Assam GK in Assamese Language | Assamese General Knowledge-Buranjipedia
Assam GK MCQs - Assam GK Questions & Answers in Assamese Language
Assam GK MCQ & General Knowledge
Here are the Assam GK MCQ & General Knowledge questions and answers for all competitive exams) Read all these most important Assam GK MCQ & General Knowledge- Assam General Knowledge, Assam History, Assam Current Affairs quiz in order to answer the questions :-By Buranjipedia
Assam GK MCQ & General Knowledge
১) শেহতীয়াকৈ কোন খন
ৰাজ্যত কেন্দ্রীয় চৰকাৰে Khelo India Youth Sports 2022-23 আয়ােজন কৰিবলৈ অনুমােদন
জনাইছে?
উত্তৰ : মধ্য প্রদেশ
২) কোন ভাৰতীয় বন সেৱা
বিষয়ক পৰিৱেশ, বন আৰু জলবায়ু
পৰিৱৰ্তন মন্ত্ৰালয়ৰ বন সঞ্চালক প্রধান আৰু বিশেষ সচিব হিচাপে নিযুক্তি দিয়া
হৈছে?
উত্তৰ : চন্দ্র প্রকাশ গােৱেল
৩) শেহতীয়াকৈ এন ডি আৰ এফ এ 17 তম প্ৰতিষ্ঠা দিৱস
কেতিয়া পালন কৰে?
উত্তৰ : 19 জানুৱাৰী
৪) শেহতীয়াকৈ
সৰ্বশ্ৰেষ্ঠ FIFA পুৰুষ খেলুৱৈৰ বঁটা কোনে লাভ কৰিছে?
উত্তৰ : ৰবাৰ্ট লেৱান্দস্কী
৫) শেহতীয়াকৈ Indian Armyৰ নতুন উপ প্ৰমুখ হিচাপে কাক নিযুক্তি দিয়া হয়?
উত্তৰ : মনোজ পাণ্ডে
৬) শিশু সাহিত্যৰ বাবে
বড়াে ভাষাৰ Sahitya Academi Award 2021কোনে লাভ কৰিছে?
উত্তৰ : ৰত্নেশ্বৰ নাৰ্জাৰী
৭)কোনখন দেশক আটাইতকৈ দৰিদ্ৰ দেশৰ পৰা দ্ৰুতগতিত বৃদ্ধি
পোৱা দেশৰ ভিতৰত অন্যতম বুলি বিশ্ব বেংকে প্ৰশংসা কৰিছে?
উত্তৰ : বাংলাদেশ।
৮) ভাৰত আৰু কোনখন দেশৰ
মাজত business and
financial cooperationৰ বাবে চুক্তি হৈছে?
উত্তৰ : সংযুক্ত আৰৱ আমিৰাত
৯) আন্তৰ্জাতিক
মাতৃভাষা দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ : 21 ফেব্ৰুৱাৰী
১০)Hand
Sensitizer-ত তলৰ কোনবিধ কি দ্ৰৱ ব্যৱহাৰ কৰা হয়?
উত্তৰ : এলক'হল
১১) বিবিচি sports
women of the year বঁটা 2021 কোনে লাভ কৰিছে?
উত্তৰ : মীৰাবাই চানু
১২)‘চিপাহী বিদ্ৰোহ’ৰ
লগত জড়িত ব্যক্তি গৰাকী কোন?
উত্তৰ:মঙ্গল পাণ্ডে
১৩) কনিষ্ক_____বংশৰ এজন শ্রেষ্ঠ
ৰজা আছিল।
উত্তৰ: কুশান
১৪)শ্বেৰ শ্বাহ চুৰীৰ
দুৰ্গ ক’ত অৱস্থিত?
উত্তৰ: সহশ্রম
১৫) গৌতম বুদ্ধৰ জন্ম
ক’ত হৈছিল?
উত্তৰ: লুম্বিনী
১৬) ছাহজাহানে তলৰ কোনটো
সাজিছিল?
উত্তৰ: তাজমহল
১৭) ভাৰত আৰু কোনখন দেশে
মৎস্যপালনৰ ক্ষেত্ৰত Fifth Executive Meetingৰ আয়োজন কৰে?
উত্তৰ : শ্ৰীলংকা
১৮) প্ৰতিৰক্ষা
মন্ত্ৰালয়ত Advisor ৰূপে কাক নিযুক্তি দিয়া হৈছে?
উত্তৰ : বিনোদ জী খণ্ডৰে
১৯) কোনখন দেশৰ Minister of Foreign
Affairs ৱাং য়ী ভাৰত ভ্ৰমণলৈ আহিছে?
উত্তৰ : চীন
২০) Earnings per person
ৰ হিচাপত ভাৰতৰ কোনখন ৰাজ্য শীৰ্ষত আছে?
উত্তৰ : ছিক্কিম
২১) Badminton
Association of India ৰ অধ্যক্ষ ৰূপে পুনৰ কাক নিৰ্বাচন কৰা হৈছে?
উত্তৰ : হিমন্ত বিশ্ব শৰ্মা
২২) Bhava
Atomic Reserch Centreৰ নতুন অধ্যক্ষ ৰূপে কাক নিযুক্তি দিয়া হৈছে?
উত্তৰ : শশী সিনহা
২৩) কোনখন ৰাজ্য চৰকাৰে Anti-corruption Helpline নম্বৰ আৰম্ভ কৰাৰ কথা
ঘোষণা কৰিছে?
উত্তৰ : পাঞ্জাব
২৪) জৈন ধৰ্মৰ ২৪তম তীর্থাংকৰৰ নাম কি?
উত্তৰ: মহাবীৰ
২৫) পুৰণি কালত দিল্লী কি নামেৰে জনা গৈছিল?
উত্তৰ: ইন্দ্ৰপ্ৰস্থ
২৬) ‘ভাৰতৰ নেপোলিয়ন’ বুলি কাক কোৱা হয়?
উত্তৰ: সমুদ্র গুপ্ত
২৭) ১৫২৬ চনৰ Battle of panipath কাৰ কাৰ মাজত
হৈছিল?
উত্তৰ: বাবৰ আৰু ইব্রাহিম লোডীৰ মাজত
২৮) তলৰ কোনখন গ্ৰন্থ The History of
Kashmir ৰ তথ্য সম্বলিত উৎস?
উত্তৰ: কলহনৰ ‘ৰাজতৰঙ্গিনী’
২৯) ভাৰতৰ প্ৰথমটো Steel Way ক'ত উদঘাটন কৰা হৈছে?
উত্তৰ : গুজৰাট
৩০) 'National
Culture Festival' 2022 ক'ত আয়োজন কৰা হৈছে?
উত্তৰ : অন্ধ্ৰপ্ৰদেশ
৩১) Ministry of Defence
য়ে কিমানখন নতুন সৈনিক স্কুল স্থাপনত মঞ্জুৰী প্ৰদান কৰে?
উত্তৰ : 21
৩২)
International Labour Organisation (ILO)ৰ মহানিৰ্দেশক কোন হৈছে?
উত্তৰ : গিলবাৰ্ট হৌংৱৌ
৩৩) অসমৰ দ্বিতীয়খন Military School ক'ত স্থাপন কৰাৰ কথা
ঘোষণা কৰা হৈছে?
উত্তৰ : কাছাৰ
৩৪) শংকৰ প্ৰসাদ শৰ্মাক
কোনখন দেশৰ Ambassador হিচাপে ভাৰতত নিযুক্তি দিয়া হৈছে?
উত্তৰ : নেপাল
৩৫) অসম আৰু কোনখন
ৰাজ্যৰ মাজত 50 বছৰীয়া Settlement of
boundary dispute ৰ বাবে চুক্তি হৈছে?
উত্তৰ : মেঘালয়
৩৬)কোন চনৰ আইনে ভাৰতত দাসত্ব বিলুপ্ত কৰিছিল?
উত্তৰ:- ১৮৩৩ চনৰ
আইন
৩৭)কোনজন ব্ৰিটিছ গভৰ্ণৰে সহায়ক মিত্ৰতা প্ৰণালী
বিকশিত কৰিছিল?
উত্তৰ:- লৰ্ড
ৱেলেছলী
৩৮)কোন চনত ভাৰতীয় বিশ্ববিদ্যালয় আইন গৃহীত হৈছিল?
উত্তৰ:- ১৯০৪ চনত
৩৯)কোন মোগল শাসকক দুবাৰ সিংহাসনত নিযুক্তি দিয়া হৈছিল?
উত্তৰ:- হুমায়ুন
৪০)মহাত্মা গান্ধীজীৰ জন্ম কোন চনত হৈছিল?
উত্তৰ:- ১৮৬৯ চনত