Assam GK in Assamese Language | Assamese General Knowledge-Buranjipedia
Assam GK MCQs - Assam GK Questions & Answers in Assamese Language
Assam GK MCQ & General Knowledge
Here are the Assam GK MCQ & General Knowledge questions and answers for all competitive exams) Read all these most important Assam GK MCQ & General Knowledge- Assam General Knowledge, Assam History, Assam Current Affairs quiz in order to answer the questions :-By Buranjipedia
Assam GK MCQ & General Knowledge
১) DRDO ই বায়ুতে ধ্বংস কৰিব
পৰা এম আৰ এছ এম মিছাইলৰ ক'ত পৰীক্ষণ কৰে?
উত্তৰ : চান্দিপুৰ, ওড়িশা
২) 2022 বৰ্ষৰ গঁড় গণনাত
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ সংখ্যা মুঠ কিমান হৈছে?
উত্তৰ : 2613 টা
৩)ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ ৰচক কোন?
উত্তৰ : ৰবীন্দ্ৰনাথ ঠাকুৰ
৪)হালধীয়া চৰায়ে বাওধান খায় কাৰ ৰচনা?
উত্তৰ : হোমেন বৰগোহাঞি
৫)সতী সাধনী কোন বংশৰ আছিল?
উত্তৰ : চুতীয়া
৬)এক মিলিয়লত কিমান?
উত্তৰ : ১০ লাখ
৭)বিশ্ব স্বাস্হ্য সংস্হা(WHO)ৰ মূখ্য কাৰ্য্যালয় ক'ত আছে?
উত্তৰ : জেনেভা
৮)আনন্দমঠ ৰ লিখক কোন আছিল?
উত্তৰ : বংকিমচন্দ্ৰ চট্টোপাধ্যায়
৯)ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল___চনত।
উত্তৰ : 1885 চনত
১০)অসম চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল
উত্তৰ : ১৯৮৫ চনত
১১)গাৰো,খাচী,জয়ন্তীয়া লোক সকল প্ৰধানকৈ কোনখন ৰাজ্যত পোৱা যায়?
উত্তৰ : মেঘালয়
১২) ভাৰতীয় বন
অনুসন্ধান সংস্থানৰ নিৰ্দেশক কোন হৈছে?
উত্তৰ : ৰেণু সিং
১৩) ভাৰতৰ প্ৰথম Biomass Based Hydrogen Plant ক'ত স্থাপন কৰা হব?
উত্তৰ : মধ্যপ্ৰদেশ
১৪) TATA
sons private limited ৰ পুনৰ অধ্যক্ষ কোন হৈছে?
উত্তৰ : এন চন্দ্ৰশেখৰন
১৫) কোন ৰাজ্যত নতুন
স্তন্যপায়ী হোৱাইট চিকড মেকাক আৱিষ্কাৰ কৰা হৈছে?
উত্তৰ : অৰুণাচল প্ৰদেশ
১৬) Chandrayaan 3 কেতিয়া আৰম্ভ কৰাৰ
সিদ্ধান্ত লোৱা হৈছে?
উত্তৰ : আগষ্ট 2022
১৭) Under 19 Cricket Worldcup 2022 ৰ খিতাপ কোনে লাভ
কৰে?
উত্তৰ : ভাৰত
১৮) National defence
academyৰ নতুন প্ৰক্ষিক্ষক ৰূপে কাক নিযুক্তি দিয়া হয়?
উত্তৰ : সঞ্জয় কুমাৰ
১৯) 'Ministry
of Finance' ৰ বিত্তীয় সেৱা বিভাগৰ সচিব কোন হৈছে?
উত্তৰ : সঞ্জয় মালহোত্ৰা
২০) এছিয়ান বিকাশ বেংকে
2021 বৰ্ষত কোনখন দেশক
ৰেকৰ্ড সংখ্যক 4)6 Billion American
doller ঋণ প্ৰদান কৰে?
উত্তৰ : ভাৰত
২১) Vikram Sarabhai
Space Centre ৰ নতুন অধ্যক্ষ কোন হৈছে?
উত্তৰ : ড) উন্নিকৃষ্ণন নায়াৰ
২২) India Press Freedom
Report 2021 বৰ্ষত কোনখন ৰাজ্যই
শীৰ্ষস্থান দখল কৰিছে?
উত্তৰ : জম্মু কাশ্মীৰ
২৩) ৰাজ্যই পৰিষ্কাৰ
পৰিচ্ছন্নতাৰ বাবে The CLAP
Campaign আৰম্ভ কৰিছে?
উত্তৰ : অন্ধ্ৰ প্ৰদেশ
২৪) কোনখন সাধুকথা
সংকলনৰ বাবে ৰত্নেশ্বৰ নাৰ্জাৰীলৈ বড়াে ভাষাৰ Children's Literature
Academy Award প্ৰদান কৰা হৈছে?
উত্তৰ : দিখুৰা চলােবাথা
২৫) বড়াে ভাষাৰ Sahitya Akademi
Youth Award ২০২১ কোনে লাভ কৰিছে?
উত্তৰ : গৌতম দৈমাৰী
২৬) কোনখন কাব্যগ্রন্থৰ
বাবে গৌতম দৈমাৰীলৈ বড়াে ভাষাৰ সাহিত্য অকাডেমি যুৱ বঁটা প্ৰদান কৰা হৈছে?
উত্তৰ : জিও গৌনাং সহ
২৭) কোনখন শিশু সাহিত্যৰ
বাবে মৃণাল কলিতাই Assam Sahitya Academy Award ২০২১ কোনে লাভ
কৰিছে?
উত্তৰ : বকুল ফুলৰ দৰে
২৮) Assam Sahitya
Academy Youth Award ২০২১ কোনে লাভ কৰিছে?
উত্তৰ : অভিজিৎ বৰা
২৯)২০২৩ চনৰ ২ ফেব্ৰুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ জি-২০ শীৰ্ষ
সন্মিলনৰ প্ৰথম নিয়োগ কৰ্মগোটৰ বৈঠক কোনখন চহৰত অনুষ্ঠিত হ’ব?
উত্তৰ : যোধপুৰ
৩০)শেহতীয়াকৈ ২০২২ চনৰ ICC Spirit Of Cricket
Award ৰে কোনে সন্মানিত হৈছে?
উত্তৰ : আছিফ শ্বেখ (নেপালী ক্ৰিকেটাৰ)।
৩১)শেহতীয়াকৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে oscar ৰ মনোনয়ন পোৱা প্ৰথম asian অভিনেত্ৰী কোন?
উত্তৰ : M Yeoh (মালয়েছিয়ান অভিনেত্ৰী)
৩২)আন্তঃৰাষ্ট্ৰীয় হ'ল'কাষ্ট দিৱস কেতিয়া
পালন কৰা হৈছে?
উত্তৰ : ২৭ জানুৱাৰী।
৩৩)কোনখন দেশক ‘বায়’এছিয়া ২০২৩’ৰ অংশীদাৰ দেশ
হিচাপে নিৰ্বাচিত কৰা হৈছে?
উত্তৰ : ইউ কে
৩৪)৭৪ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত কোনখন ৰাজ্যৰ প্ৰতীকপটে
প্ৰথম পুৰস্কাৰ লাভ কৰিছে?
উত্তৰ : উত্তৰাখণ্ড
৩৫)তলৰ কোনখন দেশৰ পৰা ভাৰতে ১২ টাতকৈ অধিক leopard অনাৰ চুক্তি স্বাক্ষৰ কৰিছিল?
উত্তৰ : দক্ষিণ আফ্ৰিকা
৩৬)২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত কোনখন ৰাজ্য চৰকাৰে ইছলাম নগৰ
গাঁৱৰ নাম জগদীশপুৰ নামে নামাকৰণ কৰিলে?
উত্তৰ : মধ্য প্ৰদেশ
৩৭)কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ‘লাদলী বাহনা’ আঁচনি ঘোষণা
কৰিছে?
উত্তৰ : মধ্যপ্ৰদেশ
৩৮) শেহতীয়াকৈ Railway board ৰ নতুন অধ্যক্ষ আৰু CEO হিচাপে কাক নিযুক্তি দিয়া
হৈছে?
উত্তৰ : বি কে ত্রিপাঠী
৩৯) উত্তৰ-পূৰ্বাঞ্চলৰ
কোনখন ৰাজ্যত ভাৰতৰ প্ৰথমখন Bambo Garden স্থাপন কৰা হৈছে?
উত্তৰ : ত্ৰিপুৰা
৪০) কোন এছিয়ান দেশে
শেহতীয়াকৈ ইয়াৰ National Security Policy (NSP)উন্মােচন কৰিছে?
উত্তৰ : পাকিস্তান