Class 1 Assamese Chapter 4 হাট-বজাৰলৈ যাঁও ব'লা
Class 1 Assamese Chapter 4 হাট-বজাৰলৈ যাঁও ব'লা SEBA
Chapter 4 Class
1 Assamese Question Answer Class 1 অংকুৰণ Question
Answer | Lesson 4| Class 1 Assamese Question Answer SCERT | হাট-বজাৰলৈ যাঁও ব'লা | Lesson 4 Question Answer Solution For
Assam | by Buranjipedia
হাট-বজাৰলৈ যাঁও ব'লা
পাঠভিত্তিক ক্রিয়া কলাপ
一 হাট-বজাৰৰ ছবিখনত কি কি দেখিছা?
উত্তৰঃ হাট-বজাৰৰ ছবিখনত শাক-পাচলি, ফল-মূল, মাছ-মাংস, দৈৰ টেকেলি আদি দেখা পোৱা
গৈছে।
一 হাট-বজাৰত আৰু কি কি বেচা-কিনা হয়?
উত্তৰঃ হাট-বজাৰত মাছ-মাংস, শাক-পাচলি, দৈ, কাপোৰ, লগতে ঘৰুৱা নানা ধৰণৰ বস্তু
বেচা-কিনা হয়।
一 তোমালোকৰ ঠাইত কি বাৰে বজা হয়?
উত্তৰঃ তোমালোকে নিজে লেখিবা।
一 তুমি বজাৰ কৰানে?
উত্তৰঃ বজা কৰা বিলাকে কৰো আৰু নকৰা বিলাকে নকৰো বুলি লেখিবা।
লিখা
ট ট
ট ট
ট ট
ট ট
ট
চ চ
চ চ
চ চ
চ চ
চ
ফ ফ ফ ফ ফ ফ ফ ফ ফ
প প প প প প প
প প
স স স
স স
স স
স স
গ গ
গ গ
গ গ
গ গ
গ
হ হ
হ হ
হ হ
হ হ
হ
ছ ছ
ছ ছ
ছ ছ
ছ ছ
ছ
ঘ ঘ
ঘ ঘ
ঘ ঘ
ঘ ঘ
ঘ
ছবিৰ নামৰ প্ৰথম
আখৰটোৰ বৰ্ণকাৰ্ড ছবিখনৰ কাষলৈ নি কাষৰ সৰু ঘৰটোত থওঁ আহা।
উত্তৰঃ ফ
হ
চ
ট
স
ছ
প
হ
গ
ঘ
-কাৰ (স্বৰ) চিন লিখোঁ আহা।
ক + ঋ = কৃ
ক + ঔ = কৌ
ক + ঊ = কূ
ক + ৃ = কৃ
ক + ৌ = কৌ
ক + ূ = কূ
খ + ঋ = খৃ
খ + ঔ = খৌ
খ + ঊ = খূ
খ+ ৃ = খৃ
খ + ৌ =খৌ
খ + ূ = খূ
সাঁথৰ ভাঙো আহা
ক) গাখীৰ বগা কপাহ
বগা
আৰু বগা কি?
পানীৰ মাজত খোজ দি
মাছ বিছাৰে যি!
উত্তৰঃ বগলী।
খ) ঘূৰণীয়া ঘূৰণীয়া
ঘূৰণীয়া কি?
ল 'ৰাহঁতে লাগ লাগি
ভৰিৰে খেলে যি!
উত্তৰঃ ফুট বল।
-কৰ (স্বৰ) চিন লিখি পঢ়া ।
মল
বগল
চক
ককৰ
উত্তৰঃ মূলা বগলী চকী
কুকুৰা
সত
শহ
পঁপ
উত্তৰঃ সূতা শহা
পেঁপা
শয়ল
মকৰ
চলন
বচন
উত্তৰঃ শিয়াল মকৰা চিলনী বিচনী
ব্য়ঞ্জনবৰ্ণৰ
লগত-কাৰ (স্বৰ) চিন লগ লগাই মাতি মাতি লিখোঁ আহা।
অ
আ
ই
ঈ
উ
ঊ
ঋ
এ
ঐ
ও
ঔ
চিন নাই া
ি
ী
ু
ূ ৃ ে ৈ
ো
ৌ
খ
খা
খি
খী
খু
খূ
খৃ
খে
খৈ খো
খৌ
গ
গা
গি
গী
গু
গূ
গৃ
গে
গৈ
গো
গৌ
ম
মা
মি
মী
মু
মূ
মৃ
মে
মৈ
মো
মৌ
ৰ
ৰা
ৰি
ৰী
ৰু
ৰূ
ৰৃ
ৰে
ৰৈ
ৰো
ৰৌ
ল
লা
লি
লী
লু
লূ
লৃ
লে
লৈ
লো
লৌ
ঠ
ঠা
ঠি
ঠী
ঠু
ঠূ
ঠৃ
ঠে
ঠৈ
ঠো ঠৌ
ব
বা
বি
বী
বু
বূ
বৃ
বে
বৈ
বো
বৌ
হ
হা
হি
হী
হু
হূ
হৃ
হে
হৈ
হো
হৌ
ন
না
নি
নী
নু
নূ
নৃ
নে
নৈ
নো
নৌ
ত
তা
তি
তী
তু
তূ
তৃ
তে
তৈ
তো
তৌ
ট
টা
টি
টী
টু
টূ
টৃ
টে
টৈ
টো
টৌ
স্বৰবৰ্ণৰ লগত -কাৰ
(স্বৰ)চিন আঁচ টানি মিলোৱা।
বৰ্ণ
-কাৰ (স্বৰ) চিন
ও
一 া
এ
一
ৈ
ই
一 ো
উ
一
ী
ঋ
一
ি
আ
一 ে
ঈ
一
ূ
ঔ
一
ু
ঊ
一
ৃ
ঐ
一 ৌ
উত্তৰঃ
ও
一
ো
এ
一
ে
ই
一
ি
উ
一
ু
ঋ
一
ৃ
আ
一
া
ঈ
一
ী
ঔ
一
ৌ
ঊ
一
ূ
ঐ
一
ৈ
কেঁচাই
ভাজি
সিজাই
শুকুৱাই
পুৰি
গাজৰ
গাজৰ
আলু
কঠালৰ গুটি বেঙেনা
আপেল
ৰঙালাও
ৰঙালাও
ৰঙালাও গুটি
আলু
কঠাল
আলু
ওলকবি
কল
বেঙেনা
জলকীয়া ফুল-কবি
অমিতা
বন্ধা-কবি
পিয়াজ
জিকা
বিলাহী
লাও
কমলা
বিলাহী
আদা
কেৰেলা
ৰহুন
মূলা
ওলকবি