Class 4 English Chapter 6 A Golden Voice
Class 4 English Chapter 6 A Golden Voice, SEBA Chapter 1 A Golden Voice Class 4 English Question Answer Class 4 English Chapter 6 A Golden Voice Notes Assam Board Class 4 ইংৰাজী Question Answer by Buranjipedia
A Golden Voice
ACTIVITIES
1. Choose the correct option
from the following:
নিম্নলিখিত পৰা সঠিক বিকল্পটোক
নির্বাচন কৰাঃ
A. Aron and Aziz were -
i) working fast
ii) walking fast
iii) walking first
iv) working first
Ans: ii) walking fast
অৰুন আৰু আজিজ –
i. বেগেৰে কাম কৰিছে
ii. বেগেৰে খোজ কাঢ়িছে
iii. আগে খোজ কাঢ়িছে
iv. আগে কাম কৰিছে
উত্তৰ: ii) বেগেৰে খোজ কাঢ়িছে
B. Aron and Aziz were standing
under a -
i. big and small tree
ii. tall tree
iii. big and tall tree
iv. big tree
Ans: iv. Big
tree
অৰুন আৰু আজিজ __ তলত অপেক্ষা কৰিছিল
i. বৃহৎ আৰু সৰু গছ
ii. ওখ গছ
iii. বৃহৎ আৰু ওখ গছ
iv. বৃহৎ গছ
উত্তৰ: iv. বৃহৎ গছ
C. Aziz's father was worried
because -
i) Aziz might lose his legs
ii) Aziz might lose his
hearing
iii)Aziz might lose his arms.
iv) Aziz might lose his
eyesight
Ans: iv: Aziz
might lose his eyesight
আজিজৰ বাপেকে ভয় খাইছিল কাৰণ
i. আজিজে নিজৰ ভৰি হেৰুবাব পাৰে
ii. আজিজে নিজৰ শ্রৱণ কৰা শক্তি
হেৰুৱাব পাৰে
iii. আজিজে নিজৰ হাত হেৰুৱাব পাৰে
iv. আজিজে নিজৰ দৃষ্তি শক্তি
হেৰুৱাব পাৰে
উত্তৰঃ iv: আজিজে নিজৰ দৃষ্তি শক্তি
হেৰুৱাব পাৰে
D. The music teacher told Aziz
to-
i) study every day
ii) walk every day
iii) practice every day
iv) play the table every day
Ans: iii)
practice every day
সঙ্গীত গুৰুৱে আজিজক কৈছিল যে
i. সদায় পঢ়িবা
ii. সদায় খিজ কাঢ়িবা
iii. সদায় অনুশীলন কৰিবা
iv. সদায়
উত্তৰঃ iii. সদায় অনুশীলন কৰিবা
2. Write the answers to the
following questions:
নিম্নলিখিত প্রশ্নবোৰৰ উত্তৰ
সমুহ লিখি দিয়া:
a) where were Aron and
Aziz coming from?
অৰন আৰু আজিজ কৰ পৰা আহি আছিল?
Ans: Aron and
Aziz were coming from Banajit’s Birthday.
উত্তৰ: অৰুন আৰু আজিজ বনজীতৰ
জন্মদিনৰ পৰা আহি আছিল।
b) What was
Aron afraid of?
অৰুনে কিয় ভয় খাইছিল?
Ans: Aron was
afraid of thunder and lightning.
উত্তৰ: অৰুনে ঢেৰেকনি আৰু
বিজুলীলৈ ভয় খাইছিল।
c) What was Aziz worried
about?
আজিজে কিহৰ বাৱে চিন্তা কৰি
আছিল?
Ans: Aziz was
worried about his school.
উত্তৰ: আজিজে নিজৰ স্কুলৰ বাৱে
চিন্তা কৰি আছিল।
d) Why was Aziz’s father
worried?
আজিজৰ দেউতাক কিয় চিন্তা কৰি
আছিল?
Ans: Aziz’s
father was worried about, Aziz might lose his eyesight.
উত্তৰ: আজিজৰ দেউতাকে চিন্তা
কৰি আছিল কাৰণ আজিজে নিজৰ দৃষ্টিশক্তি হেৰুৱাব পাৰে বুলি।
3. Let’s read some words that
are related to the weather. Can you add some more?
আবাহাৱাৰ সম্বন্ধীয় কিছুমান
শব্দ পঢ়ো. তোমালোকে আৰু শব্দ যোগ কৰিব পাৰিবানে?
Ans: storm, breeze,
and wind.
উত্তৰ: ধুমুহা, জুৰ বতাহ, আৰু বতাহ
4. Work in pairs.
Ask your friends to read the sentences aloud. See whether your friend is
reading with a clear voice, stopping at full stops, pausing at commas and
reading with expression. Then you read it and ask your friend to observe you.
যোৰা হৈ কার্য্য কৰা। তোমাৰ
বন্ধুজনক ডাঙৰকৈ বাক্যটি পঢ়িব দিয়া। চোৱা তোমাৰ বন্ধুজনে স্পষ্ট ভাৱে পঢ়িব
পাৰিছে নে, দাঢ়িবিলাকত ৰখিছেনে, লঘু যতিৰ চিনবিলাকত বিৰতি লৈছে
নে আৰু প্রকাশভংগিৰে পঢ়িছে নে। তাৰ পাছত তুমি পঢ়া আৰু উওমাৰ বন্ধুক লক্ষ কৰিব
কোৱা।
a) Look at the sky.
আকাশখন চোৱা।
b) I’m afraid of thunder and
lightning.
মই ঢেৰেকনি আৰু বিজুলীলৈ ভয়
কৰো।
c) Arun, I’m so worried!
অৰুন মই বহুত দুশ্চিন্তাত
পৰিছো!
d) Who do you think is the
winner?
বিজেতা কোন হ’ব পাৰে বুলি
ভাবিছা তোমালোকে?
e) Aziz! Aziz! Aziz is the
best.
আজিজ! আজিজ!আজিজ সকলোতকৈ
অতুলনীয়।
5. Use the clues to make words
on the weather and the crossword puzzle:
শুংসূত্রবিলাক ব্যৱহাৰ কৰি বতৰৰ
জৰিত খাপ খোৱা শব্দ প্রস্তুত কৰা:
Across পাৰত
1) Air that moves
quickly
বতাহে সোনকালে ঠাই সলায়।
3) Water that falls from the
sky in drops
আকাশৰ পৰা পানী টোপাল কে ওপৰৰ
পৰা পৰে।
5) A loud noise that you hear
after flash of lightning
বিজুলি উজ্জ্বল পোহৰ পাছত এটা
ডাঙৰ শব্দ আমি শুনা পাওঁ।
Down তলত
2) Condition of atmosphere
particular time
বাতাবৰণৰ পৰিস্থিতিৰ বিশেষ
সময়।
4) Very bad weather with
strong wind and rain and often thunder and lightning
বহুত বেয়া বতৰৰ সবল বতাহ আৰু
বৰষুণ আৰু তাৰ মাজতে ঘনে ঘনে বিজুলি আৰু ব্রজপাত।
Answer:
1) Wind ( বতাহ )
2) Weather ( বতৰ )
3) Rain ( বৰষুণ )
4) Storm (ধুমুহা )
5) Thunder ( ঢেৰেকনি )
6. Fill in the missing letters
to form words related to weather. The first one is done for you.
বতৰৰ জৰিয়ৰ শব্দ প্রস্তুত কৰি
হেৰোৱা আখৰটো বিতংকৈ লিখা। প্রথমটো তোমাৰ বাৱে কৰি থোৱা হৈছে।
a) s u n n y
b) w i n d y
c) r a i n y
d) s t o r m y
e) c l o u d y
What did you notice? All the
words end with y
তোমালোকে কি মন কৰিছা? সকলো শব্দ y দি সমাপ্ত হৈছে।
7. Look at the picture below
and read about a sunny day.
তলত দিয়া ছবিখন চোৱা আৰু
প্রফুল্ল দিনটো পঢ়া।
It is a sunny day.
The sun is shining brightly. Birds and butterflies are flying. They are happy.
It is also hot. Two boys are sitting under the shade of a tree. The clothes in
the clothes line are dry. Some people are swimming in the pond.
এটা প্রফুল্ল দিন।সূর্য্য
উজ্জ্বলৰূপে জিলিকিছে। চৰাই আৰু পখিলাবোৰে উৰি ফুৰিছে। সকলোবোৰ সুখী। বহুত গৰমো
হৈছে। দুটা ল’ৰা গছৰ ছায়াত ভহি আছে। কাপোৰ ৰছিত কাপোৰবোৰ শুকাই গৈছে। কিছুমান
মানুহ পুখুৰীত সাঁতোৰি আছে।
Here is a picture of a rainy
day.
এখন এটা বৰষুণ দিনৰ ছবি।
Write a few sentences about a
rainy day some of the words from the box below.
তলত দিয়া বাকছৰ পৰা শব্দলৈ
বৰষুণ দিনৰ বিষয় কিছু বাক্য লিখা।
Muddy,
cloudy, cool, wet, heavy, windy
বোকা, ডাৱৰীয়া, ঠাণ্ডা, ভিজা, তীব্র, ভীত
Ans: It is a
rainy day. It is raining heavily. The weather is cool and windy, sky is cloudy.
The clothes in the clothes line are wet. Some children are playing in a muddy
area.
এটা বৰষুণৰ দিন। তীব্রভাবে
বৰষুণ দি আছে। বতৰটো ঠাণ্ডা আৰু ভীত হয়, আকাশখন ডাৱৰীয়া হৈ আছে।
কাপোৰবোৰ ৰছিত কাপোৰবোৰ ভিজি গৈছে। কিছুমান ল’ৰা-ছোৱালী বোকাত খেলি আছে।
8. Let's read what
Aron did when he visited his grandparents:
এটিয়া পঢ়ো ব’লা অৰুনে নিজৰ
ককা-আইতা ঘৰত গৈ কি কৰিছিল:
On Sunday, Aron went to visit
his grandparents. His grandparents were happy to see him. In the
evening, he went out for a walk with his grandfather. They reached home
at 6 p.m. At night, Aron sat with his grandparents and
listened to stories. He went to bed at 9 p.m. after having his dinner.
He woke up early next morning and left for home.
দেওবাৰ এটাত, অৰুনে নিজৰ ককা-আইতা তাত গৈছিল।
তাৰ ককা-আইতাকে তাক দেখি ভুত আনন্দিত হৈছিল। সন্ধিয়া সময়ত সি ককাকৰ লগত খোজঁ
কাৰিব বাবে বাহিৰলৈ ওলাই গৈছিল। ৬ বজাত তেওঁলোকে ঘৰ গৈ পাইছিল। ৰাতি অৰুনে ককা-দেউতাৰ লগত ভি গল্প শুনিছিল।
সি ৰাতি ভোজ খাই ৯ বজাত বিছনালৈ গৈছিল। পিছদিনা ৰাতিপুৱা সোনকালে উঠি সি ঘৰ
ঘূৰি যায়।
Read the underlined words and
write them below for practice.
আণ্ডাৰলাইন কৰা শব্দবোৰ পঢ়ি
অনুশীলনৰ বাবে তলত লিখক।
Now, make sentences with the
following group of words:
আচঁ দিয়া শব্দবোৰ পঢ়া আৰু
অনুশীলনৰ বাৱে তলত লিখা. এতিয়া সেঈ শব্দবোৰ যোগেদি বাক্য প্রস্তুত কৰা:
on Sunday, in the morning, in the evening, next
morning
দেওবাৰ, ৰাতিপুৱা, সন্ধিয়া, পিছদিনা ৰাতিপুৱা
Answer: On Sunday, Pooja
went to visit her grandparents. In the morning, she went out for morning walk
with her grandfather. In the evening they went to a market to buy vegetables.
She woke up early next morning and left for home.
দেওবাৰ এটাত, পূজায়ে নিজৰ ককা-আইতা তাত
গৈছিল। তাইৰ ককা-আইতাকে তাইক দেখি ভুত আনন্দিত
হৈছিল। ৰাতিপুৱা সময়ত তাই ককাকৰ লগত
খোজঁ কাৰিব বাবে বাহিৰলৈ ওলাই গৈছিল।সন্ধিয়া শাক-পাচলি কিনিব কাৰণে ওলাই
গৈছিল।পিছদিনা ৰাতিপুৱা সোনকালে উঠি সি ঘৰ ঘূৰি যায়।
9. Fill in the blanks with
words from the box. They show time relationships. You can use a word more than
once.
বাকছত থকা শব্দবোৰে বাক্য
সম্পূর্ণ কৰা. তাতে শোটাইম সম্পর্ক আছে। তোমালোক এটা শব্দ এবাৰতকে বেছি ব্যৱহাৰ
কৰিব পাৰিবা।
on at after in
a) I will reach
school at 9 a.m.
ক) মই পুৱা ৯ বজাত স্কুল পাম।
b) Our school
will reopen after Bihu.
খ) বিহুৰ পিছত আমাৰ বিদ্যালয়খন
খুলিব।
c) I will do my
homework in the evening.
গ) সন্ধিয়া হোমৱৰ্ক কৰিম।
d) My friends will
come to my house on Sunday.
ঘ) মোৰ বন্ধুসকল দেওবাৰে মোৰ
ঘৰলৈ আহিব।
e) I like to
listen to stories at night.
ঙ) ৰাতি গল্প শুনি ভাল পাওঁ।
10. Now, write a few sentences
about yourself using some of these words.
এতিয়া এই শব্দবোৰেদি নিজৰ
বিষয় কিছুমান বাক্য লিখা ।
a) I will reach
school at 8 a.m.
ক) মই পুৱা ৮ বজাত স্কুল পাম।
b) I like to hear
music at night.
খ) ৰাতি গান শুনি ভাল পাওঁ।
c) On Sunday, I went
to my grandmother’s house.
গ) দেওবাৰে মই আইতাৰ ঘৰলৈ
গ’লোঁ৷
11. Read the words in the
boxes:
বাকছত থকা শব্দবোৰ লিখা
at
at the corner ( চুকত )
at the bus stop ( বাছ ষ্টপত )
at the top of the bridge (দলঙৰ ওপৰত )
at the entrance ( প্ৰৱেশদ্বাৰত )
on
on the street ( পথত )
on the bus ( বাছত উঠি )
on the wall (বেৰত )
on the 1 of July( ১ জুলাইত )
in
in the north | ( উত্তৰত | )
in the traffic jam ( ট্ৰেফিক জামত )
in the kitchen ( পাকঘৰত )
in the newspaper ( বাতৰি কাকতত প্ৰকাশ পাইছে )
12. Read:
পঢ়া
a) drink (পান কৰা )
drink water ( পানী খোৱা )
She is drinking water. ( তাই পানী খাই আছে। )
b) draw ( অঁকা )
draw a picture ( এখন ছবি আঁকিব )
She is drawing a picture. (তাই এখন ছবি আঁকি আছে। )
c) play ( খেলা )
play football (ফুটবল খেলা )
He was playing football.
( তেওঁ ফুটবল খেলি
আছিল। )
d) watch ( চোৱা )
watch T.V. ( টি.ভি. চাওক।)
He was watching T.V.( তেওঁ টি.ভি. চাই আছিল।)
13. Read what Aron and
his family members are doing now:
পঢ়া অৰুন আৰু তাৰ পৰিয়ালৰ
সদস্য কি কৰি আছে:
Aron is reading a book. His parents are working in the garden. They are
watering the plants. His sister Mini is playing ludo with her cousin.
এৰনে এখন কিতাপ পঢ়ি আছে। মাক
দেউতাকে বাৰীত কাম কৰি আছে। গছ-গছনিবোৰত পানী দি আছে। তাৰ ভনীয়েক মিনিয়ে
খুলশালীয়েকৰ লগত লুডো খেলি আছে।
Aron and Mini's mother is
the Principal of Mini's school. Next day at school, this is what she saw when
she came into the class at 8.40 a.m.
এৰন আৰু মিনিৰ মাক মিনিৰ স্কুলৰ
অধ্যক্ষ। পিছদিনা স্কুলত তাই ৮.৪০ বজাত ক্লাছত সোমাই অহাৰ সময়ত এইটোৱেই দেখিছিল।
The Principal saw that Mini was looking at the trees outside the
classroom. Rumi and Pretty were talking. They were also laughing. Rahul was
drawing a picture in his notebook. Some students were reading.
অধ্যক্ষই দেখিলে যে মিনিয়ে
শ্ৰেণীকোঠাৰ বাহিৰৰ গছবোৰলৈ চাই আছে। ৰুমী আৰু প্ৰীটিয়ে কথা পাতি আছিল। সিহঁতেও
হাঁহি আছিল। ৰাহুলে বহীখনত এখন ছবি আঁকি আছিল। কিছুমান ছাত্ৰ-ছাত্ৰীয়ে পঢ়ি আছিল।
14. Look at the clock and
write the time:
ঘড়িটো চোৱা আৰু সময় লিখি
দিয়া:
Answer: It’s
6:30
Now, write what you and your
family members were doing yesterday evening at this time.
এতিয়া লিখা তুমি আৰু তোমাৰ
পৰিয়ালৰ সদস্য়যে যোৱাকালি সন্ধিয়া এখিনি সময়ত কি কৰি আছিলা।
15. Work in pairs. Read this
passage about Aron and his sister Mini. In pairs, play the roles of
Aron and Mini and act out what they are saying:
যোৰা হৈ কাম কৰা. অৰুন আৰু তাইৰ
ভনীয়েকৰ ৰচনা পঢ়া. যোৰা হৈ সিহঁতৰ ভূমিকাৰ অভিনয় কৰা আৰু কি কৈছে কোৱা:
"This is my
sister Mini. She is ten years old. I gave her a pen yesterday. She came to me
this morning. She was very upset." She said, "I'm sorry. I've lost
the pen". "Never mind," I said to her. He asked, "How did
you lose it?" Mini replied: "I'm afraid I was a bit careless. I don't
remember where I kept it". "Never mind, Mini, I'll buy you another
pen," I said to her. "Thank you", Mini said and left the room
happily.
এইজনী মোৰ ভনী.তাই দহ বছৰীয়া
ছোৱালি। যোৱাকালি তাইক এদাল কলম দিছিলো। তাই আজি ৰাতিপুৱা মোৰতাত আহিছিল। তাই ক’লে
“ক্ষমা কৰিবা মোক। মই তোমাল কলমটো হেৰুৱাই পেলালো”। “মই মন নকৰো,” মই তাইক কলো। সি সোধিলে, তুমি কেনেকৈ হেৰুৱালা?” মিনিয়ে ক’লে মই ভয় কৰো, মই অলপ অসাৱধান। মোৰ মনত পৰা
নাই মই ক’ত থৈছিলো। মই মন নকৰো মিনি, মই বেলেগ এডাল কিনি লম,” মই তাইক কলো। “ধন্যবাদ”’
মিনিয়ে ক’লে আৰু সুখেৰে কোঠা এৰিলে।
16. As you know,
Aron Mini and pen are all naming words.
Read the following sentences
and circle the naming words.
তোমালোকে জানা, অৰুন আৰু কলম সকলোবোৰ নামকৰণ
শব্দ।
তলত দিয়া বাক্যবোৰ পঢ়া আৰু
নামকৰণ শব্দবোৰক বৃত্ত কৰি দিয়া।
a) Hiren is talking to Raj
হীৰেণে ৰাজৰ লগত কথা পাতি আছে।
b) Raj is wearing a black
shirt.
ৰাজে ক’লা চোলা পৰিধান কৰিছে।
c) Arzu is playing the guitar.
আর্জো গীটাৰ বজাই আছে।
d) The teacher is writing on
the blackboard.
শিক্ষকজনে ক’লা বর্ডত লিখি আছে।
e) Jury is drinking water from
the water bottle.
জুৰিয়ে পানী বটলৰ পৰা পানী খাই
আছে।
Write the naming words under
the correct columns:
নামকৰণ শব্দবোৰ সঠিক কৈ শাৰী
পাতি লিখা:
People (মানুহ)
Things (বস্তু)
Hiren (হীৰেণ) Shirt (চোলা)
Raj (ৰাজ) Blackboard (কলা বর্ড)
Arzu(আর্জো) water bottle (পানী বটল)
Jury (জুৰি)
Now, choose any two naming
words from the above list and make two sentences with them:
এতিয়া দুটা নামকৰণ শব্দ ওপৰৰ
তালিকা পৰা নির্বাচন কৰা আৰু বাক্য প্রস্তুত কৰা।
a) Viraj is playing guitar
ভীৰাজে গিটাৰ বজাই আছে।
b) Ram is wearing a white
shirt
ৰামে বগা কাপোৰ পৰিধান কৰিছে।

