Assam GK in Assamese Language PART 36| Assamese General Knowledge-Buranjipedia

 

Assam GK in Assamese Language | Assamese General Knowledge-Buranjipedia

Assam GK MCQs -  Assam GK Questions & Answers in Assamese Language

Assam GK MCQ & General Knowledge

Here are the  Assam GK MCQ & General Knowledge questions and answers for all competitive exams) Read all these most important Assam GK MCQ & General Knowledge- Assam General Knowledge, Assam History, Assam Current Affairs quiz in order to answer the questions :-By Buranjipedia

Assam GK in Assamese Language | Assamese General Knowledge-Buranjipedia

Assam GK MCQ & General Knowledge

১)ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে Statue of Netaji Subhas Chandra Bose 'ত স্থাপন কৰাৰ কথা ঘোষণা কৰিছে?

উত্তৰ : ইণ্ডিয়া গেট

২) কোনে আন্তৰ্জাতিক লোক কলা মহোৎসৱত সোণৰ পদক লাভ কৰিছে?

উত্তৰ : সুমিত ভালে

৩) ভাৰতীয় বাতৰিকাকত দিৱস 2022 কেতিয়া পালন কৰা হয়?

উত্তৰ : 29 জানুৱাৰী

৪)কোনখন ৰাজ্য চৰকাৰে কন্যা তথা মহিলাসকলক আত্মনিৰ্ভৰ কৰি তুলিবলৈ পংখ অভিযান' আৰম্ভ কৰিছে?

উত্তৰ : মধ্যপ্ৰদেশ

৫) ভাৰতৰ কোনটো Tunnel বিশ্বৰ সকলোতকৈ longest highway tunnel ৰূপে স্বীকৃতি পাইছে?

উত্তৰ : অটল টানেল

৬) শেহতীয়াকৈ EIU এ জাৰী কৰা ৰিপোৰ্ট অনুসৰি Democracy Index 2021 ত কোনখন দেশ শীৰ্ষত আছে?

উত্তৰ : নৰৱে

৭) EIU এ জাৰী কৰা ৰিপোৰ্ট অনুসৰি Democracy Index 2021 ত ভাৰত কিমান স্থানত আছে?

উত্তৰ : 46 তম

৮) ডিচেম্বৰ 2024 লৈকে ভাৰতৰ প্ৰথম Bullet train stationকোন চহৰত নিৰ্মাণ কৰা হব?

উত্তৰ : চুৰট

৯) সমগ্ৰ পৃথিৱী পৰিভ্ৰমণ কৰা আটাইতকৈ কম বয়সীয়া মহিলা pilot কোন হৈছে?

উত্তৰ : জাৰা ৰাডাৰফৰ্ড

১০) শেহতীয়াকৈ কোনখন দেশৰ পূৰ্ব প্ৰধানমন্ত্ৰীক Netaji puraskar 2022 প্ৰদান কৰা হয়?

উত্তৰ : জাপান (চিনজৌ আবে)

১১)শেহতীয়াকৈ অসম বৈভব বঁটা কাক প্ৰদান কৰা হব?

উত্তৰ : ৰতন টাটা

১২)শেহতীয়াকৈ কোনখন ভাৰতীয় চিনেমাই ২০২৩ চনৰ Golden globe awardৰ খিতাপ লাভ কৰিছে?

উত্তৰ : RRR ৰ পৰা ‘Nathu Nathu’ গীতলৈ।

১৩)কোনখন দেশৰ প্ৰাক্তন আৰু অন্তিম ৰজা ‘Constantine’ ৰ শেহতীয়াকৈ মৃত্যু হৈছে?

উত্তৰ : গ্ৰীচ।

১৪)শেহতীয়াকৈ ‘Jaipur Film Festival’ত কোনে লাভ কৰিছে জীৱনজোৰা কৃতিত্ব বঁটা?

উত্তৰ : অপৰ্ণা সেন।

১৫)শেহতীয়াকৈ কোনখন ২খন ছবি অস্কাৰ ২০২৩ৰ বাবে চৰ্টলিষ্ট হৈছে?

উত্তৰ : কান্তৰা আৰু কাশ্মীৰ ফাইলছ।

১৬) Khelo India ছিনিয়ৰ ৰাষ্ট্ৰীয় মহিলা Kho Kho league'ত অনুষ্ঠিত হৈছে?

উত্তৰ : চণ্ডীগড়

১৭)২০২৩ চনৰ জানুৱাৰী মাহত Indian airforce ৰ নতুন Deputy chief হিচাপে কাক নিযুক্তি দিয়া হৈছে?

উত্তৰ : এ)পি)  সিংহ

১৮) 74th Republic Day পেৰেডত কোনখন ৰাজ্যই সৰ্বোচ্চ বঁটা লাভ কৰিছিল?

উত্তৰ : উত্তৰাখণ্ড

১৯)জানুৱাৰী 2022 ত কোনখন দেশে প্ৰথমবাৰৰ বাবে Yoga mohatshav আয়োজন কৰে?

উত্তৰ : ছৌদি আৰব

২০) কোনখন ৰাজ্যত অৱস্থিত ৰামগড় বন্যপ্ৰাণী অভয়াৰণ্যক চতুৰ্থ বাঘ সংৰক্ষিত অঞ্চল হিচাপে জাননী দিয়া হৈছে?

উত্তৰ : ৰাজস্থান

২১) শেহতীয়াকৈ কোন কেন্দ্ৰীয় মন্ত্ৰণালয়ে 'Transparency Start- Up Challenge' আৰম্ভ কৰিছে?

উত্তৰ : গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰণালয়

২২)বিশ্ব আদ্ৰভূমি দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰ : 2 ফেব্ৰুৱাৰী

২৩)2023 চনৰ 31 জানৱাৰীৰ পৰা সং সদৰ Budget অধিৱেশন আৰম্ভ হয়।  কিমান দিনলৈ এইখন চলি থাকিব?

উত্তৰ : ৬ এপ্ৰিল ২০২৩

২৪) ভাৰত আৰু _____মাজত পৰ্যটন ক্ষেত্ৰত অধিক গুৰুত্ব দিবৰ বাবে চুক্তি হৈছে?

উত্তৰ : অষ্ট্ৰেলিয়া

২৫)ভাৰতে কোনখন দেশক Aadhar card মুকলি কৰাত সহায় কৰিব?

উত্তৰ : শ্ৰীলংকা

২৬)কলীয়া ভোমোৰা দলং কোন দুখন ঠাইক সংযোগ কৰিছে?

উত্তৰ : শোণিতপুৰ - নগাঁও

২৭)অসমৰ লোকসভাৰ মুঠ আসনৰ সংখ‍্যা কিমান?

উত্তৰ : ১৪ খন

২৮) Per capita income ৰ ক্ষেত্ৰত ভাৰতৰ কোনখন ৰাজ্য শীৰ্ষত আছে?

উত্তৰ : ছিক্কিম

২৯)গোৱাৰ নতুন মুখ্যমন্ত্ৰী কোন হৈছে?

উত্তৰ : প্ৰমোদ সাৱন্ত

৩০)Asian games 2022 ৰ বাবে অসমৰ কোনগৰাকী আৰ্চাৰে যোগ্যতা অৰ্জন কৰিছে?

উত্তৰ : জয়ন্ত তালুকদাৰ

৩১)কোনখন ৰাজ্য চৰকাৰে ' House-to-house ration distribution ' আঁচনি আৰম্ভ কৰিছে?

উত্তৰ : পাঞ্জাব

৩২)18 তম BIMSTEC মন্ত্ৰীপৰিষদৰ বৈঠকত ভাৰতৰ তৰফৰ পৰা কোনে অধ্যক্ষতা কৰিছে?

উত্তৰ : এছ জয়শংকৰ

৩৩) শেহতীয়াকৈ 21 সংখ্যক ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ চেম্পিয়নশ্বিপৰ খিতাপ কোনে লাভ কৰিছে?

উত্তৰ:- মহাৰাষ্ট্ৰ

৩৪)কোনগৰাকী মোগল সম্রাটে তাজমহল সাজিছিল?

উত্তৰ: ছাহজাহান

৩৫) জালিয়ানৱালাবাগৰ হত্যাকাণ্ড ক’ত হৈছিল?

উত্তৰ: অমৃতসৰ

৩৬) তলৰ কোনজন মগধৰ শাসক বুদ্ধৰ সমসাময়িক আছিল?

উত্তৰ: বীম্বিসাৰ

৩৭)প্রাচীন মুদ্রাত বীণ বজোৱা মুদ্রিত কৰা হি  ন্দু ৰজাজনৰ নাম ____

উত্তৰ: সমুদ্র গুপ্ত

৩৮) কোন চনত মুলমান সকলে প্ৰথ  ম বাৰ অসম আক্ৰমণ কৰিছিল?

উত্তৰ : ১২০৬ চনত।

৩৯) 1979 চনৰ 10 ডিচেম্ৰত অসম আন্দোলনত মৃত্যু বৰণ কৰা প্ৰথম জন শ্বহীদ কোন আছিল?

উত্তৰ : খৰ্গেশ্বৰ তালুকদাৰ।

৪০)ত্ৰয়োদশ শতিকাৰ হাউছলা যুগৰ hero stone ক’ত আৱিষ্কাৰ হৈছে?

উত্তৰ : কৰ্ণাটক

Post a Comment

Previous Post Next Post