General Knowledge(Assam Gk) by buranjipedia

 

আপুনি জানেনে ?

সন্ত জগনেশ্বৰে ১২ বছৰ বয়সত ভাগৱত গীতাৰ পৰা মাৰাঠী চন্দত জ্ঞানেশ্বৰী গীতা লিখে ।।

ছত্রপতি শিৱাজীয়ে ১৩ বছৰ বয়সত তৃৰণ কিল্লা জয় কৰিছিল ।

ভাৰতৰ শ্ৰীমতী সৰাজনী নাইডুয়ে ১৩ বছৰ বয়সত ১৩০০ চন্দৰ এখন কবিতা পুথি ইংৰাজীত লিখিছিল ।

প্রখ্যাত নাট্যকাৰ শ্রীহৰিশচন্দ্র চট্টোপাধ্যায়ে নিজৰ প্রসিদ্ধ নাটক “ অবুহসন ” ১৪ বছৰ বয়সত লিখিছিল ।

জগতগুৰু শংকৰাচার্যই ৬ বছৰ বয়সত গােটেই ভাৰতবৰ্ষৰ পণ্ডিতসকলক শাস্ত্ৰত পৰাজিত কৰিছিল ।

বিশ্ববিজেতা চিকন্দৰে ১৬ বছৰ বয়সত শৰণীয়াৰ যুদ্ধত জয়ী হৈছিল ।

ৰাজকাজ হাতত লােৱা সময়ত ৰাণী অহেল্লাবাইৰ বয়স আছিল মাত্র ১৮ বছৰ ।

১৪ বছৰ বয়সতে বিশ্বকবি ৰবীন্দ্রনাথ ঠাকুৰে ইংলেণ্ডৰ মহাকবি ছেক্সপিয়াৰৰ ‘ মেকৱেথ’নাটকখন বাংলা ভাষাত অনুবাদ কৰিছিল ।

মহত্বপূর্ণ কথা

ভাৰত - চীনৰ সীমা নির্ধাৰণ কৰা লাইন ডালক কি বুলি কোৱা হয় ?

উত্তৰ: মেক মােহন লাইন ।

ভাৰত পাকিস্থানৰ সীমা নির্ধাৰণ কৰা লাইন ডালক কি বুলি কোৱা হয় ?

উত্তৰ: ৰেড ক্লীফ লাইন ।

ভাৰতৰ মুদ্ৰাৰ টকা কেতিয়া আৰু কোনে ৰাখিছিল ?

উত্তৰ: 1541 চনত ছেৰশ্বাহ সুৰীয়ে ।

ভাৰতত সর্বপ্রথম ৰেডিঅ ’ প্রচাৰণ ক'ত আৰু কেতিয়া হৈছিল ?

উত্তৰ: 13 জুলাই 1927 বােম্বাইৰ পৰা ।।

ভাৰতত প্রথম বাৰ টেলিভিছন প্রচাৰণ কেতিয়া আৰম্ভ হৈছিল ?

উত্তৰ: 15 চেপ্তেম্বৰ 1959 আকাশবাণী দিল্লীৰ পৰা ।

ভাৰতৰ ডাক বিভাগ আৰু পিন কোড প্রণালী কেতিয়া আৰম্ভ হৈছিল ?

উত্তৰ: 15 আগষ্ট 1972 চনত ।

ভাৰতৰ প্ৰথম আই . চি . এচ . অফিচাৰ কোন আছিল ?

উত্তৰ: শ্রীসুৰেন্দ্ৰ নাথ ।

ভাৰতৰ সর্বপ্রথম কবি কোন আছিল ?

উত্তৰ: মহর্ষি বাল্মীকি ।

বিশ্বৰ সকলােতকৈ ডাঙৰ মহাকাব্য কোনখন ?

উত্তৰ: মহাভাৰত l

ভাৰতৰ সর্বপ্রথম কোনটো ডাকঘৰত কম্পিউটাৰ ব্যৱহাৰ কৰিছিল ?

16 আগষ্ট 1986 চনত বাঙ্গালােৰত ( কর্ণাটক ) ।

ভাৰসর্বপ্রথম বাতৰি কাকত কোনখন আৰু কেতিয়া , ক'ত প্রচাৰিত হৈছিল ?

উত্তৰ: ইণ্ডিয়া গেজেট ইং 1776 চনত কলকতাত ।

ভাৰতৰ সর্বপ্রথম হিন্দী বাতৰি কাকতখন কি ? কেতিয়া আৰু ক'ত প্রচাৰিত হৈছিল ?

উত্তৰ: উংদত মাতগু । 30 মে 11826 কলকতাত ।

ভাৰতৰ কোনজন প্রধানমন্ত্ৰীৰ জন্মদিন চাৰি বছৰৰ পিছতহেহয় ?

উত্তৰ: স্বর্গীয় মুৰাৰজী ভাই দেশাই ( জন্ম 29 ফেব্ৰুৱাৰী ) ।

ভাৰতৰ সংসদত এদিননা নােযােৱা প্রধানমন্ত্রীজন কোন আছিল ?

উত্তৰ: স্বর্গীয় চৌধুৰী চৰণ সিং ।

ভাৰতৰ কোনখন ৰাজ্যত ৰাজ্যভাষা ইংৰাজীত হয় ?

উত্তৰ: নাগালেণ্ড |

ভাৰতৰ সকলােতকৈ অধিক শাসন কৰা বাদশাহ জন কোন আছিল ?

উত্তৰ: ঔৰংজের তেওঁ 49 বছৰ শাসন কৰিছিল ।

ভাৰতৰ সর্বপ্রথম পৰমবীৰ চক্ৰ কোনে পাইছিল ?

উত্তৰ:1947 চনত মেজৰ সােমনাথ শর্মা ।

ভাৰতৰ সর্বপ্রথম মহাবিদ্যালয় কোন খন ?

উত্তৰ: ফোর্ট উইলিয়াম মহাবিদ্যালয় ( 18 আগষ্ট 1800 চনত কলকাতা ) ।

বিশ্বৰ সকলােতকৈ কম দামত সােণ কত পােৱা যায় ?

উত্তৰ: লণ্ডন আৰু নিউয়র্কত ।

চিকন্দৰৰ গুৰুৰ নাম কি ?

উত্তৰ: অস্ত্র ।

ভাৰতৰ টি . ভি . , ৰেডিঅ ' আৰু অন্য প্রশ্নত্তোৰ প্রতিযােগীতাৰ বাবে বেলেগকৈ পােষ্টকার্ড কেতিয়াৰ পৰা উলিওৱা হৈছিল ?

উত্তৰ: 14 নৱেম্বৰ , 1996 ( মূল্য 2 টকা ) ।

সূৰ্যৰ পােহৰ পানীৰ কিমান তললৈ যায় ?

চাৰিশ মিটাৰ তললৈ ।

বিশ্বৰ সকলােতকৈ প্রাচীন ধর্মপুথি কোনখন ?

উত্তৰ: ঋকবেদ ।

কোনখন দেশৰ লিখিত সংবিধান নাই ?

উত্তৰ: ইংলেণ্ড ।

গােটেই বিশ্বখনত কেইটা ভাষা কোৱা হয় ?

উত্তৰ: 2,792 টা ।

ভাৰতবৰ্ষৰ সকলােতকৈ ধুনীয়া অট্টালিকাটোৰ নাম কি ?

উত্তৰ: তাজমহল ( আগ্রা ) ।

ভাৰতৰ কোনজন খেলুৱৈয়ে ইংলেণ্ড আৰু ভাৰতৰ বাবে ক্রিকেট খেলিছিল ?

উত্তৰ: ইণ্ডিখাৰ পটোদী ।

ভাৰতৰ সংসদখন কোনে কেতিয়া উদঘাটন কৰিছিল ?

উত্তৰ: 14 জানুৱাৰী 1927 চনত লর্ড ইর্বিনে ।

সর্বপ্রথম ক্রিকেট টেষ্ট মেচ কেতিয়া আৰুক'ত খেলা হৈছিল ?

উত্তৰ: ইংলেণ্ড আৰু অষ্ট্রেলিয়াৰ ওচৰৰ মেলবোের্ণনামৰ ঠাইত 1877 চমত ।

টেষ্ট ক্রিকেটত প্রথম শতক কোনে কৰিছিল ?

উত্তৰ: অষ্ট্রেলিয়াৰ চার্লচ বেইনৰ মেন ।

ভাৰতৰ সর্বপ্রথম টেষ্ট বিজেতা কোন আছিল আৰু কাৰ বিৰুদ্ধে ?

উত্তৰ: 1952 চনত মাদ্রাজ ইংলেণ্ডৰ বিৰুদ্ধে ।

ভাৰতৰ ফুটবল খেল কেতিয়া আৰু ক'ত আৰম্ভ হৈছিল ?

উত্তৰ: ডেলহাউসী ক্লাৱৰ দ্বাৰা 1872 চনত কলকাতাত হৈছিল ।

হকী খেলৰ সর্বপ্রথম আন্তঃৰাষ্ট্ৰীয় মেচ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল ?

উত্তৰ: 26 জুন 1895 চনত বেলচ আৰু আয়াৰলেণ্ডৰ মাজত হৈছিল ।

কোনজন ভাৰতীয় খেলুৱৈ ফুটবল আৰু ক্রিকেট দুয়ােটাতে প্রতিনিধিত্ব কৰিছিল ?

উত্তৰ: পংকজ ৰায় ।

ভাৰতৰ উপৰিও কোনখন দেশে 15 আগষ্ট দিনটো স্বাধীনতা দিবস হিচাপে পালন কৰে ?

উত্তৰ: দক্ষিণ কোৰিয়াই ।

বিশ্বৰ সর্বপ্রথম কাগজৰ মুদ্ৰাৰ আৱিষ্কাৰ ক'ত আৰু কেতিয়া কৰিছিল ?

উত্তৰ: 1812 চনত চীনত ।

বিশ্বৰ কোনখন মুদ্ৰাৰ প্ৰচলন নাই ?

উত্তৰ: লাউচত ।

অসম বুৰঞ্জী

Q.1 . When did the first Muslim attack in Assam ? কেতিয়া অসমত ( কামৰূপত ) প্রথম মুছলমান আক্রমণ হৈছিল ?

Ans : ১২০৬ খ্রীষ্টাব্দত কামৰূপত প্রথম মুছলমানৰ আক্রমণ হৈছিল ।


Q.2 . Who wrote ' Tabaqat - E - Nasiri ' . তবকাৎইনাচিৰি ' কোনে ৰচনা কৰিছিল ?

Ans : বুৰঞ্জী - লেখক মীনহজউদ্দিনে ৰচনা কৰিছিল ।


Q.3 . Who had given the idea to Bakhtiar Khilji to attack Kamrup ? বখতিয়াৰ খলজীক কামৰূপ আক্ৰমণৰ পথ কোনে দেখুৱাইছিল ?

Ans : আলিমেচ নামৰ এজন ৰজাই বখতিয়াৰ খলজীক কামৰূপ আক্ৰমণৰ পথ দেখুৱাইছিল ।


Q.4 . When Bakhtiar Khilji died ? বখতিয়াৰ খলজীৰ মৃত্যু ক'ত হৈছিল ?

Ans : বখতিয়াৰ খলজীৰ গৌড়দেশত মৃত্যু হৈছিল ।


Q.5 . Under which king the capital of Kamrup North Guwahati shifted to Kamatapur ? কোন ৰজাৰ দিনত কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ তুলি নিয়া হৈছিল ?

উত্তরঃ প্রাচীন কামৰূপৰ ৰজা ' সন্ধ্যাৰ দিনত কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ তুলি নিয়া হৈছিল ।


Q.6 . In which year Iitutmish attacked Bengal ? ইলতুৎমিচে কিমান খ্রীষ্টাব্দত ৰংগদেশ আক্রমণ কৰে ?

Ans : ইলতুৎমিচে ১২২৫ খ্রীষ্টাব্দত বংগদেশ আক্রমণ কৰে l


Q.7 . Who was the king of Kamrup at the time of second Muslim attack ? মুছলমানৰ দ্বিতীয় আক্রমণৰ সময়ত কামৰূপৰ ৰজা কোন আছিল ?

Ans : মুছলমানৰ দ্বিতীয় আক্রমণৰ সময়ত কামৰূপৰ ৰজা আছিল পৃথু ।


Q A . Q.8 . According to whom Chiyasuddin was defeated with the Kamrupa king and returned ? কাৰ মতে গিয়াউদ্দিন কামৰূপৰ ৰজাৰ হাতত পৰাজিত হৈ উভতি গৈছিল ?

Ans : বুৰঞ্জী - লেখক এড়ােবার্ড গেইটৰ মতে গিয়াচউদ্দিনে কামৰূপৰ বজাৰ হাতত পৰাজিত হৈ উভতি গৈছিল ।


Q.9 . Who attacked Kamrup in 1257 A.D. ? কোনে ১২৫৭ খ্রীষ্টাব্দত কামৰূপ আক্রমণ কৰিছিল ?

Ans : ১২৫৭ খ্রীষ্টাব্দত বংগৰ শাসনকর্তা ইখতিয়াৰউদ্দিন মালিক উজবেক তুড্রিল খাঁহ কামৰূপ আক্রমণ কৰিছিল ।


Q.10 . Which state was successfull in India to protect the three times Turkish invasion ? ভাৰতৰ ভিতৰত কোনখন ৰাজ্যই তিনিবাৰ তুর্কী আক্রমণ প্রতিহত কৰিবলৈ সক্ষম হৈছিল ?

Ans : ভাৰতৰ ভিতৰত একমাত্র কামৰূপ ৰাজ্যই তিনিবাৰ তুখী আক্রমণ প্রতিহত কৰিবলৈ সক্ষম হৈছিল ।


Q.11 . When the introduction of Kamrup with the Islam religion and culture happened ? ইছলামী ধর্ম আৰু সংস্কৃতিৰ লগত কামৰূপৰ কেতিয়া পৰিচয় ঘটে ? Ans : ত্রয়ােদশ শতিকাৰ তুর্কী মুছলমানৰ আক্ৰমণৰ ফলত কামৰূপৰ লগত ইছলাম ধর্ম সংস্কৃতি আৰু সভ্যতাৰ পৰিচয় ঘটে ।


Q.12 . When Kutubuddin Aibak ascended the Delhi throne as a Sultan ? কুতুবউদ্দিন আইবাক কেতিয়া দিল্লীৰ চুলতান হৈছিল ?

Ans : ১২০৬ খ্রীষ্টাব্দত কুতুবউদ্দিন আইবাক দিল্লী চুলতান হৈছিল ।


Q.13 . Who was the first independent Sultan of Delhi ? দিল্লীৰ প্রথম স্বাধীন চুলতান কোন আছিল ?

Ans : কুতুবউদ্দিন আইবাক দিল্লীৰ প্রথম স্বাধীন চুলতান ।


Q.14 . Under which regime Ibn Bakhtiar invaded the ancient Kamrup state ? কাৰ ৰাজত্বকালত ইবন বখতিয়াৰে প্রাচীন কামৰূপ ৰাজ্য আক্রমণ কৰে ?

Ans : প্রাচীন কামৰূপৰ ৰজা পৃথুৰ ৰাজত্বকালত মহম্মদ ইবন বখতিয়াৰে প্রাচীন কামৰূপ ৰাজ্য আক্রমণ কৰে ।


Q.15 . What types of message sent to Bakhtiar by Kamrup king ? কামৰূপৰ ৰজাই কি বুলি বখতিয়াৰলৈ বার্তা পঠাইছিল ?

Ans: কামৰূপৰ ৰজাই এই বুলি বার্তা পঠাইছল— “ তিব্বত ৰাজ্যলৈ ধােৱাৰ এইটো উপযুক্ত সময় নহয় । গতিকে উভতি গৈ সজ্জিত হােৱাগৈ , অহা বছৰত মই সৈন্যসামন্ত লগত লৈ মুছলমান সৈন্যদলৰ পথ - প্রদর্শক হ'ম আৰু সেই ৰাজ্য জয় কৰিম ।


0.16 . From when North Guwahati was the capital of ancient Assam ? কেতিয়াৰ পৰা উত্তৰ গুৱাহাটী প্রাচীন কামৰূপৰ ৰাজধানী আছিল ?

Ans : কামৰূপৰ ৰজা ধর্মপালৰ ৰাজত্বকালৰ পৰা উত্তৰ গুৱাহাটী প্রাচীন কামৰূপৰ ৰাজধানী আছিল ।


Q.17 . Where is located the Kanal Barshi Boa stone ? কানাই বৰশী বােৱা শিলটো ক'ত অৱস্থিত ?

Ans : কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ ৰংমহলত ব্ৰহ্মপুত্ৰ দাঁতিত কানাই বৰশী বােৱা শিলটো অৱস্থিত ।


Q.18 . What is written at the Kanai Barashi Boa stone ? কানাই বৰশী বােৰা শিলালিপিত কি উল্লেখ আছে ?

Ans : কানাই বৰশী বােৱা শিলালিপিত তুর্কী মুছলমান কামৰূপ আক্রমণ কৰা সময়ৰ কথা উল্লেখ আছে ।


Q.19 . When the son of Iltutmish Nasiruddin attacked Kamrup ? ইলতুৎমিছৰ পুতেক নাছিউদ্দিনে কেতিয়া কামৰূপ আক্রমণ কৰিছিল ?

Ans : নাছিউদ্দিনে ১২২৮ খ্রীষ্টাব্দ কামৰূপ ৰাজ্য আক্রমণ কৰিছিল ।


Q.20 . Who was the king of Kamrup at the time of third Muslim attack ? মুছলমানৰ তৃতীয় আক্রমণৰ সময়ত কামৰূপৰ ৰজা কোন আছিল ?

Ans : মুছলমানৰ তৃতীয় আক্রমণৰ সময়ত কামৰূপৰ ৰজা সন্ধ্যা আছিল ।


Q.21 . Who invaded ancient Kamrup kingdom in 1257 A.D. ? ১২৫৭ খ্রীষ্টাব্দত কোনে প্রাচীন কামৰূপ ৰাজ্য আক্রমণ কৰিছিল ?

Ans : ১২৫৭ খ্রীষ্টাব্দত বংগৰ শাসনকর্তা ইখতিয়াৰউদ্দিন মালিক উজবেক তুলিকাই কামৰূপ আক্রমণ কৰিছিল ।


Q.22 . When Bakhtiar Khilji attacked Bengal ? বখতিয়ার খলজীয়ে কেতিয়া ৰংগ আক্রমণ কৰিছিল ?

Ans : বিহাৰৰ শাসনকর্তা হােৱাৰ পিছত ১২০২ খ্রীষ্টাব্দত বখতিয়াৰ খলজীয়ে বংগ আক্ৰমণ কৰিছিল ।


Q.23 . When did Bakhtiar Khilji went to Kamrup and from where ? বখতিয়াৰ খৰ্জীয়ে কেতিয়া ক'ৰ পৰা কামৰূপৰ ফালে ৰাওনা হয় ?

Ans : ১২০৫ খ্রীষ্টাব্দৰ শেষৰ পালে দহ - বাৰ হাজাৰ অৰহী সৈন্য লৈ বখতিয়াৰ খলজীয়ে বর্তমান । দিনাজপুৰ দেবকেট নামৰ ঠাইৰ পৰা কামৰূপৰ ফালে ৰাওনা হয় ।


Q.24 . Bakhatiar Khalji was in which city when he was proceding to Kamrup ? কামৰূপৰ ফালে অগ্ৰসৰ হওঁতে বখতিয়াৰ খলজীয়ে কি নগৰত উপস্থিত হৈছিল ?

Ans : কামৰূপৰ ফালে আগবাঢ়ি গৈ থাকোতে বখতিয়াৰ খলজীয়ে বেগমতী নদীৰ বৰ্ধনকোট নামৰ খন নগৰত উপস্থিত হৈছিল ।


Q.25 . When the Muslims captured the East India at first ? মুছলমানসকলে পূৱ - ভাৰতৰ কোন ৰাজ্য প্রথমে অধিকাৰ কৰিছিল ?

Ans : মুছলমানসকলে প্রথমে পূর্ব - ভাৰতৰ গৌড় ৰাজ্য অধিকাৰ কৰিছিল ।


Q.26 . Who was the Gauda king at the time of the invansion of Muslims East . India ? মুছলমানসকলে পূব ভাৰত অধিকাৰ কৰাৰ সময়ত গৌড় ৰাজ্যৰ ৰজা কোন আছিল ?

Ans : লক্ষণ সেন ।


Q.27 . Laloshman Sen was the king of which dynasty ? লক্ষ্মণ শেন কোন বংশৰ ৰজা আছিল ?

Ans : লক্ষ্মণ শেন বংগদেশৰ শেন বংশৰ ৰা আছিল ।


Q.28 . Who was the first Muslim to attack Kamrup ? কামৰূপ আক্রমণ কৰিবলৈ কোন মুছলমান প্রথমে আহে ?

Ans : বখতিয়াৰ খলজী প্রথমে কামৰূপ আক্রমণ কৰিবলৈ আহে ।


Q.29 . When Bakhtiar Khilji was died ? বখতিয়াৰ খলজীৰ মৃত্যু কেতিয়া হৈছিল ?

Ans : ১২০৬ খ্রীষ্টাব্দত বখতিয়াৰ খলজীৰ মৃত্যু হৈছিল ।


Q.30 . At the time of Muslim invasion in Assam which king taken Islam reli gion ? মুছলমানে কামৰূপ আক্রমণ কৰা সময়ত ইছলাম ধৰ্ম লােৱা ৰজাজন কোন ?

Ans : মুছলমানে কামৰূপ আক্রমণ কৰা সমাত ইছলাম ধৰ্ম লােৱা ৰজাজন আছিল চিকিমৰ ওচৰৰ এজন মেট না ।


Q.31 . What was the name of Mech king after taking Islam religion ? ইছলাম ধর্ম লােৱাৰ পিছত মেচ ৰজাজনৰ নাম কি দিয়া হৈছিল ?

Ans : ৰজাজনৰ নাম দিয়া হৈছিল আলি মেচ ।


Q.32 . Who was Minhazuddin ? মিনহাজউদ্দিন কোন ?

Ans : মিনহাজউদ্দিন এজন প্রসিদ্ধ বুৰঞ্জী লেখক ।


Q.33 . Who was the Kamrup king at the time of first Muslim Invasion ? মুছলমামৰ প্রথম আক্রমণৰ সময়ত কামৰূপৰ ৰজা কোন আছিল ?

Ans : সেই সময়ত কামৰূপৰ ৰজা আছিল পৃথু । .


Q.34 . In which Minhazuddin's book we know about the Bakhtiar Khiljis Kamrup invasion ? বখতিয়াৰ খলজীৰ কামৰূপ আক্রমণৰ বিষয়ে মিনহাজউদ্দিনৰ কোনখন পুথিত উল্লেখ পােৱা যায় ?

Ans : তৰকাৎ - ইনাছিৰি নামৰ পুথিত বখতিয়াৰৰ কামৰূপ আক্রমণৰ বিষয়ে জনা যায় ।


Q.35 . Who occupied Bengal for Delhi Sultan ? দিল্লীৰ চুলতানৰ হৈ কোনে প্রথমে বঙ্গ জয় কৰিছিল ?

Ans ; ইখতিয়াৰউদ্দিন মহম্মদ বিন বখতিয়াৰ খলজীয়ে ।


0.36 . What is the name of the book authored by Minhazuddin ? মিনহাজউদ্দিনৰ ৰচিত পুথিখনৰ নাম কি ?

Ans ; ' তবৎ - ইনাচিৰি ।


Q.37 . What is the name of the inscription at North Guwahati ? উত্তৰ গুৱাহাটীত থকা শিলালিপিখনৰ নাম কি ?

Ans : কানাই বৰশী বােৱা শিলালিপি ।


Q.38 . From where Bakhtiar Khilji started his expedition ? বখতিয়াৰ খলজীয়ে কোন ঠাইৰ পৰা অভিযান আৰম্ভ কৰিছিল ?

Ans : বর্তমান বাংলাদেশৰ দিনাজপুৰ জিলাৰ দেবকোট নামে ঠাইৰপৰা ।


Q.39 . Who indicated the way to the Muslims from Bardhantok ? বর্ধনটোকৰ পৰা কোনে মুছলমান সেনাক বাট দেখুৱাই আনিছিল ?

Ans : আলীমেচ নামৰ এজন লােকে ।


Q.40 . What was the aim of Bakhtiar Khilji ? বখতিয়াৰ খলজীৰ মূল লক্ষ্য কি আছিল ?

Ans : বখতিয়াৰ খলজীৰ মূল লক্ষ্য আছিল সুদুৰ চীন আৰু তিব্বত জয় ।


Q.41 . Why suddenly returned Ghiyasuddin Iwaz from the Kamrup Invasion ? গিয়াছউদ্দিন ইবাজে কামৰূপ আক্রমণৰ পৰা হঠাতে কিয় উভতিব লগা হৈছিল ?

Ans : গিয়াছউদ্দিন ‘ বঙ্গ কামৰূপ ’ অভিযানত ব্যস্ত থাকা সময়ত নাছিউদ্দিন বঙ্গত উপস্থিত হােৱা বাবে গিয়াছুদ্দিনে ততালিকে উভতি যাব লগা হৈছিল ।


Q.42 . Kamrup king Bartu died by whom ? কামৰূপৰ ৰজা বর্তু কাৰ হাতত নিহত হৈছিল ?

Ans : নাছিউদ্দিনৰ হাতত ।


Q.43 . Why Tughril Khan came to Kamrup expedition ? তুগ্রিল খাই কিয় কামৰূপ অভিযানলৈ আহিছিল ?

Ans : চুলতানক দিবলগীয়া কৰকাটল বন্ধ কৰি দিয়া বাবে কামৰূপৰ ৰজাক এশিকনি দিয়াৰ বাবে তুলি খাঁই কামৰূপ অভিযানলৈ আহিছিল ।


Q.44 . What was the name of the Kamrup king in the time of Tughril Khan ? তুঘিলখাৰ সময়ত থকা কামৰূপৰ ৰজাজন কোন আছিল ?

Ans : সেইসময়ত কামৰূপৰ ৰজাজনৰ নাম আছিল সন্ধ্যা ।


Q.45 . Name the Delhi Sultan in the time of second Muslim invasion of Kamrup ? মুছলমানসকলে দ্বিতীয়বাৰ কামৰূপৰাজ্য আক্রমণ কৰাৰ সময়ত দিল্লীৰ চুলতান কোন আছিল ?

Ans : ইলতুৎমিছ ।


Q.46 . Who was Ghiyasuddin Bakhtiar ? গিয়াছউদ্দিন বখতিয়াৰ কোন আছিল ?

Ans : বংগৰ শাসনকর্তা ।


Q.47 . From which year the Ahoms started their rule ? কোন চনৰ পৰা অসমত আহােম শাসনৰ সূত্রপাত হয় ?

Ans : ১২২৮ চিত


Q.48 . Which year the first Burmes war was happened ? কোন চনত প্রথম মানৰ আক্রমণ হৈছিল ?

Ans : ১৮১৭ চনত


Q.49 . Who captured capital Lakshmanawati ? ৰাজধানী লক্ষ্মণাবতী কোনে অধিকাৰ কৰিছিল ?

Ans ; ইবন বখতিয়াৰ খলজীয়ে ।


Q.50 . Was Nasiruddin attacked Kamrup ? নাছিনউদ্দিনে কামৰূপ আক্রমণ কৰিছিলনে ?

Ans : কৰিছিল ।


Q.51 . Name the Assamese king who died with Nasiruddin ? নাছিউদ্দিনৰ হাতত কোন অসমীয়া ৰজা নিহত হৈছিল ?

Ans : পৃথু ।


Q.52 . Was Nasiruddin captured Kamrup under his state ? নাছিনউদ্দিনে কামৰূপ ৰাজ্য নিজৰ অধীন কৰিব পাৰিছিলনে ?

Ans : পৰা নাছিল ।


Q .53 . Who was Tughril Khan ? তুলিখা কোন আছিল ?

Ans : বঙ্গৰ চুবাদাৰ আছিল ।


Q.54 . Name the Kamrup king at time of Tugbril Khan's invasion . তুঘিলখাই আক্রমণ কৰা সময়ত কামৰূপৰ ৰজাজনৰ নাম কি আছিল ? .

Ans : সন্ধ্যা ।


Q.55 . What did Tugbril Khan in Kamrup ? তুল্লিলখাই কামৰূপত কি কৰিছিল ?

Ans : ৰাজধানীৰ মাজত এটা মছজিদ সজাইছিল আৰু নিজৰ নামত মােহৰ মৰাইছিল ।


Q.56 . When Nasiruddin attack Kamrup ? নাছিউদ্দিনে কেতিয়া কামৰূপ ৰাজ্য আক্রমণ কৰিছিল ?

Ans : ১২২৮ খ্রীষ্টাব্দত ।


Q.57 . Who attacked Kamrup in 1257 ? ১২৫৭ খ্রীষ্টাব্দত কোনে কামৰূপ ৰাজ্য আক্রমণ কৰিছিল ?

Ans : বঙ্গৰ শাসনকর্তা মালিক উজবেক তুঘিলখাঁই ।।


Q.58 . Ghiyasuddin died by whom ? গিয়াছউদ্দিন কাৰ হাতত নিহত হৈছিল ?

Ans : নাছিরউদ্দিনৰ হাতত ।


Q.59 . For what cause Lakshman Sen the king of Bengal leave his capital ? কিহৰ বাবে ৰঙ্গৰ ৰজা লক্ষ্মণসেনে ৰাজধানী এৰি পলাই যায় ?

Ans : বখতিয়াৰ খলজীৰ বঙ্গ আক্রমণ কৰাৰ বাবে ।


Q.60 . Name the capital of Lakshman Sen. লক্ষ্মণ সেনৰ ৰাজধানীৰ নাম কি আছিল ?

Ans : লক্ষ্মণাবতী ।


Q.61 . When Iitutmish attacked Bengal ? ইলতুৎমিছে কেতিয়া বঙ্গ আক্রমণ কৰিছিল ?

Ans : ১২২৫ খৃষ্টাব্দত ।


Q.62 . When Ghiyasuddin attacked Bengal ? গিয়াছউদ্দিনে কেতিয়া কামৰূপ আক্রমণ কৰিছিল ?

Ans : ১২২৭ খৃষ্টাব্দত ।


Q.63 . Name the Kamrup king who transfered his capital of North Guwahati কোনজন কামৰূপৰ ৰজাই উত্তৰ গুৱাহাটীৰ ৰাজধানী পৰিবৰ্তন কৰিছিল ?

Ans : কামৰূপৰ ৰজা সন্ধ্যাই ।


Q.64 . Kamrup king Sandhya transfered capital to where ? কামৰূপৰ ৰজা সন্ধ্যাই ক'লৈ ৰাজধানী তুলি নিছিল ?

Ans : কমতাপুৰলৈ ।


Q.65 . When Shil Sako was destructed ? শিল সাঁকো কেতিয়া ধবংস হৈছিল ?

Ans : ১৮৯৭ খ্রীষ্টাব্দৰ প্রবল ভূমিকম্পত ।


Q.66 . Who was Alimes ? আলিমেচ কোন আছিল ?

Ans : আলিমেচ আছিল এজন মেচ ৰজা ।


Q.67 . Who gave Islam religion to Alimes ? আলি মেচক কোনে ইছলাম ধৰ্মত দীক্ষিত কৰিছিল ?

Ans : ইবন্ বখতিয়াৰে ।


Q.68 . Why Alimes helped Bakhtiar Khalji ? আলিমেছে বখতিয়াৰ খলজীক কি সহায় কৰিছিল ?

Ans : কামৰূপ অভিযানত পথপ্ৰদৰ্শন কৰিছিল ।


Q.69 . Where was Shil Sako ? শিলৰ সাঁকো ক'ত আছিল ?

Ans : বেগমত নদীৰ ওপৰত ।


0.70 . What was done by Bakhtiar Khalji after defeating Kamrup ? বখতিয়াৰ খলজীয়ে কামৰূপ অভিযানত ব্যর্থ হৈ কি কৰিছিল ?

Ans : বখতিয়াৰ খলজীয়ে কামৰূপ অভিযানত ব্যর্থ হৈ কোচবিহাৰেৰে গৌড়দেশলৈ উভটি গৈছিল ।


Q.71 . What was the result after attacking Kamurp by the Muslims ? মুছলমানে কামৰূপ ৰাজ্য আক্রমণ কৰাৰ ফলত কি হৈছিল ?

Ans : মুছলমানে কামৰূপ ৰাজ্য আক্রমণ কৰাৰ ফলত ইছলাম ধৰ্ম সংস্কৃতি আৰু সভ্যতাৰ পৰিচয় ঘটিছিল ।


0.72 . Was there any permanent effect from Muslim invasions Kamrup his tory and its general life ? মুছলমানৰ আক্ৰমণববাৰে কামৰূপৰ বুৰঞ্জী আৰু জনজীৱনত স্থায়ী প্রভাৱ পেলাব পাৰিছিলনে ?

Ans : পৰা নাছিল ।


0.73 . What was the identity of the Jaintias ? জয়ন্তীয়াসকলে নিজকে কি বুলি পৰিচয় দিয়ে ?

Ans : চিনটে বুলি ।


Q.74 . From which Jaintias belongs according to the caste theorists ? জাতি তত্ত্ববিদসকলে জয়ন্তীয়াসকলক কি জাতিৰ বুলি হিৰ কৰিছে ?

Ans : অষ্ট্রিক জাতি ।


Q.75 . How many types of division of the Jaintia state ? জয়ন্তীয়া ৰাজ্যখন কেই ভাগত ভাগ কৰিব পাৰি ?

Ans : দুই ভাগত ।


Q.76 . Who was the Jaintia king after Jasomanik ? যশােমাণিকৰ পাছত জয়ন্তীয়া ৰাজ্যৰ ৰজা কোন হয় ?

Ans : সুন্দৰ ৰায় ।


Q.77 . When Chutingpha or Nariya Raja sent Kataky to Jaintia state ? চুতিফা বা নৰিয়া ৰজাই জয়ন্তীয়া ৰাজ্যলৈ কেতিয়া কটকী পঠাইছিল ?

Ans : ১৬৪৭ খ্রীষ্টাব্দত ।


Q.78 . Who was the king after Jasomanta ? যশমন্তৰ পাছত কোন ৰজা হৈছিল ?

Ans ; মানসিংহ ।


Q.79 . When Rudra Singha captured capital Maibong ? ৰুদ্ৰসিংহই কেতিয়া ৰাজধানী মাহবঙ অধিকাৰ কৰে ?

Ans : ১৭০৭ খ্রীষ্টাব্দত ।


Q.80 . What was the Abom name of Bamuni Konwar ? বামুণী কোবৰৰ আহােম নাম কি আছিল ?

Ans : DUP


Q.81 . How Rama Singha was died ? ৰামসিংহৰ কেনেকৈ মৃত্যু হৈছিল ?

Ans : ৰামসিংহৰ বসন্ত বােগত মৃত্যু হৈছিল ।


Q.82 . When Bargohain was the king of Jaintia state ? বৰগোঁহাই কেতিয়া জয়ন্তীয়া ৰাজ্যৰৰজা হৈছিল ?

Ans : ১৭২৯ খ্রীষ্টাব্দত ।


Q.83 . When Ram Singha second was the king of Jaintia state ? দ্বিতীয় ৰামসিংহ কেতিয়া জয়ন্তীয়া ৰাজ্যৰ ৰজা হৈছিল ?

Ans : ১৭৮৯ খ্রীষ্টাব্দত ।


Q.84 . In which year Jaintia state mixed with the British kingdom ? কোন চনত জয়ন্তীয়া ৰাজ্য বৃটিছ ৰাজাৰ লগত চামিল কৰা হয় ?

Ans : ১৮২৬ খ্রীষ্টাব্দত ।


Q.85 . Name the Kachari who defeated the Jaintia king ? কোন জয়ন্তীয়া ৰজাক কছাৰীয়ে পৰাস্ত কৰে ?

Ans : ধনমাণিকক ।


Q.86 . Who was the second king of Khen Dynasty ? খেন বংশৰ দ্বিতীয়া ৰজা কোন আছিল ?

Ans : চত্র ।


Q.87 . The Koch belong to which class ? কোচসকল কোন গােষ্ঠীৰ মানুহ ?

Ans : মঙ্গোলীয় বড়াে গােষ্ঠী ।


0.88 . Where the kingdom was established ? কোঁচ ৰাজ্য ক'ত স্থাপিত হৈছিল ?

Ans : প্রাচীন কমতাপুৰত ।


0.89 . Who was the first king of Koch kingdom ? কোচৰাজ্যৰ প্ৰথম ৰজাজনৰ নাম কি ?

Ans : বিশ্বসিংহ ।


0.90 . When Bishwa Singha was the king ? বিসিংহ কেতিয়া ৰা হৈছিল ?

Ans : ১৫১৫ খ্রীষ্টাব্দত ।


0.91 . Who is the father of king Naranarayan ? মহাৰাজ নৰনাৰায়ণৰ পিতৃ কোন ?

Ans : বিশ্ব সিংহ ।


Q.92 . When did the Ahom enter Assam ? আহােমসকল কেতিয়া অসমলৈ আহিছিল ?

Ans : ত্রয়ােদশ শতিকাত ।।


Q.93 . How many types of Faid in Ahom dynasty ? আহােম ৰাজবংশৰ কেইটা ফৈদ আছিল ?

Ans : সাতােটা ।


0.94 . Who was the first king of Ahom dynasty ? আহােম ৰাজ্যৰ প্ৰথম ৰজা কোন আছিল ?

Ans : চুলাফা ।


Q.95 . Who was the chief leader and chief judge of the armies ? সৈন্যবাহিনীৰ মুখ্য অধিনায়ক আৰু প্রধান বিচাৰপতি কোন আছিল ?

Ans : ৰজা ।


Q.96 . What is meant by Dangariyas ? ডাঙৰীয়াসকল বুলিলে কাক বুজাইছিল ?

Ans : বুঢ়াগােহাঁই , বৰগোঁহাই আৰু বৰপাত্ৰ গােহাঁইক ।


Q.97 . What was the post status of Baruahs ? বৰুৱাসকলৰ পদমর্যদা কেনে আছিল ?

Ans : বৰৱাসকলৰ পদমর্যাদা ফুকনসকলৰ পিছতে আছিল ।


Q.98 . Rajkhowas were the owner of how may paiks ? ৰাজখােৱাসকল কিমান পাইকৰ গৰাকী আছিল ?

Ans : তিনি হাজাৰ পাইকৰ গৰাকী আছিল ।


Q.99 . What was the eligibility to be Ahom kingdom's queen ? আহােম ৰাজ্যৰ ৰাণী হােৱাৰ যােগ্যতা কোন আছিল ?


Ans : সাতঘৰীয়া আহােম জীয়ৰী ।


Q.100 . What was the system of marriage when king marry a Abom girl ? ৰজাই আহােমৰ ছােৱালী আনিলে কি প্রথামতে বিয়া হৈছিল ?

Ans : চকলং প্রথামতে ।


Q.101 . From when tea cultivation started in Assam ? অসমত চাহখেতিৰ প্ৰচলন কেতিয়াৰ পৰা আৰম্ভ হয় ?

Ans : ১৮২৩ চনৰ পৰা ।


Q.102 . Who started Stamp Act ? ষ্টাম্প এর কোন চনত প্ৰৱৰ্তনকৰে ?

Ans : ১৮৫৮ চনত ।


Q.103 . What was the main centre of education under the British regime ? ইংৰাজৰ শাসন কালত অসমৰ শিক্ষাৰ প্রধান কেন্দ্ৰবােৰ কি কি আছিল ?

Ans : পাঠশালা , মাদ্ৰাছা আৰু মােক্তাব ।


Q.104 . Who composed the grammar in Assamese language in 1839 ? ১৮৩৯ চনৰ অসমীয়া ভাষাৰ ব্যাকৰণখন কোনে উলিয়াইছিল ?

Ans : উইলিয়াম ৰবিনচনে ।


Q.105 . When Assamese dictionary was published ? অসমীয়া শব্দকোষখন কোন চনত প্রকাশ পায় ?

Als । ১৮৬৪


Q.106 . In which year Bengali language started insted of Assamese language in the educational institute of Assam ? কোন চনত অসমৰ শিক্ষানুষ্ঠান সমূহত অসমীয়াৰ ঠাইত বঙালী ভাষাৰ প্ৰচলন ঘটে ?

Ans : ১৮৩৬ চনত ।


Q.107 . In which year Christian Missionary came to Assam ? খ্রীষ্টান মিছনেৰীসকল কোন চনত অসমলৈ আহে ?

Ans : ১৮৩৪ চনত ।


Q.108 . Who is the author of the book - ' A few Remakrs on Assamese Language ' . " A few Remakrs on Assamese Language ' নামৰ কিতাপখনৰ লেখক কোন ?

Ans : আনন্দৰাম ঢেকীয়াল ফুকন ।


Q.109 . In which year Cotton College of Guwahati established ? গুৱাহাটীৰ কটন কলেজ কোন চনত প্রতিষ্ঠা হয় ?

Ans : ১৯০১ চনত ।


Q.110 . When Assam Association was emerged ? অসম এচ'ছিয়েশ্বনৰ জন্ম কেতিয়া হৈছিল ?

Ans : ১৯০৩ চনত


Q.111 . Who was the first Christian Missionary came to Guwahati ? গুৱাহাটীলৈ অহা প্ৰথম খৃষ্টান মিছনেৰীজনৰ নাম কি ? Ans : জেম্ছৰে।


Q.112 . When Civil Disobedience movment was started ? আইন অমান্য আন্দোলন কেতিয়া হৈছিল ?

Ans : ১৯৩০ চনত


Q.113 . What was first News Paper in Assam ? অসমৰ প্ৰথম অসমীয়া সংবাদপত্ৰ খনৰ নাম কি ?

Ans : অৰুণোলয় ।


Q.114 . Where was the first press in Assam ? অসমৰ প্ৰথম ছপাশাল কত হৈছিল ?

Ans : শিৱসাগৰত ।


Q.115 . Who was the first tea cultivator in Assam ? অসমৰ প্ৰথম চাহ খেতিয়কজন কোন আছিল ?

Ans ; মণিৰাম দেৱান ।


Q.116 . Who first composed the history of Assamese literature ? অসমীয়া ভাষাৰ বুৰঞ্জী প্রথমে কোনে লিখে ?

Ans : হলিৰাম ঢেকীয়াল ফুকনে ।


Q.117 . Who composed the first dictionary in Assam ? অসমৰ প্ৰথম অভিধান কোনে লিখিছিল ?

Ans : যদুনাম ডেকাৰকৰা ।।


Q.118 . When published the Assamese megazine namely Jonaki ? জোনাকী নামৰ অসমীয়া আলােচনীখন কেতিয়া প্ৰকাশ হৈছিল ?

Ans : ১৮৮৯ চনৰ ১৩ জানুৱাৰীত ।


Q.119 . Who was father of Assamese prose ? অসমৰ গদ্যর জন্য কাকি কোৱা হয় ?

Ans : ভট্টদেৱক ।


Q.120 . Who was the great poet of Assamese Vaishnav period ? অসমীয়া বৈষ্ণৱ যুগৰ শ্রেষ্ঠ কবি সাহিত্যিক কোন ?

Ans : মহাপুৰুষ শ্ৰী শংকৰদেৱ ।


Q.121 . What was the another name of Ahom kings ceremonial festival আহােম স্বৰ্গদেউসকলৰ ৰাজ্যভিষেক উৎসৱৰ আন নাম কি আছিল ?

Ans : শিঙৰী ঘৰ ।


Q.122 . Who first started the trait of disposal of the dead of general people among the Aboms ? সাধাৰণ প্ৰজাৰ শৱন্দাহ প্রথা আহােমসকলৰ মাজত কোনে প্রথমে প্রবর্তন কৰে ।

Ans ; বৰৰজা বা ৰাণী ফুলেশ্বৰীৰ দিনৰ পৰা


Q.123 . The Abom king who first started the silver coin ? কোন আহােম স্বৰ্গদেৱে প্রথমে ৰূপৰ মুদ্ৰা উলিয়াইছিল ?

Ans : গড়া গঞা ৰজাৰদিনত ।


Q.124 . What was the religion of the Aboms when they entered Assam ? অসমলৈ আহােতে আহােমসকলৰ ধর্ম কি আছিল ।

Ans : বৌদ্ধ ধর্ম ।


Q.125 . What was the religious policy and theory of Mahapurush Sankardeva ? শকেৰদেৱে প্ৰচাৰ কৰা ধৰ্ম পন্থাটোৰ নাম কি আৰু ইয়াৰ মূল তত্ব কি ?

Ans : একশৰণ বৈষ্ণৱ ধৰ্ম আৰু একেশ্বরবাদ ।


Q.126 . Which Ahom Sargadeo's deathbody first disposed কোনজন আহােম স্বৰ্গদেউৰ মৃতদেহ প্রথম দাহ কৰা হয় ?

Ans : স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ।


Q.127 . Which Sargaden first created the post Barpatara Gohain ? বৰপাত্রী গোঁহাই পদটো কোন স্বাদেৰে সৃষ্টি কৰিছিল ?

Ans : চুহুমুং বা দিহিঙ্গীয়া ৰজাৰ দিনত ।


Q.128 . In which year Patharughat revolt was happened ? পথৰুঘাটৰ বিদ্রোহ কেতিয়া হৈছিল ?

Ans : ১৮৯৪ খৰে ২৮ জানুৱাৰীত ।


Q.129 . In which year Phulguri revolt was happened ? ফুলগুৰিৰ বিদ্রোহ কোন চনত হৈছিল ?

Ans : ১৮৬১ খৃত ।


Q.130 . Who was first leader of revolt of 1857 in Assam ? অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ প্রধান নেতা কোন ?

Ans : মণিৰাম দেৱান ।


Q.131 . Who was Mafatmills ? মফট মিলচ কোন আছিল ?

Ans : এজন ইংৰাজ বিষয়া।


Q.132 . Who was first Secretary of Assam Association ? অসম এচছিয়েচনৰ প্ৰধান সম্পাদকজন কোন আছিল ?

Ans : মানিক চন্দ্ৰ বৰুৱা ।


Q.133 . Who was first President of Assam Chatra Sanmilon ? অসম ছাত্র সম্মিলনৰ প্ৰথম সভাপতি কোন ।

Ans : লহ্মীনাথ বেজবৰা ।


Q.134 . From where the Arunodoi was published ? অৰুণােদয়া কৰ পৰা প্ৰচাৰিত হৈছিল ?

Ans : শিৱসাগৰৰ পৰা ।


Q.135 . Who was the president of Pandu Conference ? পাণ্ডু অধিৱেশনৰ সভাপতি কোন আছিল ?

Ans : শ্রীনিবাস আয়েঙ্গা ।


Q.136 . When Gandhiji first time came to Assam ? অসমলৈ প্ৰথমবাৰৰ বাবে গান্ধীজী কোন চনত আহে ?

Ans : ১৯২১ চনত ।


Q.137 . Who was the famous person from Assam associated with Swaraj Party ! স্বৰাজ দলৰ লগত জড়িত অসমৰ প্রসিদ্ধ ব্যক্তিজন কোন ?

Ans : তৰুণৰাম ফুকন ।


Q.138 . Who was the first Assamese who gave his life for the Independence of India ? দেশৰ স্বাধীনতা পােৱাৰ কাৰণে প্রাণ আহুতি দিয়া প্রথমজন অসমীয়া কোন আছিল ।

Ans : মদন চন্দ্র বর্মা ।।


Q.139 . Name two women leaders who gave their life for Independent Movement স্বাধীনতা সংগ্ৰামত প্রাণ বলিদান দিয়া দুগৰাকী মহিলাৰ নাম লিখা ।

Ans : কনকলতা আৰু ভােগেশ্বৰী ফুকননী ।


Q.140 . In which year Yandaboo Treaty was signed ? ইয়াণ্ডাবু সন্ধি কোন চনত স্বাক্ষৰিত হৈছিল ?

Ans : ১৮২৬ চনৰ ২৪ ফ্রেব্রুৱাৰী তাৰিখে ।


Q.141 . Where was the capital of Matak Kingdom ? মটক ৰাজ্যৰ ৰাজধানী ক'ত আছিল ?

Ans : শদিয়াত ।


Q.142 . What was the father's name of Peoli Barphukan ? পিয়লি বৰফুকনৰ পিতৃৰ নাম কি আছিল ?

Ans : বদন চন্দ্ৰ বৰফুকন ।


Q.143 . Who was the Maju Gohain ? মাজু গোঁহাই কোন ?

Ans : মতিবৰ বৰসেনাপতিৰ পুত্র ।


Q.144 . Gabinda Chandra was the king from which state ? গােবিন্দ চন্দ্র কোন ৰাজ্যৰ ৰজা আছিল ?

Ans : উত্তৰ কাছাৰৰ ।


Q.145 . Who was Tularam Senapati ? তুলাৰাম সেনাপতি কোন আছিল ?

Ans ; উত্ৰৰ কাছাৰ ৰাজ্যৰ শাসক ।


Q.146 . Who was the first Assamese chirastadar ? প্রথম অসমীয়া চিৰস্তাদাৰ জনৰ নাম কি ?

Ans : মণিৰাম দেৱান ।


Q.147 . Tirat Singh was the Seom of which state ? তিৰুত সিং কোন ৰাজ্যৰ চিয়েম আছিল ?

Ans : নং খলাঙ ৰাজ্যৰ ।


Q.148 . What was the father's name of Gomdhar Konwar ? গেমধৰ কোৱৰৰ পিতৃৰ নাম কি ছিল ?

Ans : ফেনা কোৱৰ ।


Q.149 . Who was the commissionar after David Scott ? ডেভিদ স্কটৰ পিচৰ কমিচনাৰজন কোন আছিল ?

Ans : টি . চি . ৰাৰ্টচন ।


Q.150 . Who was Lambodar Barphukan ? লম্বােদৰ বৰফুকন কোন আছিল ?

Ans : দেৱানী গােচৰৰ বিষয়া ।


Q.151 . To which year Matak was captured by the Britishers ? মটক ৰাজ্য কোন চনত ইৰােজৰ হাতলৈ যায় ?

Ans : ১৮৪২ চনত ।


Q.152 . What is meant by ' Katani Mati ' ? কাটনি মাটি ' মানে কি ?

Ans : উপৰুৱা মাটি ।


Q.153 . Who constructed Sukleshwer Temple ? শুক্লেশ্বৰ মন্দিৰ কোনে সজাইছিল ?

Ans : প্রমত্ত সিংহই ।


Q.154 . What was paik system ? পহিক প্রথা কি আছিল ?

Ans : খাজনা দিয়া এটি পদ্ধতি ।


Q.155 . Posa system was started under which regime ? পচা প্রথা কাৰ দিনত আৰম্ভ হৈছিল ?

Ans : প্রতাপ সিংহ ।


969 Q.156 . Umananda Temple was constructed under which regime ? কাৰ দিনত উমানন্দ মন্দিৰ সজোৱা হৈছিল ?

Ans : গদাধৰ সিংহৰ ।


0.157 . Who translated Ramayana Epic to Assamese language ? ৰামায়ণ মহাকাব্যক অসমীয়া ভাষালৈ কোনে অনুবাদ কৰিছিল ?

Ans : ৰঘুনাথ মহন্তই ।


Q.158 . What is meant by Daivagya ? দৈৱত্ৰ কাক বােলে ?

Ans : জ্যোতিষ চর্চা কৰি ৰজাঘৰীয়া লােকক ভৱিষ্যত বাণী বৰা বিষয়া সকলক দৈৱজ্ঞ বােলা হৈছিল ।


Q.159 . In which year the Singphous signed with the Britishers ? চিংফৌসকলে প্ৰথমতে কিমান চনত ইংৰাজৰ লগত চুক্তি কৰে ?

Ans : ১৮২৬ চনত ।


Q.160 . What post given to Maniram by Purandar Singha ? পুৰন্দৰ সিংহই মণিৰামক কি পাতিছিল ?

Ans : দেৱান ।


Q.161 . What is the birth year of Sri Sankardev ? শ্ৰীশংকৰদেৱৰ জন্ম কেতিয়া হৈছিল ?

Ans : ১৪৪৯ খৃঃত ।


Q.162 . In which year Lusai hills was mixed with the British Empire ? লুচাই পাহাৰ কিমান চনত বৃটিছ সাম্রাজ্যৰ অন্তর্ভুক্ত কৰা হৈছে ?

Ans : ১৮২৬ চলত ।


Q.163 . In which year Yandaboo treaty was signed ? কিমান চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল ?

Ans : ১৮২৬ খৃঃত ।


Q.164 . Tikendrajit was the leader of which state ? টিকেন্দ্রজিৎ কোন ৰাজ্যৰ সেনাপতি আছিল ?

Ans : মণিপুৰ ।


Q.165 . Who was the last king of Ahoms ? অসমৰ শেষ আহােম ৰজা কোন আছিল ?

Ans : যােগেশ্বৰ সিংহ ।


Q.166 . Dede A - Fijo was the revolutionary leader of ? ডেডে এফিজো কাৰ বিদ্রোহী নেতা আছিল ?

Ans : নগাসকলৰ ।


0.167 . Tirot Singh was the country lover of which caste ? টিৰত সিং কি জাতিৰ দেশ প্রেমিক আছিল ?

Ans : খাচী ।


Q.168 . Who directed Assam at the first Round Table Conference ? প্রথম ঘূৰণীয়া মেজলেত অসমৰ কোনে প্রতিনিধিত্ব কৰিছিল ?

An : চন্দ্ৰ ধৰ বত্রা ।


Q.169 . In which year the Assam Sanmilan was emerged ? অসমৰ ছাত্র সম্মিলনৰ জন্ম কোন চনত হয় ?

Ans : ১৯১৬ চনত ।


Q.170 .Who established Sangrakshani Sabha ? সংৰক্ষণী সভাৰ জন্মদাতা কোন আছিল ?

Ans : অম্বিকাগিৰী ৰায়চৌধুৰী ।।


Q.171 . What was the Ahom name of Gadadhar Singha ? গদাধৰ সিংহৰ আহােম নাম কি আছিল ?

Ans : চুপা ফা ।


Q.172 . What is meant by ' Dimasa ' ? ‘ ডিমাছা'শব্দই কি অর্থ বুজায় ?

Ans : ডিমা মানে- ডাঙৰ নদী , ফিচা মানে সন্তান ; অথাৎ- ডাঙৰ নদীৰ সন্তান ।


Q.173 . Who authored Namghosa ? নামঘােষাৰ ৰচয়িতা কোন ? Ans ; মাধৱদেৱ ।।


Q.174 . Who was the first British Commissioner in Assam ? অসমৰ প্ৰথম বৃটিছ কমিছনাৰ কোন আছিল ?

Ans : ডেভিদ স্কুট ।


Q.175 . In which year first Rail line was started ? অসমত প্রথম ৰেললাইন কেতিয়া বহুওৱা হৈছিল ?

Ans : ১৮৮৫ চনত ।


Q.176 . At which place the revolution was started by the Khasis ? খচি সকলে প্রথমে কোন ঠাইত বিদ্রোহ আৰম্ভ কৰে ?

Ans : 1601


Q.177 . In which year Mahatma Gandhi came to Assam ? অসমলৈ মহাত্মা গান্ধীৰ প্ৰথম আগমণ কোন চনত হৈছিল ?

Ans : ১৯২১ চনত ।


Q.178 . Under which leadership the Swaraj Party started in Assam ? অসমত স্বৰাজ দল কাৰ নেতৃত্বত স্থাপন হৈছিল ?

Ans : তৰুণৰাম ফুকন ।


Q.179 . Who was the president of first conference of Assam Chatra Sanmilan ? অসম ছাত্র সম্মিলন প্রথম অধিবেশনত কোনে সভাপতিত্ব কৰিছিল ?

Ans : লক্ষ্মীনাথ বেজবৰুৱা ।


Q.180 . Mention one person who is associated with Assam history . অসমৰ ইতিহাসৰ লগত ওতঃপ্রােতঃভাৱে জড়িত ব্যক্তি এজনৰ নাম লিখা ।

Ans : ডেভিদ স্কট ।


Q.181 . In which year the 41 ' Congress Conference of Pandu held ? ৪১ তম্ কংগ্রেছ মহাসভাৰ অধিৱেশন পিণ্ডত কোন চনত অনুষ্ঠিত হৈছিল ?

Ans : ১৯২৬ চনত ।


Q.182 . Who murdered Badan Chandra Barphukan ? বদন চন্দ্র বৰফুকনক কোনে হত্যা কৰিছিল ?

Ans : ৰূপসিং নামৰ ব্যক্তি এজনে ।।


Q.183 . In which year Captain Welse came to Assam ? কেপ্টেইন বেলেচক অসমলৈ কেতিয়া আহিছিল ?

Ans : ১৭৯২ চনত ।


Q.184 . Who was the first Chief Minister of Assam ? অসমৰ প্ৰথম মুখ্যমন্ত্রী কোন আছিল ?

Ans : গােপীনাথ বৰদলৈ


Q.185 . Who was the father of Naranarayan ? নৰনাৰায়ণৰ পিতৃ কোন ?

Ans : বিশ্বসিংহ ।


Q.186 . Mention one follower of Mahatma Gandhi in Assam . অসমত মহাত্মা গান্ধীৰ এজন অতি বিশ্বস্ত অনুগামীৰ নাম লিখা ।

Ans : গােপীনাথ বৰদলৈ । 1


Q.187 . Where the first general conference of Assam Sahitya Sabha held ? অসম এচোচিয়েচনৰ প্ৰথম সাধাৰণ সভা ক'ত অনুষ্ঠিত হৈছিল ?

Ans : ডিব্ৰুগড়ত ।


Q.188 . Who was called as Jalambata ? জলম বঁটা কাক কোৱা হৈছিল ?

Ans : কীর্তিচন্দ্ৰ বৰবৰুৱাক ।


Q.189 . Who was the inaugurator of Assam Sangrakshini Sabha ? অসম সংৰক্ষিণী সভাৰ প্ৰতিষ্ঠাপক কোন আছিল ?

Ans : নীলমণি ফুকন ।


Q.190 . What was husband's name of Mulagabharu ? মূলাগাভৰুৰ গিৰিয়েকৰ নাম কি আছিল ?

Ans : চুচেমৃং বৰগােহাঁই ।


Q.191 . In which year first time Mahatma Gandhi came to Assam ? মহাত্মা গান্ধীয়ে প্ৰথম অসম ভ্ৰমণ কোন চনত কৰিছিল ?

Ans : ১৯২১ চনত ।


Q.192 . Who authored Chakarifeti Buranji ? চকৰিফেটি বুৰঞ্জী কোনে প্রণয়ন কৰিছিল ?

Ans : নুমলী বৰগোঁহাইয়ে ।


Q.193 . Who established Tungkhungia dynasty ? ০ তুংখুঙীয়া বংশৰ প্রতিষ্ঠাতা কোন ?

Ans : গদাপাণি ।


Q.194 . In which year Labour Organisation emgerd ? শ্রমিক নেতা সংগঠনৰ কিমান চনত জন্ম হয় ?

Ans : ১৯২০ চনত ।


Q.195 . What is the full form of AITUC ? AITUC ৰ সম্পূর্ণ অর্থ কি ?

Ans : All India Trade Union Congress


Q.196 . Mention one aim of Civil Disobedience Movement . আইন অমান্য আন্দোলনৰ এটা মুখ্য উদ্দেশ্য লিখা ।

Ans : সর্বস্তৰতে ভাৰতৰ মানুহলৈ ধ্বংস মাতি অনা ব্রিটিছ শাসনৰ বিৰুদ্ধে প্রতিবাদ কৰা ।


Q.197 . In which year the Jorhat Sarvajanik Sabha established ? যােৰহাটৰ সাৰ্বজনিক সভা কিমান চনত স্থাপিত হয় ?

Ans : ১৮৮৪ চনত ।


Q.198 . Under which effort Jorhat Sarvajanik Sabha emerged ? কাৰ প্ৰচেষ্টাত যােৰহাটৰ সৰ্বজানিক সভাৰ জন্ম হয় ?

Ans : জগন্নাথ বৰুৱা ।


Q.199 . Under which Editorialship and which year ' Assam Mihir ' published ? আসাম মিহিৰ কাৰসম্পাদনাত আৰু কেতিয়া প্রকাশ পায় ?

Ans : চিদানন্দ দাসৰ সম্পাদনাত আৰু ১৮৭২-৭৩ চনত ।


Q.200 . Under which Editorialship and which year ' Assam Darpan ' published ? আসাম দপর্ণ কাৰ সম্পাদনাত আৰু কেতিয়া প্রকাশ পায় ?

Ans : লক্ষ্মীকান্ত বৰকাকতীৰ সম্পাদনাত আৰু ১৮৭৪-৭৫ চনত ।


Post a Comment

Previous Post Next Post