Class 1 Assamese Chapter 9 আমাৰ উৎসৱ
Class 1 Assamese Chapter 9 আমাৰ উৎসৱ SEBA
Chapter 9 Class
1 Assamese Question Answer Class 1 অংকুৰণ Question
Answer | Lesson 9 | Class 1 Assamese Question Answer SCERT | আমাৰ উৎসৱ | Lesson
9 Question Answer Solution For Assam | by Buranjipedia
আমাৰ উৎসৱ
পাঠভিত্তিক
ক্রিয়া কলাপ
১) 'ক' অংশৰ লগত 'খ' অংশৰ শব্দ মিলাই লিখা।
ভোগালী বিহু
কাতি বিহু
ৰঙালি বিহু
ঈদ
কঙালি বিহু
মাঘ বিহু
পোহৰৰ উৎসৱ
বহাগ বিহু
মুছনমানসকলৰ উৎসৱ
দেৱালী
উত্তৰঃ
ভোগালী বিহু
মাঘ বিহু
ৰঙালি বিহু
বহাগ বিহু
কঙালি বিহু
কাতি বিহু
পোহৰৰ উৎসৱ
দেৱালী
মুছনমানসকলৰ উৎসৱ
ঈদ
২) কি
উৎসৱত কি কৰে মিলাই কোৱা।
বাথৌ পূজাত
ঐনিতম্
গাই গোমৰাগ নাচে
আলি-আয়ে-লৃগাঙত
সমূহীয়া
গীত গাই
বৰদিনত
খেৰাই নাচে
ঈদত
সমূহীয়াকৈ নমাজ পাতে।
উত্তৰঃ
বাথৌ পূজাত
খেৰাই নাচে
আলি-আয়ে-লৃগাঙত
ঐনিতম্
গাই গোমৰাগ নাচে
বৰদিনত
সমূহীয়া গীত গাই
ঈদত
সমূহীয়াকৈ নমাজ পাতে।
৩)বিদ্য়ালয়ত পালন কৰা উৎসৱ আৰু
দিৱস সমূহৰ বিষয়ে কথা পাতোঁ আহা
উত্তৰঃ সৰস্বতী পূজা,
গণৰাজ্য় দিৱস,
শিক্ষক দিৱস,
শিশু দিৱস,
স্বাধীনতা দিৱস বিদ্য়ালয়ত
পালন কৰা হয়।
৪) চাই চাই লিখাঁ ।
বিহু আমাৰ জাতীয় উৎসৱ।
বিহু আমাৰ জাতীয় উৎসৱ।
বিহু আমাৰ জাতীয় উৎসৱ।
৫) ছবি চাই বাক্য় পূৰ কৰা।
ইনাই কাঁচিজোন চাইছে।
আয়ে তুলসী তলত বন্তী দিছে।
ল'ৰা-ছোৱালীয়ে ভেলাঘৰ সাজিছে।
খুড়ীহঁতে
ভাজি ভাজিছে।
৬) মাহৰ নাম
উত্তৰঃ ব'হাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন, চ'ত।