দাস।

১৯)  ভাৰত ত্যাগ আন্দোলনত ভাগ লোৱা আৰু ১৯৪২ চনৰ ১০ অক্টোবৰত ব্ৰিটিছ ৰেলগাড়ী বগৰাই দিয়াৰ বাবে ১৯৪৩ চনৰ ১৫ জুন তাৰিখে ফাঁচি হোৱা অসমৰ শ্বহীদ জন কোন আছিল?

উত্তৰ : কুশল কোঁৱৰ।

২০)   ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া ব্যক্তি জনৰ (First assamese to became president)নাম কি?

উত্তৰ : ড° ফকৰুদ্দিন আলী আহমেদ।

২১)  প্ৰথম অসমীয়া স্নাতক আৰু আই. চি. এছ. (I.C.S.) বিষয়া জনৰ নাম কি?

উত্তৰ : আনন্দৰাম বৰুৱা।

২২)  Supreme Courtৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথম অসমীয়া জনৰ নাম কি?

উত্তৰ : পাৰ্বতী কুমাৰ গোস্বামী।

২৩)  Sahitya Academy Award বিজয়ী প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি?

উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা (বনফুল,১৯৫২)।

২৪) প্ৰথম অসমীয়া চলচ্চিত্ৰ(First Assamese film) ‘জয়মতী’ৰ নিৰ্মাতা তথা পৰিচালক জনৰ নাম কি?

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা।

২৫)  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উচ্চ ন্যায়াধীশ কোন আছিল?

উত্তৰ : হলিৰাম ডেকা।

২৬) কৰিমগঞ্জ চেনিকলটো কেতিয়া স্থাপিত হৈছিল?

উত্তৰ : দ্বিতীয় পাঁচ বছৰীয়া পৰিকল্পনাত 

২৭) অসমৰ প্ৰথম তেল শোধনাগাৰটোৰ নাম কি?

উত্তৰ : ডিগবৈ 

২৮) অসমৰ প্ৰথম চাহ খেতিয়ক জন কোন আছিল?

উত্তৰ : তেনজিং বড়োছা 

 ২৯) উজনি অসমৰ কোন ঠাইত  চাহ গৱেষণা কেন্দ্ৰ আছে?

উত্তৰ : টোকলাই 

৩০) শেহতীয়াকৈ আন্তৰ্জাতিক এদিনীয়া ক্ৰিকেটত 7000 ৰান কৰা বিশ্ব প্রথম মহিলা খেলুৱৈ গৰাকীৰ নাম কি?

উত্তৰ :  মিথালী ৰাজ

৩১) 2022 চনৰ মহিলা ক্ৰিকেট বিশ্বকাপ কোনখন দেশত অনুষ্ঠিত হব?

উত্তৰ : নিউজিলেণ্ড

৩২) World book for capital 2021 ৰ বাবে তলৰ কোনখন চহৰক নিৰ্বাচন কৰা হৈছে?

উত্তৰ :  টিবিলসি

৩৩)2021 চনৰ দাদা চাহেব ফাল্কে বঁটা তলৰ কোনজন ব্যক্তিক প্ৰদান কৰা হৈছে?

উত্তৰ :  সুশান্ত সিং ৰাজপুত

৩৪)2021 চনৰ ৰাগবী বিশ্বকাপ তলৰ কোনখন দেশত অনুষ্ঠিত হব?

উত্তৰ : নিউজিলেণ্ড

৩৫)13 সংখ্যক BRICS সন্মিলন তলৰ কোনখন দেশে আয়োজন কৰিব?

উত্তৰ :  ৰাছিয়া

৩৬) কোনগৰাকী অসমীয়াক ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক সন্মান আগবঢ়োৱা হৈছে?

উত্তৰ :  কৌশিক বৰুৱা

৩৭)World book for capital 2021 ৰ বাবে তলৰ কোনখন চহৰক নিৰ্বাচন কৰা হৈছে?

উত্তৰ : টিবিলসি

৩৮)  অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?

উত্তৰ : বসন্ত কুমাৰ দাস।

৩৯) বিশেষজ্ঞসকলৰ মতে অসমত কিমান নিযুত টন কয়লা(Coal) আছে ?

উত্তৰ :  ১০০০ নিযুত টন

 ৪০) মানস ৰাষ্ট্ৰীয় উদ‍্যানৰ ভৌগোলিক পৰিসীমা কিমান?

উত্তৰ :  ৯৫০ বৰ্গ কি:মি: 

৪১) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক পৰিসীমা কিমান ?

উত্তৰ :  ৪৩০ বৰ্গ কি:মি: 

 ৪২) ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ (Urang National Park)ভৌগোলিক আয়তন হৈছে---

উত্তৰ :  ৭৮.৮১ বৰ্গ কি:মি: 

Post a Comment

Previous Post Next Post