Assam GK in Assamese Language
| Assamese General Knowledge-Buranjipedia
Assam GK MCQs
- Assam GK Questions & Answers in Assamese Language
Assam GK MCQ
& General Knowledge
Here are the Assam GK MCQ &
General Knowledge questions and answers for all competitive
exams) Read all these most important Assam GK MCQ &
General Knowledge- Assam General Knowledge, Assam History, Assam
Current Affairs quiz in order to answer the questions :-By Buranjipedia
Assam GK MCQ & General Knowledge
১)দেশীয় আৰু বিদেশী পৰ্যটকৰ মাজত জনপ্ৰিয়
পশ্চিম বঙ্গৰ(West bengal) পাৰ্বত্য নিৱাসটোৰ নাম কি?
উত্তৰ:দাৰ্জিলিং।
২)2020 চনৰ পশ্চিমবংগ আৰু বাংলাদেশৰ
বিস্তৰ ক্ষতি কৰা সাগৰীয় ধুমুহাৰ(Sea storm) নাম কি আছিল?
উত্তৰ:আম্ফান।
৩)2021 চনৰ Khelo India Yuva
Games কোনখন ৰাজ্যত অনুষ্ঠিত হ’ব?
উত্তৰ:হাৰিয়ানা
৪)অলপতে কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ
মহাকাশপ্ৰযুক্তিৰ সুবিধা ব্যক্তিগত খণ্ডলৈ প্ৰসাৰ কৰাৰ বাবে কোনটো সংস্থাৰ সৃষ্টি
কৰিছে?
উত্তৰ:INSPACE।
৫)বিশ্বৰ প্রথম 50টা
ধনী কোম্পানীৰ(Worlds richest companies) তালিকাত স্থান পোৱা
ভাৰতৰ একমাত্ৰ প্রতিষ্ঠানটো হ’ল
উত্তৰ:ৰিলায়েন্স ইণ্ডাস্ট্রীজ
লিমিটেড।
৬)ভাৰতৰ বাহিৰৰ বিশ্বৰ প্ৰথমখন যোগা
বিশ্ববিদ্যালয় কত স্থাপন কৰা হৈছে?
উত্তৰ:লছ এঞ্জেলছ।
৭)2021 চনৰ টকিঅ অলিম্পিকত(Tokyo
Olympic) ভাৰতৰ হৈ প্ৰথমটো পদক জয় কৰা মীৰাবাই চানু কোনখন ৰাজ্যৰ
বাসিন্দা
উত্তৰ:-মণিপুৰ
৮)মুছলমানসকলৰ ধৰ্ম গ্ৰন্থ’কোৰাণখন’ কোন ভাষাত
ৰচিত?
উত্তৰ:আৰবী ভাষাত।
৯)প্ৰাচীনতম বেদ কোনখন?
উত্তৰ:ঋকবেদ।
১০)প্ৰথম এছিয়ন গেমছত(Asian Games) ভাৰতে কোন দেশক পৰাভূত কৰি সোণৰ পদক অৰ্জন কৰিছিল?
উত্তৰ:ইৰাণ।
১১)ভাৰতৰ কোনটো সাগৰীয় বন্দৰ শ্যামাপ্রসাদ
মুখাৰ্জীৰ(Shyamaprasad Mukharji) নামেৰে নামাকৰণ কৰা হৈছে?
উত্তৰ:কলকতা বন্দৰ।
১২)ক্ৰিকেট মাই ষ্টাইল নামৰ গ্ৰন্থখন কোনজন
ভাৰতীয় ক্ৰিকেটাৰৰ ৰচনা?
উত্তৰ:কপিল দেৱ।
১৩)বংকিম চন্দ্ৰ চেটাৰ্জী কোন ভাষাৰ বিশিষ্ট
লেখক?
উত্তৰ:বঙালী।
১৪)The God of Small Things Book is written By…
উত্তৰ:অৰুন্ধতী ৰয়।
১৫)কোনজন মহামুনিয়ে গায়ত্ৰী মন্ত্ৰ ৰচনা
কৰিছিল?
উত্তৰ:বিশ্বামিত্ৰ।
১৬)তলত দিয়া কোনটো ৰাজনৈতিক দলৰ কাৰ্য নহয়?
উত্তৰ:সমাজবাদ প্রতিষ্ঠা কৰা।
১৭)সংবিধানৰ কোনটো সংশোধনীৰ জৰিয়তে
প্রস্তাৱনাত ‘সমাজবাদী’(Socialist) শব্দটো যোগ দিয়া হৈছে—
উত্তৰ:42 নং।
১৮)যি কর্তব্য পালন নকৰে, তেওঁ অধিকাৰো ভোগ কৰিব নোৱাৰে’ উক্তিটো আছিল—
উত্তৰ:লাস্কিৰ।
১৯)ৰাজ্যসভাৰ(Rajya sabha) সদস্য হ’বলৈ বয়সৰ নিম্নতম সীমা হ’ল ____।
উত্তৰ:30 বছৰ।
২০)কোনখন উচ্চতম ন্যায়ালয়ৰ লেখ নহয়-
উত্তৰ:পদচ্যুতি পত্ৰ।
২১)ভাৰতীয় সংবিধানৰ সমবর্তী সূচীত(Parallel
schedule) ____ টা বিষয় সন্নিৱিষ্ট কৰা হৈছে—
উত্তৰ:47 টা।
২২)ৰাষ্ট্ৰপতি(President) আৰু উপৰাষ্ট্ৰপতিৰ অনুপস্থিতিত ৰাষ্ট্ৰপতিৰ পদ পূৰণ কৰে—
উত্তৰ:মুখ্য ন্যায়াধীশে।
২৩)আমাৰ ভাৰতত কমিউনিষ্ট পাৰ্টি কোন চনত গঠন
কৰা হয়?
উত্তৰ:1924 চনত।
২৪)ভাৰতীয় সংবিধান আমেৰিকা যুক্তৰাষ্ট্ৰতকৈও
অধিক গণতান্ত্ৰিক(Democratic) বুলি আখ্যা দিয়া ব্যক্তিজন
কোন আছিল?
উত্তৰ:ডাইচি।
২৫)সমৱৰ্তী সূচীত(In the concurrent
schedule) বৰ্তমান কিমানটা বিষয় সন্নিৱিষ্ট কৰা হৈছে—
উত্তৰ:52।
২৬)ৰাজ্যসভাৰ ‘পদেন সভাপতি’ হিচাপে কোনে
কাৰ্যনিৰ্বাহ কৰে—
উত্তৰ:উপ- ৰাষ্ট্রপতি।
২৭)ভাৰত চৰকাৰে কোন চনৰ আইনত প্ৰাদেশিক
স্বায়ত্তশাসন(Provincial autonomy) প্রদান কৰিছিল—
উত্তৰ: 1935।
২৮)ভাৰতৰ সংবিধানৰ কোনটো সংশোধনীয়ে পঞ্চায়তক
সাংবিধানিক মর্যাদা(Constitutional status) প্ৰদান কৰিছিল?
উত্তৰ:73তম্ সংশোধনী।
২৯)‘কল্যাণকামী ৰাজ্য’ ধাৰণাটো ভাৰতৰ সংবিধানত ______অন্তৰ্ভূক্ত হৈছে।
উত্তৰ:নির্দেশাত্মক নীতি।
৩০)চাৰমিনাৰ ক’ত অৱস্থিত?
উত্তৰ:হায়দৰাবাদ।
৩১)ভাৰতবৰ্ষৰ বৃহত্তম লুণীয়া পানীৰ হ্ৰদটোৰ
নাম কি?
উত্তৰ:চিল্কা হ্ৰদ।
৩২) ভাৰতৰ সৈতে কিমানখন দেশৰ সমূহীয়া
আন্তৰ্জাতিক সীমাৰেখা আছে?
উত্তৰ:সাত।
৩৩)কোনখন দেশে ভাৰতৰ সৈতে দীৰ্ঘতম সীমাৰেখাৰে
স্ংলগ্ন হৈ আছে?
উত্তৰ:চীন।
৩৪)কোনজন আহোম স্বৰ্গদেৱে ৰংঘৰ সজাইছিল?
উত্তৰ:প্ৰমত্ত সিংহ৷
৩৫)‘দেশদ্ৰোহী’ আখ্যা পোৱা বদন বৰফুকনক কোনে
হত্যা কৰিছিল?
উত্তৰ:ৰূপ সিং।
৩৬)পানীপথৰ প্ৰথম যুদ্ধ কোন চনত হৈছিল?
উত্তৰ:১৫২৬ চনত৷
৩৭)কোনজন গৱৰ্ণৰ জেনেৰেলৰ(Governor
general) দিনত ভাৰতত ৰেলসেৱা প্ৰৱৰ্তন কৰা হৈছিল?
উত্তৰ:লৰ্ড ডেলহাউচি।
৩৮)‘খাইবাৰ পাছ’ নামৰ গিৰিপথটো কোনখন দেশত
অৱস্থিত?
উত্তৰ:আফগানিস্তান।
৩৯)‘আইন – ই – আকবৰী’ গ্ৰন্থ কোনে ৰচনা কৰিছিল?
উত্তৰ:আবুল ফজল।
৪০)টিপু চুলতান ক’ৰ শাসনকৰ্তা আছিল?
উত্তৰ:মহীশূৰ।