Assam GK in Assamese Language PART 45 | Assamese General Knowledge-Buranjipedia

     

Assam GK in Assamese Language | Assamese General Knowledge-Buranjipedia

Assam GK MCQs -  Assam GK Questions & Answers in Assamese Language

Assam GK MCQ & General Knowledge

Here are the  Assam GK MCQ & General Knowledge questions and answers for all competitive exams) Read all these most important Assam GK MCQ & General Knowledge- Assam General Knowledge, Assam History, Assam Current Affairs quiz in order to answer the questions :-By Buranjipedia

Assam GK in Assamese Language | Assamese General Knowledge-Buranjipedia

Assam GK MCQ & General Knowledge

) দেশৰ প্ৰথম Bullet Train station ষ্টেচন ক'ত নিৰ্মাণ কৰা হব?

উত্তৰ : চুৰট

) অসমত নতুনকৈ গঠিত হোৱা জিলাখনৰ নাম কি?

উত্তৰ : তামুলপুৰ (৩৫তম)

) তামুলপুৰ জিলাৰ প্ৰথম আৰক্ষী অধীক্ষক কোন হৈছে?

উত্তৰ : পংকজ যাদৱ

) 2021 বৰ্ষত বিশ্বৰ সকলোতকৈ Busiest city কোনখন হৈছে?

উত্তৰ : ইষ্টানবুল

) 2021 বৰ্ষত বিশ্বৰ সকলোতকৈ Busiest city তালিকাত ভাৰতৰ কোনখন চহৰে প্ৰথম স্থান পাইছে?

উত্তৰ : মুম্বাই

) কোনখন দেশে বিদেশী Drone ৰ আমদানিত প্ৰতিবন্ধ প্ৰয়োগ কৰিছে?

উত্তৰ : ভাৰত

) ভাৰতীয় ক্ৰিকেট দলে কোনখন দেশৰ সৈতে 1000 তম One day International খেল খেলে?

উত্তৰ : ৱেষ্ট ইণ্ডিজ

) কোনখন ৰাজ্যত দেশৰ দ্বিতীয় সৰ্বোচ্চ National Flag উত্তোলন কৰা হয়?

উত্তৰ : অৰুণাচল প্ৰদেশ

) দেশৰ তৃতীয় 'Border Haat' কোনখন ৰাজ্যত উদ্ঘাটন কৰা হৈছে?

উত্তৰ:- ত্ৰিপুৰা

১০) কোনখন দেশে Koala ক এক লুপ্তপ্ৰায় প্ৰজাতি ৰূপে ঘোষণা কৰিছে?

উত্তৰ : অষ্ট্ৰেলিয়া

১১) ভাৰতীয় ৰাষ্ট্ৰীয় মহিলা দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰ : 13 ফেব্ৰুৱাৰী

১২) কোনখন দেশে covid 19 ৰ বিৰুদ্ধে প্ৰথম DNA ভেকচিন প্ৰয়োগ কৰিছে?

উত্তৰ : ভাৰত

১৩) 2022 AFC মহিলা এছিয়া কাপৰ খিতাপ কোনে লাভ কৰিছে?

উত্তৰ : চীন

১৪) জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (JNU)ৰ প্ৰথম মহিলা উপাচাৰ্য কোন হৈছে?

উত্তৰ : শান্তি শ্ৰী ধুলিপুৰী

১৫) ভাৰত আৰু কোনখন দেশৰ মাজত নতুন দিল্লীত ৰাষ্ট্ৰসংঘৰ সৈতে জৰিত বিষয় সমূহত Bilateral negotiations হৈছে?

উত্তৰ : ৰুছ

১৬) কোন ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীয়ে কেঞ্চাৰৰ পৰা বাচিবলৈ ' হোপ এক্সপ্রেছ ' ঘোষণা কৰিছে?

উত্তৰ : মহাৰাষ্ট্ৰ

১৭) কোনটো মহাকাশ সংস্থাই পি এছ এল ভি - C52 উপগ্ৰহ মুকলি কৰে?

উত্তৰ : Indian space research organisation

১৮) ভাৰত চৰকাৰে পুনৰ কিমানটা Chinese App বন্ধ কৰিছে?

উত্তৰ : 54 টা

১৯) 'How to prevent the next pandemic' নামৰ কিতাপখন কোনে লিখিছে?

উত্তৰ : বিল গেটছ

২০) Central Board of Secondary Education (CBSE)ৰ নতুন অধ্যক্ষ কোন হৈছে?

উত্তৰ : বিনীত যোশী

২১) ভাৰতৰ প্ৰথম 100% 'প্লাষ্টিক ভিত্তিক নিউট্ৰিয়েল' কৰা প্ৰথমটো কোম্পানীৰ নাম কি?

উত্তৰ : ডাবৰ ইণ্ডিয়া লিমিটেড

২২) কোনটো মহাকাশ সংস্থাই EOS - 04 Sattellite সফলতাৰে প্ৰক্ষেপণ কৰিছে?

উত্তৰ : ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)

২৩) Indian Reserve Bank ৰ কেন্দ্ৰীয় বোৰ্ডৰ নতুন নিৰ্দেশক কোন হৈছে?

উত্তৰ : সঞ্জয় মালহোত্ৰা

২৪) Transgender Community আৰু ভিক্ষাৰী সকলৰ বাবে ' স্মাইল' আঁচনি কোনে আৰম্ভ কৰিছে?

উত্তৰ : বীৰেন্দ্ৰ কুমাৰে

২৫) Institute of Chartered Accountants of India (ICAI)ৰ অধ্যক্ষ কোন হৈছে?

উত্তৰ : দেৱাশিষ মিত্ৰ

২৬) অসামৰিক আকাশসীমাত Drone উৰুৱাৰ অনুমতি দিয়া বিশ্বৰ প্ৰথম দেশখনৰ নাম কি?

উত্তৰ : ইজৰাইল

২৭) কোনে reimagining Health care in India ৰিপোৰ্ট জাৰী কৰিছে?

উত্তৰ : নিটি আয়োগ

২৮) কোনটো মহাকাশ সংস্থাই INSAT-4B উপগ্ৰহ নিষ্ক্ৰিয় কৰিছে?

উত্তৰ : ISRO

২৯) RBI Financial Literacy Week 2022 কেতিয়াৰ পৰা কেতিয়ালৈ আয়োজন কৰিব?

উত্তৰ : 14 - 18 ফেব্ৰুৱাৰী

৩০) Air India ৰ নতুন CEO/ MD কোন হৈছে?

উত্তৰ : ইলকৰ আয়শি

৩১) জানুৱাৰী মাহৰ বাবে কোনজন খেলুৱৈয়ে ICC men's player of the month বঁটা পাইছে?

উত্তৰ : কিগান পিটাৰছন

 

Post a Comment

Previous Post Next Post