Assam GK in Assamese Language
| Assamese General Knowledge-Buranjipedia
Assam GK MCQs
- Assam GK Questions & Answers in Assamese Language
Assam GK MCQ
& General Knowledge
Here are the Assam GK MCQ &
General Knowledge questions and answers for all competitive
exams) Read all these most important Assam GK MCQ &
General Knowledge- Assam General Knowledge, Assam History, Assam
Current Affairs quiz in order to answer the questions :-By Buranjipedia
Assam GK MCQ & General Knowledge
১)কালিকা (Kalika Puran) পুৰাণ’ৰ মতে কামৰূপৰ সীমা ক’ৰ পৰা ক’লৈকে আছে?
উত্তৰ:কৰতোৱাৰ পৰা দিক্কৰবাসিনীলৈ।
২)নতুন ৰাষ্ট্ৰীয়
শিক্ষানীতিয়ে দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ কিমান শতাংশ শিক্ষা বিষয়ত ব্যয় কৰাৰ
পৰামৰ্শ দিছে?
উত্তৰ:6%।
৩)লক্ষ্মীনাথ
বেজবৰুৱাই কি ছদ্মনামেৰে হাস্যৰসাত্মক ৰচনাবোৰ লিখিছিল?
উত্তৰ:কৃপাবৰ বৰবৰুৱা।
৪)যমুনা নদীৰ পাৰত
অৱস্থিত মহাত্মা গান্ধীৰ সমাধিস্থল(Cemetry) কি নামেৰে জনাজাত?
উত্তৰ:ৰাজঘাট (দিল্লী)।
৫)তান্ত্ৰিক
শক্তিবাদৰ(Tantric Shaktiism) শ্ৰেষ্ঠতম তীৰ্থস্থানখন ভাৰতবৰ্ষৰ অসমত অৱস্থিত। ইয়াৰ নামটো কি?
উত্তৰ:কামাখ্যা মন্দিৰ
৬)বিশ্বৰ প্ৰথমটো
গ্ৰেণাইট মন্দিৰ( Granite Temple) ভাৰতত অৱস্থিত। এই মন্দিৰটোৰ নাম কি?
উত্তৰ:তামিলনাডুৰ তাঞ্জাবৰত থকা বৃহদেশ্বৰ মন্দিৰ।
৭)এহেজাৰটা
স্তম্ভযুক্ত ভাৰতৰ দীৰ্ঘতম মন্দিৰ কোনটো?
উত্তৰ:ৰামেশ্বৰমৰ ৰামানাথন স্বামী মন্দিৰ।
৮)এছিয়াৰ সৰ্ববৃহৎ
বৌদ্ধ মঠটো ভাৰতৰ কোন ঠাইত অৱস্থিত?
উত্তৰ:টাৱাং (অৰুণাচল প্ৰদেশ)।
৯)শিৱমুদ্ৰম জলপ্ৰপাত
ক’ত অৱস্থিত?
উত্তৰ:কাবেৰী নদীত।
১০)ভাৰত-পাক সীমান্তত
অৱস্থিত বিশ্বৰ দীৰ্ঘতম তুষাৰ নদীখনৰ নামকি?
উত্তৰ:চিয়াচেন হিমবাহ।
১১)ভাক্ৰা নাংগল
বান্ধটো কোনটো নদীত অৱস্থিত?
উত্তৰ: ছুলেজ।
১২) ভাতবৰ্ষৰ প্ৰধানকৈ
কোন কোন ৰাজ্যত কপাহ উৎপাদন কৰা হয়।
উত্তৰ: মহৰাষ্ট্ৰ আৰু গুজৰাট৷
১৩) ভাতৰ ক’ত একমাত্ৰ
সক্ৰিয় আগ্নেয়গিৰিটো অৱস্থিত?
উত্তৰ:বেৰেণ দ্বীপত (আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ)
১৪)উত্তৰ-পূব ভাৰতৰ আটাইতকৈ ওখ শিৱ মন্দিৰটোৰ নাম কি?
উত্তৰ:অসমৰ শিৱসাগৰত থকা শিৱদ’ল।
১৫)ভাৰতৰ প্ৰাচীনতম
গীৰ্জাটো ক’ত অৱস্থিত?
উত্তৰ:কেৰালা।
১৬)ভাৰতত অৱস্থিত
ইহুদীসকলৰ প্ৰাচীনতম উপাসনা গৃহটো ক’ত অৱস্থিত?
উত্তৰ:কেৰালা।
১৭)ভাৰতৰ সৰ্ববৃহৎ
গুৰুদ্বাৰটো ক’ত অৱস্থিত?
উত্তৰ:পঞ্জাবৰ অমৃতসৰত।
১৮)অলপতে আবিষ্কৃত
হোৱা আৰু আফ্ৰিকীয় দেশৰ পৰা বিয়পি পৰা কৰোনা Corona Virusৰ নতুন Varient বিধ হ’ল
উত্তৰ:-অমিক্রন
১৯)অলপতে CDS সহ 14 জন লোক দুর্ঘটনা গ্ৰস্ত হোৱা
ভাৰতীয় বায়ুসেনাৰ Helicopterখন হ’ল
উত্তৰ:-এম আই 17 ভি
২০)অসমৰ কোনজন
সাহিত্যকক 2020 চনৰ সম্মানীয় জ্ঞানপীঠ(Gyanpeeth) বঁটা প্ৰদান কৰা হৈছে
উত্তৰ:-নীলমণি ফুকন
২১)2021 চনৰ বাবে কোনজন
সাহিত্যিকক জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে
উত্তৰ:-দামোদৰ মাউজো
২২)2021 বৰ্ষত কোনজন
বিশিষ্ট ব্যক্তিক প্রথম অসম বৈভব(Asom Boibhob) সম্মান প্রদান কৰা হৈছে
উত্তৰ:-বৰ্তন টাটা
২৩)2021 চনত কোনজন অসমীয়া
বীৰ সৈনিকে “ শৌর্য চক্র”(Shaurya Shakra) সন্মান লাভ কৰিছে
উত্তৰ:-প্ৰনৱজ্যোতি দাস
২৪)নতুন ৰাষ্ট্ৰীয়
শিক্ষা নীতি কোন বৰ্ষৰ পৰা অসমত কাৰ্যকৰী হব
উত্তৰ:-2023
২৫)কোনগৰাকী অসমীয়া
খেলুৱৈ 2021 চনৰ মেজৰ ধ্যানচান্দ(Major Dhyanchand) খেলৰ পুৰস্কাৰ পাবলৈ সক্ষম হৈছে
উত্তৰ:-লাভলীনা বৰগোহাঁই
২৬)বাংলাদেশ আৰু ম্যানমাৰ(Myanmar) উভয়ৰে ভূমি সীমাৰ
লগত ভাৰতৰ কোনখন একমাত্ৰ ৰাজ্য সংলগ্ন হৈ আছে?
উত্তৰ:মিজোৰাম।
২৭)ভাৰতবৰ্ষৰ কোনখন
ৰাজ্যত বৃহত্তম সমুদ্ৰক্ষেত্ৰ অৱস্থিত?
উত্তৰ:গুজৰাট।
২৮)ভাৰতৰ কোনখন ৰাজ্যত
সৰ্বাধিক সংখ্যক চহৰ আছে?
উত্তৰ:উত্তৰ প্ৰদেশত।
২৯)অর্থনৈতিক আৰু
সামাজিক পৰিষদৰ মুঠ সদস্য সংখ্যা হৈছে-
উত্তৰ:27।
৩০)ভাৰতবৰ্ষৰ প্ৰথমটো
ভূ-গৰ্ভস্থ পৰমাণু পৰীক্ষা কোন ঠাইত সম্পন্ন কৰা হৈছিল?
উত্তৰ:পোখৰাণ।
৩১)ভাৰতত তৈয়াৰ কৰা
প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি?
উত্তৰ:আৰ্যভট্ট।
৩২)উপগ্ৰহৰ(Satallite) লগত যোগাযোগৰ বাবে
পৃথিৱীস্থিত কেন্দ্ৰ ভাৰতৰ ক’ত পোন প্ৰথমতে স্থাপন কৰা হৈছিল?
উত্তৰ:পুনেৰ ওচৰৰ আৰ্ভি।
৩৩)লক্ষৌ কোনখন নদীৰ
পাৰত অৱস্থিত?
উত্তৰ:গোমতী।
৩৪)ভাৰতৰ বৃহত্তম
মছজিদ কোনটো?
উত্তৰ:দিল্লীৰ জামা মছজিদ।
৩৫)ভাৰতৰ বৃহত্তম গুহা
মন্দিৰটো ক’ত অৱস্থিত?
উত্তৰ:মহাৰাষ্ট্ৰৰ কাৰ্লি গাৱত।
৩৬)ভাৰতৰ কোন ঠাইত
আটাইতকৈ বেছি সংখ্যক মঠ(Math) পোৱা যায়?
উত্তৰ:হিমাচল প্ৰদেশ।
৩৭)ভাৰতৰ ক’ত সূৰ্য
মন্দিৰ অৱস্থিত?
উত্তৰ:কোণাৰ্কত।
৩৮)ভাৰতৰ কোন ঠাইত
দিলৱাৰা মন্দিৰ আছে?
উত্তৰ:মাউন্ট আবু।
৩৯)নীলগিৰি পৰ্বতত
অৱস্থিত এটা বিখ্যাত পাৰ্বত্য নিৱাসৰ জনপ্ৰিয় নাম ওটি(Ooti)। ইয়াৰ নামটো
উল্লেখ কি?
উত্তৰ:উদাগামণ্ডলম।
৪০)ভাৰতৰ প্ৰথমখন
ৰাষ্ট্ৰীয় উদ্যানৰ নাম কি?
উত্তৰ:কৰবেট ৰাষ্ট্ৰীয় উদ্যান।