ASSAM GK 2023 IN ASSAMESE Part 9/ সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ 2023
Here are the Assam GK questions and answers for all competitive exams) Read all these most important Assam Gk - Assam General Knowledge, Assam History, Assam Current Affairs quiz in order to answer the questions :-By Buranjipedia
ASSAM GK 2023 IN ASSAMESE Part 9/ সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ 2023
(১) ‘বিজুলী’
কাকতৰ প্রথম সম্পাদক কোন আছিল?
উত্তৰ:-
কৃষ্ণপ্ৰসাদ দুৱৰা।
(২) ‘ঊষা’
আলোচনীখন কেতিয়া প্রকাশিত হৈছিল?
উত্তৰ:-
১৯০৭ চনত।
(৩) ‘ঊষা’
আলোচনীখন কোনে সম্পাদনা কৰিছিল?
উত্তৰ:-
পদ্মনাথ গোহাঞি বৰুৱাই।
(৪) ‘বাঁহী’
আলোচনীখন কোন চনত প্ৰকাশ পাইছিল?
উত্তৰ:-
১৯০৯ চনৰ ডিচেম্বৰ মাহত।
(৫) ‘বাঁহী’
আলোচনীখন কোনে সম্পাদনা কৰিছিল?
উত্তৰ:-
লক্ষ্মীনাথ বেজবৰুৱাই।
(৬) ‘আৱাহন’
কাকতখন কোন চনত প্রকাশ পাইছি?
উত্তৰ:-
১৯২৯ চনত।
(৭) ‘আৱাহন’
কাকতখন ক’ৰ পৰা ওলাইছিল?
উত্তৰ:-
কলিকতাৰ পৰা।
(৮) ‘আৱাহন’
কাকতৰ প্ৰথম সম্পাদক কোন আছিল?
উত্তৰ:-
দীননাথ শৰ্মা।
(৯) ‘আৱাহন’
কাকতৰ পৃষ্ঠপোষকতা কোনে কৰিছিল?
উত্তৰ:-
নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে।
(১০) শান্তিৰ নোবেল (Nobel Prize)বঁটা কোন
খন চহৰত প্ৰদান কৰা হয়?
উত্তৰ:- অ'ছল' (Oslo) ।
(১১) নোবেল বঁটা (Except Nobel peace prize) কোনখন চহৰত প্ৰদান কৰা হয়?
উত্তৰ:-
ষ্টকহ'ম ।
(১২) ভাৰতবৰ্ষ প্ৰথম নোবেল
বঁটা লভ কৰা ব্যক্তি কোন?
উত্তৰ:-
ৰবীন্দ্ৰনাথ ঠাকুৰ ।
(১৩) ৰবীন্দ্ৰনাথ ঠাকুৰে
কোনটো বিষয়ত নোবেল বটা লাভ কৰছিল?
উত্তৰ:-
সাহিত্য ।
(১৪) ৰবীন্দ্ৰনাথ ঠাকুৰে
কিমান চনত নোবেল বঁটা লাভ কৰিছিল?
উত্তৰ:-
১৯১৩ চনত ।
(১৫) কোনখন গ্ৰন্থৰ বাবে
ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিল?
উত্তৰ:-
গীতাঞ্জলি ।
(১৬) কিমান চনৰ পৰা (Nobel Prize) নোবেল
বটা প্ৰদান কৰা হয়?
উত্তৰ:-
১৯০১ চন ।
(১৭) কোনজন ব্যক্তিৰ নাম নুসৰি নোবেল বঁটা (Nobel Prize)প্ৰদান কৰা হয়?
উত্তৰ:-
আলফ্ৰেড ন'বেল ।
(১৮) জনসংখ্যা ফালৰ
পৰা আফ্ৰিকা মহদেশৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম কি?
উত্তৰ:-
নাইজেৰিয়া ।
(১৯) চন্দ্ৰকুমাৰ
আগৰৱলাৰ কবিতা পুথি দুখনৰ নাম কি কি?
উত্তৰ:-
প্রতিমা আৰু বীণ বৰাগী।
(২০) চন্দ্ৰকুমাৰ
আগৰৱালাৰ ‘প্রতিমা’ কিমান চনত প্ৰকাশ পাইছিল?
উত্তৰ:-
১৯১৪ চনত।
(২১) চন্দ্ৰকুমাৰ
আগৰৱালাৰ প্ৰথম কবিতাৰ পুথি ‘প্রতিমা’ ক’ত প্রকাশ পাইছিল?
উত্তৰ:-
জোনাকীত।
(২২) চন্দ্ৰকুমাৰ
আগৰৱালাৰ ‘প্রতিমা’ কবিতা পুথিখনত সবৰ্মুঠ কেইটা কবিতা সন্নিৱিষ্ট কৰা হৈছে?
উত্তৰ:-
২৫ টা।
(২৩) ‘প্রতিমাখন সৰু কিন্তু নিভাজ সোনৰ’ বুলি কোনে কৈছিল?
উত্তৰ:-
লক্ষ্মীনাথ বেজবৰুৱাই।
(২৪) চন্দ্ৰকুমাৰ আগৰৱলাৰ দ্বিতীয় কবিতাৰ পুথি ‘বীন বৰাগী’ ক’ত প্ৰকাশ পাইছিল?
উত্তৰ:-
বাঁহীত।
(২৫) চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘বীন বৰাগী’ কবিতা পুথিখনত সবৰ্মুঠ কেইটা কবিতা সন্নিৱিষ্ট কৰা হৈছে?
উত্তৰ:-
১২ টা।
(২৬) লক্ষ্মীনাথ
বেজবৰুৱাৰ(Lakhminath Bejboruah) সাহিত্য জীৱন কৰ পৰা আৰম্ভ হয়?
উত্তৰ:-
লিতিকাই নাটকৰ পৰা।
(২৭) লক্ষ্মীনাথ
বেজবৰুৱাই ৰচনা কৰা প্ৰথম নাটক খনৰ নাম কি?
উত্তৰ:-
লিতিকাই।
(২৮) লক্ষ্মীনাথ
বেজবৰুৱাৰ ‘লিতিকাই’ কোন শ্ৰেণীৰ নাটক?
উত্তৰ:-
ধেমেলীয়া (প্ৰহসন)।
(২৯) অসমত কেইখন বিশ্ব
ঐতিহ্য ক্ষেত্ৰ আছে ?
উত্তৰ: ২
খন
(৩০) ৰাষ্ট্ৰীয় ভোটাৰ দিৱস
কেতিয়া পালন কৰা হয় ?
উত্তৰ:
২৫ জানুৱাৰী
(৩১) ব্ৰহ্মপুত্ৰ আৰু বৰাক
উপত্যকাৰ মাজৰ পৰ্বতমালা ?
উত্তৰ:
বৰাইল
(৩২)
মহীশূৰৰ নতুন নাম কি ?
উত্তৰ:
কৰ্ণাটক
(৩৩) বুৰঞ্জীৰ আধাৰত ৰচিত
লক্ষ্মীনাথ বেজবৰুৱাৰ নাটকখনৰ নাম কি ?
উত্তৰ:
জয়মতী কুঁৱৰী
(৩৪) অসমীয়া সাহিত্যৰ চৰা কিমান চনত প্ৰতিষ্ঠা হৈছিল ?
উত্তৰ:
১৮৭২ চনত
(৩৫) GST কেইপ্ৰকাৰৰ
হয় ?
উত্তৰ: ৪
প্ৰকাৰৰ
(৩৬) কটন কলেজৰ প্ৰতিষ্ঠাপক
কোন আছিল ?
উত্তৰ:
হেনৰী কটন আছিল
(৩৭) অসমীয়া ভাষাত বুৰঞ্জী লিখোতা প্ৰথম আহোম স্বৰ্গদেউজন (First ahom king to write buranji)কোন আছিল ?
উত্তৰ:
স্বৰ্গনাৰায়ণ
(৩৮) কেবিনেট মিশ্যন ভাৰতলৈ
কেতিয়া আহিছিল ?
উত্তৰ:
১৯৪৬ চনত
(৩৯) লক্ষ্মীনাথ বেজবৰুৱা ‘সেউতী(Heuti)’ গল্পটো , কেতিয়া প্ৰকাশ কৰা হৈছিল?
উত্তৰ:- ১৮৯২ চনৰ মে’ মাহৰ জোনাকীত চতুৰ্থ বছৰৰ চতুৰ্থ সংখ্যাত ।
(৪০) ভদৰী
নামৰ অসমীয়া চুটিগল্পটোৰ লেখক কোন?
উত্তৰ:-
লক্ষ্মীনাথ বেজবৰুৱা।