Assam GK in Assamese Language
| Assamese General Knowledge-Buranjipedia
Assam GK MCQs
- Assam GK Questions & Answers in Assamese Language
Assam GK MCQ
& General Knowledge
Here are the Assam GK MCQ &
General Knowledge questions and answers for all competitive
exams) Read all these most important Assam GK MCQ &
General Knowledge- Assam General Knowledge, Assam History, Assam
Current Affairs quiz in order to answer the questions :-By Buranjipedia
Assam GK MCQ & General Knowledge
১)‘মাউন্ট এভাৰেষ্ট’ক
অন্য কি নামেৰে জনা যায়?
উত্তৰ:গৌৰী শংকৰ।
২)তাডোবা ৰাষ্ট্ৰীয়
উদ্যান ক’ত অৱস্থিত?
উত্তৰ:গুজৰাট।
৩)ভাৰতত ৰাষ্ট্ৰপতি
নতুবা উপ-ৰাষ্ট্ৰপতিৰ অনুপস্থিতিত ভাৰতত কোনে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে?
উত্তৰ:উচ্চতম ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশে।
৪)ৰাজ্যৰ ৰাজ্যপালৰ
মৃত্যু হ’লে বা তেঁও পদত্যাগ কৰিলে,নতুন ৰাজ্যপাল এজনক নিযুক্তি প্ৰদান নকৰালৈকে ৰাজ্যপালৰ দায়িত্ব ভাৰ কোনে
পালন কৰে?
উত্তৰ:উচ্চ ন্যায়ালয়ৰ মূখ্য ন্যায়াধীশ।
৫)ড° বি আৰ আম্বেদকাৰে ভাৰতীয় সংবিধানৰ কোনটো অধিকাৰক সংবিধানৰ
‘অন্তৰ আত্মা’(Magna carta) আখ্যা দিছিল?
উত্তৰ:সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ।
৬)লোকসভাৰ প্ৰথম
অধ্যক্ষ কোন আছিল?
উত্তৰ:জি ভি মাভালাংকাৰ।
৭)ভাৰতত কিমানখন উচ্চ
ন্যায়লয় আছে?
উত্তৰ:২১ খন।
৮)স্বাধীন ভাৰতৰ
প্ৰথমগৰাকী মহিলা ৰাজ্যপাল কোন আছিলে?
উত্তৰ:সৰোজিনী নাইডু।
৯)পোন প্ৰথমবাৰৰ বাবে
ভাৰতীয় সংবিধান কেতিয়া সংশোধন কৰা হৈছিল?
উত্তৰ:১৯৫১ চন।
১০)ভাৰতীয় জাতীয়
পতাকাখনৰ দীঘ আৰু প্ৰস্থৰ অনুপাত কিমান?
উত্তৰ:২:৩।
১১)২৪ নং অনুচ্ছেদে
শিশু (Child labour) শ্ৰমৰ বাধা দিয়া ক্ষেত্ৰটো কি?
উত্তৰ:বিপদসংকুল উদ্যোগত।
১২)ভাৰতবৰ্ষক কিয়
গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি কোৱা হয়?
উত্তৰ:ৰাষ্ট্ৰৰ মূৰব্বীজনক জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত কৰা
হয়
১৩)কেন্দ্ৰীয় সূচীত
কিমানটা বিষয় সন্নিৱিষ্ট কৰা হৈছে—
উত্তৰ:97 টা।
১৪)১৯৭৬ চনত
প্ৰস্তাৱনাৰ সংশোধনীৰ(Amendment) জৰিয়তে কোনকেইটা শব্দ যোগ দিয়া হৈছিল—
উত্তৰ:ধৰ্মনিৰপেক্ষ, সমাজবাদী, ঐক্য আৰু অখণ্ডতা ।
১৫)ভাৰতীয় সংবিধানৰ
কোন অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ নিৰ্বাচন পদ্ধতি সম্পর্কে উল্লেখ আছে—
উত্তৰ:54 নং।
১৬)1947 চনৰ 29 আগষ্টত গঠন হোৱা সংবিধান খচৰা
সমিতিখনৰ(Draft committee) অধ্যক্ষ আছিল—
উত্তৰ:ড° বি আৰ আম্বেদকাৰ ।
১৭)প্ৰতিটো সাধাৰণ
নিৰ্বাচনৰ(General election) পিছত সংসদৰ দুয়োটা সদনৰ প্ৰথম অধিবেশনত কোনে ভাষণ প্রদান কৰে
উত্তৰ: ৰাষ্ট্ৰপতিয়ে।
১৮)ভাৰতীয় সংবিধানৰ
কোনটো অনুচ্ছেদত ৰাজ্যত ‘ৰাষ্ট্ৰপতি শাসন’ ঘোষণা কৰাৰ ব্যৱস্থা আছে—
উত্তৰ: 356 ।
১৯)অলপতে অসম চৰকাৰে
তলৰ কোনখন কেলেণ্ডাৰক(Calender) চৰকাৰী কেলেণ্ডাৰত অন্তৰ্ভূক্ত কৰিছে?
উত্তৰ:-ভাস্কৰাব্দ
২০)তলৰ কোনখন
ৰাষ্ট্ৰীয় উদ্যানক(National Park) অলপতে অসমৰ সপ্তম ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষনা কৰা হৈছে
উত্তৰ:-দিহিং পাটকাই
২১)তলৰ কোনখন
ৰাষ্ট্ৰীয় উদ্যানক অলপতে অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষনা কৰিছে
উত্তৰ:-ৰাইমনা
২২)তলৰ কোনটো ভাষাক
অলপতে অসমৰ সহযোগী চৰকাৰী ভাষা(language) হিচাপে ঘোষনা কৰা হৈছে
উত্তৰ:-বড়ো
২৩)তলৰ কোনটো সন্মান (Award) ৰ কথা অসম চৰকাৰে
২০২১ চনত ঘোষনা কৰিছে
উত্তৰ:-অসমশ্রী
২৪)নতুন ৰাষ্ট্ৰীয়
শিক্ষানীতি(Education Policy) কেতিয়া ভাৰতৰ কেন্দ্ৰীয় মন্ত্রীসভাই গ্ৰহণ কৰে?
উত্তৰ:2020।
২৫)অলপতে কোনখন পশ্চিম
এচিয়াৰ দেশে প্রথমবাৰৰ বাবে মংগল গ্ৰহলৈ মহাকাশ(Space ship) অভিযান প্ৰেৰণ কৰিছে?
উত্তৰ:ইউ. এ. ই।
২৬)কোনজন ভাৰতীয়ই
বিশ্ব স্বাস্থ্য সংস্থাৰ অধ্যক্ষ(Chairman) হিচাপে দায়িত্ব গ্রহণ কৰিছে?
উত্তৰ:ডা° হর্ষবর্ধন।
২৭)মূলা গাভৰু কাৰ
পত্নী আছিল?
উত্তৰ:ফাচেনমুং বৰগোহীইৰ।
২৮)কোন খ্ৰীষ্টাব্দত
বিশ্ব ঐতিহ্য তাজমহল নিৰ্মাণ আৰম্ভ হৈছিল?
উত্তৰ:১৬৩২ চনত৷
২৯)হুন্দু জলপ্ৰপাত
ভাৰতৰ কোনখন চহৰৰ ওচৰত আছে?
উত্তৰ:ৰাঁচী
৩০) ভাৰতৰ কোনখন নদীক
বংগৰ (Sorrow of bengal) দুখ বুলি জনা যায়?
উত্তৰ: দামোদৰ নদী
৩১)কোন চনত ভাৰতীয়
জাতীয় কংগ্ৰেছৰ অধিৱেশনত বন্দে মাতৰম(Vande mataram) গীতটি প্ৰথম গাইছিল?
উত্তৰ:১৮৯২ চনত৷
৩২)লাচিত বৰফুকনৰ
মৈদাম ক’ত আছে?
উত্তৰ:যোৰহাটত।
৩৩)হিউৱেন চাং অসমলৈ
কোন খ্ৰীষ্টাব্দত আহিছিল?
উত্তৰ:৬৪৩ খ্ৰী:।
৩৪)কোন চনত লৰ্ড
কৰ্ণৱালিছে(Lord cornwalish) মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ কেপ্টেইন ৱেলচক অসমলৈ পঠিয়াইছিল?
উত্তৰ:১৭৯২ চনত৷
৩৫)বীৰ চিলাৰায়ৰ
কেনেকৈ মৃত্যু হৈছিল?
উত্তৰ:বসন্ত ৰোগত।
৩৬)2020 চনৰ এপ্ৰিল মাহত
কেন্দ্রীয় সতর্কতা আয়ুক্ত(CVC) হিচাপে কাক নিযুক্তি দিয়া হৈছে— উত্তৰ:সঞ্জয় কোঠাৰী।
৩৭)অলপতে আমেৰিকা
যুক্তৰাষ্ট্ৰই কোনখন ৰাষ্ট্ৰৰ সেনা বিষয়া কাচিম চেলেইমানীক ড্রোন আক্রমণৰ(Drone attack) দ্বাৰা হত্যা কৰিছে–
উত্তৰ:ইৰাণ।
৩৮)ভাৰতৰ মহাকাশ
গবেষণা সংস্থা (ISRO) অলপতে প্রস্তুত কৰা
মানৱ সদৃশ ৰবটটোৰ নাম কি যাক মহাকাশলৈ পঠোৱা হ’ব
উত্তৰ:ব্যোম মিত্র।
৩৯)ভাৰতীয় পুৰাতত্ত্ব
বিভাগে(Archeaological
department) অলপতে কোনখন দেশত 1100 বছৰ পুৰণি শিৱলি উদ্ধাৰ কৰিছে?
উত্তৰ:ভিয়েটনাম।
৪০)2021 চনত ফিফা(Fifa) সোতৰ বছৰ অনুৰ্ধৰ
মহিলা বিশ্বকাপ ফুটবল কোনখন দেশৰ অনুষ্ঠিত হ’ব?
উত্তৰ:ভাৰত।