Assam GK in Assamese Language PART 38| Assamese General Knowledge-Buranjipedia

  

Assam GK in Assamese Language | Assamese General Knowledge-Buranjipedia

Assam GK MCQs -  Assam GK Questions & Answers in Assamese Language

Assam GK MCQ & General Knowledge

Here are the  Assam GK MCQ & General Knowledge questions and answers for all competitive exams) Read all these most important Assam GK MCQ & General Knowledge- Assam General Knowledge, Assam History, Assam Current Affairs quiz in order to answer the questions :-By Buranjipedia

Assam GK in Assamese Language | Assamese General Knowledge-Buranjipedia

Assam GK MCQ & General Knowledge

) সংসদত 2022 - 23 বৰ্ষৰ বাজেট কোনে উত্থাপন কৰে?

উত্তৰ : বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন

২)ভাৰতৰ পৰৱৰ্তী ড্ৰাগ কণ্ট্ৰ’লাৰ বনাবলৈ কাক পৰামৰ্শ দিয়া হৈছে?

উত্তৰ : ৰাজীৱ সিং ৰঘুবংশী

৩)৭৪ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত কোনখন ৰাজ্যৰ প্ৰতীকপটে “People choice award” লাভ কৰে?

উত্তৰ : গুজৰাট

৪)তলৰ কোনখন চহৰত Aero india show ২০২৩ আয়োজন কৰা হ’ব?

উত্তৰ : বেংগালুৰু

৫)২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতে কোনখন দেশক আন্তঃৰাষ্ট্ৰীয় সৌৰ সংস্থাত অন্তৰ্ভুক্ত কৰিছিল?

উত্তৰ : কংগো

৬)ৱক্সেন বিশ্ববিদ্যালয়ে ছোৱালীৰ বাবে project aspiration ক’ত আৰম্ভ কৰিছে?

উত্তৰ : তেলেংগানা

৭)এৰো ইণ্ডিয়া শ্ব’-২০২৩ ক’ত আয়োজন কৰা হ’ব?

উত্তৰ : বাংগালুৰু

৮)ৰাষ্ট্ৰীয় শিশু বিজ্ঞান কংগ্ৰেছ’ ক’ৰ পৰা আৰম্ভ হৈছে ‘?

উত্তৰ : আহমেদাবাদ

) শেহতীয়াকৈ সম্পন্ন হোৱা বেইজিং শীতকালীন অলিম্পিক 2022 ত কোন দেশে সৰ্বাধিক পদক লাভ কৰে?

উত্তৰ : নৰৱে

১০) ভাৰতীয় ৰেলৱে ক'ত দেশৰ প্ৰথম cable railway bridge নিৰ্মাণ কৰিছে?

উত্তৰ : জম্মু কাশ্মীৰ

১১) ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় সামুদ্ৰিক সুৰক্ষা সমন্বয়ক কোন হৈছে?

উত্তৰ : জি অশোক কুমাৰ

১২) কোনখন ৰাজ্যই নদী সমূহত night navigation মোবাইল এপ মুকলি কৰা ভাৰতৰ প্ৰথম ৰাজ্য হৈছে?

উত্তৰ : অসম

১৩) 2022 বৰ্ষৰ Business leader of the year বঁটা কোনে লাভ কৰিছে?

উত্তৰ : জন পুনাৱালা

১৪) কোনখন ৰাজ্যৰ Start up misson গুগলৰ সৈতে চুক্তিবদ্ধ হৈছে?

উত্তৰ : কেৰালা

১৫) ভাৰতে কোনখন দেশত নিজৰ প্ৰথম আই আই টি স্থাপন কৰিব?

উত্তৰ : সংযুক্ত আৰৱ আমিৰাত

১৬)মায়ামৰা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰ : অনিৰুদ্ধদেৱৰ পঞ্চম পুত্ৰ হৰিময়দেৱে

১৭)বাণীকান্ত কাকতিদেৱ আছিল এগৰাকী-

উত্তৰ : ভাষাতত্ব বিদ

১৮) আন্তৰ্জাতিক ৰবৰ অধ্যয়ন গোটৰ নতুন অধ্যক্ষ কোন হৈছে?

উত্তৰ : কে এন ৰাঘৱন

১৯) IDBI বেংকৰ নতুন MD/CEO কোন হৈছে?

উত্তৰ : ৰাকেশ শৰ্মা

২০) কোনে ভাৰতত প্ৰথম চাইবাৰ কেন্দ্ৰৰ আৰম্ভণি কৰিব?

উত্তৰ : IBM

২১) ৰামানুজন পুৰস্কাৰ কাক প্ৰদান কৰা হৈছে?

উত্তৰ : নীনা গুপ্তা

২২) ভাৰতত 2050 লৈকে কিমানটা নতুন বিমানবন্দৰ নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছে?

উত্তৰ : 220 টা

২৩) কোনখন ৰাজ‍্য চৰকাৰে State OBC Commission গঠন কৰাৰ কথা ঘোষণা কৰিছে?

উত্তৰ : অসম

২৪) SEBI ৰ প্ৰথম মহিলা অধ্যক্ষ কোন হৈছে?

উত্তৰ : মাধবি পুৰী বোচ

২৫) আমেৰিকা উচ্চতম ন্যায়ালয়ৰ First female black judge কোন হৈছে?

উত্তৰ : কেটনজী ব্ৰাউন জেকচন

২৬) কোনখন দেশে বিশ্বৰ সকলোতকৈ ডাঙৰ বিমান 'মৃয়া'ক ধ্বংস কৰে?

উত্তৰ : ৰাছিয়া

২৭) Industry Connect 2022 কোনে উদ্ঘাটন কৰিছে?

উত্তৰ : মনচুখ মন্দভিয়া

২৮) NAAC ৰ নতুনকৈ অধ্যক্ষ পদত কোন নিয়োজিত হৈছে?

উত্তৰ : ভূষণ পটবৰ্ধন

২৯) SAAF ক্ৰছ কান্টি চেম্পিয়নশ্বিপ ৰ কত আয়োজন কৰা হৈছে?

উত্তৰ : কোহিমা, নাগালেণ্ড

৩০)মেৰী কমে অলিম্পিকত কিমান মেডেল লাভ কৰিছিল?

উত্তৰ : এটা

৩১)বৰদলৈ ট্ৰফী কোনবিধ খেলৰ লগত জড়িত?

উত্তৰ : ফুটবল

৩২)অৰুণাচলৰ ৰাজধানী কি আছিল?

উত্তৰ : ইটানগৰ

৩৩)আহোমে মোগলত কোন চনত শৰাইঘাটৰ যুদ্ধত পৰাস্ত কৰিছিল?

উত্তৰ : ১৬৭১ চনত

৩৪)ইয়ান্দাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল?

উত্তৰ : ১৮২৬ চনত

৩৫)অসম কেশৰী কোন?

উত্তৰ : অম্বিকাগিৰী ৰায়চৌধুৰী

৩৬)ৰামায়ণ কোনে ৰচনা কৰিছিল?

উত্তৰ : বাল্মিকী

৩৭)অসম বিধানসভাৰ মুঠ আসন কিমান?

উত্তৰ : ১২৬ খন

৩৮)আটাইতকৈ পাতল ধাতু কি?

উত্তৰ : লিথিয়াম

৩৯) এল আই চি মিউচুৱেল ফাণ্ড ৰ নতুন MD আৰু CEO কোন হৈছে?

উত্তৰ : টি এছ ৰামকৃষ্ণন

৪০) 2022 All England Open Badminton Championships ত ভাৰতৰ লক্ষ্য সেন কিমান স্থানত আছে?

উত্তৰ : দ্বিতীয়

Post a Comment

Previous Post Next Post