ASSAM GK 2023 IN ASSAMESE Part 7/ সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ 2023
Here
are the Assam GK questions and answers for all competitive
exams) Read all these most important Assam Gk - Assam
General Knowledge, Assam History, Assam Current Affairs quiz in order to answer
the questions :
ASSAM GK 2023 IN ASSAMESE Part 7/ সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ 2023
১) আহোম
সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কিমা/ন চনত স্হাপন হৈছিল?
উত্তৰ : ১২৫৩ চনত
২) আহোম সকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত?
উত্তৰ : বশিষ্ঠাশ্ৰমত
৩) কোনজন আহোম ৰজাই পোনপ্ৰথম হি'ন্দু ধৰ্ম গ্ৰহণ কৰিছিল?
উত্তৰ : চুহুংমুং
৪) হাজোৰ পোৱামক্কা কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ : গিয়াচুদ্দিন আউলিয়া
৫) কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশ/ৰ ৰাজত্বৰ অন্ত প/ৰিছিল?
উত্তৰ : ভাস্কৰ বৰ্মন
৬) অসম/ত দাস প্ৰথা কেতিয়া/ বিলুপ্ত সাধন কৰা হয়?
উত্তৰ : ১৮৪৩ চনত
৭) আহোম মুদ্ৰা বোৰৰ আকাৰ কি আছিল?
উত্তৰ : আঠচুকীয়া
৮) অসমত জাপিৰ প্ৰচলন কোনে আৰম্ভ কৰিছিল?
উত্তৰ : আহোম সকলে
৯) আহোম সকলে/ চুতীয়া ৰাজ্য জ/য় কৰি শাসনৰ বাবে কোনজন /বিষয়াক নিয়োগ কৰিছিল?
উত্তৰ : শদিয়াখোৱা গোহাঁই
১০) আহোম সকল অ'সমত প্ৰবেশ কৰোতে কোন জ'নগো'ষ্ঠীয়ে আগ ভেটি যুদ্ধ কৰিছিল?
উত্তৰ : নগা
১১) জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক এগৰাকীয়ে লিখা উপন্যাস ‘দঁতাল
হাতীৰ উয়ে খোৱা হাওদা’ আৰু এই উপন্যাসৰ আধাৰত নিৰ্মিত হৈছিল ‘অদাহ্য’ নামৰ
কথাছবিখন। প্ৰশ্ন হ’ল – সাহিত্যিক গৰাকীৰ নাম কি?
উত্তৰ : মামনী ৰয়চম গোস্বামী (ইন্দিৰা গোস্বামী)।
১২) মহাপুৰুষ শংকৰদেৱৰ গুপ্তনাম কি আছিল?
উত্তৰ : গঙ্গাধৰ কায়স্থ।
১৩) Yellow stone
ৰাষ্ট্ৰীয় উদ্যান কোনখন দেশত অৱস্থিত?
উত্তৰ : আমেৰিকা যুক্তৰাষ্ট্ৰ ।
১৪) জাপানৰ আটাইতকৈ সুউচ্চ পৰ্বত শৃংগটোৰ নাম কি?
উত্তৰ : মাউন্ট ফুজি ।
১৫) আন্তৰ্জাতিক নাৰী দিৱস /কিমান তাৰি/খে পালন কৰা হয়?
উত্তৰ : ৮ মাৰ্চ ।
১৬) আহোমৰ আটাইতকৈ দীঘলীয়া কাল ৰাজত্ব কৰা ৰজাজনৰ নাম?
উত্তৰ : চুকামফা
১৭) কোনজন আহোম স্ব'ৰ্গদেউৰ ৰাজত্বকালত মুচ'লমান সকলে পোনপ্ৰথম অসম আক্ৰমণ কৰে?
উত্তৰ : চুহুংমুং বা দিহিঙ্গীয়া ৰজাৰ দিনত
১৮) কোন ৰজাৰ দিনত আ/হোম ৰাজ্যৰ ৰাজধানী গড়গাঁও ত প্ৰতিষ্ঠা হয়?
উত্তৰ : চুক্লেংমুং ৰ দিনত
১৯) কোন ৰজাৰ দিনত বৰফু/কন আৰু বৰবৰুৱা পদৰ সৃষ্টি হয়?
উত্তৰ : প্ৰতাপ সিংহ
২০) উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল?
উত্তৰ : গদাধৰ সিংহই
২১) মানৰ প্ৰথম আ'ক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল?
উত্তৰ : চন্দ্ৰকান্ত সিংহ
২২) কোন তাৰিখে চুকাফা দিৱস পালন কৰা হয়?
উত্তৰ : ২ ডিচেম্বৰ
২৩) বামুণী কোৱৰ বুলি কাক জনা যায়?
উত্তৰ : চুডাংফা
২৪) আহোম ৰাজ্যৰ প্ৰথম জন বৰপাত্ৰগোহাই কোন আছিল?
উত্তৰ : কনছেং
২৫) তুৰ্বকে কিমান চনত অসম আক্ৰমণ কৰিছিল?
উত্তৰ : ১৫৩২ চনত
২৬) মাজুলী সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল?
উত্তৰ : কোচ ৰজা ন'ৰনাৰায়ণ আৰু আহোম ৰজা চুখামফাৰ মাজত
২৭. কোন চনত আইন মতে অসমী/য়া ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিগণিত
হয়?
উত্তৰ : ১৯৬০ চনত
২৮. সংস্কৃতৰ পৰা পৰা অনু.বাদ কৰা প্রথম অসমীয়া নাটক খনৰ নাম কি ?
উত্তৰ : শকুন্তলা
২৯) 1228 চনত অসমত আ.হোম ৰাজ্য স্থাপন কৰি ১২৬৮ চনত মৃ'ত্যু বৰণ কৰা আহো'ম স্বৰ্গদেউ জন কোন আ'ছিল?
উত্তৰ : চাওলুং চুকাফা।
৩০) হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰু'পৰ ৰজা কোন আছিল?
উত্তৰ : কুমাৰ ভাস্কৰ বৰ্মন।
৩১) অসমৰ স্বাধী.নতা আন্দোলনৰ নেতা, গুৱাহাটী/ত পোন প্ৰথমে চাইকেল চলাওতা আৰু ‘দেশভক্ত’ নামেৰে পৰিচিত ব্যক্তি.জন কোন আছিল?
উত্তৰ : তৰুণ ৰাম ফুকন।
৩২) আহোম সাম্ৰাজ্যৰ শেষৰ জন স্বৰ্গদেউ কোন আছিল?
উত্তৰ : চন্দ্ৰকান্ত সিংহ।
৩৩) কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰুপে স্বীকৃতি পাইছিল?
উত্তৰ : ১৯৬১ চনত।
৩৪) কেতিয়া অসম}ত প্ৰ'থম ৰে.ল সেৱা প্ৰ'ৱৰ্ন কৰা হৈছিল?
উত্তৰ : ১৮৮২ চনত।
৩৫) কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল?
উত্তৰ : ১৯২১ চনত।
৩৬) অসম বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?
উত্তৰ : বসন্ত দাস।
৩৭) অসম এছ’ছিয়েচন কোন চনত গঠিত হৈছিল?
উত্তৰ : ১৯০৫ চনত।
৩৮) অসমত কোন চনত চাহ আৱিস্কাৰ হৈছিল?
উত্তৰ : ১৮২৩ চনত।
৩৯) অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰ : চুকাফা।
৪০) মুছ'ল.মান সকলে কোন চনত প্ৰথ'ম বাৰ অসম আক্ৰমণ কৰিছিল?
উত্তৰ : ১২০৬ চনত।