Assam GK in Assamese Language PART 30 | Assamese General Knowledge-Buranjipedia

 

Assam GK in Assamese Language | Assamese General Knowledge-Buranjipedia

Assam GK MCQs -  Assam GK Questions & Answers in Assamese Language

Assam GK MCQ & General Knowledge

Here are the  Assam GK MCQ & General Knowledge questions and answers for all competitive exams) Read all these most important Assam GK MCQ & General Knowledge- Assam General Knowledge, Assam History, Assam Current Affairs quiz in order to answer the questions :-By Buranjipedia

Assam GK in Assamese Language PART 30 | Assamese General Knowledge-Buranjipedia

Assam GK MCQ & General Knowledge

)কোন শাসন ব্যৱস্থাত সংখ্যালঘূ(Minority) সম্প্ৰদায়ৰ স্বাৰ্থ সংৰক্ষণৰ ব্যৱস্থা নাই?

উত্তৰ:একাত্মক চৰকাৰ।

)তলৰ কোন দুখন দেশৰ সংবিধানক(Constitution) অনুকৰণ কৰি আমাৰ দেশৰ সংবিধানত নিৰ্দেশক নীতি(Directive Principle) অন্তৰ্ভূক্ত

উত্তৰ:

)ভাৰতবৰ্ষত সৰ্বপ্ৰথম টেলিগ্ৰাফ লাইন কেতিয়া আৰু ক’ত মুকলি কৰা হৈছিল?

উত্তৰ:১৮৫৩ চনত ক’লকাতা আৰু ডায়মণ্ড হাৰ্বাৰৰ মাজত।

)কোন চনৰ পৰা ভাৰতে পোন প্ৰথমে আনুষ্ঠানিকভাৱে Olympicত অংশগ্ৰহণ কৰিছিল?

উত্তৰ:১৯২৪ চনত৷

)উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা বিচাৰপতি গৰাকীৰ নাম কি?

উত্তৰ:মীৰা চাহেব ফাতিমা বিবি।

)কোন শ্ৰেণীত পঢ়ি থাকোতে জ্যোতিপ্ৰসাদ আগৰৱালাই ‘শোণিত কুৱৰী’(Sonit Konwori) নাটখন ৰচনা কৰিছিল?

উত্তৰ:নৱম।

)বৰগীত সমূহ কি ভাষাত ৰচনা কৰা হৈছে?

উত্তৰ:ব্ৰজাৱলী।

)প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি?

উত্তৰ:দৈনিক বাতৰি।

)কোনটো আখৰেৰে আৰম্ভ হোৱা অসমীয়া শব্দ নাই?

উত্তৰ:ঙ।

১০)‘অমাতৰ মাত মানে কি

উত্তৰ:কেঁচুৱাৰ মাত৷

১১)১৯০৫ চনৰ বংগ বিভাজনৰ সৈতে কোনটো আন্দোলন জড়িত?

উত্তৰ:স্বদেশী আৰু বৰ্জন আন্দোলন।

১২)গজনীৰ চুলতান মামুদে কিমান বাৰ ভাৰত আক্ৰমণ কৰিছিল?

উত্তৰ:১৭ বাৰ।

১৩)অজন্তাৰ চিত্ৰ-কলাসমূহ কোন কাব্য গ্ৰন্থৰ আধাৰত অংকিত?

উত্তৰ:জাতক।

১৪)পঞ্চম শিখ গুৰু টেগবাহাদুৰক কোনগৰাকী সম্ৰাটে প্ৰাণদণ্ড বিহিছিল?

উত্তৰ:জাহাংগীৰ।

১৫)স্বৰাজ মোৰ জন্মস্বত্ত – এই উক্তিটো কাৰ?

উত্তৰ:বাল গঙ্গাধৰ তিলক।

১৬)কোনগৰাকী পাৰস্য সম্ৰাটে(Persian King) ভাৰতৰ পৰা ময়ুৰ সিংহাসন লৈ যায়?

উত্তৰ:নাদিৰ শ্বাহ।

১৭)কালিদাস কোনজন ৰজাৰ ৰাজকবি আছিল?

উত্তৰ:চন্দ্ৰগুপ্ত বিক্ৰমাদিত্য

১৮)এছিয়া মহাদেশৰ মুঠ মাটি কালি_____

উত্তৰ:44.58 নিযুত বৰ্গ কিলোমিটাৰ।

১৯)কোন দুটা গ্ৰহৰ উপগ্ৰহ নাই?

উত্তৰ:বুধ আৰু শুক্ৰ।

২০)নীল নদীৰ দান বুলি কাক কোৱা হয়?

উত্তৰ:ইজিপ্ত।

২১)আফ্ৰিকাৰ বৃহত্তম দেশখন____

উত্তৰ:আলজেৰিয়া।

২২)পৃথিৱীৰ মুধচ কাক বোলে?

উত্তৰ:পামিৰ মালভূমিক

২৩)এছিয়া মহাদেশে(Asian Continent) পৃথিৱীৰ ভূ পৃষ্ঠৰ ____ সামৰি লৈছে।

উত্তৰ:এক- তৃতীয়াংশ

২৪)কাঞ্চীপুৰম ঠাইডোখৰ কোনখন ৰাজ্যত অৱস্থিত?

উত্তৰ:তামিলনাডু।

২৫)ভাৰতৰ প্ৰথমটো ভূ-স্থেতিক উপগ্ৰহৰ নাম কি?

উত্তৰ:এপ’ল(APPLE)

২৬)ভাৰতৰ পাৰমাণৱিক শক্তি আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল?

উত্তৰ:ড° হোমী জাহাঙ্গীৰ ভাবা।

২৭)ভাৰতত মুদ্ৰিত প্ৰথমখন বাতৰি কাকতৰ নাম কি?

উত্তৰ:বেঙ্গল গেজেট।

২৮)প্ৰথমটো ভাৰতীয় টেষ্ট টিউব শিশু কোন?

উত্তৰ:মণি আৰু শ্যামজী চাওলাৰ সন্তান হিচাপে জন্ম গ্ৰহণ কৰা Baby Harsha(বেবী হৰ্ষ)

২৯)ভাৰতবৰ্ষত কোনে প্ৰথমে ৰে’ল পৰিবহণ ব্যৱস্থাৰ আৰম্ভণি কৰিছিল?

উত্তৰ:লৰ্ড ডেলহাউচি১৮৫৩ চনত।

৩০)বন্ধৰ দিনত নাক্কি হ্ৰদ অথবা Sunset Point চাবৰ ইচ্ছা থাকিলে কোনখন ঠাইলৈ যাব লাগিব?

উত্তৰ:মাউন্ট আবু।

৩১)বাণিজ্যিক আৰু ঔদ্যোগীক ক্ষেত্ৰত যথেষ্ট আগবঢ়া ভাৰতৰ সৰ্বপ্ৰথম Metropolitan City খনৰ নাম কি?

উত্তৰ:মুম্বাই।

৩২)তিব্বতক কাৰাকৰমক _____ বোলা হয়।

উত্তৰ:কৈলাশ।

৩৩)চিছিলি এটা _____

উত্তৰ:দ্বীপ।

৩৪)এছিয়াৰ দীৰ্ঘতম নৈ খণ ____

উত্তৰ:ইয়াংচিকিয়াং।

৩৫)চাহৰ বাবে বিশ্ববিখ্যাত পশ্চিমবঙ্গস্থিত ঠাইখনৰ নাম কি?

উত্তৰ:দাৰ্জিলিং।

৩৬)2021 চনৰ অলিম্পিকত মীৰাবাই চানুৱে(Meerabai Chanhu) কি খেলত ৰূপৰ পদক লাভ কৰিছে

উত্তৰ:-ভৰোত্তলন

৩৭)অসম চৰকাৰে আৰম্ভ কৰা ‘Online Flood reporting System’ কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সহযোগত আৰম্ভ কৰিছে

উত্তৰ:-UNICEF

৩৮)মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াই অলপতে কোনটো বিষয়ক MBBS পাঠ্যক্ৰমত নতুনকৈ অন্তৰ্ভূক্ত কৰিছে

উত্তৰ:-মহামাৰী ব্যৱস্থাপন

৩৯)গুৱাহাটী পৌৰনিগমৰ মেয়ৰসকলৰ কাৰ্যকাল

উত্তৰ:বছৰ

৪০)PUBG কে ধৰি 118 টা Chinese Mobile App নিষেধ কৰা কেন্দ্ৰীয় মন্ত্ৰালয়টো হ’ল

উত্তৰ:- ইলেক্ট্রনিকচ আৰু আই টি মন্ত্রালয় 


Post a Comment

Previous Post Next Post