Assam GK in Assamese Language PART 32 | Assamese General Knowledge-Buranjipedia

Assam GK in Assamese Language | Assamese General Knowledge-Buranjipedia

Assam GK MCQs -  Assam GK Questions & Answers in Assamese Language

Assam GK MCQ & General Knowledge

Here are the  Assam GK MCQ & General Knowledge questions and answers for all competitive exams) Read all these most important Assam GK MCQ & General Knowledge- Assam General Knowledge, Assam History, Assam Current Affairs quiz in order to answer the questions :-By Buranjipedia

Assam GK in Assamese Language PART 32 | Assamese General Knowledge-Buranjipedia

Assam GK MCQ & General Knowledge

)পঞ্চায়তীৰাজ ব্যৱস্থাৰ সৃষ্টি কৰা কোনটো নিৰ্দেশক নীতিৰ অন্তৰ্ভুক্ত?

উত্তৰ:গান্ধীবাদী নীতি।

)অসম গণ পৰিষদৰ জন্ম হৈছিল—

উত্তৰ:1985 চনত।

)জাতীয় পতাকাৰ প্ৰতি সম্মান প্ৰদৰ্শন কৰাটো এটা—

উত্তৰ:মৌলিক কর্তব্য।

)দ্বৈত নাগৰিকত্ব কোনখন ৰাষ্ট্ৰৰ?

উত্তৰ:আমেৰিকাৰ।

)হিন্দু মহাসভা গঠন কৰা হৈছিল—

উত্তৰ:1916 চনত

)ভাৰতবৰ্ষত সম্প্ৰচাৰ কেন্দ্ৰ কেতিয়া আৰু ক’ত মুকলি কৰা হৈছিল?

উত্তৰ:১৯২৭ চনত মুম্বাইত।

)ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে কোন চনত টেলিফোন (Telephone Service)সেৱা স্থাপন কৰা হৈছিল।

উত্তৰ:১৮৮১ চনত।

)ভাৰতবৰ্ষৰ প্ৰথমটো মৰাপাট কাৰখান কেতিয়া আৰু ক’ত আৰম্ভ হৈছিল?

উত্তৰ:১৮৫৪ চনত ক’লকাতাত।

)ভাৰতবৰ্ষত প্ৰথমটো উপগ্ৰহ কেতিয়া উৎক্ষেপন কৰা হৈছিল?

উত্তৰ:১৯৭৫ চনৰ ১৯ এপ্ৰিলত।

১০)দেশীয়ভাৱে নিৰ্মিত আৰু উৎক্ষেপিত ভাৰতৰ প্ৰথমটো দূৰ সংবেদী উপগ্ৰহটো কি?

উত্তৰ:আই আৰ এছ-ডি২।

১১তিনিওখন ঘূৰণীয়া মেজমেলত উপস্থিত থকা ব্যক্তিগৰাকী কোন?

উত্তৰ:ড° বি আৰ আম্বেদকাৰ।

১২)উচ্চ শিক্ষাৰ বাবে ইংৰাজী মাধ্যমৰ কোনে পোষকতা কৰিছিল?

উত্তৰ:লৰ্ড মেক’লে।

১৩)কোন চনত পণ্ডিত জৱাহৰলাল নেহৰুক ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত কৰা হৈছিল।

উত্তৰ:১৯৩৬৷

১৪)ভাৰতবৰ্ষত ‘স্বত্ব বিলোপ নীতি’ কোনে প্ৰৱৰ্তন কৰিছিল।

উত্তৰ:লৰ্ড ডেলহাউচি।

১৫)ভাৰতবৰ্ষৰ অন্তিমজন ভাইচৰয় কোন আছিল?

উত্তৰ:লৰ্ড মাউন্টবেটেন।

১৬1857 চনৰ বিদ্ৰোহত ব্ৰিটিছৰ বিৰূদ্ধে যুঁজ দিয়া সাহসী ৰাণীগৰাকীৰ নাম কি আছিল?

উত্তৰ:ঝান্সীৰ ৰাণী লক্ষ্মীবাঈ।

১৭)তলৰ কোনটো ৰাষ্ট্ৰপতীয় চৰকাৰৰ বৈশিষ্ট্য নহয়

উত্তৰ:জৰুৰী অৱস্থাৰ বাবে উপযোগী নহয়।

১৮)ৰাজ্যিক বিধান (State Legislative Council)পৰিষদৰ সদস্য সংখ্যা কিমান জনতকৈ অধিক হ’ব নোৱাৰিব?

উত্তৰ:40 জন।

১৯)গুৱাহাটী পৌৰ নিগম আইন পাছ কৰা হয়

উত্তৰ:1969 চনত।

২০)সংসদৰ দুয়োটা সদনতে উপস্থিত থাকিব পৰা বিষয়াজন হ’ল–

উত্তৰ:মহান্যায়াবিদ।

২১)ভাৰতীয় সংবিধান সভাৰ প্ৰথম সভাপতি আছিল ____

উত্তৰ:ৰাজেন্দ্ৰ প্ৰসাদ।

২২)ভাৰতীয় সংবিধানৰ কোনটো অধ্যায়তDirective Principles অথবা নির্দেশাত্মক নীতি সন্নিবিষ্ট কৰা হৈছে—

উত্তৰ:চতুর্থ অধ্যায়।

২৩)ভাৰতীয় সংবিধানৰ(Indian Constitution) অনুচ্ছেদ _____ অনুসৰি অসমৰ ৰাজ্যপালে নির্বাচনী আয়ুক্তক নিযুক্ত

কৰে।

উত্তৰ:243(k)

২৪)শিক্ষা পালিকা চৰকাৰৰ অংশ হয়নে?

উত্তৰ:নহয়।

২৫কোনখন ৰাষ্ট্ৰত পৰোক্ষ গণতন্ত্ৰৰ প্ৰচলন নাই

উত্তৰ:চুইজাৰলেণ্ড।

২৬)মন্ত্রীসভা পৰিচালিত চৰকাৰৰ জন্মদাতা হ’ল

উত্তৰ:গ্রেট ব্রিটেইন।

২৭)‘Rest is essential to being happy(সুখী হ’বৰ বাবে জিৰণি অত্যাৱশ্যক)’ এই উক্তিটো আছিল—

উত্তৰ:এৰিষ্টটল।

২৮)প্রথম গোষ্ঠ নিৰপেক্ষ সম্মিলন অনুষ্ঠিত হৈছিল

উত্তৰ:বেলগ্রেডত।

২৯)ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলত অৱস্থিত নাগালেণ্ড ৰাজ্যৰ চৰকাৰী ভাষা কি?

উত্তৰ:ইংৰাজী।

৩০)বিখ্যাত গ্ৰন্থ ৰামচৰিতমানসৰ লেখক কোন?

উত্তৰ:তুলসী দাস।

৩১)পানিপথৰ দ্বিতীয় যুদ্ধ(Panipath Second War) কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল?

উত্তৰ:১৫৫৬ খ্ৰীষ্টাব্দত হিমু আৰু বৈৰাম খাঁৰ মাজত।

৩২)আগ্ৰাৰ ওচৰৰ কোনখন ঠাই ছিকন্দৰ লোডীৰ(Sikandar Lodi) নামেৰে নামকৰণ কৰা হয়।

উত্তৰ:ছিকন্দৰবাদ।

৩৩)পৃথিৱীৰ পৰা সূৰ্য্যৰ গড় দূৰত্ব কিমান?

উত্তৰ:১৪.৯৬ কোটিকিলোমিটাৰ)

৩৪)গংগা নদী বৈ গৈছে _____

উত্তৰ: বঙ্গোপসাগৰ ।

৩৫)বছৰৰ আটাইতকৈ দীঘল দিন কোনটো?

উত্তৰ:২১ জুন।

৩৬)ইয়াৰদাং দেখা যায় _____

উত্তৰ:মৰুভূমি।

৩৭)কালাহাৰী মৰুভূমি আছে ___?

উত্তৰ:আফ্ৰিকাত।

৩৮)স্থায়ী জনবসতি নথকা মহাদেশ খন ____

উত্তৰ:এন্টাৰ্কটিকা।

৩৯)আফ্ৰিকা বিশ্বৰ____তম বৃহৎ মহদেশ।

উত্তৰ:দ্বিতীয়।

৪০)পৃথিৱীৰ বৃহত্তম কাল্পনিক ৰেখা কোন ডাল?

উত্তৰ:বিষুব ৰেখা।


Post a Comment

Previous Post Next Post