Class 4 English Chapter 2 The Ant and the Grasshopper
Class 4 English Chapter 2 The Ant and the Grasshopper, SEBA Chapter 2 The Ant and the Grasshopper Class 4 English Question Answer Class 4 English Chapter 2 The Ant and the Grasshopper Notes Assam Board Class 4 ইংৰাজী Question Answer by Buranjipedia
ENGLISH
The Ant and the Grasshopper
পৰুৱা আৰু ফৰিং
ACTIVITIES
1. Read and write: পঢ়া আৰু লিখা:
Annie wants to
write a letter to
এনিয়ে এখন চিঠি
লিখিব বিচাৰে
Hop. Let's help
Annie to complete the letter:
আহা অ্যানিক চিঠিখন
সৰ্ম্পূণ কৰাত সহায় কৰো:
Fill in the missing words in
the letter:
চিঠি খনত থকা খালী
ঠাইবোৰ পূর্ণ কৰা:
My dear Hop,
Hope you are fine.
What are you doing these Days? Are you working hard? Or are you spending all
your time, singing and dancing? Do you remember what I said? I advised you to
store food for the winter. Now I am very busy with my work. Soon it will be the
winter season. I will meet you soon.
Lots of love,
Annie
মৰমৰ হ’প,
আশা কৰো, তুমি ভালে আছা।
তুমি এই দিনবোৰত কি কৰি আছা? কাম কৰি আছানে? নাইবা গান গাই আৰু
নাচি সময় পাৰ কৰি আছা? মনত আছেনে মই কি ব্যক্ত কৰিছিলো
তুমাক? মই তোমাক উপদৃষ্ট দিছিলো যে
শীতকালৰ বাৱে খাদ্য জমা কৰিবলৈ। এতিয়া মই কামত বহুত ব্যস্ত আছো। শীতকাল আহি আছে।
মই সোনকালে তোমাক লগ কৰি আছো।
অ্যানি
2. The bees store honey in a
honeycomb. Ants store food for winter. Here some places where we keep money.
Read them aloud:
মৌ-মাখিয়ে মৌ
মৌচাকত জমা কৰে।পৰুৱাই খাদ্য শীতকালৰ বাৱে জমা কৰে।ইয়াত কিছুমান ঠাই আছে য’ত আমি
ধন জমা কৰো। সেইবোৰ ডাঙৰকৈ পঢ়া:
3. Let’s read:
পঢ়ো আহা:
This is how Annie’s letter
goes to Hop. Follow the arrow marks and read.
আমি ইয়াত দেখিব
পাম যে কেনেকৈ অ্যানিৰ চিঠিখন গ’ল হ’পৰলৈ। ধনু কাড় ডালৰ সহায়লৈ পঢ়ি যোৱা।
Annie puts the letter in an
envelope. She seals it and pastes a postal stamp on it. She also writes the
address on it.
অ্যানি চিথিখন এখন
লেফাফাত সোমালে। তাৰপিছত তাই আঠা লগাই ডাক ষ্টাম্প এটা লগাই দিলে। তাই তাত ঠিকনা
লিখিলে।
Annie drops the letter in a
post box.
অ্যানি চিঠিখন ডাক
বাকচত সোমালে।
A postman collects the letter
from the post box. He takes it to the post office.
ডাকোৱালে চিঠিখন
ডাক বাকচৰ পৰা গ্রহন কৰে। তেঁও চিঠিখন ডাকঘৰত লৈ যায়।
The post office sends the
letter to Hop’s place.
ডাকঘৰৰ পৰা চিঠিখন
হ’পৰ ঠাইলৈ পঠিয়াই দিয়ে।
A postman delivers the letter
to Hop.
ডকোৱালে চিঠিখন
হ’পক দিয়ে গৈ।
4. Here is a song that you can
play a game with. Your teacher will show you how to play it. Sing and enjoy the
game.
ইয়াত এটা গান
দিয়া আছে যিটোক লৈ খেল খেলিবো পৰা। তোমাৰ শিক্ষকে দেখাব কেনেকৈ খেলিবো লাগে। গীত
গাই আনন্দ উপভোগ কৰা।
I wrote a letter to my mother,
On the way I dropped it,
A postman came and picked it
up
And put it in his pocket.
মই চিঠি লেখিলো
মা’ৰ লৈ,
বাটত থৈ আহিলো,
ডকোৱাল আহিলে আৰু
লৈ গ’ল
আৰু জেপত ৰাখিলে।
5. Anjan is a good boy. He
likes to do all his work on time.
Read what Anjan does during
the day:
অঞ্জন এটা ভাল লৰা।
সি কামবোৰ সময়ত কৰি ভাল পায়।
পঢ়া অঞ্জনে দিনটো
কি কৰে:
Now, write what Anjan does
every day.
এতিয়া লিখা অনজানে
সদায় কি কৰে।
At 6 a.m I, wake up . ৬ টাত মই, সাৰ পাও।
At 7 a.m. I, eat breakfast. ৭ টাত মই ,ৰাতিপুৱা আহাৰ কৰো।
At 4 p.m. I, play with my
friends. ৪ টাত মই, বন্ধু লগত খেলিব
যাও।
At 9 p.m. I, go to bed. ৯ টাত মই, শুৱ যাও।
Sit in pairs and
ask your partner what he/she does every day. You and your partner can use these
words to begin each sentence:
First I, ………………………………………..
Next I,………………………………………..
Then I,……………………………………….
After that I,…………………………………….
(Activity
based question) ক্রিয়াকলাপ প্রশ্ন
6. Read the announcements on
the school noticeboard:
বিদ্যালয়ৰ সূচনা
ফলকত থকা ঘোষণা কেইটা পঢ়া:
Answer: The students
of Class III and Class IV will visit a flood relief camp next Sunday. Please
bring old clothes and old books. Contact the class captain for bus timing.
শ্রেণী তিনি আৰু
চাৰি ছাত্র-ছাত্রী সকল অহা দেওবাৰে বানৰ সাহায্য পৰিদর্শন কৰিব যাব। অনুগ্রহ কৰি
সকলোৱে পুৰণি পোচাক বা কিতাপ লৈ আনিবা। বাছৰ সময় জানিবলৈ
শ্রেণী অধিনায়কক যোগাযোগ কৰিব।
B. Come One Come All!
Here’s an
announcement for you. Our school is starting ‘Sanchayika’ – a small savings
scheme. Don’t miss this golden opportunity. Save your pocket money. It will
grow tomorrow.
অহা এটা অহা সকলো!
ইয়াত এটা ঘোষণা
আছে। আমাৰ বিদ্যালয় আৰম্ভ কৰিছে সৰু ছেভিংছ আঁচনি নাম 'সানছায়িকা'। এই সুযোগ নেহেৰাৱ।
জমা কৰক জেপ খৰচ। কালিলৈ সেইখিনি বাঢ়ি যাব।
Now, answer the following in
one word:
এটিয়া, এটা শব্দত উত্তৰ
দিয়া:
i) Day of visit to the relief
camp Sunday. পৰিদর্শন কৰা সাহায্য শিবিৰ দিনটো দেওবাৰ।
ii) The name of the small
savings scheme Sanchayika. সৰু ছেভিংছ
আঁচনিটোৰ নাম সানছায়িকা।
7. Listen to your teacher's
instructions and draw:
শিক্ষকে দিয়া
পদ্ধতিবোৰ শুনা আৰু চিত্র বনোৱা:
First open your notebook and
find a blank page.
পথমে টোকাবহীখন
খোলা আৰু উকা পাত এখন বিচাৰি উলিয়া।
Then take your pencil.
তাৰ পাছত পেন্সিল
লোৱা।
Now draw a house on the blank
page.
এতিয়া ঘৰ এটা অংকন
কৰা।
Then draw a tree to the left
of the house.
তাৰ পাছত গছ এডাল
ঘৰটোৰ বাঁওফালে অংকন কৰা।
After that draw a bucket to
the right of the house.
তাৰ পাছত বাল্টি
এটা ঘৰটোৰ সোঁফালে অংকন কৰা।
Also draw a bird on the roof
of the house.
আৰু এটা চৰাই ঘৰৰ
চালত অংকন কৰা।
Finally, colour the
picture.
অৱশেষত, চিত্রটো ৰং কৰা।
8. Read the words on the
block. Some of them are in full forms, others in contracted forms. Circle the
words in contracted forms:
ব্লকত থকা শব্দবোৰ
পঢ়া। কিছুমান সম্পূর্ণ ৰূপত দিয়া আছে আৰু অন্যবোৰ চুটি ধৰণত দিয়া আছে। চুটি
ধৰণত থকা শব্দবোৰ চক্র কৰি দিয়া:
Now, write the contracted
forms of the underlined words:
এতিয়া শব্দ তলত
আঁচ থকা চুটি ধৰণ লিখা:
i) Today I am going
to the market.
আজি মই বজাৰলৈ
গৈছিলো।
ii) I will buy
a cricket bat.
মই ব্যাট এখন
কিনিম।
iii) I cannot play
with my old bat because it is broken.
মই মোৰ পুৰণি
ব্যাটখনৰ লগত নেখেলো যিহেতু সেইখন ভগা।
iv) My sister does not like
to play cricket.
মোৰ ভগ্নী ক্রিকেট
খেলি বেয়া পাই।
v) So she will not come
with me.
সেই কাৰণে তাই মোৰ
লগত নাহে।
Answer:
i) Today I’m going to the
market. আজি মই বজাৰলৈ গৈছিলো।
ii) I’ll buy a cricket bat. মই ব্যাট এখন
কিনিম।
iii) I can’t play with my old
bat because it is broken. মই মোৰ পুৰণি ব্যাটখনৰ লগত
নেখেলো যিহেতু সেইখন ভগা।
iv) My sister doesn’t like to
play cricket. মোৰ ভগ্নী ক্রিকেট খেলি বেয়া পাই।
v) So she won’t come with me. সেই কাৰণে তাই মোৰ
লগত নাহে।
9. Read the sentence: বাক্যটো পঢ়া:
The grasshopper was singing
and dancing. Therefore, he could not store food.
ফৰিংটোৱে গান
গাইছিল আৰু নাচিছিল। সেই কাৰণে সি খাদ্য জমা কৰা নাছিল।
Now, join the two matching
from each of the sentences given below. Write them together, beginning the
second sentence with ‘Therefore’.
তলত থকা মিলি যোৱা
বাক্যবোৰ জোৰা লগাই লিখা আৰু দ্ৱিতীয় বাক্যটোৰ আগত ‘সেই কাৰণ’ লগাই আৰম্ভ কৰিবা।
Answer:
It is summer. Therefore, we
must store food for winter.
গ্রীষ্মকাল হয়।
সেই কাৰণে, আমি শীতকালৰ বাৱে খাদ্য জমা
কৰিব লাগে।
Annie was busy. Therefore, Hop
did not meet her.
অ্যানি ব্যস্ত
আছিল। সেই কাৰণে হ’পে লগ ধৰিব নোৱাৰিলে।
Annie and Hop are friends.
Therefore, Annie helped Hop.
অ্যানি আৰু হ’প
বন্ধু আছিল। সেই কাৰণে, অ্যানিয়ে হ’পক সহায় কৰিছিল।
10. Do you know that ants are
always busy and hard working?
জানানে পৰুৱাবোৰ
সদায় ব্যস্ত আৰু পৰিশ্ৰমী হয়?
They work together and
move in a line.
সিঁহতে একেলগে কাম
কৰে আৰু লাইনত যায়।
Choose words from the box and
complete the sentences below:
তলত থকা বাকচৰ পৰা
শব্দলৈ, খালী ঠাই পূর্ণ কৰা।
Busy (ব্যস্ত) tiny
(অতি ক্ষুদ্র) hard-working (পৰিশ্রমী)
together (একেলগে) line (লানি)
(a) The ant is a tiny insect,
smaller than a bee.
পৰুৱা এটা অতি
ক্ষুদ্র পতংগ, মৌ-মাখিতকৈ সৰু।
(b) Ants are always
hard-working. They hardly take a rest.
পৰুৱাবোৰ পৰিশ্রমী
হয়। বহুত কম বিশ্রাম লয়।
(c) They are very busy
insects. They are not lazy.
সিঁহত বহুত ব্যস্ত
পতংগ হয়। সিঁহত এলেহুৱা নহয়।
(d) Ants always move in a line
just like soldiers.
পৰুৱাবোৰ সদায়
লাইনত ঘূৰে, সৈন্য নিচিনাকৈ।
(e) Ants like to work
together. They do not usually work alone.
পৰুৱাবোৰে একেলগে
কাম কৰি ভাল পাই। সিঁহতে অকলশৰীয়াকৈ কাম নকৰে।