Assam GK in Assamese Language PART 31 | Assamese General Knowledge-Buranjipedia

 

Assam GK in Assamese Language | Assamese General Knowledge-Buranjipedia

Assam GK MCQs -  Assam GK Questions & Answers in Assamese Language

Assam GK MCQ & General Knowledge

Here are the  Assam GK MCQ & General Knowledge questions and answers for all competitive exams) Read all these most important Assam GK MCQ & General Knowledge- Assam General Knowledge, Assam History, Assam Current Affairs quiz in order to answer the questions :-By Buranjipedia

Assam GK in Assamese Language PART 31 | Assamese General Knowledge-Buranjipedia

Assam GK MCQ & General Knowledge

১)সিন্ধু উপত্যকাৰ সভ্যতা ধ্বংস হোৱাৰ প্ৰধান কাৰণ কি আছিল?

উত্তৰ:বানপানী আৰু ধুমুহা।

২)ভাৰতবৰ্ষত ব্ৰিটিছ শাসিত ভূ-খন্দৰ প্ৰথমজন গৱৰ্ণৰ জেনেৰেল(First Governor General) কোন আছিল?

উত্তৰ:ৱাৰেণ হেষ্টিংছ।

৩)কলিকতাত (বৰ্তমানৰ ক‘লকাতাত) ভাৰতীয় এচ’ছিয়েচন কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰ:সুৰেন্দ্ৰ নাথ বেনাৰ্জী।

৪) 1857 চনৰ বিদ্ৰোহৰ সময়ত ভাৰতীয় সৈন্যসকলে কাক ভাৰতৰ সম্ৰাট হিচপে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল?

উত্তৰ:বাহাদূৰ শ্বাহ জাফৰ।

)২০০৮ চনৰ বেইজিং অলিম্পিকত(Beijing Olympic) ভাৰতে অলিম্পিক প্ৰতিযোগিতাত প্ৰথমটো স্বৰ্ণপদক শ্বুটিং শিতানত লাভ কৰে। এই ক্ৰীড়াবিদজনৰ নাম কি?

উত্তৰ:অভিনৱ বিন্দ্ৰা।

)ফৰ্মুলা ৱান কাৰ ৰেছিং প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা প্ৰথম ভাৰতীয়জনৰ নাম কি?

উত্তৰ:নাৰায়ণ কাৰ্তিকেয়ন।

)হকীৰ যাদুকৰ বুলি পৰিচিত ভাৰতীয় হকী খেলুৱৈ (Hocky Player) গৰাকীৰ নাম কি?

উত্তৰ:ধ্যান চান্দ।

)লেনিন পুৰস্কাৰ লাভ কৰা প্ৰথম ভাৰতীয়গৰাকী কোন?

উত্তৰ:চৈফুদ্দিন কিচলু(১৯৫২)

)ন’বেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয়জনৰ নাম কি?

উত্তৰ:ৰবীন্দ্ৰ নাথ ঠাকুৰ(১৯৩১ চন)।

১০)শান্তিৰ ক্ষেত্ৰত ন’বেল বঁটা(Nobel Prize) লাভ কৰা ভাৰতীয়জনৰ নাম কি?

উত্তৰ:মাদাৰ টেৰেছা।

১১)অস্কাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয়জনৰ নাম কি?

উত্তৰ:ভানু আথাইয়া।

১২)অসামৰিক দিশত ভাৰতৰ সৰ্ব্বোচ্চ বঁটাটোৰ নাম কি?

উত্তৰ:পৰম বীৰ চক্ৰ।

১৩)পদ্মশ্ৰী (Padmashri)বঁটাৰে সন্মানিত হোৱা প্ৰথমগৰাকী ভাৰতীয় এথলীটৰ নাম কি?

উত্তৰ:মিলখা সিং।

১৪)_____ হৈছে বায়ুমণ্ডলত আটাইতকৈ বেছি পোৱা গেছ।

উত্তৰ:নাইট্ৰ’জেন।

১৫)মহাকাশৰ আটাইতকৈ উজ্জ্বল নক্ষত্ৰটো কি?

উত্তৰ: সূৰ্য্য।

১৬)উত্তৰ আমেৰিকা বিশ্বৰ ____ বৃহৎ মহাদেশ।

উত্তৰ: চতুৰ্থ।

১৭)বছৰৰ আটাইতকৈ চুটি দিন কোনটো?

উত্তৰ: 22 ডিচেম্বৰ।

১৮)নীল নদীৰ মুঠ দৈৰ্ঘ্য _____

উত্তৰ:6650 কি.মি।

১৯)মহানবিজ্ঞানী গেলিলিওৱে কোনটো গ্ৰহৰ উপগ্রহ চাৰিটা আৱিষ্কাৰ কৰিছিল?

উত্তৰ:বৃহস্পতি।

২০)দুটা খৰ্গযুক্ত গঁড় পোৱা যায়_____

উত্তৰ:আফ্ৰিকাত।

২১)পৃথিৱীৰ সবাতোকৈ ডাঙৰ মহাদেশ খনৰ নাম কি?

উত্তৰ:এছিয়া মহাদেশ।

২২)ভাৰতবৰ্ষত প্ৰথমটো বস্ত্ৰ উৎপাদন কাৰখানা কেতিয়া আৰু ক’ত আৰম্ভ হৈছিল?

উত্তৰ:১৮৫৪ চনত মুম্বাই।

২৩)ভাৰতৰ প্ৰথমটো জলবিদ্যুৎ প্ৰকল্প (Hydro Electric Plant) কেতিয়া আৰু ক’ত স্থাপন কৰা হৈছিল?

উত্তৰ:১৮৯৭-৯৮ চনত দাৰ্জিলিঙত।

২৪)২০০৪ চনৰ ২০ ছেপ্তেম্বৰত পোণ প্ৰথমবাৰৰ বাবে শিক্ষাৰ উদ্দেশ্যে আছুতীয়াকৈ স্থাপন কৰা উপগ্ৰহটো অন্তপ্ৰদেশৰ শ্ৰীতৰিকোটাৰ পৰা উৎক্ষেপন কৰা হৈছিল। উপগ্ৰুহটোৰ নাম কি?

উত্তৰ:এডুচেট।

২৫)প্ৰথমটো সোঁৱৰণীমূলক ডাক টিকটত (Post Card) কোনখন ভাৰতীয় চহৰৰ উদ্বোধনৰ তথ্য সন্নিবিষ্ট আছে?

উত্তৰ:নতুন দিল্লী।

২৬)ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ মনোনীত কৰা সদস্য সংখ্যা হ’ল-

উত্তৰ:12 জন।

২৭)‘গণতন্ত্ৰ (Democracy) হৈছে আলোচনাৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণ কৰা চৰকাৰ’ এই মত সমর্থন কৰে

উত্তৰ:বার্কাৰে।

২৮)14 দফীয়া নীতিৰ প্ৰৱৰ্তন কৰিছিল ____ 

উত্তৰ:উইলচন।

২৯)বিধান সভাৰ সদস্য হ’ব লাগিলে তেওঁৰ নুন্যতম বয়স কিমান হ’ব লাগিব

উত্তৰ:25 বছৰ।

৩০)সার্বভৌম শক্তিৰ নির্দেশেই আইন’—কথাষাৰ কৈছিল—

উত্তৰ:জন অষ্টিন।

৩১)নগৰ সমিতিৰ সৰ্বনিম্ন সদস্য সংখ্যা কিমান জন?

উত্তৰ:জন।

৩২)ভাৰতবৰ্ষত _____ উপায়েৰে নাগৰিকত্ব লাভ কৰিব পৰা যায়

উত্তৰ:টা।

৩৩)তলত দিয়া কোনখন ৰাজ্যত দ্বি-সদনীয় বিধান মণ্ডল নাই—

উত্তৰ:পশ্চিমবংগ।

৩৪)নিম্নোক্ত কোনটো অধিকাৰ পৌৰ অধিকাৰৰ অন্তৰ্ভূক্ত নহয়?

উত্তৰ:শিক্ষাৰ অধিকাৰ।

৩৫)তলৰ কোনটো বিষয় উচ্চ ন্যায়ালয়ৰ(High Court) কাৰ্য আৰু ক্ষমতাৰ ভিতৰত নপৰে?

উত্তৰ:সংবিধান ব্যাখ্যা কৰাৰ ক্ষমতা।

৩৬)কিমান চনত অসমত নির্বাচন আয়োগ গঠন কৰা হৈছিল?

উত্তৰ:1954 চনত।

৩৭)জনম হল ___

উত্তৰ:সকলোৰে কল্যাণকামী মত

৩৮)বিত্ত বিধেয়ক বিলখন(Financial Budget) কিমান দিনৰ ভিতৰত গৃহীত কৰিব লাগে?

উত্তৰ:14 দিন।

৩৯)ভাৰতৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে কিমান বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে—

উত্তৰ:62 বছৰ।

৪০)অসম চৰকাৰে অসম পৌৰ আইন গ্ৰহণ কৰে

উত্তৰ:1956 চনত।


Post a Comment

Previous Post Next Post