Assam GK in Assamese Language | Assamese General Knowledge-Buranjipedia
Assam GK MCQs
- Assam GK Questions & Answers in Assamese Language
Assam GK MCQ
& General Knowledge
Here are the Assam GK MCQ &
General Knowledge questions and answers for all competitive
exams) Read all these most important Assam GK MCQ &
General Knowledge- Assam General Knowledge, Assam History, Assam
Current Affairs quiz in order to answer the questions :-By Buranjipedia
Assam GK MCQ & General Knowledge
১)সীমান্ত গান্ধী বুলি কাক জনা যায়।
উত্তৰ:খান আব্দুল গফৰ খান।
২)কোন শতিকাত সমুদ্ৰগুপ্তই
ৰাজত্ব কৰিছিল?
উত্তৰ:চতুৰ্থ শতিকাত।
৩) কোনজন শাসকে ভাৰতত ঐতিহাসিক ৰাজ আলি (Grand Trunk
Road)গ্ৰেন্দ ট্ৰাংক ৰোড নিৰ্মাণ কৰিছিল?
উত্তৰ:শ্বেৰ শ্বাহ ছুৰী।
৪)ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনৰ
বাবে গান্ধীজীক সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল?
উত্তৰ:১৯২৪ চনৰ বেলগাম অধিৱেশনৰ
বাবে।
৫)মেক্সিকো মহানগৰ বিশ্বৰ____তম বৃহৎ মহানগৰ।
উত্তৰ:দ্বিতীয়।
৬)পৃথিবীৰ মুঠ মাটি কালি____।
উত্তৰ:১৪৯ নিযুত বৰ্গ
কিলোমিটাৰ।
৭)আফ্ৰিকাৰ সৰ্বোচ্চ শৃংগ _____।
উত্তৰ:কিলিমাঞ্জোৰো।
৮) কিমান নং অনুচ্ছেদ অনুসৰি সংসদে সংবিধানৰ মৌলিক (Fundamental
Rights)অধিকাৰ সংশোধন কৰিব পাৰে?
উত্তৰ:368।
৯)পৃথিৱীৰ কোনখন ৰাষ্ট্ৰক গণতন্ত্ৰৰ
বিজ্ঞানাগাৰ বুলি কোৱা হয়?
উত্তৰ:চুইজাৰলেণ্ড।
১০)অসম বিধান সভাৰ সদস্যৰ সংখ্যা –
উত্তৰ:126 গৰাকী।
১১)লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত
সভাপতিত্ব কৰে—
উত্তৰ:লোকসভাৰ অধ্যক্ষ।
১২)গৌতম বুদ্ধই সৰ্বপ্ৰ্থম
ধৰ্মোপদেশমূলক বক্তৃতা ক‘ত প্ৰদান কৰিছিল।
উত্তৰ:সাৰনাথ ৷
১৩) কোনটো ৰাজবংশই ১০২৬ চনৰ পৰা দিল্লীত শাসনকাৰ্য
চলাইছিল?
উত্তৰ:দাস বংশই।
১৪) কোনটো ধৰ্মই গুপ্ত
শাসনত অধিক প্ৰভাৱ পেলাইছিল?
উত্তৰ:হিন্দু ধৰ্ম।
১৫) 1857 চনত হোৱা বিদ্ৰোহত পেছোৱা হিচাপে কাক ঘোষণা কৰা হৈছিল?
উত্তৰ:নানা চাহেব।
১৬)মোগল সাম্ৰাজ্যৰ অন্তিমজন
শাসকৰ নাম কি আছিল?
উত্তৰ:বাহাদুৰ শ্বাহ জাফৰ।
১৭)গান্ধীজীয়ে কেতিয়া প্ৰথম
সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল?
উত্তৰ:১৯১৭ চনত৷
১৮)কোনটো ঘটনা বিফল হোৱাৰ পিছত ভাৰতীয় জাতীয়
কংগ্ৰেছে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল?
উত্তৰ : ক্ৰিপছ মিছ্ন।
১৯) আনুষ্ঠানিকভাৱে নিৰ্বাচন বিধি ভাৰতবৰ্ষত পোন প্ৰথমবাৰৰ বাবে কোনখন আইনে প্ৰৱৰ্তন কৰিছিল?
উত্তৰ:১৯০৯ চনৰ ভাৰতীয় পৰিষদ
আইন।
২০)মহাত্মা গান্ধীৰ কোনবিধ সামগ্ৰী দাণ্ডি
যাত্ৰাৰ লগত জড়িত?
উত্তৰ:নিমখ।
২১)মাৰ্গাৰেট এলিজাবেথ ন’বেলক কোনে ‘নিবেদিতা’
আখ্যা দিছিল?
উত্তৰ:স্বামী বিবেকানন্দ।
২২)কালাহাৰী মৰুভূমি আছে _____।
উত্তৰ:আফ্ৰিকাত।
২৩)অ’জন স্তৰ কত আছে?
উত্তৰ:ষ্ট্ৰেট’স্ফিয়াৰ।
২৪) বায়ুমণ্ডলত আটাইতকৈ বেছি পোৱা
গেছ হৈছে ____।
উত্তৰ:নাইট্ৰ’জেন।
২৫)পৃথিৱীৰ গভীৰত খাদটো হৈছে ____।
উত্তৰ:মেৰিনা খাদ।
২৬)ভাৰতীয় ফুটবলত আটাইতকৈ পুৰণি টুৰ্ণামেন্ট
কোনখন? ই কেতিয়া আৰম্ভ হৈছিল?
উত্তৰ: ভাৰতীয় ফুটবলত আটাইতকৈ পুৰণি
টুৰ্ণামেন্ট খন হৈছে ডুৰাণ্ড কাপ টুৰ্ণামেণ্ট। ই ১৮৮৮ চনত আৰম্ভ হৈছিল।
২৭)একেৰাহে চাৰিবাৰ National Champion হোৱা ভাৰতীয় টেবুল টনিছ খেলুৱৈগৰাকীৰ নাম কি?
উত্তৰ:চেতন বাবু।
২৮)কোনজন ভাৰতীয় ক্ৰিকেটাৰ ‘লিটল মাষ্টাৰ’
হিচাপেও জনাজাত?
উত্তৰ:শচীন তেণ্ডুলকাৰ।
২৯)ভাৰতে কোন চনত টেষ্ট ক্ৰিকেটত স্বীকৃতি লাভ
কৰে?
উত্তৰ:১৯৩২।
৩০)২০০৮ চনৰ বেইজিং অলিম্পিকত ভাৰতৰ সুশীল
কুমাৰে ব্ৰঞ্জৰ পদক লাভ কৰিছিল৷ তেওঁ কোনবিধ খেলৰ সতে জড়িত?
উত্তৰ:বক্সিং।
৩১)মহেঞ্জোদাৰো ক’ত অৱস্থিত?
উত্তৰ:সিন্ধু প্ৰদেশ
(পাকিস্তান)
৩২)ভাৰতত কেতিয়া বিক্ৰমী যুগ
আৰম্ভ হয়।
উত্তৰ:খ্ৰীষ্টপূৰ্ব ৫৮।
৩৩) ৰাষ্ট্ৰসংঘত সভাপতিত্ব কৰা প্ৰথমগৰাকী
ভাৰতীয় ব্যক্তিৰ নাম কি?
উত্তৰ:বিজয়ালক্ষ্মী পণ্ডিত।
৩৪)ভাৰতত ‘ৰাজপথ’ নিৰ্মাণ কৰা প্ৰথম বৃটিছ
গৱৰ্ণৰ-জেনেৰেলজনৰ নাম কি?
উত্তৰ:লৰ্ড ডেলহাউচি।
৩৫)কাৰ শাসনৰ সময়ত ভাৰতীয়
অসামৰিক সেৱা আৰম্ভ হৈছিল?
উত্তৰ:লৰ্ড কৰ্ণৱালিজৰ শাসনৰ
সময়ত।
কৰা হৈছে—
উত্তৰ:স্পেইন আৰু আয়াৰলেণ্ড।
৩৬)বৰ্তমান সীমিত ৰাজতন্ত্ৰৰ প্ৰচলন কোন দেশত
আছে?
উত্তৰ:ইংলেণ্ডত।
৩৭)আদৰ্শৰ ভিত্তিত নির্দেশক (Directive
Principles)নীতিসমূহ কিমান ভাগ কৰিব পাৰি —
উত্তৰ:4 টা ভাগত।
৩৮)মৌলিক অধিকাৰৰ বিষয়ে দিয়া আছে সংবিধানৰ ___অধ্যায়ত।
উত্তৰ:চতুর্থ।
৩৯) কোনটো আঞ্চলিক দলৰ উৎপত্তিৰ কাৰণ নহয়
উত্তৰ:অর্থনৈতিক উদাৰতা।
৪০)নিৰ্দেশক নীতিৰ ভেঁটি হৈছে—
উত্তৰ:সমাজবাদ।