ASSAM GK 2023 IN ASSAMESE Part 8 / সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ 2023
Here
are the Assam GK questions and answers for all competitive
exams) Read all these most important Assam Gk - Assam
General Knowledge, Assam History, Assam Current Affairs quiz in order to answer
the questions :
ASSAM GK 2023 IN ASSAMESE Part 8/ সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ 2023
১) অসম আন্দোলনত মৃত্যু হোৱা প্ৰথ.ম শ্বহীদ জন কোন আছিল?
উত্তৰ : খৰ্গেশ্বৰ তালুকদাৰ।
২) চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰ : বীৰপাল।
৩) অসমৰ উচ্চ ন্যায়ালয় ক’ত অৱস্থিত?
উত্তৰ : গুৱাহাটী।
৪) অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?
উত্তৰ : গোপীনাথ বৰদলৈ।
৫) কেন্দ্ৰীয় মন্ত্ৰী সভাত স্থান লা.ভ কৰা প্ৰ.থম অস.মীয়া মহিলা গৰাকী কোন?
উত্তৰ : ৰেণুকা দেৱী বৰকটকী।
৬) আহোম সাম্ৰাজ্ৰ ৰাজধানী (Ahom capital)চৰাইদেউ কোন চনত স্থপিত হৈছিল?
উত্তৰ : ১২৫৩ চনত।
৭) অসমৰ প্ৰথম মহিলা মুখ্য মন্ত্ৰী কোন আছিল?
উত্তৰ : ছৈয়দা আনোৱাৰা টাইমূৰ।
৮) আহোম আৰু মোগল(Ahom and Moghal) সকলৰ শেষ ৰণ খন কোন চনত হৈছিল?
উত্তৰ : ১৬৮১ চনত।
৯) অসমত প্ৰথম ধ্বংসত্মক (Devastating Earthquake) ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল?
উত্তৰ : ১৫৪৮ চনত।
১০) অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল?
উত্তৰ : ১৯২০ চনত।
১১) গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল?
উত্তৰ : ১৯৪৮ চনত।
১২) কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল?
উত্তৰ : ১৬৭১ চনত।
১৩) অসমৰ প্ৰখ্যাত মন্দিৰ ‘উমানন্দ(Umananda)’ কেতিয়া নিৰ্মাণ কৰা হৈছিল?
উত্তৰ : ১৬৯৪ চনত।
১৪) মূলাগাভৰু কাৰ পত্নী আছিল?
উত্তৰ : ফ্ৰাচেংমুং বৰগোঁহাই
১৫) কাক গড়গঞা ৰজা বুলি জনা যায়?
উত্তৰ : চুক্লেণমুং
১৬) নগা আলি কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ : চুক্লেণমুং
১৭) ৰুদ্ৰসাগৰ পুখুৰী কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ : লক্ষ্মী সিংহই
১৮) ম'হগড় ৰণ
কাৰ কাৰ মাজত হৈছিল?
উত্তৰ : চন্দ্ৰকান্ত সিংহ আৰু মানৰ
১৯) মাজুলী সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল?
উত্তৰ : ১৫৬৩ চনত
২০) পৃথিৱীৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ‘ডিগবৈ তেল শোধনাগাৰ’
কেতিয়াৰ পৰা কাৰ্যক্ষম হয়?
উত্তৰ : ১৯০১ চনৰ পৰা।
২১) অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল?
উত্তৰ : ১৮৪৭ চনত।
২২) ‘টেলিফোন’ আৰু ‘টেলিগ্ৰাফ’ সেৱা অসমত প্ৰচলিত হৈছিল?
উত্তৰ : ১৮৬৬ চনৰ পৰা।
২৩) অসমত ৰাষ্ট্ৰপতি (President rule )শাসন প্ৰথমবৰৰ বাবে কেতিয়া পৰা বলৱৎ কৰা হৈছিল?
উত্তৰ : ১৯৭৯ চনৰ পৰা।
২৪) অসম সাহিত্য সভাৰ(Assam sahitya sabha) প্ৰথম অধিৱেশন কেতিয়া অনুস্থিত হৈছিল?
উত্তৰ : ১৯১৭ চনত।
২৫) অসমত কোন চনৰ পৰ মা.টিৰ ম্যাদী (Miadi Protha)প্ৰথা’ৰ প্ৰচলন আৰম্ভ হৈছিল?
উত্তৰ : ১৮৮৬ চনৰ পৰা।
২৬) জয়দল, জয়সাগৰ
পুখৰী (jaysagar pond)আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল?
উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰসিংহ।
২৭) অসমত 600 বছৰৰো অধিক কাল ৰাজত্ কৰা আহোম সকলৰ ৰাজধানী চহৰ খনৰ
নাম কি?
উত্তৰ : শিৱসাগৰ।
২৮) আহোম(Ahoms) সকলৰ শেষ কীৰ্ত স্তম্ভটো গুৱাহাতীৰ ক’ত অৱস্থিত?
উত্তৰ : বশিষ্ঠাশ্ৰমত।
২৯) 1889 চনত অসমৰ কোনখন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰৱা তেল
আৱিস্কাৰ হৈছিল?
উত্তৰ : ডিগবৈ।
৩০) অসমৰ কোনজন স্বৰ্গদেউক(Known as lora raja) ‘ল’ৰা ৰজা’ বুলিও জনা যায়?
উত্তৰ : ৰত্নধ্বজ সিংহ বা চুলিকফা।
৩১) স্বাধীনতাৰ পাছত গোপীনাথ বৰদলৈ অস.মৰ প্ৰথম মুখ্যমন্ত্ৰী হোৱাৰ
সম,য়ত বিৰোধী পক্ষৰ নেতা কোন আছিল?
উত্তৰ : গৌৰীশংকৰ ভট্টাচাৰ্য।
৩২) অসম মন্ত্ৰী পৰিষদ.ৰ সদস্য প.দ লাভ কৰা প্ৰথম গ/ৰাকী মহিলা কোন আছিল?
উত্তৰ : শ্ৰীমতী পদ্ম কুমাৰী গোহাঁই।
৩৩) স্বাধীনতাৰ পাছত বিধান সভাৰ প্ৰথম(Bidhan sabha) অধ্যক্ষ কোন আছিল?
উত্তৰ : হৰেশ্বৰ গোস্বামী।
৩৪) অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?
উত্তৰ : আকবৰ হাইদৰী।
৩৫) অসমৰ ‘কুমাৰ ৰজা’ বুলি পৰিচিত ব্যক্তি গৰাকী কোন?
উত্তৰ : ভাস্কৰ বৰ্মন।
৩৬) অসমৰ প্ৰথম ব্ৰিটিছ ছীফ কমিছনাৰ কোন আছিল?
উত্তৰ : কলোনেল কীটিং।
৩৭) ‘অভ্যন্তৰীণ সীমা আইন’ কেতিয়া কাৰ্যকৰী কৰা হয়?
উত্তৰ : ১৮৭৩ চনত।
৩৮) প্ৰাচীন কামৰুপৰ কোন গৰাকী ৰাজকুমাৰীক কাশ্মীৰৰ ৰজাই বিয়া
কৰাইছিল?
উত্তৰ : মেঘবাহনে
৩৯) ব্ৰহ্মপুত্ৰ নদীক তিনিটা নদীৰ ‘সংগমস্থলী’(Sangamsthal) বুলি কোৱা হয়?
উত্তৰ : দিহিং, দিবং আৰু
লোহিত নদী।
৪০) আহোম আৰু মোগলৰ মজৰ শেষ যুদ্ধ(last battle of ahom and moghal) খন কোন চনত আৰু ক’ত অনুষ্ঠিত
হৈছিল?
উত্তৰ : ১৬৮১ চনৰ ইটাখুলি নামৰ ঠাইত।
৪১) গুৱাহাটী বিশ্ববিদ্যালয় খন কেতিয়া স্থাপিত হৈছিল?
উত্তৰ : ১৯৪৮ চনত।
৪২) ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যগ কোনটো?
উত্তৰ : ইষ্ট ইণ্ডি.য়া কোম্পানী.ৰ দ্বাৰা স্থাপি.ত চাবুৱা চাহ বাগিছা।
৪৩) অসম আক্ৰমণ কৰা প্ৰথম মোগল আক্ৰম,ণকাৰী কোন আছিল?
উত্তৰ : মহম্মদ ইবন বখ্তিয়াৰ।
৪৪) কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অসমৰ কত আৰু কেতিয়া অনষ্ঠিত হৈছিল?
উত্তৰ : ১৯২৬ চনত গুৱাহাটীৰ পাণ্ডুত।