Class 1 Assamese Chapter 2 জেউতি
Class 1 Assamese Chapter 2 জেউতি SEBA Chapter 2 Class 1 Assamese Question Answer Class 1 অংকুৰণ Question Answer | Lesson 2| Class 1 Assamese Question Answer SCERT | জেউতি | Lesson 2 Question Answer Solution For Assam |by Buranjipedia
জেউতি
পাঠভিত্তিক
ক্রিয়া কলাপ
নিজৰ কথা কওঁ।
মোৰ নাম ………………
……………… মোৰ আই
……………… মোৰ দেউতা।
ইয়াত সকলোৱে নিজৰ নিজৰ নাম আৰু নিজৰ মা-দেউতাৰ নামহে
লেখিবা।
খুৰাই মোক মৰম কৰে
মাই
মোক মৰম কৰে
দেউতাই মোক মৰম কৰে।
১) তোমাক কোনে কোনে মৰম কৰে?
উত্তৰঃ তোমালোকে নিজে চেষ্টা কৰিবা।
ইনা এজন
কণ
উমা বিমল
জবা মণি তৰালি জেৰিনা নমিতা
২) ইনা নামটোৰ প্ৰথম আখৰ কি?
উত্তৰঃ ইনা নামটোৰ প্ৰথম আখৰ 一ই।
৩) কণ নামটোৰ শেষৰ আখৰ কি?¨¨¨¨¨¨¨¨¨¨¨।
উত্তৰঃ কণ নামটো শেষৰ আখৰটো 一 ক।
তলত দিয়া আখৰেৰে গঠন হোৱা শব্দ
কওঁ আহা।
ইটা
উট
এ
জলকীয়া
ণ
তলা
নাক
মম
ছবি চাই কোনে কি কৰিছে কৱো।
উত্তৰঃ তোমালোকে নিজে লেখিবা।
সু-অভ্য়াস গঠন কৰোঁ আহা।
বিদ্য়ালয়ত কৰা কাম
ঘৰত
কৰা কাম
ঘৰ সৰা
一 দাঁত মজা/মুখ ধোৱা
ফুলত পানী দিয়া
一
কাপোৰ জপা
চকা,মেজ চাপা কৰা 一 নখ কটা
হাত ধোৱা
一
ঘৰুৱা কামত সহায় কৰা
ওপৰৰ ছবি কেইখনত দেখাৰ উপৰি তুমি
আৰু কি কি কৰা?
উত্তৰঃ তোমালোকে নিজৰ মতামতত লেখিবা।
খ 一
নখ
ণ ই
ট 一 উট
ত
উ
হ 一
মহ
ন এ
লা 一
তলা
ম জ
কা 一
কাণ
কৰা 一
মকৰা
টা 一
ইটা
কৰা 一
ইকৰা
খলা 一
জখলা
ঙাৰ 一
এঙাৰ
লিখা।
ই
ই ই ই ই ই ই ই ই
উ
উ উ উ উ উ উ উ উ
এ
এ এ এ এ এ এ এ এ
জ
জ জ জ জ জ জ জ জ
ণ
ণ ণ ণ ণ ণ ণ ণ ণ
ত
ত ত ত ত ত ত ত ত
ন
ন
ন ন ন ন ন ন ন
ম
ম ম ম ম ম ম ম ম
বাকচৰ কালী ঠাইত - কাৰ (স্বৰ)
চিন লিখা।
ক + আ = কা
ক +
ই = কি
ক + ঈ = কী
ক +
এ = কে
ক + া
= কা
ক + ি = কি
ক + ী = কী
ক + ে = কে
খ + আ = খা
খ +
ই = খি
খ +
ঈ = খী
খ +
এ = খে
খ + া = খা
খ + ি = খি
খ + ী = খী
খ + ে = খে
-কাৰ
(স্বৰ) চিন (া ি ী ে) লগাই ছবিৰ নাম পূৰ কৰা।
তলা
তৰা
কেৰেলা
জখলা
জিকা
কমলা