ASSAM GK 2023 IN ASSAMESE/ সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ 2023
Here are the Assam GK questions
and answers for all competitive exams. Read all these most
important Assam Gk - Assam General Knowledge, Assam History,
Assam Current Affairs quiz in order to answer the questions :
ASSAM GK 2023 IN ASSAMESE Part 2/ সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ 2023
(১) ভাৰতৰ _____ ৰাজ্যত প্ৰথম অ কংগ্ৰেছী চৰকাৰ গঠন কৰা হৈছিল
উত্তৰ: কেৰেলা
(২)
পৃথিৱীৰ _______ স্থানত সৰ্বোচ্চ বৃষ্টিপাত হয় ?
উত্তৰ: ভাৰতৰ মৌচিনৰাম
(৩) প্ৰত্যেক বছৰে সৰ্বাধিক চলচিত্ৰ নিৰ্মাণ কৰা দেশখনৰ নাম হল _____
উত্তৰ: ভাৰত
(৪) অসমৰ ‘গীতিকবি’ বুলি ______ আখ্যা দিয়া হয়
উত্তৰ: পাৰ্বতী প্ৰসাদ বৰুৱা
(৫) পৃথিবীৰ দ্বিতীয় বৃহত্তম মহাদেশ খনৰ নাম ______
উত্তৰ: আফ্ৰিকা
(৬) পৃথিৱীৰ সৰ্ববৃহৎ কমলা ৰপ্তানী কৰা দেশখনৰ নাম _______
উত্তৰ: স্পেইন
(৭) কোনটো
প্ৰণালীয়ে ভাৰত আৰু শ্ৰী লংকাক পৃথক কৰিছে ?
উত্তৰ: পক প্ৰণালী
(৮) বড়ো
সাহিত্য সভা কেতিয়া গঠন কৰা হয় ?
উত্তৰ: ১৯৫২ চন
(৯) এজন ব্যক্তি ৰাষ্ট্পতি হবলৈ নূন্যতম বছৰ বয়স _______ লাগে
উত্তৰ: ৩৫ বছৰ
(১০)
আকাশৰ সবাতোকৈ উজ্জ্বল তৰাটোৰ নাম কি ?
উত্তৰ: সূৰ্য
(১১)
শ্বিলং কোনখন পাহাৰত অৱস্থিত ?
উত্তৰ: খাছী পাহাৰ
(১২) সৌৰজগতৰ ____ গ্ৰহৰ সৰ্বাধিক উপগ্ৰহ আছে
উত্তৰ: শনি
(১৩)বেছি মাটিৰ ৰবৰ খেতি কৰা ৰাজ্যখনৰ নাম __________
উত্তৰ: কেৰেলা
(১৪)
হেলীৰ ধূমকেতু কিমান বছৰৰ মূৰে মূৰে আবিৰ্ভাৱ হয় ?
উত্তৰ: ৭৬ বছৰ
(১৫) বুৰঞ্জীত কেঁকোৰা ৰজা বুলি ___________ কোৱা হয়
উত্তৰ: চুটিমফা
(১৬)
ভীষ্মক ৰজাৰ জীয়েকৰ নাম কি ?
উত্তৰ: ৰুক্মিণী
(১৭) অসমত শালি ধানৰ খেতি প্ৰৱৰ্তন কৰিছিল_____
উত্তৰ: আহোম সকলে
(১৮) শৰতৰ
কবি কোন ?
উত্তৰ: পাৰ্বতী প্ৰসাদ বৰুৱা
(১৯)
ব্ৰহ্মপুত্ৰ নদী মুঠ কিমানখন দেশৰ মাজেৰে পাৰ হৈ গৈছে ?
উত্তৰ: তিনিখন
(২০) অসম
ছাত্ৰ সন্মিলনী গঠন কোন চনত হৈছিল ?
উত্তৰ: ১৯১৬ চনত
(২১) বিশ্বত
সৰ্বাধিক সোণ ক’ত উৎপাদন হয়?
উত্তৰ: দক্ষিণ আফ্ৰিকাত
(২২) কোনখন
দেশে প্ৰথমে চন্দ্ৰত অৱতৰণ কৰা মহাকাশযান উৎক্ষেপণ কৰিছিল ?
উত্তৰ: আমেৰিকা যুক্তৰাষ্ট্ৰ
(২৩) Dead Sea কোন দুখন
দেশৰ মাজত অৱস্থিত?
উত্তৰ: জৰ্ডান আৰু ইজৰাইল ।
(২৪) Bermuda triangle নামৰ
ৰহস্যময় ঠাই খন কোন খন মহাসাগৰত অৱস্থিত?
উত্তৰ: আটলাণ্টিক মহাসাগৰ ।
(২৫)
কোনখন দেশক ইউৰোপৰ খেলপথাৰ বুলি কোৱা হয়?
উত্তৰ: চুইজাৰলেণ্ড ।
(২৬) ‘ইয়ং
ইণ্ডিয়া’ গ্ৰন্থখনৰ লেখক কোন ?
উত্তৰ: মহাত্মা গান্ধী
(২৭)
বৈষ্ণৱ ধৰ্মৰ মূল দেৱতা কোন ?
উত্তৰ: ভগবান বিষ্ণু
(২৮)
কাছাৰৰ প্ৰাচীন নাম কি আছিল ?
উত্তৰ: হিৰিম্বা
(২৯) হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ কাৰ দিনত নিৰ্মাণ কৰা হৈছিল ?
উত্তৰ: ৰঘূদেৱ
(৩০) _____ চনত দিল্লীক ভাৰতৰ ৰাজধানী হিচাপে স্বীকৃতি প্ৰদান কৰিছিল
উত্তৰ: ১৯৩১ চনত