Assam GK in Assamese Language PART 29 | Assamese General Knowledge-Buranjipedia

 

Assam GK in Assamese Language | Assamese General Knowledge-Buranjipedia

Assam GK MCQs -  Assam GK Questions & Answers in Assamese Language

Assam GK MCQ & General Knowledge

Here are the  Assam GK MCQ & General Knowledge questions and answers for all competitive exams) Read all these most important Assam GK MCQ & General Knowledge- Assam General Knowledge, Assam History, Assam Current Affairs quiz in order to answer the questions :-By Buranjipedia

Assam GK in Assamese Language PART 29 | Assamese General Knowledge-Buranjipedia

Assam GK MCQ & General Knowledge

)কোনখন ৰাজ্যই ‘কিচান ৰথ’ নামৰ মোবাইল এপ আৰম্ভ কৰিছে

উত্তৰ:-অসম

)বিশ্বৰ ভিতৰতে সৰ্বাধিক বৃষ্টিপাত হোৱা ভাৰতৰ ঠাইখন কি?

উত্তৰ:মৌচিনৰাম(মেঘালয়)।

)গুজৰাট(Gujrat) ৰাজ্যৰ কোনখন চহৰ হীৰা কটা উদ্যোগৰ বাবে জনাজাত।

উত্তৰ:চুৰাট ।

)ভাৰতৰ দীৰ্ঘতম পথটোৰ নাম কি?

উত্তৰ:গ্ৰেণ্ড ট্ৰাংক পথ।

পশ্চিম বংগৰ(West Bengal) লোকসকলে সবাতোকৈ উৎসাহ উদ্দীপনাৰে পালন কৰা উৎসৱটোৰ নাম কি?

উত্তৰ:দুৰ্গা পূজা।

)ভাৰতৰ কোনখন নদীক বংগৰ দুখ বুলি জনা যায়?

উত্তৰ:দামোদৰ নদী৷

)উৰিষ্যা ৰাজ্যৰ কোন ঠাই ৰথ যাত্ৰাৰ বাবে প্ৰসিদ্ধ?

উত্তৰ:পুৰী।

)বংগোপসাগৰভাৰত মহাসাগৰ আৰু আৰৱ সাগৰৰ(Arabian Ocean) পানীভাগ কোন ঠাইত লগ লাগিছে?

উত্তৰ:কন্যাকুমাৰী।

)ভাৰতৰ কোনখন ৰাজ্যৰ সৈতে কথাকলি নৃত্য জড়িত।

উত্তৰ:কেৰালা।

১০)ভাৰতবৰ্ষৰ কোনখন ৰাজ্যই সৰ্বাধিক পৰিমাণে ইলাচি উৎপাদন কৰে?

উত্তৰ:কৰ্ণাটক।

১১)জাৰ্মানীৰ ৰাজধানী______

উত্তৰ:Berlin

১২)তলৰ কোনটো গ্ৰহ পৃথিৱীৰ আটাইতকৈ ওচৰত আছে?

উত্তৰ:শুক্ৰ।

১৩)কুনলোন এখন _____

উত্তৰ:পৰ্বত।

১৪)পৃথিৱীৰ সবাতোকৈ বৃহৎ হ্ৰদ কোনটো?

উত্তৰ:কাস্পিয়ান সাগৰ।

১৫)লক্ষ্যদ্বীপ দ্বীপপুঞ্জ অৱস্থিত_____

উত্তৰ:আৰৱ সাগৰ।

১৬)ব- দ্বীপ গঠন হয় ______

উত্তৰ:নদীৰ মোহনাত।

১৭)কোন খন সাগৰে এচিয়া আৰু আফ্ৰিকাক পৃথক কৰিছে?

উত্তৰ:লোহিত সাগৰ।

১৮)পৃথিৱীৰ শীতলতম ঠাইখনৰ নাম কি?

উত্তৰ:ভোছষ্টক ষ্টেচন।

১৯)মেক্সিকো মহানগৰ বিশ্বৰ____তম বৃহৎ মহানগৰ।

উত্তৰ:দ্বিতীয়।

২০)পৃথিবীৰ মুঠ মাটি কালি____

উত্তৰ:১৪৯ নিযুত বৰ্গ কিলোমিটাৰ।

২১)আফ্ৰিকাৰ সৰ্বোচ্চ শৃংগ _____

উত্তৰ:কিলিমাঞ্জোৰো।

২২)‘ Parliamentary Government’ প্রথম উদ্ভাৱন হোৱা দেশখনৰ নাম আছিল—

উত্তৰ: Great Britain

২৩)ভাৰতীয় সংসদে নাগৰিকত্ব আইন গ্ৰহণ কৰে ____

উত্তৰ:1955 চন।

২৫)গণতন্ত্ৰ প্ৰশিক্ষণৰ কেন্দ্ৰটো হ’ল –

উত্তৰ:স্থানীয় প্রশাসন।

২৬)এখন দেশ যি কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্ভুক্ত নহয় ?

উত্তৰ:আমেৰিকা

২৭)ফুজীয়ামা হৈছে এটা _____

উত্তৰ:আগ্নেয়গিৰী।

২৮)সূৰ্য্য (Sun) আৰু পৃথিৱীৰ মাজৰ দুৰত্ব বছৰৰ কোন মাহত কম হয়?

উত্তৰ:জানুৱাৰী।

২৯)কিহে প্ৰাকৃতিক ভাৱে এচিয়া মহাদেশক ইউৰোপৰ(Europe) পৰা পৃথক কৰিছে?

উত্তৰ:উৰাল পৰ্বত শ্ৰেণী।

৩০)ইউৰোপৰ পূবফালে _____ অৱস্থিত।

উত্তৰ:এছিয়া মহাদেশ।

৩১)মাউণ্ট এভাৰেষ্টৰ উচ্চতা ____

উত্তৰ:8848 মি।

৩২)ডেনমাৰ্কৰ ৰাজধানী______

উত্তৰ:কোপেনহেগেন।

৩৩)কোনটো গ্ৰহৰ উপগ্ৰহ চৈধ্যটা?

উত্তৰ:নেপচুন।

৩৪)_____বিশ্বৰ দ্বিতীয় বৃহত্তম মঠ পানীৰ হ্ৰদ।

উত্তৰ:ভিক্টোৰিয়া।

৩৫)কোনটোক পৃথিৱীৰ হাওঁফাওঁ বুলি কোৱা হয়।

উত্তৰ:ব্ৰাজিলৰ ক্ৰান্তীয় চিৰসেউজ বৰ্ষাৰণ্য।

৩৬)ভাৰতত ক্ৰান্তীয় বৰ্ষাৰণ্য পোৱা যায়____

উত্তৰ:অন্দামণ আৰু নিকোবৰ।

৩৭)২০০৯ চনৰ অস্কাৰ বঁটা মহোৎসৱত ডেনিয়েল বয়েলৰ পৰিচালনাত নিৰ্মিত শ্লামডগ মিলিয়’নেৰী ছবিখনে আঠোটা অস্কাৰ বঁটা লাভ কৰিছিল। এই চলচ্চিট্ৰখনৰ মূল অভিনেতা কোন

আছিল?

উত্তৰ:দেৱ পেটেল।

৩৮)২০০৯ চনৰ আইফা বঁটা বিতৰণী অনুষ্ঠানত নিৰজ পাণ্ডেই শ্ৰেষ্ঠ কাহিনী শিতানত বঁটা লাভ কৰিছিল।তেওঁ কোনখন বোলছবিৰ কাহিনীৰ বাবে এই বঁটা লাভ কৰিছিল?

উত্তৰ:এ ৱেডনেচডে।

৩৯)ভাৰতৰ কোনখন ৰাজ্যত পুষ্কৰ হ্ৰদ অৱস্থিত?

উত্তৰ:ৰাজস্থান।

৪০)মৌচুমী বতাহৰ দ্বাৰা অধিকভাৱে প্ৰভাৱিত ৰাজ্যখনৰ নাম কি?

উত্তৰ:তামিলনাডু।

 


Post a Comment

Previous Post Next Post