Assam GK in
Assamese Language | Assamese General Knowledge-Buranjipedia
Assam GK MCQs
- Assam GK Questions & Answers in Assamese Language
Assam GK MCQ & General Knowledge
Here are the Assam GK MCQ & General Knowledge questions and answers for all competitive exams) Read all these most important Assam GK MCQ & General Knowledge- Assam General Knowledge, Assam History, Assam Current Affairs quiz in order to answer the questions :-By Buranjipedia
Assam GK MCQ & General Knowledge
১)Gujrat Maritime Cluster প্ৰথম CEO হিচাপে কাক নিযুক্তি দিয়া হৈছে?
উত্তৰ : মাধবেন্দ্ৰ সিং
২)কোনখন ৰাজ্য চৰকাৰে ‘The Vision for All School Eye Health’ কাৰ্যসূচী আৰম্ভ
কৰিছে?
উত্তৰ : গোৱা
৩)কোনখন ৰাজ্যৰ ‘Har Gaon Hariyali’ৰ পদক্ষেপে 90 লাখ পুলি ৰোপণৰ অভিলেখ সৃষ্টি কৰিছে?
উত্তৰ : জম্মু-কাশ্মীৰ
৪)ভাৰতীয় Airforceৰ নতুন Vice Chief হিচাপে কাক নিযুক্তি দিয়া হৈছে?
উত্তৰ : অমনপ্ৰীত সিং
৫)শেহতীয়াকৈ কোনখন ৰাজ্যত G-20 নিয়োগ
কৰ্মগোটৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হ’ব?
উত্তৰ : ৰাজস্থান
৬)PUMA India কাক ইয়াৰ Brand Ambessador হিচাপে নিযুক্তি দিছে?
উত্তৰ : হৰমনপ্ৰীত কৌৰ
৭)TATA Steel Masters 2023ত কোনে জয়ী হৈছে?
উত্তৰ : অনিশ গিৰি
৮)শেহতীয়াকৈ জৈৱিক গুণগত মানৰ ৰাষ্ট্ৰীয় শীৰ্ষ সন্মিলন ______ আয়োজন কৰা হৈছে
উত্তৰ : নতুন দিল্লী।
৯)ভাৰত আৰু Japanৰ মাজত 2023
চনৰ কোনটো যৌথ অনুশীলন শেহতীয়াকৈ সমাপ্ত হৈছে?
উত্তৰ : বীৰ গাৰ্ডিয়ান ২০২৩
১০)শেহতীয়াকৈ উত্তৰ প্ৰদেশত 2023
চনৰ Investoe conferenceত বিনিয়োগ আকৰ্ষণ কৰাত কোনখন চহৰে
শীৰ্ষস্থান দখল কৰিছে?
উত্তৰ : ঝান্সী।
১১)2023-24 চনৰ অৰ্থনৈতিক সমীক্ষা অনুসৰি 2023-24
চনত ভাৰতৰ অৰ্থনীতি কিমান শতাংশ বৃদ্ধি পাব?
উত্তৰ : ৬.৫
১২)কেৰালাৰ প্ৰথমখন জিলাত কোনখন জিলাত ১০ হাজাৰতকৈ অধিক
নতুন M.S.M.E. পঞ্জীয়ন কৰা হৈছে?
উত্তৰ : এৰ্নাকুলাম
১৩) ৰাষ্ট্ৰীয় মহিলা আয়োগৰ (NCW)প্ৰতিষ্ঠা
দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ : ৩১
জানুৱাৰী
১৪)কাক National Mineral Development Corporationৰ Brand ambassadors
হিচাপে নিযুক্তি
দিয়া হৈছে?
উত্তৰ : নিখাত জৰীণ
১৫)ৰাষ্ট্ৰপতি ভৱনৰ মোগল উদ্যানৰ নাম সম্প্রতি কিহলৈ ৰূপান্তৰ কৰা হৈছিল?
উত্তৰ : অমৃত উদ্যান
১৬)কোনে ব্ৰিটেইনৰ জীৱনজোৰা কৃতিত্ব সন্মান লাভ
কৰে?
উত্তৰ : মনমোহন সিং
১৭)কোনখন ৰাজ্য চৰকাৰে নাবালক ছোৱালীক বিয়া কৰাই
পুৰুষক কঠোৰ আইনৰ অধীনত কাৰাদণ্ডৰ ঘোষণা কৰিছে?
উত্তৰ : অসম চৰকাৰ
১৮)অলপতে নতুনকৈ নামাকৰণ কৰা "Amrit Udyan"ৰ পূৰ্বৰ নাম কি আছিল?
উত্তৰ : মোগল গাৰ্ডেন
১৯)কোনখন চহৰত খাদী উৎসৱ ২০২৩ উদ্বোধন কৰা হয়?
উত্তৰ : মুম্বাই
২০)কোনে 2023 চনৰ FIS ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হয়?
উত্তৰ : ভি কে পাণ্ডিয়ান
২১)কোনখন ৰাজ্য চৰকাৰে অভাৱগ্ৰস্ত ছোৱালীক সক্ষম আৰু
স্বাৱলম্বী কৰিবলৈ Samagra Siksha Abhiyan আৰম্ভ কৰে?
উত্তৰ : উত্তৰ প্ৰদেশ
২২) অন্ধ্ৰপ্ৰদেশৰ নতুন ৰাজধানী কোনখন?
উত্তৰ : বিশাখাপট্টনম
২৩) ‘লালা লাজপত ৰায়’ৰ জন্ম বাৰ্ষিকী কেতিয়া পালন কৰা
হৈছে?
উত্তৰ : ২৮ জানুৱাৰী
২৪)ICC 2020 চনৰ শ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰ হিচাপে
নিৰ্বাচিত হৈছে কোনগৰাকী মহিলা ক্ৰিকেটাৰ?
উত্তৰ : নেট স্কাইভাৰ
২৫)ৰাষ্ট্ৰপতি ভৱনত অৱস্থিত Mughal Udyan
নাম নতুনকৈ কি নামেৰে নামাকৰণ কৰা হৈছে?
উত্তৰ : অমৃত উদ্যান
২৬) প্রধানমন্ত্রী মােদীয়ে উত্তৰ প্ৰদেশৰ কোনখন জিলাত 'Major Dhyan Chand Sports University 'ৰ আধাৰশিলা স্থাপন
কৰিছে?
উত্তৰ : মিৰট
২৭)Indian Coast Guardৰ 24th প্রধান (DG)হিচাপে কোনে
দায়িত্ব গ্ৰহণ কৰিছে?
উত্তৰ : ভি এছ পঠানিয়া
২৮)কোনখন চুটিগল্প পুথিৰ বাবে অভিজিৎ বৰাই অসম
সাহিত্য অকাডেমি যুৱ বঁটা ২০২১ কোনে লাভ কৰিছে?
উত্তৰ : ডেউকা কোবাই যায়
২৯)বড়াে ভাষাৰ Sahitya Academy Award 2021 কোনে লাভ কৰিছে?
উত্তৰ : মৌদায় গ'হই
৩০) কোনখন শীর্ষক কাব্যগ্রন্থৰ বাবে Mauday Gohai লৈ বড়াে ভাষাৰ সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছে?
উত্তৰ : 'খ'ৰ' ছায়াৱ' আৰ' হিমালয়
৩১)শেহতীয়াকৈ আমেৰিকাৰ বায়ুসেনাত Brigadier General ৰ পদবীত কোন ভাৰত-আমেৰিকানক নিযুক্তি দিয়া হৈছে?
উত্তৰ : ৰাজা জে চাৰি।
৩২)কোনখন দেশে মহিলা ক্ৰিকেটাৰক সন্মান জনোৱাৰ বাবে Debbie Hockley
Medal আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে?
উত্তৰ : নিউজিলেণ্ড।
৩৩)শেহতীয়াকৈ কোনখন দেশে বিশ্বৰ প্ৰথমটো ফ’টনিক ভিত্তিক Quantum Computer বাণিজ্যিকীকৰণ কৰিব?
উত্তৰ : কানাডা।
৩৪)শেহতীয়াকৈ AIR INDIA ৰ নতুন CMD কোন হৈছে?
উত্তৰ : বিক্ৰম দেবদত্ত
৩৫)ইন্দোনেছিয়াৰ নতুন ৰাজধানী চহৰখনৰ নাম কি?
উত্তৰ : নুসন্তাৰা
৩৬)কোনখন দেশে FIS পুৰুষৰ হকী বিশ্বকাপ ২০২৩ৰ
খিতাপ লাভ কৰিছিল?
উত্তৰ : জাৰ্মানী
৩৭)ভাৰতৰ First Model G-20 শীৰ্ষ সন্মিলন
ক’ত অনুষ্ঠিত হৈছিল?
উত্তৰ : মুম্বাই
৩৮)কোনখন ৰাজ্যই ২০২৩ চনৰ ৩০ জানুৱাৰীত ৱানছাইট এচিলৰ
লুক্সোটিকা ফাউণ্ডেশ্যন আৰু প্ৰসাদ নেথ্ৰালায়াৰ সৈতে অংশীদাৰিত্বৰে ভিজন ফৰ অল
স্কুল আই হেল্থ প্ৰগ্ৰেম আৰম্ভ কৰিছে?
উত্তৰ : গোৱা
৩৯)কোনখন দেশৰ Odessaক ইউনেস্ক’ই বিপদত পৰা
বিশ্ব ঐতিহ্য হিচাপে ঘোষণা কৰিছে?
উত্তৰ : ইউক্ৰেইন
৪০)ভাৰতে কোনখন দেশৰ লগত 12 টাতকৈ
অধিক চিতা আনিবলৈ বান্ধ খাইছে?
উত্তৰ : দক্ষিণ আফ্ৰিকা