Assam GK in Assamese Language PART 39| Assamese General Knowledge-Buranjipedia

   

Assam GK in Assamese Language | Assamese General Knowledge-Buranjipedia

Assam GK MCQs -  Assam GK Questions & Answers in Assamese Language

Assam GK MCQ & General Knowledge

Here are the  Assam GK MCQ & General Knowledge questions and answers for all competitive exams) Read all these most important Assam GK MCQ & General Knowledge- Assam General Knowledge, Assam History, Assam Current Affairs quiz in order to answer the questions :-By Buranjipedia

Assam GK in Assamese Language | Assamese General Knowledge-Buranjipedia

Assam GK MCQ & General Knowledge

) World Civil Protection Day 2022 কেতিয়া পালন কৰা হয়?

উত্তৰ : 1 মাৰ্চ

) কোনখন ৰাজ্যই উট পালন বৃদ্ধি কৰিবলৈ  10 কৌটিৰ বাজেট ঘোষণা কৰিছে?

উত্তৰ : ৰাজস্থান

) গুগল এ কোনখন দেশত প্লেই পাছ চাবস্ক্ৰিপচন সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে?

উত্তৰ : ভাৰত

) International Olympic committee য়ে কোনখন দেশৰ ৰাষ্ট্ৰপতিৰ পৰা শীৰ্ষ অলিম্পিক সন্মান ঘূৰাই লৈছে?

উত্তৰ : ৰাছিয়া

) 2022 বৰ্ষৰ এবেল বঁটা কোনে লাভ কৰিছে?

উত্তৰ : ডেনিচ পাৰ্নেল চুলিভান

) DRDO ই ক'ব্ৰহ্মোছ supersonic cruise missileৰ পৰীক্ষণ কৰে?

উত্তৰ : আন্দামান নিকোবৰ

)আই পি এল দল চেন্নাই চুপাৰ কিংছৰ নতুন অধিনায়ক ৰূপে কাক দায়িত্ব দিয়া হৈছে?

উত্তৰ : ৰবীন্দ্ৰ জাদেজা

) সদ‍্যহতে দৌলযাত্ৰা কোন ৰাজ্যত পালন কৰা হৈছে?

উত্তৰ : পশ্চিম বংগ

) 2022 স্প’ৰ্টষ্টাৰ এছেছ বঁটা বটা কাক প্ৰদান কৰা হৈছে?

উত্তৰ : নীৰজ চোপ্ৰা

১০) Nato দেশসমূহৰ "সৈন্য অভ‍্যাস" ৰেচপন্স ২০২২  কল্ড 'ত আয়োজন কৰা হৈছে?

উত্তৰ : Norway

১১) শেহতীয়াকৈ ক'ত পুতল উৎসৱৰ আয়োজন কৰা হৈছে?

উত্তৰ : নতুন দিল্লী

১২) National-e-Legislation কাৰ্যক্ৰম প্ৰৱৰ্তন কৰা ভাৰতৰ প্ৰথমখন ৰাজ‍্যৰ নাম কি?

উত্তৰ : নাগালেণ্ড

১৩) কোনটো IIT এ মস্তিষ্ক অনুসন্ধান কেন্দ্ৰ স্থাপন কৰিছে?

উত্তৰ : আই আই টি মাদ্ৰাছ

১৪) উত্তৰ প্ৰদেশৰ পুনৰ মুখ্যমন্ত্ৰী কোন হৈছে?

উত্তৰ : যোগী আদিত্যনাথ

১৫) পদ্ম ভূষণ সন্মান লাভ কৰা ভাৰতৰ প্ৰথম para athelette খেলুৱৈ কোন হৈছে?

উত্তৰ : দেবেন্দ্ৰ ঝাঝৰিয়া

১৬) কাৰ্বন নিউট্ৰেল খেতি পদ্ধতি আৰম্ভ কৰা ভাৰতৰ প্ৰথম ৰাজ্য কোনখন হৈছে?

উত্তৰ : কেৰালা

১৭) Singapore Weightlifting Tournament ত মীৰাবাই চানুৱে কি পদক লাভ কৰিবলৈ সক্ষম হৈছে?

উত্তৰ : সোণৰ পদক

১৮) ছাইবাৰ আক্ৰমণত তৃতীয় আটাইতকৈ বেছি প্ৰভাৱিত হোৱা দেশ কোনখন?

উত্তৰ : ভাৰত

১৯) T20I cricketত সকলোতকৈ বেছি ৰাণ কৰা খেলুৱৈ জনৰ নাম কি?

উত্তৰ : ৰোহিত শৰ্মা

২০) কোনটো বিমান বন্দৰ একেৰাহে অষ্টমবাৰৰ বাবে বিশ্বৰ busiest international airport হৈছে?

উত্তৰ : ডুবাই বিমান বন্দৰ

২১) Senior National Chess Competition 2022 কত আয়োজন কৰা হব?

উত্তৰ : কানপুৰ

২২) ভাৰতীয়সকলক যুদ্ধজৰ্জৰিত Ukraine পৰা উদ্ধাৰ কৰিবৰ বাবে কোনটো অপাৰেচন আৰম্ভ কৰা হৈছে?

উত্তৰ : অপাৰেচন গংগা

২৩) ভাৰতে প্রথমবাৰৰ বাবে কিমান আৰৱ ডলাৰ সামগ্ৰীৰ ৰপ্তানি কৰাৰ লক্ষ্যত উপনীত হয়?

উত্তৰ : 400 আৰব ডলাৰ

২৪) মণিপুৰৰ মূখ‍্যমন্ত্ৰী ৰূপে কোনে শপত গ্ৰহণ কৰিছে?

উত্তৰ : এন বীৰেণ সিং

২৫) কোনখন দেশৰ মহিলা এইচ আই ভি ৰ পৰা মুক্ত হোৱা বিশ্বৰ প্ৰথমখন দেশৰ মহিলা?

উত্তৰ : আমেৰিকা যুক্তৰাষ্ট্ৰ

২৬) ৰাষ্ট্ৰীয় polio টীকাকৰণ অভিযান 2022 কোনে আৰম্ভণি কৰিছে?

উত্তৰ : মন্সুষ মন্দাভিয়া

২৭) আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ নতুন অধ্যক্ষ কোন হৈছে?

উত্তৰ : এম্মা তেৰহ'

২৮)শৰাইঘাটৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল?

উত্তৰ : ১৬৭১ চনত

২৯) কোনখন দেশত 2022 বৰ্ষৰ এছিয়া কাপ আয়োজন কৰাৰ কথা ঘোষণা কৰা হৈছে?

উত্তৰ : শ্ৰীলংকা

৩০) কোনখন দেশে ভাৰতৰ সৈতে 1 billion doller credit লাইনত স্বাক্ষৰ কৰিছে?

উত্তৰ : শ্ৰীলংকা

৩১) অইল ইণ্ডিয়া লিমিটেড ৰ অধ‍্যক্ষ ৰূপে কাক নিযুক্তি দিয়া হৈছে?

উত্তৰ : ৰন্জিত ৰথ

৩২) Miss world 2021 ৰ খিতাপ কোনে দখল কৰিছে?

উত্তৰ : কেৰলিনা বিলাৱস্কা (পোলেণ্ড)

৩৩) ভাৰতৰ প্ৰথমটো World Peace Center 'ত নিৰ্মাণ কৰা হ'?

উত্তৰ : গুৰুগ্ৰাম

৩৪) কোনখন ৰাজ্যৰ পুলিচৰ সৈতে ভাৰতীয় সেনাই Suraksha kawach 2 অভ্যাস আয়োজন কৰিছে?

উত্তৰ : মহাৰাষ্ট্ৰ

৩৫) প্ৰধানমন্ত্ৰী Financial Advisory Council ৰ নতুন পূৰ্ণকালীন সদস্য কোন হৈছে?

উত্তৰ : সঞ্জীৱ সন্যাল

৩৬) কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ' dredging museum ' ৰ উদ্ঘাটন কৰে?

উত্তৰ : বিশাসাপট্টনম ( অন্ধ্ৰপ্ৰদেশ)

৩৭) আই বি এম এ কোনখন চহৰত নতুন চাইবাৰ সুৰক্ষা কেন্দ্ৰ মুকলি কৰিছে?

উত্তৰ : বাংগালোৰ

৩৮)পথৰুৱা ঘাটৰ ৰণ কত সংঘটিত হৈছিল?

উত্তৰ : দৰং (১৮৯৪ চনৰ ২৮ জানুৱাৰী)

৩৯)ভাৰতৰ নবেল বঁটা প্ৰথম কোনে লাভ কৰিছিল?

উত্তৰ : ৰবীন্দ্ৰনাথ ঠাকুৰ

৪০) ' এছ আৰ এফ Limited board য়ে ' কাক CMD হিচাপে নিযুক্তি দিয়ে?

উত্তৰ : আশীষ ভৰত ৰাম

Post a Comment

Previous Post Next Post