Assam GK in Assamese Language PART 35| Assamese General Knowledge-Buranjipedia

 

Assam GK in Assamese Language | Assamese General Knowledge-Buranjipedia

Assam GK MCQs -  Assam GK Questions & Answers in Assamese Language

Assam GK MCQ & General Knowledge

Here are the  Assam GK MCQ & General Knowledge questions and answers for all competitive exams) Read all these most important Assam GK MCQ & General Knowledge- Assam General Knowledge, Assam History, Assam Current Affairs quiz in order to answer the questions :-By Buranjipedia

Assam GK in Assamese Language | Assamese General Knowledge-Buranjipedia

Assam GK MCQ & General Knowledge

) কোনখন দেশে প্ৰথম বাৰৰ বাবে যাতায়তৰ বাবে অসীম দলং (infinity bridge) খুলিছে?

উত্তৰ : সংযুক্ত আৰৱ আমিৰাত

) শেহতীয়াকৈ অসম চৰকাৰে অসমৰ দ্বিতীয়খন চিৰিয়াখানা কত স্থাপন কৰাৰ কথা ঘোষণা কৰিছে?

উত্তৰ : শিলচৰ

৩) University of Oxford ৰ প্ৰেছ এ 2021children's world of the Year হিচাপে কাৰ নাম ঘোষণা কৰিছে?

উত্তৰ : anxiety

৪) কোনে  The world's most popular leader ৰ ভিতৰত শীৰ্ষ স্থান দখল কৰিছে?

উত্তৰ : নৰেন্দ্ৰ মোদী

৫) কোন খন দেশে Better Health Smoke-Free' অভিযান আৰম্ভ কৰিছে?

উত্তৰ : ইউকে

৬) Financial Stability Report (FSR)কোন প্রতিষ্ঠানৰ দ্বাৰা প্ৰকাশ কৰা মুখ্য প্রতিবেদন?

উত্তৰ : ভাৰতীয় ৰিজাৰ্ভ বেংক

৭) Global Entrepreneur of the Year বঁটা 2021'ৰে কাক সন্মানিত কৰা হৈছে?

উত্তৰ : কুমাৰ মংগলম বিড়লা

৮) ২০২২ চনৰ জানুৱাৰীত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সন্ত্রাসবাদ বিৰােধী সমিতিৰ (CTC)কোন খন দেশে অধ্যক্ষতা কৰিব?

উত্তৰ : ভাৰত

৯) Reserve Bank of Indiaয় কাক Unity Small Finance Bank ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছে?

উত্তৰ : বিনোদ ৰায়

১০)পৰাক্ৰম দিৱস কেতিয়া পালন কৰা হয়?

উত্তৰ : 23 জানুৱাৰী

১১)2021 বৰ্ষৰ পুৰুষ T20I খেলুৱৈ হিচাপে কাৰ নাম ঘোষণা কৰা হৈছে?

উত্তৰ : মহম্মদ ৰিজ্ৱান

১২) শেহতীয়াকৈ সীমান্ত সুৰক্ষা বাহিনী (BSF)এ ক''Operation sard hawa ' আৰম্ভ কৰিছে?

উত্তৰ : ৰাজস্থান

১৩) ভাৰতীয় সেনাৰ Eastern Commander জিঅ’চি-ইন-চিফ ৰ দায়িত্বভাৰ গ্ৰহণ কৰা প্ৰথমজন অসমীয়া সেনা বিষয়াৰ নাম কি?

উত্তৰ : ৰাণা প্ৰতাপ কলিতা

১৪) Eastern Command of the Indian ArmyGOC-in-Chief ৰ দায়িত্বভাৰ গ্ৰহণ কৰা উত্তৰ পূবৰ প্ৰথমজন সেনা বিষয়াৰ নাম কি?

উত্তৰ : ৰাণা প্ৰতাপ কলিতা

১৫) অষ্ট্ৰেলিয়ান অপেন 2022 ত মহিলা একক গ্রেণ্ডশ্লেম খিতাপ কোন জয় কৰিছে?

উত্তৰ : এছলে বাৰ্টি

১৬)2022 ৰ প্ৰথমখন ব্ৰিকছ শ্বেৰপা বৈঠকৰ অধ্যক্ষতা কোনখন দেশে কৰিছে?

উত্তৰ : চীন

১৭)ভাৰতৰ প্ৰথমটো Digital Justice Clock কোনখন ৰাজ্যৰ উচ্চ ন্যায়ালয়ত লগোৱা হৈছে?

উত্তৰ : গুজৰাট

১৮)শেহতীয়াকৈ ছাৰা গিল কোনখন দেশৰ প্ৰথম Transgender Doctor হৈছে?

উত্তৰ : পাকিস্তান

১৯)গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰতৰ ক'ত প্ৰথম জিলা Good - Governance Index জাৰী কৰিছে?

উত্তৰ : জম্মু কাশ্মীৰ

২০) কোন কেইখন ৰাজ্যই 21 জানুৱাৰী, 2022 তাৰিখে 50th Foundation Day পালন কৰে?

উত্তৰ : ত্ৰিপুৰা, মণিপুৰ আৰু মেঘালয়

২১) Donor Privacy Day 2022 কেতিয়া পালন কৰা হয়?

উত্তৰ : 28 জানুৱাৰী

২২) কোনখন দেশে Worlds canal lock ৰ উদঘাটন কৰিছে?

উত্তৰ : আমস্তাৰ্ডম, নেদাৰলেণ্ড

২৩) ৰাছিয়াই ভাৰতক কিমানটা AK 203 Assult rifle হস্তান্তৰ কৰিছে?

উত্তৰ : 70,000

২৪)অসমৰ পৰা কোনে 2022 বৰ্ষৰ Padma Shri award লাভ কৰিবলৈ সক্ষম হৈছে?

উত্তৰ : শকুন্তলা চৌধুৰী (Social Service)আৰু ধনেশ্বৰ ইংতি (Literature and education)

২৫) অসমৰ কোনে ২০২২ বৰ্ষৰ গণৰাজ্য দিৱস Journalist award লাভ কৰিব সক্ষম হৈছে?

উত্তৰ : অনিল বৰুৱা

২৬)২০২২ বৰ্ষৰ ৰাষ্ট্ৰপতিৰ পুলিচ বঁটা লাভ কৰা অসমৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ নাম কি?

উত্তৰ : হীৰেণ চন্দ্ৰ নাথ

২৭)'ডিজিটেল সংসদ' নামেৰে এটা নতুন এপ কোনে আৰম্ভ কৰিছে?

উত্তৰ : লোকসভা সচিবালয়

২৮) ভাৰতৰ সকলোতকৈ ডাঙৰ E.V. charging station'ত মুকলি কৰা হৈছে?

উত্তৰ : গুৰুগ্ৰাম

২৯)বিশ্বৰ প্ৰথমখন hydrogen চালিত flying boat ' জেট শূন্য মিছন ' 'ত আৰম্ভ কৰা হৈছে?

উত্তৰ : সংযুক্ত আৰৱ আমিৰাত

৩০)2022 বৰ্ষত ভাৰতবৰ্ষৰ কিমানখন ৰামচৰ চাইট হৈছে?

উত্তৰ : 49 খন

৩১) National Institute of Electronic and Information Technology ৰ নতুন মহা নিৰ্দেশক কোন হৈছে?

উত্তৰ : মদন মোহন ত্ৰিপাঠী

৩২)'গোল্ডেন বয় নীৰজ চোপ্ৰা ' কিতাপখন কোনে লিখিছে?

উত্তৰ : নৱদীপ সিং গিল

৩৩)ভাৰত আৰু কোনখন দেশৰ সীমাত নতুন সীমান্ত হাট ৰ আধাৰশিলা স্থাপন কৰা হৈছে?

উত্তৰ : বাংলাদেশ

৩৪)Statue of Equality কোনে উদ্ঘাটন কৰিছে?

উত্তৰ : নৰেন্দ্ৰ মোদী

৩৫)UNDP ৰ প্ৰথম যুৱ ভাৰতীয় জলবায়ু চেম্পিয়ন কোন হৈছে?

উত্তৰ : প্ৰাজক্তা কোলি

৩৬) স্পিতুক গোচটৰ উৎসৱ 2022 ভাৰতৰ ক'ত আৰম্ভ কৰা হৈছে?

উত্তৰ : লাডাখ

৩৭) মহিলা এছিয়া কাপ 2022 ৰ খিতাপ কোনে দখল কৰিছে?

উত্তৰ : জাপান

৩৮)মহিলা হকী এছিয়া কাপ 2022 ত ভাৰতীয় মহিলা হকী দলে কি পদক লাভ কৰিছে?

উত্তৰ : ব্ৰঞ্জ পদক

৩৯)Statue of Equality কোনখন চহৰত নিৰ্মাণ কৰা হৈছে?

উত্তৰ : হাইদৰাবাদ

৪০)শেহতীয়াকৈ International Association of Working Women Award কোনে লাভ কৰিছে?

উত্তৰ : সুস্মিতা সেন

Post a Comment

Previous Post Next Post