Class 1 Assamese Chapter 3 মেকুৰী আৰু কাউৰীৰ মিতিৰালি
Class 1 Assamese Chapter 3 মেকুৰী আৰু কাউৰীৰ
মিতিৰালি SEBA Chapter 3 Class
1 Assamese Question Answer Class 1 অংকুৰণ Question
Answer | Lesson 3| Class 1 Assamese Question Answer SCERT | মেকুৰী আৰু কাউৰীৰ মিতিৰালি | Lesson
3 Question Answer Solution For Assam |by Buranjipedia
মেকুৰী আৰু কাউৰীৰ
মিতিৰালি
পাঠভিত্তিক ক্রিয়া কলাপ
১) সাধুটোৰ মেকুৰী
জনীৰ নাম দিওঁ ।
মায়ে মাতে মিনি
বুলি
মই বুলিম পুছি
খুৰাই মাতে …………
তুমি বুলিবা কি?
উত্তৰঃ মায়ে মাতে মিনি বুলি
মই বুলিম পুছি
খুৰাই মাতে কিটি
মই বুলিম মিছি
২) সাধুটোত
মেকুৰীজনীয়ে বৰশী বাইছে। বৰশী তৈয়াৰ কৰিবলৈ তলৰ ছবিবোৰৰ কি কি লাগে কোৱা।
উত্তৰঃ বৰশী তৈয়াৰ কৰিবলৈ লোৰ
এডাল সৰু শিকলি বেঁকা কৰি প্ৰশ্ন বোধক চিহ্নৰ দৰে ভাঁজ দিয়া হয়। এডাল মিহি বাহ
আৰু এডাল দোল লাগে।
৩)
লিখা।
|
ই |
ই |
ই |
ই |
ই |
ই |
ই |
ই |
ই |
|
ঊ |
ঊ |
ঊ |
ঊ |
ঊ |
ঊ |
ঊ |
ঊ |
|
|
ঋ |
ঋ |
ঋ |
ঋ |
ঋ |
ঋ |
ঋ |
ঋ |
ঋ |
|
ও |
ও |
ও |
ও |
ও |
ও |
ও |
ও |
ও |
|
ঐ |
ঐ |
ঐ |
ঐ |
ঐ |
ঐ |
ঐ |
ঐ |
ঐ |
|
ঔ |
ঔ |
ঔ |
ঔ |
ঔ |
ঔ |
ঔ |
ঔ |
ঔ |
|
ঞ |
ঞ |
ঞ |
ঞ |
ঞ |
ঞ |
ঞ |
ঞ |
ঞ |
|
ষ |
ষ |
ষ |
ষ |
ষ |
ষ |
ষ |
ষ |
ষ |
|
শ |
শ |
শ |
শ |
শ |
শ |
শ |
শ |
শ |
|
য |
য |
য |
য |
য |
য |
য |
য |
য |
৪) বাকচৰ খালী ঠাইত
-কাৰ (স্বৰ) চিন বোৰ লিখা।
ক + উ = কু
খ + উ = খু ক + ঐ = কৈ
ক + ু = কু
খ + ু = খু
ক + ৈ = কৈ
খ + ঐ = খৈ
ক + ও = কো খ + ও = খো
খ + ৈ = খৈ
ক + ো = কো খ + ো =খো
৫) মাছটোত থকা
আখৰসমূহ কাষৰ ছবিবোৰৰ নামৰ প্ৰথম আখৰৰ লগত মিলোৱা।
ঋষি
ঈ
য়াক
ঊ
ষাঁড়
ও
ঔষধ
ঐ
ওল-কবি
ঋ
শহা-পহু
ঔ
ঊণ-সূতা
য
ঐৰাৱত
ষ
যঁতৰ
য়
ঈগল
শ
উত্তৰঃ
ঋষি
ঋ
য়াক
য়
ষাঁড়
ষ
ঔষধ
ঔ
ওল-কবি
ও
শহা-পহু
শ
ঊণ-সূতা ঊ
ঐৰাৱত
ঐ
যঁতৰ
য
ঈগল
ঈ
৬) ও, ঔ, য আখৰকেইটাত ✔ চিন দিয়া।
ওল-কচু ✔ ঔ-টেঙা ✔
বিচাৰিলেই পাবা
মাৰাই দিব যতনাই ✔
জুতি লগাই খাবা।
৭) ঈ, ঊ, ঋ আখৰকেইটাত ✔ চিন দিয়া।
ঋষিৰ ✔ নাই
ঊণৰ ✔ চোলা
ঈগলে ✔ চাই
ডালৰ পৰা।
৮) ঐ, শ, য়, ষ, ঞ আখৰকেইটাত ✔ চিন দিয়া।
ম ৰ
জ শ ই
য় এ
ঐ ✔
চ ঞ
শ ✔ ন
য় ✔
ষ ✔
ছ
আ ঐ ভ ঞ ✔ ষ
৯) তলৰ আখৰবোৰত ু ৈ ো -কাৰ (স্বৰ) চিন
লগাই লিখা।
ু
ৈ
ো
ক
কু
কৈ
কো
ম
মু
মৈ
মো
ল
লু
লৈ
লো
জ
জু
জৈ
জো
১০ ) মিলোৱা।
আ
ে
উ
ি
এ
ৈ
ও
ী
ই
ু
ঐ
ো
ঈ
া
উত্তৰঃ
আ
一
া
উ
一 ু
এ
一 ে
ও
一 ো
ই
一 ি
ঐ
一 ৈ
ঈ
一 ী
১১) ছবিবোৰ চাই ু ৈ ো -কাৰ (স্বৰ) চিন
লগাই ছবিৰ নাম পূৰ কৰা।
ফুল
পদুম
কুকুৰা
জাকৈ
খালৈ
কাৱৈ
ঢোল
ভোমোৰা
জোন