Assam GK in Assamese Language | Assamese General Knowledge
Assam GK MCQs - Assam GK Questions & Answers in Assamese
Language
Assam GK MCQ &
General Knowledge
Here are the Assam GK MCQ & General Knowledge questions and answers for all competitive exams) Read all these most important Assam GK MCQ & General Knowledge- Assam General Knowledge, Assam History, Assam Current Affairs quiz in order to answer the questions :-By Buranjipedia
Assam GK MCQ &
General Knowledge
১) 2021 চনৰ দাদা চাহেব
ফাল্কে বঁটা তলৰ কোনজন ব্যক্তি প্ৰদান কৰা হৈছে?
উত্তৰ : সুশান্ত সিং ৰাজপুত
২)2021 চনৰ ৰাগবী বিশ্বকাপ
তলৰ কোখন দেশত অনুষ্ঠিত হব?
উত্তৰ : নিউজিলেণ্ড
৩) 13 সংখ্য BRICS সন্মিলন তলৰ কোনখন দেশে আয়োজন কৰিব?
উত্তৰ : ভাৰতবৰ্ষ
৪) কোনখন দেশে জন্তু বাবে বিশ্বৰ প্ৰথম COVID-19 ভেকছিন পঞ্জীয়ন
কৰিছে?
উত্তৰ : ৰাছিয়া
৫) গুৱাহটী বিশ্ববিদ্যালয় পৰা ডক্টৰেট ডিগ্ৰী
লাভ কৰা প্ৰথম জন অসমীয়া কোন?
উত্তৰ : ড° সত্যেন্দ্ৰ নাথ শৰ্মা।
৬) লণ্ডনত পি. এইছ. ডি. ডিগ্ৰী লাভ কৰা অসমীয়া মহিলা গৰাকী কোন?
উত্তৰ : ড° তিলোত্তমা গগৈ।
৭)শেহতীয়াকৈ ৰাষ্ট্ৰীয় ফিল্ম এৱাৰ্ড অনুষ্ঠানত বঁটা লাভ
কৰা অসমীয়া ছবিখন নাম কি?
উত্তৰ : ৰণুৱা
৮)উচ্চতম ন্যায়ালয়ৰ প্রথমজন মুখ্য ন্যায়াধীশ কোন আছিল?
উত্তৰ : হৰিলাল কানিয়া
৯) 2021 চনৰ জলবায়ুৰ পৰিৱৰ্তন আন্তৰাষ্ট্ৰীয় সন্মিলন কত অনুষ্ঠিত হৈ যায়?
উত্তৰ : ভাৰত
১০) ২০০১ চনৰ মতে অসমৰ কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি আছিল?
উত্তৰ : নগাঁও
১১) মৌচিনৰামৰ গড় বৰষুণৰ পৰিমান কিমান চে:মি: ?
উত্তৰ : ১২৪০
চে:মি:
১২) 1751 চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই সাত খলপীয়া
কাৰেংঘৰ নিৰ্মাণ কৰা ঠাই খন কি?
উত্তৰ : গড়গাঁও।
১৩) এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া জনৰ
নাম কি?
উত্তৰ : ভোগেশ্বৰ বৰুৱা।
১৪) যোৰহাটত জন্ম গ্ৰহণ কৰা তেখেত প্ৰথম অসমীয়া
মহিলা পাইলট। তেখেত কোন বাৰু?
উত্তৰ : ধীৰা হাজৰিকা (চলিহা)।
১৫) ভষ্মাচল পাহাৰত কি মন্দিৰ অৱস্থিত?
উত্তৰ : উমানন্দ।
১৬) কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কেতিয়া কৰা
হৈছিল?
উত্তৰ : ১৬৬৫ চনত।
১৭) গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল?
উত্তৰ : ১৯৪৮ চনত।
১৮) ডিগবৈ তেল
শোধনাগাৰ কেতিয়া পৰা কাৰ্যক্ষম হয়?
উত্তৰ : ১৯০১ চনৰ পৰা।
১৯) অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল?
উত্তৰ : ১৮৪৭ চনত।
২০) ‘টেলিফোন’ আৰু ‘টেলিগ্ৰাফ’ সেৱা অসমত প্ৰচলিত
হৈছিল?
উত্তৰ : ১৮৬৬ চনৰ পৰা।
২১) অসমত ৰাষ্ট্ৰপতিৰ শাসন (Presidents rule)প্ৰথমবাৰ কেতিয়া বলৱৎ কৰা হৈছিল?
উত্তৰ : ১৯৭৯ চনৰ পৰা।
২২) অসমৰ সাহিত্ সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুস্থিত হৈছিল?
উত্তৰ : ১৯১৭ চনত।
২৩) অসমত কোন চনৰ পৰা মাটিৰ ‘ম্যাদী প্ৰথা’ প্ৰচলন
আৰম্ভ হৈছিল?
উত্তৰ : ১৮৮৬ চনৰ পৰা।
২৪) ১৮৮৯ চনত অসমৰ কোনখন ঠাইত ভাৰতৰ ভিতৰতে
সৰ্বপ্ৰথম খাৰুৱা তেল আৱিস্কা হৈছিল?
উত্তৰ : ডিগবৈ।
২৫) বৰাক নৈ কোনখন পাহাৰ পৰা ওলাইছে ?
উত্তৰ : বৰাইল
২৬) দিখৌ নৈ কোনখন
জিলাত আছে ?
উত্তৰ : শিৱসাগৰ
২৭) AASU আৰু AJYCP ৰ নেতৃত্বত গঠিত অসমৰ নতুন আঞ্চলিক দলটোৰ নাম কি?
উত্তৰ : অসম জাতীয়
পৰিষদ (AJP)
২৮) NCC উত্তৰ-পূব ভাৰতৰ
নতুন সন্সালক প্ৰধান হিচাপে কোনে কাৰ্যভাৰ গ্ৰহণ কৰে?
উত্তৰ : অনন্ত ভূঞা
২৯) যোৰহাট আৰু মাজুলীৰ
মাজত দলং নিৰ্মাণৰ কাম কেতিয়া আৰম্ভ হ'ব?
উত্তৰ : চলিত বৰ্ষৰ
অক্টোবৰ-নৱেম্বৰ মাহত
৩০) অসমৰ কোনগৰাকী বক্সাৰে ২০২০ বৰ্ষৰ অৰ্জুন বটাঁ লাভ
কৰিছে?
উত্তৰ : লাভলিনা বৰগোহাঞি
৩১) স্বাধীনতাৰ পাছত বিধান সভাৰ প্ৰথম অধ্যক্ষ কোন
আছিল?
উত্তৰ : হৰেশ্বৰ গোস্বামী।
৩২) অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল?
উত্তৰ : আকবৰ হাইদৰী।
৩৩) ভাৰতৰ কোনখন ঠাইত দেশৰ ভিতৰত দিৰ্ঘতম নদী ৰ'পৱে নিৰ্মাণ কৰা হৈছে?
উত্তৰ : গুৱাহাটী
৩৪)ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে ২০২০ বৰ্ষৰ "স্বচ্ছ
সৰ্বেক্ষণ বটা" উত্তৰ পূবৰ কোনখন কোনখন চহৰক শ্ৰেষ্ঠ পৰিস্কাৰ চহৰ ৰপে সন্মান
প্ৰদান কৰে?
উত্তৰ : যোৰহাট
৩৫) ১২৮ তম কমনৱেলথ
পইন্টছ অৱ লাইট এৱাৰ্ড অসমৰ কোনে লাভ কৰিছে?
উত্তৰ : যাদৱ পায়েঙ
৩৬)অসমৰ কোন ঠাইত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আগৰৰ গৱেষণা
কেন্দ্ৰ স্হাপিত হ'ব?
উত্তৰ : গোলাঘাট
৩৭)গুৱাহাটীত উদ্ৱোধন হোৱা ৰ'পৱেৰ মুঠ দৈৰ্ঘ্য কিমান?
উত্তৰ : ১.৮ কি.
মি.
৩৮) ২০২০ বৰ্ষৰ 'দামোদৰ দেৱ বটাঁ' কাক প্ৰদান কৰা হয়?
উত্তৰ : মনোজ কুমাৰ
গোস্বামী
৩৯) মূখ্যমন্ত্ৰী
গ্ৰাম পৰিবহণ যোজনাৰ অধীনত কেইখন গাওঁ সংযোজিত হ'ব?
উত্তৰ : ২০০০ খন
৪০) কোনখন ৰাজ্যৰ
শিক্ষামন্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰীৰ বাবে মূক্ত নামভৰ্তিৰ হেতু বৃক্ষ ৰূপণ নীতি ঘোষণা
কৰিছে?
উত্তৰ : অসম
৪১) ২০২০ বৰ্ষৰ বকুলবনৰ
এৱাৰ্ড কাক প্ৰদান কৰা হয়?
উত্তৰ : ড° কৃষ্ণকান্ত সন্দিকৈ
৪২) কোনে ২০২০ বৰ্ষৰ শ্যামা
প্ৰসাদ মূখাৰ্জী পুৰস্কাৰ লাভ কৰিছে?
উত্তৰ : সৰ্বানন্দ
সোণোৱাল
৪৩) ৬৫ সংখ্যক
ফিল্মফেয়াৰ এৱাৰ্ড ২০২০ ভাৰতৰ কোনখন মহানগৰত অনুষ্ঠিত হয়?
উত্তৰ : গুৱাহাটী
৪৫) অসমৰ কোনখন
অভয়াৰণ্যক ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় উদ্যানলৈ পৰ্যবেক্ষিত কৰাৰ কথা ঘোষণা কৰে?
উত্তৰ :
দিহিং-পাটকাই