Assam GK in Assamese Language | Assamese General Knowledge-Buranjipedia
Assam GK MCQs - Assam GK Questions & Answers in Assamese Language
Assam GK MCQ & General Knowledge
Here are the Assam GK MCQ & General Knowledge questions and answers for all competitive exams) Read all these most important Assam GK MCQ & General Knowledge- Assam General Knowledge, Assam Historical record, Assam Current Affairs quiz in order to answer the questions :-By Buranjipedia
Assam GK MCQ & General Knowledge
১) হিটলাৰ কেতিয়া জাৰ্মানীৰ উপদেষ্টা (Chancellor)হৈছিল?
উত্তৰ: ১৯৩৩ খ্রীষ্টাব্দ
২) ৰাজস্থানৰ আজমীৰত অৱস্থিত ‘Taragarh Fort' কোনে নির্মাণ কৰিছিল?
উত্তৰ: আকবৰে
৩) তলত দিয়াবোৰৰ ভিতৰত কোনগৰাকী অশোকৰ জীয়েক হয়?
উত্তৰ: সংঘমিত্রা
৪) তলত দিয়াবোৰৰ ভিতৰত কোনজন The Great alexander
ৰ সমসাময়িক ৰজা আছিল?
উত্তৰ: অশোক
৫) পৃথিৱী পৰিভ্ৰমণ কৰা প্ৰথমগৰাকী ব্যক্তি কোন?
উত্তৰ: মেগেলান
৬) বিশ্বৰ আটাইতকৈ প্ৰদূষিত
দেশ কোনখন হৈছে?
উত্তৰ : বাংলাদেশ
৭) মহাকাশ সংস্থা NASA ই নতুনকৈ কিমানটা
গ্ৰহ আৱিষ্কাৰ কৰিছে?
উত্তৰ : 65
৮) প্ৰধানমন্ত্ৰী
নৰেন্দ্ৰ মোদীয়ে শ্বহীদ দিৱসৰ লগত সংগতি ৰাখি Biplavi Bharati Gallery' ক'ত উদঘাটন কৰিছে?
উত্তৰ : ভিক্টোৰিয়া মেমোৰীয়েল হ'ল (ক'লকাতা)
৯)
BIMSTEC শিখৰ সন্মিলন 2022 ত ভাৰতৰ তৰফৰ পৰা কোনে অধ্যক্ষতা কৰিব?
উত্তৰ : নৰেন্দ্ৰ মোদী
১০) _______ৰ শাসন কালত তুলসীদাসে ৰামচৰিৰ্তমানস ৰচনা
কৰিছিল?
উত্তৰ: আকবৰ
১১) পুৰণি ভাৰতৰ কোনগৰাকী সম্ৰাটৰ ৰাজত্বকালৰ
সময়ছোৱাক ‘Golden Age আখ্যা দিয়া হয়?
উত্তৰ: দ্বিতীয় চন্দ্রগুপ্ত
১২) দিল্লীৰ টোগলক বংশৰ শেষৰজন চুলতান কোন আছিল?
উত্তৰ: নাছিৰুদ্দিন মাহমুদ
১৩) টাইমূৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল?
উত্তৰ: ১৩৯৮ চনত
১৪) মহেঞ্জোদাৰো আৰু হৰাপ্পা সভ্য়তা ক’ত অৱস্থিত?
উত্তৰ: পাকিস্তান
১৫) ‘মগধ’ নামৰ ঠাইখিনি কোন ৰাজ্যত অৱস্থিত?
উত্তৰ: বিহাৰ
১৬) ১৩০৩ খ্রীষ্টাব্দত আলাউদ্দিন খিল্জিয়ে Chittore আক্ৰমণ কৰি জয় কৰাৰ সময়ত তাত কোনে শাসন কৰিছিল?
উত্তৰ: ৰাণা ৰতন সিং
১৭) দিল্লীৰ কুতুব মিনাৰৰ আধাৰশিলা কোনে স্থাপন
কৰিছিল?
উত্তৰ:কুতুবুদ্দিন আইবাক
১৮) পুৰুৱে আলেকজেণ্ডাৰক আক্রমণ কৰাৰ কাৰণ?
উত্তৰ: তেওঁৰ সম্পত্তি ডকাইতি কৰিবলৈ
১৯) 2022 বৰ্ষৰ গণনাত Urang National Park
ত কিমানটা গঁড় পোৱা গৈছে?
উত্তৰ : 125
২০)নামঘোষা কাৰ ৰচনা?
উত্তৰ : মাধৱদেৱ
২১)শেহতীয়াকৈ কোনে উদ্বোধন কৰিছে ভাৰতৰ প্ৰথম মডেল জি-২০
সন্মিলন?
উত্তৰ : অমিতাভ কান্ত
২২) কোন মহিলা ক্ৰিকেটাৰক ICC ৰ ২০২২
চনৰ শ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত কৰা হয়?
উত্তৰ : নেট চাইবাৰ
২৩) হিন্দী ভাষাত 'সম্রাট অশােক' নাটকৰ বাবে কাক সাহিত্য
অকাডেমি বঁটা ২০২১ প্ৰদান কৰা হৈছে?
উত্তৰ : দয়া প্রকাশ সিনহা
২৪) 'তৌৰগ্য মহোৎসৱ' 2022 কত আয়োজন কৰা হয়?
উত্তৰ : অৰুণাচল প্ৰদেশ
২৫) ভাৰতৰ কোনটো
কোম্পানীয়ে ভাৰতৰ প্ৰথম বুদ্ধিমান বাৰ্তাবাহক (intelligent messenger)Apps
মুকলি কৰিছে?
উত্তৰ : Paytm money
২৬) কোন মন্ত্ৰণালয়ে
দুৰ দুৰণি পৰিভ্ৰমণ কৰা বাছসমূহত ফায়াৰ এলাৰ্ম লগোৱা বাধ্যতামূলক কৰিছে?
উত্তৰ : Ministry of road trউত্তৰport & highways
২৭) বিশ্বত Steelৰ আটাইতকৈ বেছি উৎপাদক দেশ
কোনখন?
উত্তৰ : চীন
২৮) কোনে Britannia ৰ অতিৰিক্ত নিৰ্দেশক পদৰ পৰা পদত্যাগ কৰিলে?
উত্তৰ : ঊৰ্জিত পেটেল
২৯) প্ৰতিৰক্ষা
মন্ত্ৰালয় অনুসৰি কোনটো ৰক্ষা বলত মহিলা Fighter Pilot ক স্থায়ীভাৱে
চামিল কৰা হব?
উত্তৰ : ভাৰতীয় বায়ু সেনা
৩০) শেহতীয়াকৈ Genesis পুৰস্কাৰ- 2022 কোনে লাভ কৰিছে?
উত্তৰ : এলবাৰ্ট বোৰলা
৩১) শেহতীয়াকৈ কোনে ' SARTHI ' নামেৰে এটা মোবাইল এপ্
মুকলি কৰিছে?
উত্তৰ : ছেবি
৩২) AFC মহিলা ফুটবল Asia Cup 2022 কোনখন দেশত আয়োজন
কৰা হব?
উত্তৰ : ভাৰত
৩৩) ইউৰোপীয় সংঘৰ সংসদৰ
নতুন অধ্যক্ষ কোন হৈছে?
উত্তৰ : ৰ'বৰ্টা মেটচ'লা
৩৪) IPL দল কলকাতা নাইট
ৰাইদাৰ্চৰ নতুন প্ৰশিক্ষক কোন হৈছে?
উত্তৰ : ভৰত অৰুণ
৩৫) বিদেশত One Day ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা খেলুৱৈ গৰাকী কোন?
উত্তৰ : বিৰাট কোহলী
৩৬) 'Bose
: the untold story of an inconvenient nationalist' গ্ৰন্থখনৰ লেখক
কোন?
উত্তৰ : চন্দ্ৰসুৰ ঘোষ
৩৭) শেহতীয়াকৈ কোন খন
ৰাজ্যত ‘জৱাহৰলাল নেহেৰু মার্গ' পথৰ নাম সলনি কৰি নৰেন্দ্র মােদী মার্গ ৰখা হৈছে?
উত্তৰ : ছিকিম
৩৮)জয়মতী ছবি ৰ পৰিচালক জন কোন?
উত্তৰ : ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা
৩৯)সবৰমতী আশ্ৰম কত আছে?
উত্তৰ : গুজৰাটৰ আহমেদাবাদ
৪০)Golden
Silk বুলি কাক কোৱা হয়?
উত্তৰ : মুগা