Assam GK in Assamese Language
| Assamese General Knowledge-Buranjipedia
Assam GK MCQs
- Assam GK Questions & Answers in Assamese Language
Assam GK MCQ
& General Knowledge
Here are the Assam GK MCQ &
General Knowledge questions and answers for all competitive
exams) Read all these most important Assam GK MCQ &
General Knowledge- Assam General Knowledge, Assam History, Assam
Current Affairs quiz in order to answer the questions :-By Buranjipedia
Assam GK MCQ & General Knowledge
১)ভাৰতৰ সৰ্ব্বোচ্চ
বিমানঘাটিটোৰ নাম কি?
উত্তৰ:চাশ্বাল(লাডাখ)।
২)ভাৰতবৰ্ষৰ কোনখন
ৰাজ্যই সৰ্বাধিক প্ৰাকৃতিক ৰবৰ উৎপাদন কৰে?
উত্তৰ:কেৰেলা।
৩)ভাৰতবৰ্ষৰ সৰ্বাধিক
কুঁহিয়াৰ উৎপাদন কৰা ৰাজ্য কোনখন?
উত্তৰ:উত্তৰ প্ৰদেশ।
৪)পৃথিৱীৰ দীৰ্ঘতম নৈ
খন ____।
উত্তৰ:নীল।
৫)গুপ্তবংশৰ শাসনকালত মগধৰ ৰাজধানী কি আছিল?
উত্তৰ:পাটলিপুত্ৰ ।
৬)ভাৰতবৰ্ষত অৱস্থিত
বিশ্বৰ উচ্চতম হাইডেল পাৱাৰ প্ৰজেক্টটোৰ নাম কি?
উত্তৰ:ৰংটং হাইডেল শক্তি প্ৰকল্প।
৭)ভাৰতৰ দ্বিতীয়
বৃহত্তম নদী অৱবাহিকা কোনখন নদীত আছে?
উত্তৰ:গোদাবৰী।
৮)ভাৰতৰ কোনখন ঠাইত
পোনপ্ৰথমে (Petroliam) তেল উদঘাটন কৰা হৈছিল?
উত্তৰ:ডিগবৈ।
৯)এছিয়াৰ প্ৰথমটো Amphitheatre ভাৰতবৰ্ষৰ অসমত
অৱস্থিত। ইয়াৰ নামটো কি?
উত্তৰ:ৰংঘৰ।
৯)কেন্দ্ৰত জনতা দল
কোন চনত ক্ষমতাধিষ্ঠ হয়?
উত্তৰ:1977 চনত।
১০)ভাৰতীয় সংবিধানৰ
কোনটো অনুচ্ছেদৰ জৰিয়তে সংখ্যা লঘিষ্ঠ সকলো শ্ৰেণীৰ লোককে শিক্ষানুষ্ঠান
প্ৰতিষ্ঠা কৰাৰ অধিকাৰ দিয়া হৈছে—
উত্তৰ:30 নং অনুচ্ছেদ।
১১)ভাৰতৰ সংবিধানৰ
কিমান নম্বৰ অনুচ্ছেদটো সংশোধনী(Amendment) প্ৰক্ৰিয়াৰ লগত জড়িত?
উত্তৰ:অনুচ্ছেদ 368।
১২)নাগৰিকত্ব(Citizenship) সম্পৰ্কত যি কোনো
বিধি-বিধান ৰচনাৰ দায়িত্ব কাক দিয়া উচিত?
উত্তৰ:সংসদৰ ওপৰত।
১৩)ডলৰ কোনজন গ্রীক
দার্শনিকে জ্ঞানৰ সাৰ্বভৌমত্বৰ ওপৰত অধিক গুৰুত্ব দিছিল ?
উত্তৰ:ছক্ৰেটিছ।
১৪)ভাৰত যুক্তৰাষ্ট্ৰ
গঠনৰ প্ৰস্তাৱ কোন চনত আছিল?
উত্তৰ:1935 চনৰ আইনত।
১৫)‘চৰকাৰ’ হ’ল এটা _____ ।
উত্তৰ:ৰাজনৈতিক অনুষ্ঠান।
১৬)নির্দেশক নীতিসমূহক
মুঠ কেইটা অনুচ্ছেদত ভগাব পাৰি ?
উত্তৰ:16 টা।
১৭)ৰাষ্ট্ৰপতি আৰু
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মাজত যোগসূত্ৰকাৰীজন হ’ল—
উত্তৰ:প্রধানমন্ত্রী।
১৮)মেকিয়াভেলি কোন
দেশৰ দাৰ্শনিক আছিল ?
উত্তৰ:ইটালী।
১৯)অসমৰ পঞ্চায়ত
ব্যৱস্থা ____?
উত্তৰ:তিনিখলপীয়া।
২০)উত্তৰ প্ৰদেশৰ
মাজেদি বৈ যোৱা কোনখন নদীক ‘মুক্তিদায়িনী’(The liberating) আৰু ‘পৱিত্ৰ নদী’ বুলি জনা
যায়।
উত্তৰ:গংগা নদী৷
২১) প্ৰাক-ঐতিহাসিক যুগত পুৰণি ভাৰত(Old india) কোনখন ছুপাৰ মহাদেশৰ অংশ আছিল?
উত্তৰ:গ’নৱানালেণ্ড।
২২)আন্দামান
দ্বীপপুঞ্জৰ নিকটতম বিদেশী ৰাষ্ট্ৰখনৰ নাম কি?
উত্তৰ:ম্যানমাৰ।
২৩)সত্ৰীয়া নৃত্য
ভাৰতৰ কোন ৰাজ্যৰ সৈতে জড়িত?
উত্তৰ:অসম।
২৪)ভাতৰবৰ্ষৰ পশ্চিম
উপকূলত অৱস্থিত মাহে অঞ্চল কোন Union
Territoriesৰ এটা অংশ?
উত্তৰ:পুডুচেৰী।
২৫)ৰবি কৃষিকালত
ভাতৰবৰ্ষত কোনটো খাদ্যশস্য উৎপাদন কৰা হয়?
উত্তৰ:ঘেঁহু বাৰ্লি, বুট।
২৬)ভৌগোলিক ইতিহাসমতে
ভাৰতবৰ্ষৰ প্ৰাচীনতম পৰ্বতমালাৰ নাম কি?
উত্তৰ:আৰাৱলী।
২৭)ভাৰতৰ ভু-ভাগত থকা
আগ্নেয়গিৰি(Volcano) বিশিষ্ট দ্বীপ দুটাৰ নাম কি?
উত্তৰ:নাৰকোণ্ডম আৰু বেৰেন
২৮)ৰেডস্থ সমাজৰ
প্ৰতিষ্ঠাপক আছিল ____।
উত্তৰ:হেনৰী ডুৰান্ট।
২৯)ইলোৰা আৰু অজন্তা
গুহাসমূহ থকা ঠাইখনৰ নাম কি?
উত্তৰ:ঔৰংগাবাদ।
৩০)উত্তৰাঞ্চলৰ
হিমালয়ৰ গংগোত্ৰী(Gangotri) হিমবাহৰ ওচৰত অৱস্থিত বিখ্যাত হিন্দু তীৰ্থস্থান কোনখন?
উত্তৰ:বদ্ৰীনাথ।
৩১)আগ্ৰাৰ ওচৰৰ
ফতেহপুৰ চিক্ৰী কিহৰ বাবে বিখ্যাত?
উত্তৰ:বুলন্দ দৰৱাজা।
৩২)ঐতিহাসিক লালকিল্লা
ক’ত অৱস্থিত?
উত্তৰ:দিল্লী।
৩৩)দিলৱাৰ জৈন মন্দিৰ
আৰু পুলিচ স্কুলৰ বাবে বিখ্যাত ৰাজস্থানৰ একমাত্ৰ পাৰ্বত্য ঠাইডোখৰৰ নাম কি?
উত্তৰ:মাউন্ট আবু।
৩৪)সৰযু নদীৰ পাৰত
কোনখন পৱিত্ৰ নগৰ অৱস্থিত?
উত্তৰ:অযোধ্যা।
৩৫)চালাৰ জং মিউজিয়াম(Jong Meusium) চাব বিচাৰিলে ভাৰতৰ কোনখন চহৰলৈ যাব লাগিব?
উত্তৰ:হায়দৰাবাদ।
৩৬)খাজা-মইন-উদ-দিন
ছিষ্টিৰ কবৰ ক’ত অৱস্থিত?
উত্তৰ:আজমীৰ৷
৩৭)অসী(Asi) আৰু বৰুণ(Barun) নদী দুখনৰ নামৰ
পৰা কোনখন ভাৰতীয় চহৰৰ নামটো উৎপত্তি হৈছে?
উত্তৰ:বাৰাণসী (বৰুণ আৰু অসী)
৩৮)কুতুবমিনাৰ কোন
ঠাইত অৱস্থিত?
উত্তৰ:দিল্লী।
৩৯)কাশ্মীৰত প্ৰায় ১৩,৫০০ ফুট উচ্চতাত অৱস্থিত হিন্দুসকলৰ বিখ্যাত তীৰ্থস্থানখনৰ
নাম কি?
উত্তৰ:অমৰনাথ।
৪০)বৰ্তমান
ৰাষ্ট্ৰসংঘৰ সচিব প্রধানজন হ’ল ___।
উত্তৰ:বেন কিং মুন।