ASSAM GK 2023 IN ASSAMESE Part 5/ সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ 2023-Buranjipedia

ASSAM GK 2023 IN ASSAMESE Part 5/ সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ 2023

Here are the  Assam GK questions and answers for all competitive exams. Read all these most important Assam Gk - Assam General Knowledge, Assam History, Assam Current Affairs quiz in order to answer the questions :-By Buranjipedia

ASSAM GK 2023 IN ASSAMESE Part 5/ সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ 2023 buranjipedia

ASSAM GK 2023 IN ASSAMESE Part 5/ সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ 2023

১) গদাধ,ৰ সিংহৰ আহোম নামটো কি ?

উত্তৰ: চুপাটফা

২) পৃথিৱীৰ ভিতৰত আটাইতকৈ সুউচ্চ পৰ্বতমালা কি?

উ:- হিমালয ।

৩) ‘অসম ছাত্ৰ সন্মিলনী’ কে,তিয়া গঠন  হৈছি ল ?

উত্তৰ : ১৯১৬ চনত। সভাপতি আছিল লক্ষ্মী,নাথ বেজবৰুৱা।

৪) কোনজন অসমীয়া চলচ্চিত্ৰ নিৰ্মতাই প্ৰথম বাৰ বিহু পতাকা খন অংকন কৰিছিল?

উত্তৰ : নিপ বৰুৱা

৫)  অসমা শব্দৰ অৰ্থ কি?

উত্তৰ : অতুলনীয়

৬) 2001-2011 চনত অসমত জনসংখ্যা বৃদ্ধিৰ  হাৰ কিমান?

উত্তৰ : 16.93

৭) 1751 চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই সাত খলপীয়া কাৰেংঘৰ নিৰ্মাণ কৰা ঠাই খনৰ নাম কি?

উত্তৰ : গড়গাঁও

৮) অসমত জহকালি হোৱা প্ৰৱল বতাহ-বৰষুণ তথা শিলাবৃষ্টিৰ স্থানীয় নাম কি?

উত্তৰ : বৰদৈচিলা

৯) অসমত _______  কয়লা চালিত তাপ-বিদ্যুৎ শক্তি উৎপাদন কেন্দ্ৰ অৱস্থিত

উত্তৰ : বঙাইগাঁও

১০)  জনসংখ্যাৰ ফালৰ পৰা আফ্ৰিকা মহাদেশৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম কি?

উত্তৰ : নাইজেৰিয়া ।

১১) ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয়?

উত্তৰ : ২২ এপ্ৰিল ।

(১২) ভাৰতৰ কোনখন ৰাজ্যত পথৰ ঘনত্ব সৰ্বাধিক ?

উত্তৰ: কেৰালা

(১৩) হিন্দু ধৰ্মৰ মুঠ পুৰাণৰ সংখ্যা কিমান ?

উত্তৰ: ১৮ টা

(১৪) ‘প্ৰান্তিক’ আলোচনীৰ  মুখ্য সম্পাদক কোন আছিল ?

উত্তৰ: ভবেন্দ্ৰনাথ শইকীয়া

(১৫) এছিয়া মহাদেশৰ আটাইতকৈ ডাঙৰ Man made tank কোনটো ?

উত্তৰ: জয়সাগৰ পুখুৰী

১৬) Diego Garcia বিশ্বৰ কোনখন মহাসাগৰত অৱস্থিত এটা দ্বীপ?

উত্তৰ : ভাৰত মহাসাগৰ ।

১৭) নীল নদীৰ দান বুলি _____ দেশক জনা যায় 

উত্তৰ : ইজিপ্ত ।

১৮) মহাকাশলৈ যোৱা প্ৰথমজন ব্যক্তি কোন?

উত্তৰ : ইউৰি গাগাৰিন ।

১৯) পৃথিৱীৰ  আটাইতকৈ বেছি কফি উৎপাদন কৰা দেশ খন_____ 

উত্তৰ : ব্ৰাজিল ।

২০) ‘অ’ক টাচাৰ’ অসমত কোন চনত প্ৰচলিত হয়?

উত্তৰ : ১৯৭২ চনত।

২১) পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি কৰা অসমৰ দুবিধ মুখ্য বাঢ়ৈ সঁজুলি _____ 

উত্তৰ : এশিঙীয়া গঁড় (One horned rhino)আৰু কামাখ্যা মন্দিৰৰ প্ৰতিৰুপ।

২২) কাঁহী, শৰাই, বাটি, লোটা ইত্যাদি _____ধাতুৰ দ্বাৰা তৈয়াৰী 

উত্তৰ : পিতল।

২৩) 2006 চনৰ চুকাফা বঁটা লাভ কৰা ব্যক্তিজন কোন?

উত্তৰ : ৰতন থিয়াম।

২৪) ‘চিৰচেনেহী মোৰ ভাষা জননী’  গীতটো  ৰচক_____ 

উত্তৰ : সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তই।

২৫) ‘তামোল’ শব্দটো কোন জাতি গোষ্ঠীৰ অৱদান?

উত্তৰ : অষ্ট্ৰিক জাতি।

২৬) বিষ্ণু ৰাভাৰ  মৃত্যু হৈছিল_____ 

উত্তৰ : 1969 চন 20 জুন তাৰিখে ৰাতি 2:25 বজাত 

২৭) জোনাকী যুগৰ ত্ৰিমূৰ্ত্তি নামে জনাজাত তিনিজন ব্যক্তিৰ দুগৰাকী হ’ল চন্দ্ৰ কুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। তৃতীয় গৰাকী কোন?

উত্তৰ : লক্ষ্মীনথ বেজবৰুৱা।

২৮) 2004 চনৰ ‘সাহিত্য অকাডেমী’ পুৰস্কাৰ লাভ কৰা অসমীয়া সাহিত্যিক গৰাকী কোন?

উত্তৰ : হীৰেন্দ্ৰ নাথ দত্ত  

২৯) 'জোনাকৰে ৰাতি, অসমীৰ মাটি …….’ ভূপেন হাজৰিকা ৰচিত এই গীত কোনে গাইছে?

উত্তৰ : লতা মংগেশকাৰ।

৩০) 2002 চনৰ কমলকুমাৰী বঁটা লাভ কৰা অসমীয়া সাহিত্যিক গৰাকী কোন?

উত্তৰ : ড° ভবেন্দ্ৰনাথ শইকীয়া।

৩১) ১৯৭৯ চনত ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যই জ্ঞানপীঠ বঁটা লাভ কৰিছিল এখন অসমীয়া বুৰঞ্জীমূলক উপন্যাসৰ বাবে – উপন্যাস খনৰ নাম কি?

উত্তৰ : মৃত্যুঞ্জয়।

(৩২) এখন ৰাজ্য চৰকাৰৰ মুৰব্বী কোন ?

উত্তৰ: মুখ্যমন্ত্ৰী

(৩৩) ‘অলকানন্দা’ কবিতা সংকলন খনৰ ৰচক কোন ?

উত্তৰ: নলিনীৱালা দেৱী

(৩৪) ভাৰতীয় সংবিধানৰ অভিভাৱক বুলি কাক কোৱা হয় ?

উত্তৰ: উচ্চতম ন‍্যায়ালয়

৩৫) কোন অসমীয়া সাহিত্যিকৰ ছদ্মনাম ‘শীলভদ্ৰ’?

উত্তৰ : ৰেৱতী মোহন দত্ত চৌধুৰী।

৩৬)  অসমৰ উপন্যাস সম্ৰাট কোন?

উত্তৰ : ৰজনী কান্ত বৰদলৈ।

৩৭) এজন ব্যক্তিয়ে লাভ কৰিছিল ক্ৰমে সৰ্বভাৰতীয় ‘কথা’ পুৰস্কাৰ, সাহিত্য অকাডেমী বঁটা, অসম উপত্যকা বঁটা আৰু অসম প্ৰকাশন বঁটা। সেই পুৰোধা ব্যক্তিজন কোন?

উত্তৰ : সাহিত্যিক তথা সাংবাদিক – চন্দ্ৰপ্ৰসাদ শইকীয়া।

৩৮) বিহগী কবি ৰঘুনাথ চৌধুৰীয়ে লিখা কবিতা পুথি দুখনৰ নাম কি?

উত্তৰ : দহিকতৰা আৰু কেতেকী।

৩৯) ড° নিৰ্মল প্ৰভা বৰদলৈক কি ছদ্মনামেৰে জনা যায়?

উত্তৰ : নীলা বাইদেউ।

৪০) কামৰূপৰ ______ ৰজাই মহাভাৰতৰ যুদ্ধত অংশ গ্ৰহণ কৰিছিল 

উত্তৰ : ভগদত্ত


Post a Comment

Previous Post Next Post