Class 4 English Chapter 3 Who has seen the Wind ?
Class 4 English Chapter 3 Who has seen the Wind ?, SEBA Chapter 1 Who has seen the Wind ? Class 4 English Question Answer Class 4 English Chapter 3 Who has seen the Wind Notes Assam Board Class 3 ইংৰাজী Question Answer by Buranjipedia
ENGLISH
Who has seen the
Wind?
ACTIVITIES
1. Listen and say these words
after your teacher:
শুনা আৰু ব্যক্ত কৰি যোৱা এই
শব্দ কেইটা শিক্ষকৰ লগত:
a) Cow গৰু
how কেনেকৈ
now এতিয়া
bow ধনু
b) show দেখুৱা
grow ডাঙৰ হোৱা
row লানি
blow বল
know জনা
bow ধনু
2. Look at the words given in
the word web:
শব্দ জালত থকা শব্দ কেইটা চোৱা:
Spring season বসন্ত ঋতু
April এপ্ৰিল (ইংৰাজী
বৰ্ষৰ চতুৰ্থ মাহ)
Cuckoo কোকিল
Monsoon মৌচুমী
Kopou flower কপৌ ফুল
Wind বতাহ
Storm ধুমুহা
Rain বৰষুণ
Now, complete the following
word web by writing the names of the insects you see in the pictures. One is
done for you.
এতিয়া এই শব্দৰ জালটো সম্পূৰ্ণ
কৰা, চিত্ৰত দেখা পোক-পতংগ নামেৰে।
এটা উদাহৰণ কৰা আছে।
Cockroach পঁইতাচোৰা
Butterfly পখিলা
Mosquito মহ
Bee মৌ-মাখি
Ant পৰুৱা
Grasshopper ফৰিং
House fly মাখি
3. Read the sentences in box
A. We can join each of them with a matching part in box B by using the word
'but'. One is done for you.
A বাকচত থকা বাক্য কেইটা পঢ়া আৰু
“ কিন্তু” লগাই B অংশৰ লগত মিলোৱা। এটা উদাহৰণ
কৰা আছে।
A
a) The grasshopper has wings.
ফৰিংৰ পাখি আছে।
b) We cannot see the wind.
আমি বতাহ দেখা
নাপাঁও।
c) The ant is tiny.
পৰুৱা বহুত সৰু
হয়।
d) It was a sunny day.
হর্ষিত দিন।
but
কিন্তু
a) the
ant does not
পৰুৱাৰ নাই
b) we
can feel it
আমি অনুভৱ কৰো
c) the
grasshopper is small
ফৰিং সৰু হয়
d) The
wind was cold
বতাহটো শীতল
a) The grasshopper has wings
but the ant does not.
ফৰিংৰ পাখি আছে কিন্তু পৰুৱাৰ
নাই
Now, make three more sentences
from the boxes using the word 'but'.
এতিয়া 'কিন্তু' লগাই বাকচত থকা এই
তিনিটা বাক্য বনোৱা
Answer:
b) We cannot see the wind but
we can feel it.
আমি বতাহ দেখা নাপাঁও কিন্তু
আমি অনুভৱ কৰো।
c) The ant is tiny but the
grasshopper is small.
পৰুৱা বহুত সৰু হয় কিন্তু ফৰিং
সৰু নহয়।
d) It was a sunny day but the
wind was cold.
হর্ষিত দিন কিন্তু বতাহটো শীতল।
4. Read these words. They
describe the wind and the storm.
শব্দবোৰ পঢ়া। সেই শব্দবোৰে
বতাহ-ধুমুহাৰ বিৱৰণ দিছে।
Soft নৰম
Cold শীতল
Mild বৰ উগ্ৰ
Gentle নম্র
Sudden হঠাৎ
Violent প্রবল
Strong শক্তিশালী
Heavy প্রচণ্ড
Now, write two sentences to
describe the pictures given above. You can begin like this.
এতিয়া দুটা বাক্য লিখি ওপৰত
থকা চিত্রখনৰ বিৱৰণ কৰা। তুমি এনেদৰে আৰম্ভ কৰিব পাৰা।
A cold wind is blowing
A heavy storm broke out.
শীতল বতাহ বলিছে। প্রচণ্ড ধুমুহা
ভাঙি গৈছে।
Answer:
The wind is soft and
gentle.
বতাহটো নৰম আৰু নম্র হয়।
The wind is also mild.
তাৰ উপৰিও বতাহটো বৰ উগ্র হয়।
The storm was sudden.
ধুমুহা হঠাৎ আহিছিল।
The storm was also strong and
violent.
ধুমুহাটোও শক্তিশালী আৰু প্ৰবল
আছিল।
5. Read the poem '' who has
seen the wind?'' and underline
the following:
“কোনে বতাহ দেখিছে?” কবিতাটো পঢ়া আৰু
তলত দিয়া বিছৰা খিনি আঁচ টানা:
full stop. দাঢ়ি
question mark? প্ৰশ্নকূট
comma, কমা
colon : ক’ল’ন
Answer:
Who has seen the wind?
কোনে বতাহ দেখিছে?
Neither I nor you;
কোনে তুমি না মই;
But when the leaves hang
trembling,
যেতিয়া ওলমি থকা পাতবোৰ জোকাৰ
খাই,
The wind is passing through.
বতাহ পাৰ হৈ যায়.
Who has seen the wind?
কোনে বতাহ দেখিছে?
Neither you nor I:
কোনে তুমি নে মই;
But when the trees bow down
their heads,
যেতিয়া গছৰ আগটো তল যায়,
The wind is passing by.
বতাহ পাৰ হৈ
Let us remember:
আহা স্মৰণ কৰো”
colon (:) is
generally used
ক’লন সাধাৰণতে ব্যৱহাৰ কৰে
• to introduce a list
তালিকা পৰিচয় কৰাবলৈ
• to introduce a
summary.
চমু পৰিচয় কৰাবলৈ
• before direct speech, etc.
বাকশক্তি আগত, আদি
6. Match the following:
তলত দিয়া বাক্যকেইটা মিলোৱা:
Neither you nor I
played in winter.
Neither hop nor Annie
knew how to read.
Neither he nor his
mother
have seen the wind.
Answer:
Neither you nor I have seen
the wind.
কোনে তুমি নে মই বতাহ দেখিছো।
Neither hop nor Annie played
in winter.
কোনে হ’প না অ্যানি শীতকালত
পৰিবেশন কৰিছিল।
Neither he nor his
mother knew how to read.
কোনে সি না তাৰ মাকে পঢ়িব
জানিছিল।
7. Read: পঢ়া
The spring season comes to
Assam in April. 'Bordoisila' is the wind that passes through Assam in spring.
It makes the coming of the monsoon. It comes with heavy rainfall and
strong winds.
বসন্ত ঋতু আহে অসমৰলৈ বহাগ
মাহত। বৰদইছিলা বতাহ অসম হৈ পাৰ হয় যায়। ই সৃষ্টি কৰে মৌচুমী বতাহ। ই আহে প্রবল
বতাহ আৰু বৰষুণ লৈ।
8. Look at the picture above.
It is the spring in Assam.
ওপৰত থকা ছবিটো চোৱা। এইটো অসমৰ
স্প্রিং।
a) Name the festival that
celebrates during this season.
এইটো ঋতুত কি উৎসৱ মনোৱা হয়?
b) Name the flowers that bloom
during this season.
এইটো ঋতুত কি ফুল ফুলে?
c) Name the birds that visit
us during this season.
এইটো ঋতুত কি চৰাই আহে?
d) What do you like to do
during this season?
এইটো ঋতুত কি কৰি ভাল পোৱা?
Answer:
a) Bihu বিহু
b) Kopou flower কপৌ ফুল
c) Kuli কুলি
d) (Answer will be different
for every student) সকলো ছাত্র ছাত্রীৰ উত্তৰ ভিন্ন
হব।
9. Read this newspaper
clipping. It describes what happened after a storm:
বাতৰি-কাকতৰ পৰা কাটি ৰখা এই
প্রবন্ধটো পঢ়া। ইয়াত বর্ণনা কৰা হৈছে ধুমুহা হোৱাৰ পাছত কি হৈছিল:
Two killed and eleven injured
after severe storm lashes in several parts of the state
এই ধুমুহাত দুজনৰ মৃত আৰু এঘাৰ
জনৰ আহত হৈছে
Golaghat, March 14: at least
two persons were killed and eleven others were injured in yesterday’s storm.
Several houses were damaged when a storm followed by heavy rains hit Golaghat
district last night. The district administration visited the area this morning.
The deputy commissioner has called on the army to help the people.
গলাঘাট, মার্চ ১৪: কালিৰ
ধুমুহাত দুজনৰ মৃত আৰু এঘাৰ জনৰ আহত হৈছে। কালি ৰাতি হোৱা এই ধুমুহাই বহুত লোকৰ ঘৰ
ক্ষতি কৰিলে গলাঘাটত।পুৱাই আহি প্রশাসন পৰিচালনাই পৰিদৰ্শন কৰিলে এই অঞ্চলটো।
উপায়ুক্তই সেনাবাহিনীক মাতি তাত থকা মানুহ সকলক সহায় কৰিব দিলে।
10. Collect similar news items
from newspapers and paste themin your exercise book under the heading ''natural
disaster''.
10. বাতৰি কাকতৰ পৰা
একেধৰণৰ বাতৰি সংগ্ৰহ কৰক আৰু আপোনাৰ ব্যায়ামৰ কিতাপখনৰ ভিতৰত ''প্ৰাকৃতিক দুৰ্যোগ'' শিৰোনামৰ তলত পেষ্ট
কৰক।
11. Listen and say:
শুনা আৰু কোৱা:
a) Kitten in the kitchen.
পাকঘৰত মেকুৰী পোৱালি এটা আছে।
b) She sells sea shells on the
sea shore.
তাই বেচে সাগৰ চলং সাগৰ পাৰত।
c) Big black bug.
ডাঙৰ কলা উৰহ।
d) Incey wincey spider.
ইঞ্চি ৱিঞ্চি মকৰা।
12. Riddle: সাঁথৰ:
I am in the pistol, not in the
gun
মই এবিধ সৰু আগ্নেয়াস্তত থাকো, কিন্তু বন্দুকত নাই
Double in the moon, but not in
the sun.
দুগুন থাকো জোনত, কিন্তু সূৰ্য্যত
নহয়
what am i?
কি হয় মই?
Answer: The letter
‘O’ আখৰ ‘ O’ (ও)
13. Puzzle. Rearrange the
letters in the conversation. Find out what they are saying:
জটিল প্রশ্ন। কথা-বতৰাত থকা আখৰ
কেইটা পুনর্বিন্যস্ত কৰা:
woh era uoy?
i ma enif, knaht uoy!
Answer:
Who are you?
কোন হয় তুমি?
I am fine, thank you!
মই ভালে আছো, ধন্যৱাদ!
14. Write questions to
complete the conversation. Practise the conversation with your partner:
প্ৰশ্নখিনি লেখি কথা-বার্তা
খিনি সম্পূর্ণ কৰা। কথা-বার্তা খিনি অংশীদাৰ লগত অভ্যাস কৰা:
Anil : I fell
down yesterday and broke my leg.
অনিল: কালি মই পৰি মোৰ ভৰিখন
নিঃসম্বল হ’ল।
Amol : What were
you doing?
অমল: কি কৰি আছা?
Anil : I
was climbing a tree.
অনিল: মই গছত বগাই আছো।
Amol : Why
are you there?
অমল: তুমি তাত কিয় আছা?
Anil : I was
trying to bring down my kite.
অনিল: মই চিলাখন তললৈ আনিব
চেষ্টা কৰিছো।
Amol : What your
friends are doing?
অমল: তোমাৰ বন্ধুকেইটাই কি কৰি
আছে?
Anil : My
friends were flying kites.
অনিল: মোৰ বন্ধুকেইটাই চিলা
উৰাই আছে।
Amol : Where did
you fly kite?
অমল: ক’ত চিলা উৰাই আছিলা?
Anil : I
was flying kite in the football field.
অনিল: মই চিলা ফুটবল খেলা পথাৰত
উৰাই আছিলো।
15. Look at the pictures. Read
the signs given below each picture:
চিত্ৰ কেইটা চোৱা আৰু চিনবোৰ
পঢ়া:
a) Shut off the tap after use.
টেপ ব্যৱহাৰ কৰা পাছত বন্ধ কৰিব
লাগে।
b) Store rainwater.
বৰষুণৰ পানী জমা কৰিব লাগে।
16. Draw a picture in the box
to match the caption.
বাকচত চিত্র এটা অকা পৰিচয়মূলক
চমু বিৱৰণটো মিলোৱাকে।
Water is precious, conserve
it.
পানী মূল্যবান হয়, সংৰক্ষণ কৰা।
Activity-based question (ক্ৰিয়াকলাপ
প্ৰশ্ন)
17. Write three things you
should do to keep the environment clean:
তিনটা বাক্য লিখা কেনেদৰে আমি
আমাৰ বাতাৱৰণখন পৰিষ্কাৰ ৰাখিব পাৰো:
a) We should throw garbage in
the dustbin.
আমি জাবৰ-জোঁথৰ জাবৰ পেলোৱা
পাত্রত পেলোৱাব লাগে।
b) We should drive our car
less as it cause pollution.
আমি গাড়ী কমকৈ চলাব লাগে কাৰণ
এইটোৱে প্রদূষণ কৰে।
c) We should recycle the waste
products.
আমি পেলনি যোৱা বস্তু
পুনৰ্ব্যৱহাৰ্য্য কৰিব লাগে।
18. Look at the picture and
write a few sentences on it:
তলত দিয়া ছবিটো চাই কিছু বাক্য
লিখা।
There were two sisters sitting
on the ground and playing. It was raining. The wind was blowing, as well. There
was a river near them.
দুজনী ভগ্নী মাটিত বহী খেলি
আছিল। বৰষুণ দি আছিল ।বতাহো বলি আছিল। সিহঁতৰ ওচৰত নৈ এখন আছিল।