Class 1 Assamese Chapter 7 চিলনী আৰু মাছ
Class 1 Assamese Chapter 7 চিলনী আৰু মাছ SEBA
Chapter 7 Class
1 Assamese Question Answer Class 1 অংকুৰণ Question
Answer | Lesson 7 | Class 1 Assamese Question Answer SCERT | চিলনী আৰু মাছ | Lesson 7 Question Answer Solution For
Assam | by Buranjipedia
চিলনী আৰু মাছ
পাঠভিত্তিক
ক্রিয়া কলাপ
ㅡ ৰহিমলাই মাছৰ পাচি মূৰত লৈ গৈছে। পাচিত আৰু কি কি নিব পাৰি?
উত্তৰঃ পাচিত আৰু শাক-পাচলি, ফল-মূল, কাপোৰ-কানি, আদি বস্তু নিব পাৰে।
ㅡ শ'লমাছৰ উপৰি তোমালোকে আৰু কি কি মাছ দেখিছা।
উত্তৰঃ কাৱৈ, পুঠি, গৰৈ, ৰৌ, মাগুৰ, বৰালি , চিতল, খলিহনা আদি মাছ দেখিছো।
ㅡ চিলনীৰ দৰে আন কি কি চৰায়ে মাছ খায়?
উত্তৰঃ চিলনীৰ দৰে আন বহুত চৰায়ে মাছ খায় তাৰ
ভিতৰত বগলী, কনামুছৰী, মাছৰোকা, আৰু হাঁহজাতীয় বিভিন্ন চৰাইয়ো মাছ খায়।
ㅡ মেকুৰী জাঁপ দিওঁতে শ'ল মাছটো কালত পৰিল।খালৰ উপৰি মাছ আৰু ক'ত ক'ত থাকে।
উত্তৰঃ খালৰ উপৰি মাছ বিল, নদী, সাগৰত থাকে।
১) কোনে কি কৰিছে কোৱা।
উত্তৰঃ তোমালোকে এইটো নিজে ছবি চাই কৰিবলৈ ষত্ন
কৰিবা।
২) কাষৰ পৰা আখৰ আনি খালী ঠাইত লিখা আৰু পঢ়া।
গৰৈ
হ খা শী মে
বৰালি
খলিহনা
নী ৰৈ ৱৈ
খালৈ
মেকুৰী
ৰ ৰা
কাৱৈ
মাগুৰ
চিলনী
বৰশী
৩) খালৈৰ পৰা সঠিক শব্দ আনি খালী ঠাই পূৰ কৰা।
কৰিম ককায়ে জাল মাৰিছে । সিঁচিছে
লখিমীহঁতে পল মাৰিছে ।
পাতিছে
গঞাই পুখুৰী সিঁচিছে।
মাৰিছে
ৰহিমলাই জাকৈ বাইছে।
বাইছে
খুৰাই চোপা পাতিছে ।
মাৰিছে
মইনাই বৰশী বাইছে ।
বাইছে
ওলট-পালটকৈ থকা বাক্য়বোৰ পাঠৰ লগত মিলাই লিখা।
উদাহৰণ一
∎চিলনীয়ে ৰংমনে উৰি উৰি চায়।
উৰি উৰি চিলনীয়ে ৰংমনে চায়।
∎ৰহিমলাই মূৰত মাছৰ পাচি লৈ য়ায়।
ৰহিমলাই মাছৰ পাচি মূৰত লৈ যায়।
∎ শ'ল মাচ মেকুৰীৰ গালত সৰি পৰিল।
সৰি পৰিল শ'ল মাছ মেকুৰীৰ গালত
∎ মাছটোৱে পানী পাই ৰং মনে নাছে।
পানী পাই মাছতোৱে নাছে ৰং মনে।
∎ চিলনীয়ে গছত বহি খং মনে চায়।
গছত বহি চিলনীয়ে চায় খং মনে।