Assam GK in Assamese Language
| Assamese General Knowledge-Buranjipedia
Assam GK MCQs
- Assam GK Questions & Answers in Assamese Language
Assam GK MCQ
& General Knowledge
Here are the Assam GK MCQ &
General Knowledge questions and answers for all competitive
exams) Read all these most important Assam GK MCQ &
General Knowledge- Assam General Knowledge, Assam History, Assam
Current Affairs quiz in order to answer the questions :-By Buranjipedia
Assam GK MCQ & General Knowledge
১)প্ৰদূষণ কৰা গাড়ী
সমূহৰ ওপৰত আৰোপ কৰিব বিচৰা নতুন কৰ(Tax) বিধ হৈছে
উত্তৰ:-গ্রীন টেক্স
২)তলৰ কোনখন ৰাজ্যক
জলাতংক (Rabies Disease) ৰোগৰ পৰা মুক্ত বুলি ঘোষনা কৰা হৈছে
উত্তৰ:-গোৱা
৩)অলপতে হেলিকাপ্তাৰ
দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ভাৰতৰ সৰ্বপ্ৰথম চি. ডি.এচ (CDS) জন আছিল
উত্তৰ:-বিপিন বাবাট
৪)জম্মু আৰু কাশ্মীৰৰ
ৰাজধানী শ্ৰীনগৰ(Srinagar) কোনখন নদীৰ পাৰত অৱস্থিত?
উত্তৰ:ঝিলাম।
৫)যমুনা নদীৰ সোঁপাৰত
অৱস্থিত এনে এখন চহৰৰ নাম উল্লেখ কৰা যিখন ঠাই তাজমহলৰ(Tajmahal) বাবেও বিখ্যাত?
উত্তৰ:আগ্ৰা৷
৬)ইন্দিৰা গান্ধীৰ
সমাধি ক’ত অৱস্থিত?
উত্তৰ:শক্তিস্থল,দিল্লী।
৭)ভাৰতবৰ্ষৰ কোনখন
চহৰ ‘হ্ৰদৰ চহৰ’ নামে জনাজাত?
উত্তৰ:উদয়পুৰ
৮)কোনখন চহৰক ভাৰতৰ
‘বিত্তীয় ৰাজধানী’ বুলি কোৱা হয়?
উত্তৰ:মুম্বাই।
৯)যদি ৰোম সপ্তপাহাৰৰ
চহৰ হয়, তেন্তে ভাৰতৰ
সপ্তদ্বীপৰ চহৰ(City of seven
island) কোনখন?
উত্তৰ:মুম্বাই।
১০)ৰে’ল পৰীক্ষা আৰু
গৱেষণা কেন্দ্ৰ ক’ত অৱস্থিত?
উত্তৰ:লক্ষ্ণৌ।
১১) : মধ্যপ্ৰদেশৰ
কোনখন চহৰ কুম্ভমেলাৰ(Kumva Mela) এখন অন্যতম স্থলী?
উত্তৰ:উজ্জেয়ন।
১২)ভাৰতীয়
পেট্ৰ’লিয়াম প্ৰতিষ্ঠান ক’ত অৱস্থিত?
উত্তৰ:ডেৰাডুন।
১৩)প্ৰথমটো
সোঁৱৰণীমূলক ডাক টিকটত(Post card) কোনখন ভাৰতীয় চহৰৰ উদ্বোধনৰ তথ্য সন্নিবিষ্ট আছে?
উত্তৰ:নতুন দিল্লী।
১৪)বিশ্ব স্বাস্থ্য
সংস্থাৰ সঞ্চালক প্রধান হ’ল
উত্তৰ:টেড্ৰছ আধানম।
১৫)কোনটো তথ্যপ্রযুক্তি কোম্পানীয়ে ভাৰতৰ ডিজিটেল ব্যৱস্থাৰ
প্ৰসাৰৰ বাবে 10 Billion Doller বিনিয়োগ কৰিবলৈ সিদ্ধান্ত
লৈছে?
উত্তৰ:গুগ’ল।
১৬)কোনগৰাকী ব্যক্তি এচিয়া মহাদেশৰ আটাইতকৈ ধনী ব্যক্তি(Asia’s richest man) হিচাপে পৰিগণিত হৈছে
উত্তৰ:মুকেশ আম্বানি।
১৭)2020 চনত ভাৰতৰ কিমানতম
স্বাধীনতা দিৱস (Independancce Day) উদযাপন কৰা হয় ?
উত্তৰ:74তম।
১৮)ICMR সম্পূর্ণ ৰূপ?
উত্তৰ:Indian council of medical
research.
১৯)কৰোনা প্ৰতিৰোধৰ
বাবে চিকিৎসক আৰু স্বাস্থ্যকর্মীয়ে পিন্ধা PPE
Kit ৰ সম্পূর্ণ নাম কি?
উত্তৰ:Personal protective equipment.
২০)ৰাষ্ট্ৰীয় ভাইৰাছ
অধ্যয়ন প্রতিষ্ঠান (NIV) ক’ত অবস্থিত?
উত্তৰ:পুনে।
২১)অসমত অনুষ্ঠিত Khelo India 2020 সৰ্বাধিক পদক জয়ী ৰাজ্যখন
উত্তৰ: মহাৰাষ্ট্ৰ
২২)ভাৰতীয় ৰে’লৱেই
ক’ত দেশৰ প্ৰথম Cableৰ দ্বাৰা নিৰ্মিত ৰে’লৰ দলং উদ্বোধনী কৰিছে?
উত্তৰ:জম্মু আৰু কাশ্মীৰ।
২৩)অসমৰ কোনটো
বিদ্রোহী সংগঠনৰ লগত 2020 চনৰ জানুৱাৰী মাহত অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে ত্রিপাক্ষিক চুক্তি
স্বাক্ষৰ কৰে?
উত্তৰ:NDFB
২৪)71 সংখ্যক গণতন্ত্র
দিৱসত তলৰ কোনখন ৰাজ্যৰ প্ৰতীকপটে(Symbolically) দিল্লীত হোৱা মূল কাৰ্যসূচীৰ পুৰস্কাৰ লাভ কৰিছিল?
উত্তৰ:অসম।
২৫)কৰোনা সংক্রমন ৰোধ
আৰু মানুহক সজাগ কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰে প্ৰস্তুত কৰা Mobile App হ’ল
উত্তৰ:আৰোগ্য সেতু।
২৬)আমাৰ দেশত কৰোনা
ভাইৰাছৰ সংক্ৰমন ৰোধৰ বাবে কোন তাৰিখত প্রধানমন্ত্রীয়ে ‘Janata Curfeuw’ৰ আহ্বান জনাইছিল?
উত্তৰ:22 মাৰ্চ।
২৭)2020 চনত কোখন দেশৰ বৰ্তমানৰ
ৰাষ্ট্ৰপতিক(President) দেশৰ সংসদে 2036 চনলৈ ৰাষ্ট্ৰপতি হৈ থকাৰ মান্যতা প্ৰদান কৰিছে?
উত্তৰ:ৰাছিয়া।
২৮)অসমৰ কোনখন
অভয়াৰণ্যক(Reserve forest) ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰা হ’ব বুলি চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে?
উত্তৰ:দিহিং পাটকাই।
২৯)কোন ৰাষ্ট্ৰই অলপতে
বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ পৰা সদস্যতা
ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে?
উত্তৰ:আমেৰিকা যুক্তৰাষ্ট্ৰ।
৩০)কৰোনা (Corona epidemic) মহামাৰীত কোনখন দেশত এতিয়ালৈকে সবাধিক লোকৰ মৃত্যু হৈছে?
উত্তৰ:-আমেৰিকা যুক্তৰাষ্ট্ৰ
৩১) ভাৰতবৰ্ষত প্ৰথমটো
বস্ত্ৰ উৎপাদন কাৰখানা(Textile
manufacturing factory) কেতিয়া আৰু ক’ত আৰম্ভ হৈছিল?
উত্তৰ:১৮৫৪ চনত মুম্বাইত।
৩২)ভাৰতবৰ্ষত
সৰ্বপ্ৰথম টেলিগ্ৰাফ লাইন(Telegraph line) কেতিয়া আৰু ক’ত মুকলি কৰা হৈছিল?
উত্তৰ:১৮৫৩ চনত ক’লকাতা আৰু ডায়মণ্ড হাৰ্বাৰৰ মাজত।
৩৩)ভাৰতত প্ৰথম ৰেল’পথ(Rail Line) কেতিয়া আৰু কোন
চহৰৰ মাজত স্থাপন কৰা হৈছিল?
উত্তৰ:১৮৫৩ চনত থানে আৰু মুম্বাইৰ মাজত।
৩৪)ভাৰতবৰ্ষৰ প্ৰথম
পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল?
উত্তৰ:১৯৫১ চনত৷
৩৫)মহাৰাষ্ট্ৰৰ কোনখন
ঠাই সুমথিৰাৰ বাবে বিখ্যাত?
উত্তৰ:নাগপুৰ।
৩৬)ভাৰতবৰ্ষৰ কোনখন
ৰাজ্যত বৃহত্তম সমুদ্ৰক্ষেত্ৰ অৱস্থিত?
উত্তৰ :গুজৰাট
৩৭)ভাৰতৰ ক্ষুদ্ৰতম
কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ নাম কি?
উত্তৰ:লাক্ষাদ্বীপ (৩২ কি:মি:)।
৩৮)আমাৰ দেশত কৰোনা
ভাইৰাছৰ সংক্ৰমন ৰোধৰ বাবে কোন তাৰিখৰ পৰা প্রথম ‘Lockdown’ৰ ব্যবস্থা গ্রহণ কৰা হৈছিল?
উত্তৰ:25 মাৰ্চ।
৩৯)সিন্ধু উপত্যকাৰ
সভ্যতা(The Indus Valley
Civilization) কোন যুগৰ বুলি ঠাৱৰ কৰা হৈছে?
উত্তৰ:তাম যুগ।
৪০)মহম্মদ বিন টোগলকে
কোনবিধ ধাতুৰে মুদ্ৰা তৈয়াৰ কৰিছিল?
উত্তৰ:তাম।