Class 4 English Chapter 1 Oh, Look at the Moon
Class 4 English Chapter 1 Oh, Look at the Moon, SEBA Chapter 1 Oh, Look at the Moon Class 4 English Question Answer Class 4 English Chapter 1 Oh, Look at the Moon Notes Assam Board Class 4 ইংৰাজী Question Answer by Buranjipedia
ENGLISH
Oh, Look at the Moon (ওহ, জোন দেখুন)
ACTIVITIES
1. Let’s find how much we have
understood:
বিবেচনা কৰো আমি কিমান বুজিব
পাৰিলো :
a. What is the name of the
poem?
কবিতাটোৰ নাম কি?
Answer: The poem
name is Oh, Look at the Moon.
কবিতাটোৰ নাম হৈছে, ‘অ’হ, লোক এট দা মূন।
b. What looks like a lamp in
the air?
বতাহত কি চাকি দৰে দেখা পাই?
Answer: The Moon
looks like a lamp in the air.
চন্দ্রটো বতাহত চাকি দৰে দেখা
পাই।
c. What does the moon look
like when she is smaller?
চন্দ্রটো সৰুতে কি দৰে দেখা
পোৱা যায়?
Answer: The
Moon look like a ‘bow’ when she is smaller.
চন্দ্রটো সৰুতে ধনু দৰে দেখা
পোৱা যায়।
d. What does the moon look
like when she grows bigger?
চন্দ্রটো ডাঙৰতে কি দৰে দেখা
পোৱা যায়?
Answer: When the
moon grows bigger she looks like a ‘O’.
চন্দ্রটো ডাঙৰতে ‘ও’ দৰে দেখা
পোৱা যায়।
2. Let’s play with rhyming
words:
মিত্রাক্ষৰ ছন্দযুক্ত খেল কৰা:
Answer:
Look (লুক) চেহেৰা
Moon (মূন) চন্দ্র
Air (এয়াৰ) বতাহ
Mother (মাদাৰ) মা
Looks (লুক) সৌন্দয্য
Lamp (লেম্প) চাকি
Bow (বৌ) ধনু
Smaller (স্মলাৰ) খৰু
3. Write the opposites of the
underlined words:
শব্দৰ তলত আঁচ থকা বিপৰীত
শব্দটো লিখা:
Oh, look at the moon
অ’হ, লোক এট দা মূন
She is shining up there
চি এজ চাইনিং আপ দ্রেআৰ
Answer:
She তিৰোতা- He পুৰুষ
Up ওপৰলৈ- Down তললৈ
4. Read aloud the following
pairs of words:
শব্দ যোৰা ডাঙৰকৈ পঢ়া:
Before আগত- after পাছত
Day দিন – night ৰাতি
beautiful ধুনিয়া – ugly কুৎসিত
Outside বাহিৰত – inside ভিতৰত
Far দূৰণিত – near কাষৰীয়া
Pick বোটল – throw দলিয়া
5. Think and say who I
am:
বিচাৰ কৰা কোন হয় মই:
a) I live in the sky. মই অকাশত থাকো ।
Sometimes I’ small and কেটিয়াবা মই খৰু আৰু
Sometimes I’m big. কেটিয়াবা মই ডাঙৰ ।
I glow at night. ৰাতি জিলিকি উঠু ।
Who am i? কোন হয় মই?
I am the __. মই হয় ___।
Answer: Moon চন্দ্র
b) I live in the sky. মই অকাশত থাকো ।
I twinkle at night. ৰাতি তিৰবিৰ কৰো
I’m not the moon. চন্দ্র নহয় মই
Who am I? কোন হয় মই?
I am a __. মই হয় ____।
Answer: Star তৰা
c) I’m hot মই হয় গৰম
I’m bright মই হয় উজ্জ্ৱল
I’m big মই ডাঙৰ
I give light মই পোহৰ দিও
Who am I? কোন হয় মই?
I am the __. মই হয় ____।
Answer: Sun সূর্য্য
6. Read this paragraph written
by Pooja. It describes what she saw one evening:
পূজাই লিখা এই অনুচ্ছেদটো
পঢ়া।ইয়াত তাই বৰ্ণনা কৰা হৈছে সন্ধ্যা এটাত কি দেখিছে:
One evening I was
looking at the sky. It was seven o'clock in the evening. The moon was shining
brightly. It looked like a bright lamp in the sky. I saw some stars too.
Suddenly a shooting star flashed by.
এদিন এটা সন্ধ্যাত মই আকাশলৈ
চাই আছিলো। সন্ধ্যা ৭ টা বাজিছে তেতিয়া। চন্দ্রটো উজ্জ্ৱল ৰূপে জিলিকি উঠিছে। ই
আকাশত চাকি দৰে লাগিছে। আৰু মই বহুত তৰাও দেখিব পাইছিলো। হঠাতে এটা পপীয়া তৰাই খন্তেকীয়া
উজ্জ্ৱল পোহৰাই দিছিল।
Now, look at the
pictures below and write a few sentences on each of them:
এটিয়া তলত থকা ছবিটো চাই
কমসংখ্যক বাক্য লিখা:
In this picture, I
saw a flying Aeroplan in the sky and also a flying helicopter. The Sun was
shining brighter. The birds are flying. Clouds and rainbow are also seen in the
sky.
এই ছবিটোত মই দেখিব পাইছো আকাশত
উৰি যোৱা এখন বিমান আৰু হেলিকপ্টাৰ। সূর্য্যটো উজ্জ্ৱল ৰূপে জিলিকি উঠিছে।
চৰাইবোৰ উৰি ফ়ুৰিছে। আকাশত ডাৱৰ আৰু ৰামধেনু দেখিব পাইছো।
In this picture, I see a half
moon in the sky which is glowing at night. The stars are also twinkling in the
sky.
এই ছবিটোত মই দেখিব পাইছো ৰাতি
আকাশত জিলিকি থকা অৰ্ধচন্দ্ৰ। আৰু তৰাবোৰ আকাশত তিৰবিৰাই থকা দেখা গৈছে।
7. Read this story:
এই কাহিনীটো পঢ়া:
The Wolf and the
Lamb
কুকুৰনেচীয়া বাঘ আৰু ভেড়া
পোৱালি
Once upon a time, there lived a wolf in a thick forest
near a stream. Sheep, goats and cows from a village nearby came to the stream
to drink water.
The wolf was a lazy and cunning animal. One hot day he
was thirsty and so he came to the stream to drink water. He looked down and saw
a lamb drinking water from the stream. He was happy and wanted to eat the lamb.
A wicked idea came to his mind. He tried to make the
lamb frightened. He shouted at the lamb, "You foolish lamb, why are you
making the water dirty? Can't you drink without your legs in the water?"
The lamb looked up and saw the wolf. But he was not frightened. He was a brave
lamb. He replied politely, ''But Sir, you are wrong. The water is flowing from
where you are standing to where I am standing. How can I make your water
dirty?" The wolf did not find an answer. But he did not give up. He said,
"Six months ago you called me stupid, now you have to say sorry."
The lamb replied
politely again, "But Sir, I'm only three months old." The wolf had no
answer and went away sadly.
এসময়ত এটা নৈৰ ওচৰৰ এখন ডাঠ
হাবিত এটা পহু বাস কৰিছিল। ওচৰৰ এখন গাঁৱৰ ভেড়া, ছাগলী, গৰু পানী খাবলৈ আহিছিল নৈখনলৈ।
এসময়ত এখন নৈ ওচৰত থকা এখন ঘন হাবিত কুকুৰনেচীয়া বাঘ এটা
বাস কৰিছিল।ওচৰৰ গাঁওৰ পৰা ভেড়া, ছাগলী আৰু গৰু পানী পান কৰিব আহে।
কুকুৰনেচীয়া বাঘটো এলেহুৱা আৰু ধূৰ্ত আছিল। এদিন এটা গৰম
দিনত, তাৰ পিয়াহ লাগিল সেই কাৰণে সি নৈত পানী পান কৰিব আহিছিল।
তেতিয়া সি তলত দেখিলে ভেড়া পোৱালি এটাই নৈৰ পৰা পানী পান কৰি আছে। তাক দেখি
কুকুৰনেচীয়া বাঘটো সুখী হ’ল আৰু ভেড়া পোৱালিটোক আহাৰ হিচাপে গ্ৰহণ কৰিব বিচাৰিল।
তেতিয়া তাৰ মনত অসৎবুদ্ধি এটা আহিল। সি ভেড়া পোৱালিটোক ভই
খোৱাব বিচাৰিল। সি চিঞৰি ভেড়া পোৱালিটোক কলে,” মূৰ্খ কিয় খোৱা পানী মলিয়ন
কৰিছ? ভৰীখন পানীত নিদিয়াকে খাব নোৱাৰ?” তেতিয়া ভেড়া পোৱালিটোৱে ওপৰলৈ
চাই দেখিলে কুকুৰনেচীয়া বাঘটোক। কিন্তু সি ভই খোৱা নাই, সি সাহসী আছিল। সি নম্রভাৱে
ক’লে,” মহোদয়, আপুনি ভুল, পানী খিনি আপুনাৰ ভৰি পৰা বৈ আহিছে। কেনেকৈ মই মলিয়ন কৰা
হ’ল?” কুকুৰনেচীয়া বাঘটোৰ উত্তৰ নোহোৱা হ’ল. কিন্তু সি চেষ্টা
এৰা নাই আৰু কলে ,” ছয় মাহৰ আগত তই মোক মূৰ্খ বুলি কৈছিলি, এতিয়া ক্ষমা খোজ।” তেতিয়া
ভেড়া পোৱালিটোৱে নম্রভাৱে ক’লে,”মহোদয়, মই কেৱল তিনি মাহৰ হয়।“ এনেকে কোৱাত কুকুৰনেচীয়া বাঘটোৰ
উত্তৰ নোহোৱা হ’ল আৰু দুঃখিতভাৱে আতৰি গ’ল।
Now, read the
story again. There are some describing words in the story. Work in pairs.
Underline the words and write them on the board. Here are two describing
words:
পুনৰ কাহিনীটো পঢ়া। ইয়াত
কিছুমান বৰ্ণনা কৰা শব্দ আছে সেই শব্দবোৰ আঁচ টানি কাঠৰ পাটত লিখা। ইয়াত দুটা
বৰ্ণনা কৰা শব্দ দিয়া আছে:
Thick
lazy
ঘন
এলেহুৱা
Answer: cunning ধূৰ্ত, thirsty পিয়াহ, happy সুখী, brave সাহসী, flowing বৈ, dirty মলিয়ন
8. Fill in the blanks with the
words in the box:
খালী ঠাই পূর্ণ কৰা বাকচত থকা
শব্দবোৰে:
|
at |
in |
to |
up |
a. The wolf lived in a
thick forest.
ক. ডাঠ হাবিত বসবাস কৰিছিল
পহুটো।
b. The wolf came to the
stream to drink water.
খ. পহুটো পানী খাবলৈ আহিল
ধাৰাটোৰ ওচৰলৈ।
c. The wolf shouted at the
lamb.
গ. পহুটোৱে মেৰ পোৱালিটোক চিঞৰি
উঠিল।
d. The lamb looked up and
saw the wolf.
ঘ. মেৰ পোৱালিটোৱে ওপৰলৈ চাই
পহুটো দেখিলে।
9. Look at the picture and
read the sentences in the bubbles aloud:
ছবিটো চোৱা আৰু বাক্যবোৰ ডাঙৰকৈ
পঢ়ি যোৱা:
(Activity based
question ক্রিয়াকলাপ ভিত্তি
কৰা প্রশ্ন)
10. Say as fast as you
can:
অতি বেগাই ব্যক্ত কৰা:
a. Wash water wolf well
went.
ক. ধুই পানী পহু ভালকৈ গ’ল।
b. The wicked wolf went
to the well and washed his face with water.
খ. দুষ্ট পহুটোৱে কুঁৱাটোৰ
ওচৰলৈ গৈ পানীৰে মুখ ধুলে।
c. A little lamb lay
lazily on her mother’s lap.
গ. মাকৰ কোলাত এটি সৰু মেৰ
পোৱালি এলেহুৱা হৈ পৰি আছিল৷
d. The little lamb looked
at his lovely legs.
ঘ. সৰু মেকুৰীটোৱে তাৰ মৰমলগা
ভৰিবোৰলৈ চালে।
(Activity based question ক্রিয়াকলাপ ভিত্তি কৰা প্রশ্ন)
11. Look at the pictures and
read: ছবিবোৰ চাই পঢ়া:
(Activity based question ক্রিয়াকলাপ ভিত্তি কৰা প্রশ্ন)
12. Fill in the boxes with appropriate words:
খালী বাকচ পূর্ণ কৰা উপযুক্ত
শব্দবোৰে:
Long লংগ Longer লংগাৰ Longest লংগেস্ট
Hot হট Hotter হটাৰ Hottest হটেষ্ট
Happy হেপী Happier হেপীৱাৰ Happiest হেপীষ্ট
Big বিগ Bigger বিগাৰ Biggest বিগেষ্ট
Short শর্ট Shorter শর্টাৰ Shortest শর্টেষ্ট
Brave ব্ৰেভ Braver ব্রেভাৰ Bravest ব্রেভেষ্ট
Wise ৱাইজ Wiser ৱাইজৰ Wisest ৱাইজেষ্ট
13. a) Lets read a few words with silent letters:
১৩) ক) নিৰৱ আখৰ থকা কেইটামান
শব্দ পঢ়োঁ আহক:
Lamb লেম
tomb টূম
plumber প্লামাৰ
Bomb বম
comb কম
crumb ক্রম
b. Tick the word you hear:
খ. শুনা শব্দটোত টিক কৰক:
i. lamp
lamb
ii. Dump dumb
(Activity based question ক্রিয়াকলাপ ভিত্তি কৰা প্রশ্ন)
14. Read the words on the whiteboard:
১৪) হোৱাইটবৰ্ডত থকা শব্দবোৰ
পঢ়ক:
Moon
bone
lamb wolf
চন্দ্ৰ
হাড়
ভেড়া
কুকুৰনেছীয়া
Forest night sheep
অৰণ্য়
নিশা
ভেড়া
Village polite smaller
গাঁও
ভদ্ৰ
সৰু
Now, write them down in
alphabetical order.
এতিয়া, সেইবোৰ বৰ্ণানুক্ৰমে লিখি থওক।
Answer: Bone
forest lamb
moon night
Polite sheep smaller village wolf
Meaning অৰ্থ
Bone - হাড়
forest - হাবি
lamb - ভেড়া পোৱালি
moon - চন্দ্ৰ
night - ৰাতি
polite - নম্র
sheep - ভেড়া
smaller - সৰু
village - গাঁও
wolf - কুকুৰনেচীয়া বাঘ
15. Look at the pictures and read the sentences:
ছবিবোৰ চাই বাক্যবোৰ পঢ়া:
Now, fill in the blanks
choosing the correct word from the help box:
খালী ঠাই পূর্ণ কৰা বাকচত থকা
শব্দৰে:
|
taller |
tall |
tallest |
Juri is a tall girl.
Mili is taller than
Juri.
Rini is the tallest of the
three.








