ASSAM GK 2023 IN ASSAMESE/ সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ 2023
Here are the Assam GK questions and answers for all competitive exams. Read all these most important Assam Gk - Assam General Knowledge, Assam genealogical record, Assam Current Affairs quiz in order to answer the questions :-By Genealogical record of assam . Buranjipedia

ASSAM GK 2023 IN ASSAMESE/ সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ 2023
(১) বিশ্বত মুঠ কেইখন মহাদেশ অৱস্থিত?
উত্তৰ: ৭ খন ।
(২) কোনখন দেশক হাজাৰ হ্ৰদৰ দেশ বুলি কোৱা হয়?
উত্তৰ: ফিনলেণ্ড।
(৩) পৃথিৱীৰ মধুচ বুলি কোন খন ঠাইক জনা যায়?
উত্তৰ: পামিৰ মালভূমি
।
(৪) পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ দ্বীপটো
কি?
উত্তৰ: গ্ৰীণলেণ্ড ।
(৫) পৃথিৱীৰ আটাইতকৈ ডাঙৰ
ক্ৰান্তীয় বৰ্ষাৰণ্য খন কি?
উ:-আমাজান ।
(৬) পূবৰ আমাজন অসমৰ কোনখন ঠাইক বুলি কোৱা হয়?
উত্তৰ: দিহিং পাটকাই
ৰাষ্ট্ৰীয় উদ্যান।
(৭) ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হোৱাৰ সময়ত
মুঠ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান আছিল?
উত্তৰ: ৫১ খন ।
(৮) কিমান চনত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা
হৈছিল?
উত্তৰ: ১৯৪৫ চনৰ ২৪
অক্টোবৰ ।
(৯) পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল
পৰ্বতমালা কি?
উত্তৰ: এণ্ডিছ ।
(১০) সতী জয়মতী দিৱস
কেতিয়া পালন কৰা হয় ?
উত্তৰ: ২৭ মাৰ্চ
তাৰিখে ।
(১১) অসমীয়া সংস্কৃতিৰ
মূল ভেটি কি ?
উত্তৰ: সমন্বয়
(১২) কোনটো গ্ৰহৰ কোনো
উপগ্ৰহ নাই ?
উত্তৰ: বুধ গ্ৰহৰ
(১৩) আহোম সকলৰ বিবাহ
প্ৰথা কি নামেৰে জনা যায় ?
উত্তৰ: চকলং
(১৪) ‘নামঘোষা’ কোনে
লিখিছিল ?
উত্তৰ: শ্ৰী শ্ৰী
মাধৱদেৱ
(১৫) ‘প্ৰেম আৰু
ৰদালিৰ’ কবি বুলি কাক জনা যায় ?
উত্তৰ: হীৰেণ
ভট্টাচাৰ্য
(১৬) ‘জোনাকী’ কাকতৰ প্রথম সম্পাদক কোন আছিল?
উত্তৰ: চন্দ্ৰকুমাৰ
আগৰৱালা।
(১৭) কাক কাক জোনাকী যুগৰ ত্রিমূর্তি কোৱা হয়?
উত্তৰ:-হেমচন্দ্ৰ গোস্বামী,লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালাক।
(১৮)
‘বিজুলী’ কাকতখন কোন চনত প্ৰকাশ পাইছিল?
উত্তৰ:- ১৮৯০ চনত।
(১৯) ইটাখুলি ৰণ কোনজন আহোম ৰজাৰ দিনত হৈছিল ?
উত্তৰ: গদাধৰ সিংহৰ
দিনত ।
(২০) চুকাফাই ক’ৰ পৰা
আহিছিল ?
উত্তৰ: চীন
২১) সূৰ্যোদয়ৰ দেশ
বুলি কোনখন দেশক জনা যায়?
উত্তৰ: জাপান ।
২২) বজ্ৰপাতৰ দেশ
বুলি দেশক জনা যায়?
উত্তৰ: ভূটান ।
২৩) কোনখন মহাদেশত আটাইতকৈ বেছি দেশ আছে ?
উ:-আফ্ৰিকা ।
২৪)শুকুলা হাতীৰ দেশ
বুলি কোনখন দেশক জনা যায়?
উ:-থাইলেণ্ড ।
২৫) বিশ্বত মুঠ কেইখন
মহাসাগৰ আছে?
উত্তৰ: ৫ খন ।