Assam GK in Assamese Language PART 23 | Assamese General Knowledge-Buranjipedia

 

Assam GK in Assamese Language | Assamese General Knowledge-Buranjipedia

Assam GK MCQs -  Assam GK Questions & Answers in Assamese Language

Assam GK MCQ & General Knowledge

Here are the  Assam GK MCQ & General Knowledge questions and answers for all competitive exams) Read all these most important Assam GK MCQ & General Knowledge- Assam General Knowledge, Assam History, Assam Current Affairs quiz in order to answer the questions :-By Buranjipedia

Assam GK in Assamese Language PART 23 | Assamese General Knowledge-Buranjipedia

Assam GK MCQ & General Knowledge

)অসম চৰকাৰে অলপতে ঘোষনা কৰা অসমভূষন(Asombhushan) সন্মান প্ৰতিবছৰে কেইজন ব্যক্তিক প্ৰদান কৰা হব

উত্তৰ:-জন

)অসম চৰকাৰে অলপতে ঘোষনা কৰা অসম বিভূষন সম্মান প্রতিবছৰে কেইজন ব্যক্তি প্রদান কৰা হব

উত্তৰ:-জন

)অসম আৰক্ষীৰ চাইবাৰ অপৰাধৰ(Cyber crime) অভিযোগ দিয়া বাবে নতুনকৈ প্রবর্তন কৰা হেল্পলাইন নম্বৰটো হ’ল

উত্তৰ:-155260 

)অসম চৰকাৰে কোনটো শোধানাগাৰত(Refinary) নিজৰ অংশীদাৰীত্ব 26% লৈ বৃদ্ধি কৰিছে

উত্তৰ:-নুমলীগড়

)অলপতে অসমৰ তিনিচুকীয়া জিলাৰ কোনখন ঠাইত অইল ইণ্ডিয়া লিমিটেডৰ(OIL) তেলখাদত জুই লাগি বিস্তৰ ক্ষতি হৈছিল

উত্তৰ:-বাঘজান

)2021 চনত সম্পন্ন হোৱা অসম বিধান সভাৰ(Assam Legislative Assembly

) নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰা দলটো হ’ল

উত্তৰ:-ভাৰতীয় জনতা পাৰ্টী

)অসমৰ নৱগঠিত জিলাখন হ’ল

উত্তৰ:-বজালী

)অসমৰ ‘ৰঙা চাউল(red rice)’ কোনখন দেশলৈ 2021 চনত মে’ মাহ প্ৰথমবাৰৰ বাবে ৰপ্তানি কৰা হৈছে

উত্তৰ:-আমেৰিকা 

)অলপতে অসমৰ কোনখন চুবুৰীয়া ৰাজ্যৰ লগত সীমা বিবাদত(boundary disputes

) অসমৰ ৬ জনকৈ আৰক্ষীয়ে প্ৰাণ হেৰুৱাইছিল

উত্তৰ:-মিজোৰাম

১০)2021 চনৰ অলিম্পিকত অসমৰ হৈ অংশগ্ৰহণ কৰা লাভলীনা (Lavlina Borgohain) বৰগোহাঁই কোনবিধ খেলৰ লগত জড়িত

উত্তৰ:-বক্সিং

১১)অসম চৰকাৰে 2021 চনৰ পৰা কোনটো দিনত ‘Workers Day’ হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে

উত্তৰ:-আগষ্ট

১২)অসম চৰকাৰে 2021 চনৰ পৰা কোনটো দিনত ‘দেশভক্তি দিৱস(Patriotic Day)’ হিচাপে পালন কৰিবলৈ সিদ্ধান্ত লৈছে

উত্তৰ:-28 জুলাই

১৩)অসমৰ পৰা অলিম্পিকৰ পদক লাভ কৰা প্ৰথম খেলুৱৈ

উত্তৰ:-লাভলীনা বৰগোহাঁই

১৮)অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী(Finance minister) হিচাপে 2021 চনত কোনে দায়িত্ব গ্রহণ কৰিছে 

উত্তৰ:-অজন্তা নেওগ

১৫)অসমৰ বৰ্তমান মুখ্যমন্ত্রী  ° হিমন্ত বিশ্ব শৰ্মা অসমৰ কিমান তম মুখ্যমন্ত্রী

উত্তৰ:-15 তম

১৬)অলপতে মৃত্যু হোৱা বিশিষ্ট অভিনেতা ইৰফান খানৰ(Irfan Khan) অভিনীত অন্তিমখন ছবিৰ নাম কি?

উত্তৰ:অংগ্ৰেজী মিডিয়াম।

১৭)কোন তাৰিখে সংযুক্ত ৰাজ্য (Britain) ইউৰোপীয় সংঘ(EU)ৰ পৰা সম্পূর্ণৰূপে আতৰি আহে?

উত্তৰ:31 জানুৱাৰী 2020

১৮)কোনটো ব্যক্তিগত খণ্ডৰ বেংক ভাৰতত Lockdownৰ পৰিপ্ৰেক্ষিতত Whatsapp ৰ দ্বাৰা বেংকিং সেৱা আগবঢ়োৱা আৰম্ভ কৰিছে

উত্তৰ:ICICI

১৯)কোনখন নদীয়ে এলাহাবাদত গংগা (Ganga river) নদীৰ লগত মিলিত হৈছে?

উত্তৰ:যমুনা।

২০)ভাৰতৰ কোনখন ৰাজ্যই সৰ্বাধিক বনাঞ্চল আগুৰি আছে?

উত্তৰ:মধ্যপ্ৰদেশ।

২১)‘মোগাম্বা খুশ হুৱা’ সংলাপটি মিষ্টাৰ (Mr. India) ইণ্ডিয়া নামৰ হিন্দী চলচ্চিত্ৰখনৰ এটা জনপ্ৰিয় সংলাপ। উক্ত চলচ্চিত্ৰত এই সংলাপটি কোনজন অভিনেতাই ব্যৱহাৰ কৰিছিল?

উত্তৰ:অমৰীশপুৰী।

২২)টেষ্ট খেলা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈৰ(Indian Test Cricket Player) নাম কি?

উত্তৰ:ৰণজিৎ সিং।

২৩)মহিলা বিশ্বকাপ ক্ৰিকেট(Women’s Worldcup Cricket) কিমান চনৰ পৰা আৰম্ভ হৈছিল?

উত্তৰ:১৯৭৩৷

২৪)মধুশালা(Madhusala) গ্ৰন্থখনৰ ৰচক কোন?

উত্তৰ:হৰিবংশ ৰায় বচ্চন।

২৫)প্ৰসিদ্ধ Cartoonist আৰ কে লক্ষ্মণৰ ককায়েক তথা প্ৰখ্যাত ভাৰতীয় লেখকগৰাকীৰ নাম কি?

উত্তৰ:আৰ কে নাৰায়ণ।

২৬)অৰ্থশাস্ত্ৰ(Arthasastra) গ্ৰন্থখন কোনে ৰচনা কৰিছে?

উত্তৰ:চাণক্য।

২৭)অজিত তেণ্ডুলকাৰে ভ্ৰাতৃ শচীন তেণ্ডুলকাৰৰ ওপৰত লিখা জীৱনীমূলক গ্ৰন্থখনৰ(Biography) নাম কি?

উত্তৰ:দ্য মেকিং অৱ এ ক্ৰিকেটাৰ।

২৮)হৰ্ষবৰ্ধনৰ ৰাজত্বকালত তেওঁৰ ৰাজ কবিজন এজন সংস্কৃত পণ্ডিত আছিল। যিজনে ৰামচৰিতমানস(Ramsaritamanas) গ্ৰন্থ ৰচনা কৰিছিল। সেই সংস্কৃত পণ্ডিতজনৰ নাম কি?

উত্তৰ:Tulsidas

২৯)প্রশ্ন:‘ The Revenue Stamp: An Autobiography’ কোনজন ভাৰতীয় লেখিকাৰ আত্মজীৱনী?

উত্তৰ:অমৃতা প্ৰীতম।

৩০)শিখ(Sikh) সকলৰ ধৰ্মীয় গ্ৰন্থৰ নাম কি?

উত্তৰ:গুৰু গ্ৰন্থ চাহেব।

৩১)সাহিত্যৰ ইতিহাসত(History) আজিলৈ ৰচিত কাব্যসমূহৰ ভিতৰত আটাইতকৈ দীঘল কাব্যখনৰ নাম কি?

উত্তৰ:মহাভাৰত।

৩২)উপনিষদসমূহক(Upnishad) কি নামেৰে জনা যায়?

উত্তৰ:জনকাণ্ড অৰ্থাৎ দৰ্শনৰ বাখ্যা।

৩৩)এখন ঠাইৰ পৱিত্ৰ পিপল গছ(Peepal Tree) এজোপাৰ তলত সিদ্ধি লাভ কৰাৰ পিছত ৰাজকুমাৰ সিদ্ধাৰ্থ ভগৱান বুদ্ধৰূপে জনাজাত হৈ পৰিছিল। ঠাইখনৰ নাম কি?

উত্তৰ:বুদ্ধগয়া।

৩৪)চুলতান মামুদৰ কবৰ(Tomb of Sultan Mamud) বুলি জ্ঞাত বিশ্বৰ বৃহত্তম গম্বুজটোৰ নাম কি?

উত্তৰ:কৰ্ণাটকৰ বিজাপুৰত থকা গোল গম্বুজ।

৩৫)ভগৱান শ্ৰীকৃষ্ণই(Lord Sri Krishna) জন্ম গ্ৰহণ কৰা উত্তৰ প্ৰদেশৰ ঠাইখনৰ নামকি?

উত্তৰ:মথুৰা।

৩৬)ভাৰতৰ ক’ত আটাইতকৈ ডাঙৰ আকাৰৰ মন্দিৰ ঘন্টা(Largest Bell) আছে?

উত্তৰ:তিৰুমালাতিৰুপতি

৩৭)ভাৰত উপমহাদেশে(Subcontinant) মাটিকালিৰ হিচাপত কিমান ঠাই আগুৰি আছে?

উত্তৰ:৩২,৮৭,২৬৩ বৰ্গ কি:মি:(প্ৰায়)।

৩৮)ভাৰতবৰ্ষত Khakee পোছাক কেতিয়াৰ পৰা প্ৰচলন হয়?

উত্তৰ:১৮৪৬ চনৰ ডিচেম্বৰত।

৩৯)বিশ্বৰ বৃহত্তম আবৃত Platform ভাৰতবৰ্ষৰ কোনটো ৰে’ল ষ্টেচনত আছে?

উত্তৰ:শিয়ালদাহ ষ্টেচন।

৪০)International Grandmaster খিতাপ লাভ কৰিবলৈ সক্ষম হোৱা কনিষ্ঠতম ভাৰতীয় দবাৰুজনৰ নাম কি?

উত্তৰ:পৰিমাৰ্জন নেগী।


Post a Comment

Previous Post Next Post