Class 1 Assamese Chapter 10 গুৱাহাটীলৈ যাওঁ

 Class 1 Assamese Chapter 10 গুৱাহাটীলৈ যাওঁ

Class 1 Assamese Chapter 10 গুৱাহাটীলৈ যাওঁ SEBA Chapter 10 Class 1 Assamese Question Answer Class 1 অংকুৰণ Question Answer | Lesson 10 | Class 1 Assamese Question Answer SCERT | গুৱাহাটীলৈ যাওঁ | Lesson 10 Question Answer Solution For Assam |
Class 1 Assamese Chapter 10 গুৱাহাটীলৈ যাওঁ buranjipedia

গুৱাহাটীলৈ যাওঁ

 

পাঠভিত্তিক ক্রিয়া কলাপ

১) কোৱা। 

জুনজুনহঁতে কাৰ লগত গুৱাহাটীলৈ গৈছিল?

উত্তৰঃ জুনজুনহঁতে মোমায়েকৰ লগত গুৱাহাটীলৈ গৈছিল।

 জুনজুনহঁতে গুৱাহাটীত কি কি দেখিলে?

উত্তৰঃ জুনজুনহঁতে গুৱাহাটীত ওখ ওখ ঘৰ দেখা পালে আৰু যাদুঘৰ, তৰাঘৰ, চিৰিয়াখানা,উৰণীয়া সেতু, আৰু বহুতো গাড়ী-মটৰ চলাচল দেখিলে।

 তেওঁলোকে গাঁৱৰ দৰে নগৰত কি দেকা নাপালে?

উত্তৰঃ  তেওঁলোকে গাঁৱৰ দৰে নগৰত  বেছি গছ-গছনি দেকা নাপালে।

২) দলত কথা পাতোঁ আহা।

 নগৰৰ বিষয়ে ( ছবিত দেখা আৰু নেদেখা)

উত্তৰঃ নগৰৰ বিষয়ে কবলৈ গলে নগৰত বহুত গাড়ী-মটৰ, ওখ ওখ ঘৰ , ৰাস্তা-ঘাট পকী, দোকান পাহৰ সুবিধা, বেঙ্কৰ সুবিধা, আদি বহুত কাৰণ আছে। 

গাঁৱৰ বিষয়ে (ছবিত দেখা আৰু নেদেখা) 

উত্তৰঃ গাৱৰ বিষয়ে কবলৈ গলে গাৱৰ ৰাস্তা-ঘাট পকী নহয়, ঘৰ বোৰ পকাৰৰ নহয়, বেঙ্কৰ সুবিধা কম,  গাড়ী-মটৰৰ সুবিধা নাই, দুকান পাহৰ সুবিধা কম, কিন্তু গাৱৰ মানুহবোৰ বৰ সহজ সৰল ইজনে- সিজনক ভালকৈ মাতে গাৱৰ প্ৰায়বিলাক মানুহৰে গৰু বা ম'হ থাকে আদি আৰু  বহুত  কাৰণ আছে।

৩) গোল চিনৰ ভিতৰত থকা -কাৰ (স্বৰ) চিনযুক্ত আখৰেৰে দুটাকৈ শব্দ গঠন কৰা।

পা   পানী, পাচলি

কা  কাম, কামপুৰ

চি  চিৰিয়াখানা, চিলনী

শে  শেষ, শেলাই 

বৃ  বৃষ, বৃন্দাবন

গী  গীত, গীতালি

৪) -কাৰ (স্বৰ) চিন লগ লগাই অৰ্থপূৰ্ণ শব্দ গঠন কৰোঁ আহা।

    ি                                

বেলন  নাৰিকল  ছাতি  জাকৈ  ছাগলী  মৌচাক

Post a Comment

Previous Post Next Post