Assam GK in Assamese Language | Assamese General Knowledge-Buranjipedia
Assam GK MCQs - Assam GK Questions & Answers in Assamese Language
Assam GK MCQ & General Knowledge
Here are the Assam GK MCQ & General Knowledge questions and answers for all competitive exams) Read all these most important Assam GK MCQ & General Knowledge- Assam General Knowledge, Assam Historical records, Assam Current Affairs quiz in order to answer the questions :-By Buranjipedia
Assam GK MCQ & General Knowledge
১)উমানন্দমন্দিৰত কাৰ পূজা কৰা হয়?
উত্তৰ : শিৱ
২)ভাৰতীয় সেনাৰ ( INA)শ্লোগানটো কি?
উত্তৰ : ঐক্য, বিশ্বাস আৰু
ত্যাগ ৩) প্ৰথম অসমীয়া
ইষ্টাৰ্ণ আর্মীৰ কমাণ্ডাৰ - ইন - চীফ কোন হৈছে?
উত্তৰ : ৰাণা প্ৰতাপ কলিতা
৪) Oil
India - The Pipeline Saga নামৰ কিতাপখন কোনে লিখিছে?
উত্তৰ : অৰুপ কুমাৰ দত্ত
৫) এনচিইআৰটি ৰ নতুন নিৰ্দেশক (director)হিচাপে কাক নিযুক্তি দিয়া হৈছে?
উত্তৰ : দীনেশ প্ৰসাদ চকলানি
৬) জাৰী হোৱা Forbes ৰিপোৰ্ট অনুসৰি
এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি কোন?
উত্তৰ : গৌতম আদানী
৭) Staff Selection
Commission (SSC)ৰ নতুন অধ্যক্ষ ৰূপে কাক নিযুক্তি দিয়া হৈছে?
উত্তৰ : এছ কিশোৰ
৮) কোনখন ৰাজ্যৰ
কেবিনেটে Anti-Conversion Bill ক মঞ্জুৰি দিয়ে?
উত্তৰ : হাৰিয়ানা
৯) Pfizer
India ৰ নতুন অধ্যক্ষ কোন হৈছে?
উত্তৰ : প্ৰদীপ শ্বাহ
১০) 2021 বৰ্ষৰ Dr. Bhabendra Nath
Memorial Award কাক প্ৰদান কৰা হয়?
উত্তৰ : শৰ্মিষ্ঠা প্ৰীতম
১১) Department of
Agriculture and Farmers Welfare ৰ নতুন কৃষি সচিব কোন হব?
উত্তৰ : মনোজ আহুজা
১২) শেহতীয়াকৈ কোনখন
দেশে এৰো - 3 ৰ সফল পৰীক্ষণ কৰিছে?
উত্তৰ : ইজৰাইল
১৩) শেহতীয়াকৈ কোনে 'ভোটাৰ সজাগতা অভিযান' আৰম্ভ কৰিছে?
উত্তৰ : টুইটাৰ
১৪) IFFCO ৰ নতুন অধ্যক্ষ কোন
হৈছে?
উত্তৰ : দিলীপ সংঘনী
১৫) Skill
Development ৰ বাবে কোনটো পৰ্টেল মুকলি কৰা হব?
উত্তৰ : ডিজিটেল দেশ ই - পৰ্টেল
১৬) প্ৰতিৰক্ষা চোৰাংচোৱা সংস্থা ৰ নতুন প্ৰমুখ হিচাপে কোনে নিযুক্তি লাভ কৰিছে?
উত্তৰ : জী এ বি ৰেড্ডী
১৭) ভাৰতৰ কোনগৰাকী
খেলুৱৈক লৰেয়াছ বিশ্ব ক্ৰীড়া বঁটা ৰ বাবে মনোনীত কৰা
হৈছে?
উত্তৰ : নীৰজ চোপ্ৰা
১৮) শেহতীয়াকৈ কোনখন
দেশৰ বৈজ্ঞানিকে X-ray ৰ সহায়ত কৰোনাৰ পৰীক্ষা কৰাৰ ঘোষণা
কৰিছে?
উত্তৰ : স্কটলেণ্ড
১৯) শেহতীয়াকৈ কোনখন
দেশে এটা Metro rail station ৰ নাম মহাত্মা গান্ধীৰ
নামেৰে নামকৰণ কৰাৰ সিদ্ধান্ত লৈছে?
উত্তৰ : মৰিছাছ
২০) শেহতীয়াকৈ ইণ্ডিয়া
ৰেটিংছ আৰু research
এ বিত্তীয় বৰ্ষ 2023 ত ভাৰতৰ GDP বৃদ্ধি দৰ কিমান
শতাংশ হোৱাৰ অনুমান কৰিছে?
উত্তৰ : 7)6%
২১) শেহতীয়াকৈ টেনিছ
খেলুৱৈ Novak Djokovic ৰ কোনখন দেশে visa বাতিল কৰিছে?
উত্তৰ : অষ্ট্ৰেলিয়া
২২) NASA ৰ আন্তৰ্জাতিক বায়ু
আৰু মহাকাশ কাৰ্যসূচী সম্পূৰ্ণ কৰা প্ৰথম ভাৰতীয় কোন হৈছে?
উত্তৰ : জাহ্নবী দাগেটি
২৩) কোনখন ৰাজ্যৰ জেৰি
হেমলেট জিলাক প্ৰথম ' milk
village ' হিচাপে ঘোষণা কৰা হৈছে?
উত্তৰ : জম্মু কাশ্মীৰ
২৪) ভাৰতৰ পূৰ্বৰ সকলো
প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয় ক'ত নিৰ্মাণ কৰা হব?
উত্তৰ : নতুন দিল্লী
২৫) 2022 বৰ্ষৰ গণনাত পবিতৰা
বন্যপ্ৰাণী অভয়াৰণ্যত কিমানটা গঁড় পোৱা গৈছে?
উত্তৰ : 107
২৫) SAAF U
-18 woman championship 2022 ৰ খিতাপ কোনে লাভ
কৰিছে?
উত্তৰ : ভাৰত
২৭) Maruti Suzuki নতুন MD আৰু CEO ৰূপে নিযুক্তি দিয়া
হৈছে?
উত্তৰ : হিছাশী তেকুচী
২৮) 187 তম ' Assam Rifles Foundation Day ' কেতিয়া পালন কৰা হয়?
উত্তৰ : 24 মাৰ্চ
২৯) FIFA বিশ্বকাপ 2022 ত Sponsor কৰিবলৈ সুবিধা পোৱা প্ৰথম ভাৰতীয় কোম্পানী কোনটো হৈছে?
উত্তৰ : Byju's
৩০) কাক ' উৎকৃষ্ট নেতৃত্ব ' পুৰস্কাৰ 2022 ৰে কাক সন্মানিত
কৰা হৈছে?
উত্তৰ : সীমা ৰেখা
৩১) '
Swiss অপেন বেডমিন্টন 2022 ৰ খিতাপ কোনে লাভ কৰিছে?
উত্তৰ : পি ভি সিন্ধু
৩২) কেন্দ্ৰীয় চৰকাৰে
প্ৰতি বছৰে ৰাষ্ট্ৰীয় ডলফিন দিৱস কেতিয়া পালন কৰাৰ কথা ঘোষণা কৰিছে?
উত্তৰ : 5 অক্টোবৰ
৩৩) 20 সংখ্যক National
Para-Athletic Championships ৰ ক'ত আৰম্ভ হৈছে?
উত্তৰ : ওড়িশা
৩৪) Oscar Award 2022 ত সৰ্বশ্ৰেষ্ঠ
অভিনেতাৰ পুৰস্কাৰ কোনে লাভ কৰে?
উত্তৰ : উইল স্মিথ
৩৫) উত্তৰাখণ্ড
বিধানসভাৰ প্ৰথম মহিলা স্পীকাৰ কোন হৈছে?
উত্তৰ : ঋতু খন্দোৰী
৩৬)২০২২ চনৰ ফিফা বিশ্বকাপ ফুটবল কত হ'ব?
উত্তৰ : কাটাৰ
৩৭)৫৬ তম জ্ঞানপীঠ বঁটা অসমৰ কোনে লাভ কৰিছে?
উত্তৰ : নীলমণি ফুকন
৩৮) ৱৰ্ল্ড গেমছ এথলীট
অব দি ইয়েৰ 2021 পুৰস্কাৰ কোনে লাভ
কৰিছে?
উত্তৰ : ভাৰতীয় হকী গ'লকীপাৰ পি আৰ শ্ৰীজেছ
৩৯) কোন মন্ত্ৰণালয়ে
স্বাস্থ্য আচঁনিৰ দ্বাৰা দৰবৰ Home Delivery আৰম্ভ কৰিছে?
উত্তৰ : প্ৰতিৰক্ষা মন্ত্ৰালয়
৪০) ভাৰত আৰু কোনখন দেশে
নতুন দিল্লীত United
nations Security Council
বিষয়সমূহৰ ওপৰত
আলোচনা কৰিছে?
উত্তৰ : ৰাছিয়া