Class 1 Assamese Chapter 5 আচল সখি
Class 1 Assamese Chapter 5 আচল সখি SEBA Chapter 5 Class
1 Assamese Question Answer Class 1 অংকুৰণ Question
Answer | Lesson 5| Class 1 Assamese Question Answer SCERT | আচল সখি | Lesson 5 Question Answer Solution For
Assam by Buranjipedia
আচল সখি
পাঠভিত্তিক
ক্রিয়া কলাপ
১) কোন ক'ত থাকে।
মই বনত থাকোঁ।
মই পানীত থাকোঁ।
মই গছত থাকোঁ।
মই গাতত থাকোঁ।
২) লিখা।
ৱ
ৱ
ৱ
ৱ
ৱ
ৱ
ৱ
ৱ
ৱ
ঝ
ঝ
ঝ
ঝ
ঝ
ঝ
ঝ
ঝ
ধ
ধ
ধ
ধ
ধ
ধ
ধ
ধ
ধ
ঠ
ঠ
ঠ
ঠ
ঠ
ঠ
ঠ
ঠ
ঠ
দ
দ
দ
দ
দ
দ
দ
দ
দ
ড
ড
ড
ড
ড
ড
ড
ড
ড
ঢ
ঢ
ঢ
ঢ
ঢ
ঢ
ঢ
ঢ
ঢ
ঢ়
ঢ়
ঢ়
ঢ়
ঢ়
ঢ়
ঢ়
ঢ়
ঢ়
থ
থ
থ
থ
থ
থ
থ
থ
থ
ভ ভ ভ ভ ভ ভ ভ ভ ভ
৩) তলত থকা আখৰ লৈ শব্দ গঠন কৰি
লিখা।
ব ষা হ গ
কা ম গ লা
ৰ উ ন ৰু
ক ৰী ম লী
উত্তৰঃ
বগলী,
কাউৰী,
গৰু,
লাৰু,
কাম ,
মৰম,
নৰম,
কৰীম,
ৰমলা,
কামলা,
কলা,
ৰুলা,
কৰুন,
গগন,
কৰম,
লীলা,
মনৰ,
মৰীম,
হৰী,
মৰন,
নকৰীম।
৪) ভাবোঁ আৰু কওঁ
ক) নিগনিৰ নেজ দীঘল
ইমান দীঘল যেন এডাল সাপ হে।
খ) নিগনিৰ দাঁত চোকা !ইমান চোকা, ইমান
চোকা যেন এখন কেচী হে।
গ) কাউৰী ক'লা। ইমান ক'লা ইমান ক'লা
যেন ক'লা চিয়াহী হে।
ঘ) বগলী বগা। ইমান বগা ইমান বগা
যেন গাখীৰ হে।
৫) কথা পাতোঁ আহা
মোৰ সখী/সখীৰ
নাম …………… তোমালোকে নিজৰ সখীৰ নাম লিখিবা।
মই সখী/সখীক ভাল পাঁও
কাৰণ……………………………………তোমালোকে নিজৰ সখীক কি কি কাৰণত ভাল পোৱা সেই কথা লেখিবা।
৬) তলৰ কোনকেইটা কথা তোমাৰ ভাল
লাগে, ✔চিন
দিয়া।
ভগাই খোৱা✔।
কাজিয়া কৰা।
সখি/সখীৰ লগত
একেলগে নেখেলা।
পঢ়াশালিলৈ অহা-যোৱা কৰা✔।
বৰশী বোৱা।✔