Assam GK in Assamese Language PART 27 | Assamese General Knowledge-Buranjipedia

 

Assam GK in Assamese Language | Assamese General Knowledge-Buranjipedia

Assam GK MCQs -  Assam GK Questions & Answers in Assamese Language

Assam GK MCQ & General Knowledge

Here are the  Assam GK MCQ & General Knowledge questions and answers for all competitive exams) Read all these most important Assam GK MCQ & General Knowledge- Assam General Knowledge, Assam History, Assam Current Affairs quiz in order to answer the questions :-By Buranjipedia

Assam GK in Assamese Language PART 27 | Assamese General Knowledge-Buranjipedia

Assam GK MCQ & General Knowledge

)ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোন চনত জন্ম হয়?

উত্তৰ:1885 চনত।

)ভাৰতৰ প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে ভাৰতত জৰুৰী অবস্থা(National Emergency) ঘোষণা কৰিছিল ___ চনত।

উত্তৰ:1975 চনত।

)তলৰ কোনজন দার্শনিকে গণতন্ত্রক(Democracy) উত্তম চৰকাৰ বুলি বিবেচনা কৰা নাছিল?

উত্তৰ:এৰিষ্টটলে ।

)সংসদৰ অধিবেশন ভংগ কৰিব পাৰে  ____?

উত্তৰ:ৰাষ্ট্ৰপতিয়ে।

)তলৰ কোনটো যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ বৈশিষ্ট্য নহয় ?

উত্তৰ:উচ্চ ন্যায়ালয়।

)‘ICMR’ বর্তমান সঞ্চালক প্রধান কোন?

উত্তৰ:ডাঃ বলৰাম ভাৰ্গৱ।

)অলপতে আমাৰ দেশৰ কোন ৰাজ্যত এচিয়াৰ সৰ্ববৃহৎ সৌৰ শক্তি(Solar Power Project) প্ৰকল্পৰ আৰম্ভণি কৰা হয়?

উত্তৰ:মধ্য প্ৰদেশ।

)ভাতবৰ্ষৰ দীৰ্ঘতম নলা (কেনেল) টোৰ নাম কি?

উত্তৰ:ৰাজস্থান কেনেল বা ইন্দিৰা গান্ধী কেনেল

)ভাৰতীয় সংবিধানৰ কিমানতম্ সংশোধন অনুসৰি মৌলিক কৰ্তব্যসমূহ(Fundamental Duties) সংবিধানত সংযোজন কৰা হৈছে?

উত্তৰ:42 তম্।

১০)বিত্ত বিধেয়ক ভাৰতবৰ্ষত কত উত্থাপন কৰিব পাৰি?

উত্তৰ:লোকসভাত।

১১)ভাৰতীয় সংবিধানৰ ______ অনুচ্ছেদ মতে ৰাষ্ট্ৰপতিয়ে প্ৰধান মন্ত্ৰীক নিয়োগ কৰে

উত্তৰ:75 নং।

১২)ভাৰতত সংবিধান স্বীকৃত ভাষাৰ সংখ্যা কিমান?

উত্তৰ:22 টা।

১৩)ভাৰতীয় ক্রিকেট দলৰ প্ৰশিক্ষক(Indian Cricket coach) হিচাপে বৰ্তমান কাক নিয়োগ কৰা হৈছে

উত্তৰ:-ৰাহুল দ্রাবিড়

১৪)কেতিয়া ভাৰতৰ উচ্চতম ন্যায়ালয়ে বিবাদমান ৰাম মন্দিৰ(Ram Mandir) গোচৰৰ চুড়ান্ত- বায় প্ৰদান কৰিছিল?

উত্তৰ:-নবেম্বৰ, 2019

১৫)কেতিয়া অযোধ্যাত বাম মন্দিৰ নিৰ্মাণৰ ভূমিপূজন কৰা হৈছিল

উত্তৰ:-আগষ্ট 2020

১৬)ভাৰতৰ কোনখন ৰাজ্যত সৰ্বপ্ৰথম কৰোনা পজিটিভ(Corona Positive) ৰোগী পোৱা হৈছিল।

উত্তৰ:-কেৰেলা

১৭)চীনৰ কোনখন নগৰত প্রথমে কৰোনা ৰোগৰ(Covid Disease) প্রাদুর্ভাব হৈছিল?

উত্তৰ:-উহান

১৮)আমাৰ দেশ ভাৰতবৰ্ষই কোনখন ৰাষ্ট্ৰৰ পৰা ৰাফেল নামৰ যুজাৰু বিমান(Fighter Aircraft) ক্রয় কৰিছে?

উত্তৰ:-ইজৰাইল

১৯)অলপতে ভাৰত আৰু চীনৰ মাজৰ সীমা বিবাদৰ ফলত কোন ঠাইত ভাৰতীয় সৈন্য 20 জন শ্বহীদ হয়?

উত্তৰ:-টাৱাং

২০)তলৰ কোনটো ঔষধ নির্মাণকাৰী সংস্থাই COVAXIN নামৰ ভাৰতৰ প্ৰথম সম্ভাব্য কৰোনা ৰোগৰ ডেকচিন কৰি উলিয়াইছে?

উত্তৰ:-ভাৰত বায়টেক লিমিটেড

২১)‘সত্যমেব জয়তে’ এই কথাষাৰ লোৱা হৈছে—

 উত্তৰ:মুণ্ডক উপনিষদ।

২২)ৰাজ্যৰ বিধান পৰিষদৰ সদস্যৰ কাৰ্যকাল হৈছে ___ বছৰ।

উত্তৰ:বছৰ।

২৩)তলৰ কোনটো ৰাষ্ট্ৰৰ বৈশিষ্ট্য নহয়?

উত্তৰ:স্বীকৃতি।

২৪)লোকসভাৰ(Lok Sabha) সদস্য পদ হেৰুৱাব পাৰে ____ দিন সংসদত উপস্থিত নাথাকিলে।

উত্তৰ:60 দিন।

২৫)নিম্নোক্ত কোনটো গণতন্ত্ৰৰ গুণ নহয়?

উত্তৰ:ক্ষণস্থায়ী চৰকাৰ।

২৬)ভোটদানৰ অধিকাৰক কি বোলা হয়?

উত্তৰ:ৰাজনৈতিক অধিকাৰ।

২৭)কোনটো ৰাষ্ট্ৰসংঘৰ বিশেষ অভিকৰণ নহয়?

উত্তৰ:সাধাৰণ পৰিষদ।

২৮)ভাৰতীয় সংসদৰ উচ্চসদনৰ সদস্য সংখ্যা কিমান?

উত্তৰ:250 জন।

২৯)সংবিধান ______ অনুচ্ছেদৰ জৰিয়তে নাগৰিকে মৌলিক অধিকাৰ(Fundamental Rights) ৰক্ষাৰ বাবে আদালতৰ ওচৰ চাপিব পাৰে।

উত্তৰ:32 নং আৰু 226 নং।

৩০)ভাক্ৰা নাংগল বান্ধটো কোনটো নদীত অৱস্থিত?

উত্তৰ:ছুটলেজ।

৩১)ভাৰতীয় মান সময় আৰু গ্ৰীণউইচ(Greenwich) মান সময়ৰ মাজৰ পাৰ্থক্য কিমান সময়ৰ?

উত্তৰ:৫½ঘণ্টা।

৩২)ভাৰতবৰ্ষৰ সমুদ্ৰতট ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান?

উত্তৰ:৭,৫১৬,৫ বৰ্গ কি:মি:(প্ৰায়)।

৩৩)ভাৰতৰ চেন্নাইত অৱস্থিত দীৰ্ঘতম সমুদ্ৰ তীৰ (Beach)টোৰ নাম কি?

উত্তৰ:মেৰীনা বীচ্ছ।

৩৪)মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাই ঠাইডোখৰ কিমানটা দ্বীপ লগ লাগি গঠিত হৈছে?

উত্তৰ:সাতটা।

৩৫)ভাৰতবৰ্ষৰ মাজেৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি?

উত্তৰ:কৰ্কটক্ৰান্তি ৰেখা।

৩৬)ভাৰতৰ উচ্চতম ন্যায়লয় কোনখন ঠাইত অৱস্থিত?

উত্তৰ:নতুন দিল্লীত।

৩৭)অলপতে কোভিড 19 মহামাৰীৰ লগত মোকাবিলা কৰিবলৈ PM Cares পুজিৰ পৰা কি স্থাপনা কৰিবলৈ 201 কৌটি   অনুদান ৰাজ্য সমূহলৈ আগবঢ়াইছে

উত্তৰ:-অক্সিজেন প্লান্ট

৩৮)ভাৰতৰ কোনটো প্রতিষ্ঠানে ড্ৰাইভাৰ বিহীন(Driver Less) মেট্ৰ ৰেলৰ ডবা নিৰ্মান কৰি উলিয়াইছে

উত্তৰ:-BMEL

৩৯)অলপতে ভাৰতবৰ্ষই জৰুৰী যোগাযোগৰ বাবে কোনখন দেশৰ লগত‘Hotline’ ব্যৱস্থা স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে

উত্তৰ:-নেপাল

৪০)নতুন তথ্য প্রযুক্তি নিয়ম অনুসৰি Digital Platform সমূহে চৰকাৰে বিচৰা যিকোনো তথ্য কিমান সময়ৰ ভিতৰত দিব লাগিব

উত্তৰ:-72 ঘণ্টা

 


Post a Comment

Previous Post Next Post