ASSAM GK 2023 IN ASSAMESE Part 6/ সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ 2023
Here
are the Assam GK questions and answers for all competitive
exams) Read all these most important Assam Gk - Assam
General Knowledge, Assam History, Assam Current Affairs quiz in order to answer
the questions :
১) গুৱাহাটী উচ্চ ন্যায়ালয় কিমান চনত স্থাপন কৰা হৈছিল?
উত্তৰ : ১৯৪৮ চনত
২) চন্দ্ৰকুমাৰ আগৰৱালাৰ কোনটো কবিতাৰ বিষয়বস্তু মালিতাৰ অন্তৰ্গত?
উত্তৰ : তেজীমলা
৩) অসমৰ প্ৰাচীন নাম কি আছিল?
উত্তৰ : প্ৰাগজ্যোতিষপুৰ।
৪) অসমৰ প্ৰধান ভাষা কি কি?
উত্তৰ : অসমীয়া, বাংলা, বড়ো, হিন্দী, ইংৰাজী।
৫) অসমত তেল শোধনাগাৰ কেইটা আছে?
উত্তৰ : চাৰিটা
৬) অসমৰ উপন্যাস সম্ৰাট কোন?
উত্তৰ : ৰজনীকান্ত বৰদলৈ।
৭) কোন খন দে'শক 'Battle ground of Europe' বু'লি কো'ৱা হয়?
উত্তৰ : বেলজিয়াম ।
৮) Mount Etna, এটা
সক্ৰিয় আগ্নেয়গিৰি বিশ্বৰ কোনখন দেশত অৱস্থিত?
উত্তৰ : ইটালী ।
৯) ঐতিহাসিক চহৰ Machu Picchu বিশ্বৰ কোনখন দেশত অৱস্থিত?
উত্তৰ : পেৰু ।
১০) কি নদীৰ পাৰত লণ্ডন চহৰ অৱস্থিত?
উত্তৰ : টেমছ ।
১১) পৃথিৱীৰ ভি'ত'ৰত আটাইত'কৈ ডা'ঙৰ মহাসা'গৰখনৰ নাম কি?
উত্তৰ : প্ৰশান্ত মহাসাগৰ ।
১২) পৃথি'ৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ খন_____
উত্তৰ : এছিয়া ।
১৩)পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদী খনৰ নাম কি?
উত্তৰ : নীল নদী ।
১৪) পৃথিৱীৰ ভিতৰত আটাইতকৈ বহল নদী খনৰ নাম কি?
উত্তৰ : আমাজান ।
১৫) অসমৰ গৌৰৱময় সূতা কি?
উত্তৰ : মুগা।
১৬) শুৱালকুছি কিহৰ বাবে বিখ্যাত?
উত্তৰ : পাট আৰ মুগাৰ বাবে বিখ্যাত।
১৭) গুৱাহাটীৰ আমবাৰীস্থ খনন কেন্দ্ৰটো কিহৰ বাবে প্ৰসিদ্ধ?
উত্তৰ : মৃৎ শিল্প।
১৮) হাজো আৰু সৰ্থেবাৰী কিহৰ বাবে বিখ্যাত?
উত্তৰ : কুমাৰশালৰ।
১৯) পাট-মুগাৰ পলুৰ খাদ্য যোগান কেন্দ্ৰস্থলটো ক’ত?
উত্তৰ : শিৱসাগৰ।
২০) পৃথিৱীৰ কোনখন মহাদেশত মৰুভূমি নাই?
উত্তৰ : ইউৰোপ ।
২১) ফ্ৰান্সৰ ৰাজধানী কি?
উত্তৰ : পেৰিছ ।
২২) কোনখন দেশত আটাইতকৈ বেছি হ্ৰদ অৱস্থিত?
উত্তৰ : কানাডা ।
২৩) ইমু চৰাই কোনখন দেশত পোৱা যায়?
উত্তৰ : অষ্ট্ৰেলিয়া ।
২৪) পৃথিৱীৰ ভি'তৰ'ত আটাইতকৈ সু'উচ্চ জলপ্ৰপাতটোৰ নাম কি আৰু ই বি'শ্বৰ কোনখন দেশত অৱস্থিত?
উত্তৰ : Angel Waterfall আৰু ই ভেনেজুৱেলাত অৱস্থিত।
২৫) পেৰিছ চহৰৰ মাজেৰে কি নদী বৈ গৈছে?
উত্তৰ : সেন (Seine)
।
২৬) “পুথি অধ্যয়ন বিদ্যা উপাৰ্জনৰ ঘাই উপায়”। এ'ইষা'ৰ উ'ক্তি কা'ৰ?
উত্তৰ : সত্যনাথ বৰাৰ।
২৭) হোমেন বৰগোহাঞিৰ কো'নখন উপন্যাসৰ আধাৰত চিত্ৰ নি'ৰ্মা'ণ হৈছে?
উত্তৰ : হালধীয়া চৰায়ে বাওঁধান খায়।
২৮) ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয়?
উত্তৰ : ২২ এপ্ৰিল ।
২৯) Diego Garcia
বিশ্বৰ কোনখন মহাসাগৰত অৱস্থিত এটা দ্বীপ?
উত্তৰ : ভাৰত মহাসাগৰ ।
৩০) নীল নদীৰ দান বু'লি কো'নখ'ন দেশক জনা যায়?
উত্তৰ : ইজিপ্ত ।
৩১) মহাকাশলৈ যোৱা প্ৰথমজন ব্যক্তি কোন?
উত্তৰ : ইউৰি গাগাৰিন ।
৩২) পৃথি'ৱীৰ ভিতৰত আ'টাইতকৈ বেছি কফি উৎপা'দন কৰা দেশ খনৰ নাম কি?
উত্তৰ : ব্ৰাজিল ।
৩৩) পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম কি?
উত্তৰ : প্ৰশান্ত মহাসাগৰ ।
৩৪) পৃথি'ৱীৰ ভি'তৰ''ত আটাইতকৈ ডাঙৰ মহাদেশ খনৰ নাম কি?
উত্তৰ : এছিয়া ।
৩৫) পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদী খনৰ নাম কি?
উত্তৰ : নীল নদী ।
৩৬) পৃথিৱীৰ ভিতৰত আটাইতকৈ বহল নদী খনৰ নাম কি?
উত্তৰ : আমাজান ।
৩৭) অসমৰ বিক্ৰমাদিত্য বুলি কোনজন ৰজাক কোৱা হয়?
উত্তৰ- মহাৰাজ নৰনাৰায়ণ
৩৮) কোন জন আহোম ৰজা দিনত প্ৰথম জনগণনা ( Census) আৰম্ভ
হৈছিল ?
উত্তৰ- চুহুংমুং
৩৯) মধ্য যুগৰ কবি ৰাম স্বৰস্বতী কোনজন ৰজাৰ Court poet আছিল?
উত্তৰ- নৰনাৰায়ণ
৪০) বৈষ্ণৱ সত্ৰত শৰণ লোৱা প্ৰথম আহোম ৰজা কোন ?
উত্তৰ- জয়ধ্বজ সিংহ
৪১) আহোমৰ কোনজন ৰজাক বুদ্ধি স্বৰ্গনাৰায়ন বুলি কোৱা হয়?
উত্তৰ- প্ৰতাপ সিংহ