Class 1 Assamese Chapter 12 জোনলৈ যাওঁ ব'লা

Class 1 Assamese Chapter 12  জোনলৈ যাওঁ 'লা

Class 1 Assamese Chapter 12  জোনলৈ যাওঁ ব'লা SEBA Chapter 12 Class 1 Assamese Question Answer Class 1 অংকুৰণ Question Answer | Lesson 12 | Class 1 Assamese Question Answer SCERT | জোনলৈ যাওঁ ব'লা | Lesson 12 Question Answer Solution For Assam |by Buranjipedia
Class 1 Assamese Chapter 12  জোনলৈ যাওঁ ব'লা buranjipedia

জোনলৈ যাওঁ ব'লা

 

পাঠভিত্তিক ক্রিয়া কলাপ

 

১) কিহেৰে কিহেৰে যাব পাৰি লিখোঁ আহা।

জোনলৈ ৰকেটেৰে।

বজাৰলৈ ঘোৰা গাড়ীৰে।

নদীৰ সিটো নাওঁৰে।

পাৰলৈ

মোমাই ঘৰলৈ বাছেৰে।

মেলালৈ গৰু গাড়ীৰে।

২) শেষৰ আখৰৰ মিল থকা শব্দ কওঁ আৰু লিখোঁ আহা।

কল বলনলধল।

বন ধনমনকন।

ঘৰবৰমৰধৰ।

মাহদাহবাহকাহ।

ৰংখংবংনকং।

হাতবাতমাতকাত।

৩) লিখোঁ আহা।

(ক) বল

এইটো বল।

এইটো মোৰ বল।

মোৰ বলটো ৰঙা।

মই বল খেলি ভাল পাওঁ।

(খ) কল

এইবোৰ কল।

এইবোৰ মোৰ কল।

মোৰ কলবোৰ হালধীয়া।

মই কল খাই ভাল পাওঁ।

(গ) ফুল

এইটো ফুল।

এইটো মোৰ ফুল।

মোৰ ফুলটো গোলপীয়া।

মই ফুল ভাল পাওঁ।

(ঘ) কলম

এইটো কলম।

এইটো মোৰ কলম।

মোৰ কলমৰ ৰং নীলা।

মই কলমে লেখি ভাল পাওঁ।

(ঙ) ঘৰ

এইটো ঘৰ।

এইটো মোৰ ঘৰ।

মোৰ ঘৰটোৰ ৰং ৰঙা।

মই ঘৰটো বহুত ভাল পাওঁ।

(চ) গছ

এইডাল গছ।

এইডাল মোৰ গছ।

মোৰ গছৰ ৰং সেউজীয়া।

মই গছ ভাল পাওঁ।

৪) খালী ঠাই পূৰ কৰা।

 মই জোনবাইৰ দেশলৈ   যাম   

 আমি জোনবাইৰ দেশলৈ   যাম  

  তুমি জোনবাইৰ দেশলৈ যাবা   

 তোমালোক জোনবাইৰ দেশলৈ যাবা  

 তেওঁ জোনবাইৰ দেশলৈ  যাব   

 তেওঁলোক জোনবাইৰ দেশলৈ যাব  

  মিলি জোনবাইৰ দেশলৈ যাম  

৫) শুদ্ধ শব্দটোত চিন দিওঁ আহা

(ক) সাৰ গৰু                (খ) বচৰ 

        ষাঁড় গৰু                  বছৰ

 

(গ) সাধু                (ঘ) ফুল

      সাধূ                           ফূল

৬) ৰূপ সলাই লিখা।

উত্তৰঃ নিজে কৰিবা।

Post a Comment

Previous Post Next Post