Assam GK in Assamese Language PART 37| Assamese General Knowledge-Buranjipedia

  

Assam GK in Assamese Language | Assamese General Knowledge-Buranjipedia

Assam GK MCQs -  Assam GK Questions & Answers in Assamese Language

Assam GK MCQ & General Knowledge

Here are the  Assam GK MCQ & General Knowledge questions and answers for all competitive exams) Read all these most important Assam GK MCQ & General Knowledge- Assam General Knowledge, Assam History, Assam Current Affairs quiz in order to answer the questions :-By Buranjipedia

Assam GK in Assamese Language | Assamese General Knowledge-Buranjipedia

Assam GK MCQ & General Knowledge

১)অসম সাহিত্য অকাডেমি বঁটা 2021 কোনে লাভ কৰিছে?

উত্তৰ : অনুৰাধা শৰ্মা পূজাৰী

২) Boro Sahitya Academy Award 2021 কোনে লাভ কৰিছে?

উত্তৰ : মৌদায় গ'হই 

৩) Assam Sahitya Academy Award ২০২১ কোনে লাভ কৰিছে?

উত্তৰ : অনুৰাধা শৰ্মা পূজাৰী  

)কোনখন উপন্যাসৰ বাবে অনুৰাধা শৰ্মা পূজাৰীলৈ Sahitya Academy Award প্ৰদান কৰা হৈছে?

উত্তৰ : ইয়াত এখন অৰণ্য আছিল

৫)ভাৰতৰ প্ৰথমখন জিঅ’লজিকেল পাৰ্ক 'ত নিৰ্মাণ কৰা হব?

উত্তৰ : জব্বলপুৰ, মধ্যপ্ৰদেশ

৬)ভাৰতৰ প্ৰথমগৰাকী মহিলা শাসক কোন?

উত্তৰ:(খ)ৰেজিয়া চুলতানা

৭) বিত্ত উদ্যোগ উন্নয়ন পৰিষদৰ (FIDC)নতুন সহ-অধ্যক্ষ কোন হৈছে?

উত্তৰ : কমলেশ গান্ধী

৮) পৃথিৱীৰ সর্বোচ্চ মটৰযােগ্য পথটো  শেহতীয়াকৈ প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে  'ত উন্মােচন কৰিছে?

উত্তৰ : লাডাখ

৯) ভাৰতে  কোনখন দেশৰ সৈতে ৫ বছৰৰ বাবে Cultural Cooperation Agreement স্বাক্ষৰ কৰিছে?

উত্তৰ : মিচৰ।(Egypt)

১০)শেহতীয়াকৈ JPMorgan Chase  কাক CEO’ হিচাপে নিযুক্তি দিবলৈ RBIৰ অনুমোদন পাইছে?

উত্তৰ : প্ৰবদেৱ সিং।

১১)শেহতীয়াকৈ প্ৰকাশ পোৱা ‘Henley Passport Index ২০২৩’ত কোনে শীৰ্ষস্থান দখল কৰিছে?

উত্তৰ : জাপান।

১২) ইংৰাজী ভাষাৰ শ্ৰেণীত Sahitya Academy Award ২০২১ কোনে লাভ কৰিছে?

উত্তৰ : নমিতা গােখলে

১৩) কোনখন উপন্যাসৰ বাবে অনুৰাধা শৰ্মা নমিতা গােখলে লৈ ইংৰাজী ভাষাৰ শ্ৰেণীত Sahitya Academy Award প্ৰদান কৰা হৈছে?

উত্তৰ : থিংছ টু লীভ বিহাইন্দ উপন্যাসৰ বাবে অনুৰাধা শৰ্মা নমিতা গােখলে লৈ ইংৰাজী ভাষাৰ শ্ৰেণীত Sahitya Academy Award প্ৰদান কৰা হৈছে

১৪) শিশু সাহিত্যৰ বাবে Assam Sahitya Academy Award ২০২১ কোনে লাভ কৰিছে?

উত্তৰ : মৃণাল কলিতা

১৫) চৰকাৰী চাকৰিৰ বাবে ইচ্ছুক প্ৰাৰ্থী সকলৰ উচ্চতম বয়সৰ সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত কোনখন ৰাজ্য চৰকাৰে  লৈছে?

উত্তৰ : মেঘালয়

১৬)এখন থানাৰ অ’চি জন কি Rank ৰ হ'ব পাৰে?

উত্তৰ : Sub Inspector

১৭)হেমকোষ কি হয়?

উত্তৰ : অভিধান

১৮)শেহতীয়াকৈ ক'ত অলিম্পিক খেলৰ আয়োজন কৰা হৈছিল?

উত্তৰ : জাপান

১৯)পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ কোনখন?

উত্তৰ : এছিয়া

২০)ভাৰতৰ উচ্চ ন্যায়ালয় ক'ত আছে?

উত্তৰ : নতুন দিল্লী

২১)কিমান চনত অসমৰ ডাঙৰ ভূমিকম্প হৈছিল?

উত্তৰ : ১৯৫০ চনত

২২) মুম্বাইত কোনে জল টেক্সী সেৱাৰ শুভাৰম্ভণি কৰে?

উত্তৰ : সৰ্বানন্দ সোণোৱাল

২৩) ভাৰত আৰু কোনখন দেশে ইষ্টাৰ্ন ব্ৰীজ VI বায়ু অভ্যাস আৰম্ভ কৰিছে?

উত্তৰ : ওমান

২৪) কোন মন্ত্ৰণালয়ে "Meri Policy Mera Saath" অভিযান আৰম্ভ কৰে?

উত্তৰ : কৃষি মন্ত্ৰণালয়

২৫) কোনখন দেশে তেওঁলোকৰ প্ৰথম Hydrogen চালিত train মুকলি কৰে?

উত্তৰ : জাপান

২৬) America ই কোনখন দেশৰ উপৰত First stage ban প্ৰয়োগ কৰিছে?

উত্তৰ : ৰাছিয়া

২৭) ভাৰতৰ কোনটো কোম্পানী 100 শতাংশ plastic আৱৰ্জনা নিৰপেক্ষ কোম্পানী হৈছে?

উত্তৰ : ডাবৰ (Dabur)

২৮) উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো motor racing track কোনখন ৰাজ্যই লাভ কৰে?

উত্তৰ : মিজোৰাম

২৯) 'ত জল টেক্সী সেৱাৰ শুভাৰম্ভণি কৰা হয়?

উত্তৰ : মুম্বাই

৩০) 20 ফেব্ৰুৱাৰীত কোন দুখন ৰাজ্যৰ প্ৰতিস্থা দিৱস পালন কৰা হয়?

উত্তৰ : অৰুণাচল প্ৰদেশ আৰু মিজোৰাম

৩১) ভাৰতৰ UPI system গ্ৰহণ কৰা প্ৰথম বিদেশী ৰাষ্ট্ৰখনৰ নাম কি?

উত্তৰ : নেপাল

৩২) অসম চৰকাৰে শিক্ষাৰ্থী সকলৰ বাবে আৰম্ভ কৰা Four-year counseling program খনৰ নাম কি?

উত্তৰ : আৰোহণ

৩৩) কোন মহাকাশ সংস্থাই নচপায়াৰ ছেট ১ নামৰ উপগ্ৰহ উৎক্ষেপণ কৰিছে?

উত্তৰ : ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)

৩৪) দাদা চাহেব ফাল্কে International Film Festival 2022 ত কোনখন চলচ্চিত্ৰই সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰৰ পুৰস্কাৰ লাভ কৰে?

উত্তৰ : শেৰশ্বাহ

৩৫) ভাৰতৰ নতুন Deputy National Security Adviser হিচাপে কাক নিযুক্তি দিয়া হৈছে?

উত্তৰ : বিক্রম মিছৰী

৩৬) কাক 'Global Environment and Climate Action Award' ৰে সন্মানিত কৰা হৈছে?

উত্তৰ : ভিৰল দেশাই

৩৭) শেহতীয়াকৈ কোনখন কেন্দ্ৰীয় শাসিত প্ৰদেশত ভাৰতৰ সকলোতকৈ ওখ football stadium নিৰ্মাণ কৰা হৈছে?

উত্তৰ : লাডাখ

৩৮) ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে এয়াৰ ইণ্ডিয়া কাৰ হাতত অৰ্পন কৰিছে?

উত্তৰ : Tata গ্ৰুপ

৩৯) ভাৰতৰ নতুন মুখ্য আৰ্থিক পৰামৰ্শদাতা (Chief Economic Adviser)কোন হৈছে?

উত্তৰ : ভি অনন্ত নাগেশ্বৰণ

৪০) 1 ফেব্ৰুৱাৰী, 2022 তাৰিখৰ পৰা কোনখন ৰাজ্য চৰকাৰে পুৰণি ফাইল সমূহ নিষ্পত্তি কৰাৰ বাবে সদ্ভাৱনা প্ৰকল্প হাতত লৈছে?

উত্তৰ : অসম চৰকাৰ

Post a Comment

Previous Post Next Post