Assam GK in Assamese Language PART 12 | Assamese General Knowledge

Assam GK in Assamese Language | Assamese General Knowledge

Assam GK MCQs -  Assam GK Questions & Answers in Assamese Language

Assam GK MCQ & General Knowledge

Here are the  Assam GK MCQ & General Knowledge questions and answers for all competitive exams) Read all these most important Assam GK MCQ & General Knowledge- Assam General Knowledge, Assam History, Assam Current Affairs quiz in order to answer the questions :-By Buranjipedia

Assam GK in Assamese Language PART 12 | Assamese General Knowledge

Assam GK MCQ & General Knowledge

)চীন দেশৰ কোনজন পৰিব্ৰাজকে(Chinese pilgrim) হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল।

উত্তৰ : হিউয়েন চাং ।

২)আলেকজেন্দাৰে(Alexander) কেতিয়া ভাৰত আক্ৰমণ কৰিছিল আৰু তেওঁ কোন দেশৰ লোক আছিল?

উত্তৰ:খ্ৰীষ্টপূৰ্ব ৩২৭মেচিডোনিয়া ।

৩)ভাৰত বুৰঞ্জীত কোনটো যুগক ‘হিন্দু নৱজাগৰণ”(Hindu Navajagaran) বুলি কোৱা হয়।

উত্তৰ:গুপ্তযুগক৷

 ৪)মগধ(Magadha) সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন?

উত্তৰ:ৰজা বিম্বিসাৰ।

৫)বাবৰৰ(Babar) মৃত্যুৰ পিছত তেওঁৰ উত্তৰাধিকাৰী কোন হৈছিল?

উত্তৰ:বাবৰৰ পুত্ৰ হুমায়ুন।

৬)কোনজন পন্দিতে আইন-ই-আকবৰী নামৰ গ্ৰন্থখন(book) লিখিছিল?

উত্তৰ:আবুল ফজল।

৭)কোন খ্ৰীষ্টাব্দত ছাহজাহানে আগ্ৰাৰ(Agra) পৰা দিল্লীলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল?

উত্তৰ:১৬৪৮ খ্ৰীষ্টাব্দত।

৮)শিৱাজীক ওঁৰংজেৱে আটক কৰা অৱস্থাৰ পৰা মুক্ত কৰাত কোনে সহায়(help) কৰিছিল?

উত্তৰ:জয় সিং।

৯)টোগলক(Toghlak dynasty) বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰ:গিয়াছুদ্দিন টোগলক।

১০)কোনজন মোগল সম্ৰাটৰ ৰাজত্বকালক মোগল (Golden age) বংশৰ সোণালী যুগহিচাপে আখ্যা দিয়া হয়?

উত্তৰ:ছাহজাহান।

১১)বাবৰে(Babar) তেওঁৰ স্মৃতি আৰু অভিজ্ঞতাসমূহ এখন গ্ৰন্থত লিপিবদ্ধ কৰিছিল। গ্ৰন্থখনৰ নাম কি?

উত্তৰ:বাবৰনামা আৰু এইখন তুৰ্কী ভাষাত লিখিছিল।

১২)কোনজন মধ্যযুগীয় ভাৰতীয় লিখকে তেওঁৰ(his) লিখনীত আমেৰিকা আৱিস্কাৰৰ বিষয়ে উল্লেখ কৰিছিল?

উত্তৰ:আবুল ফজল।

১৩)নিজৰ জীয়েকক আকবৰ লৈ বিয়া দিয়া ৰাজপুত(Rajput) ৰজাজনৰ নাম কি আছিল?

উত্তৰ:অম্বৰৰ ৰজা বিহাৰীমল।

১৪)ময়ুৰ সিংহাসনত বহা অন্তিমজন মোগল সম্ৰাটৰ(Last moghal emperor) নাম কি?

উত্তৰ:মহম্মদ ছাহ।

১৫)সম্ৰাট ছাহজাহানে(Sahajahan) কোনখন নগৰ নিৰ্মাণ কৰিছিল?

উত্তৰ :ছাহজাহান।

১৬)খিলিজী(Khiliji) বংশৰ প্ৰথম চুলতানজনৰ নাম কি?

উত্তৰ:জালালুদ্দিন খিলিজী।

১৭)ভাৰতবৰ্ষত দাস বংশ(Das Dynasty) কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰ:কুতুবুদ্দিন আইবাক।

১৮)দাস বংশৰ চুলতানসকলে ভাৰতৰ ক‘ত ৰাজধানী স্থাপন(Established Capital)কৰিছিল?

উত্তৰ:দিল্লী।

১৯)পৃথিৱীৰ উপৰিভাগৰ কিমান ভাগ স্থলেৰে আবৃত ?

উত্তৰ:২৯ শতাংশ।

২০পামীৰ(Pamir) গ্ৰন্থিৰ গড় উচ্চতা _____

উত্তৰ:4200 মি:

২১)বিশ্বৰ ____ কৃষিভূমি এছিয়া মহাদেশত(Asian continant) আছে।

উত্তৰ:31%

২২)কোন চনত গৌতম বুদ্ধৰ(Goutam Buddha) মৃত্যু হৈছিল?

উত্তৰ:খ্ৰীষ্টপূৰ্ব ৪৮৭ ।

২৩)আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত কোনজন বুৰঞ্জীবিদে ‘চকৰী ফেটি’(Sokori Feti Buranji) নামেৰে এখন বুৰঞ্জী

লিখিছিল?

উত্তৰ:নুমলী বৰগোহীই।

২৪)অশোকে কেতিয়া কলিংগ(Kalinga) আক্ৰমণ কৰিছিল?

উত্তৰ:খ্ৰীষ্টপূৰ্ব ২৬১ ।

২৫)জাহাংগীৰে লিখা আত্মজীৱনীখনৰ(Autobiography) নাম কি আছিল?

উত্তৰ:তুজক-ই-জাহাংগীৰি।

২৬)কোনজন চুলতানে অশোকৰ স্তম্ভ(Ashok stambha) দিল্লীলৈ স্থানান্তৰিত কৰিছিল?

উত্তৰ:ফিৰোজ শ্বাহ টোগলক।

২৭)পৃথিৱীৰ সবাতোকৈ ডাঙৰ মহাদেশ খনৰ(Largest continent) নাম কি?

উত্তৰ:এছিয়া মহাদেশ।

২৮)তিব্বতক কাৰাকৰমক(Karakkoram) _____ বোলা হয়।

উত্তৰ:কৈলাশ।

২৯)কোনটো ঘটনাই স্বদেশী আন্দোলন(Swadesi Movement) আৰু ভাৰতত বিদেশী বস্ত্ৰ বৰ্জনৰ দৰে পদক্ষেপ সূচনা কৰিছিল?

উত্তৰ:১৯০৫ চনৰ বংগ বিভাজন।

৩০)চন্দ্ৰগুপ্ত মৌৰ্যই(Chandragupta Mourjya ) কোনজন গ্ৰীক শাসকক পৰাজিত কৰিছিল?

উত্তৰ:চেলিউকছ।

৩১)ভাৰতীয় জাতীয় কংগ্ৰেছৰ(Indian National Congress) প্ৰথমখন অধিৱেশন কেতিয়া আৰু ক‘ত অনুষ্ঠিত হৈছিল?

উত্তৰ:১৮৮৫ খ্ৰীষ্টাব্দত বোম্বাইত।

৩২)ৰবাৰ্ট ক্লাইভ(Robert Clive) কেতিয়া বংগৰ গৱৰ্ণৰ হৈছিল?

উত্তৰ:১৭৬৪ খ্ৰীষ্টাব্দত।

৩৩)বৃটিছ ৰাজত্বত কোনখন চহৰ ভাৰতৰ গ্ৰীস্মকালীন ৰাজধানী(Summer Capital) আছিল?

উত্তৰ : ছিমলা।

৩৪)উত্তৰ-পশ্মিম সীমান্ত অঞ্চলৰ সৃষ্টিৰ লগতে 1905 চনৰ বংগ বিভাজনৰ বাবে দায়ী ভাইচৰয়জন

কোন আছিল?

উত্তৰ:লৰ্ড কাৰ্জন।

৩৫)মুছ্‌লিম লীগ(Muslim League) কেতিয়া গঠন হৈছিল?

উত্তৰ:১৯০৬ চনত।

৩৬)দেৱনাগৰী লিপিৰ(Devnagari Lipi) ব্যৱহাৰ কৰা ভাৰতৰ চৰকাৰী ভাষা কেইটা কি কি?

উত্তৰ:বড়োডগ্রিহিন্দীকংকনীমাৰাঠীনেপালীসংস্কৃত।

৩৭)কোন চনত ভাৰতৰ ৰাজধানী (Kolkata) কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত(Shifted)কৰা হৈছিল?

উত্তৰ:১৯১১ চনত৷

৩৮)ভাৰতীয় জাতীয় কংগ্ৰেছে(INC) সৰ্বসন্মতভাৱে পূৰ্ণ স্বাধীনতা দাবী কেতিয়া উত্থাপন কৰিছিল?

উত্তৰ:১৯২৯ চনৰ লাহোৰ অধিৱেশনত।

৩৯)কোনজন ভাইচৰয়ৰ(Vaysoroy) দিনত কংগ্ৰেছে পূৰ্ণ স্বাধীনতা দাবী উত্থাপন কৰে?

উত্তৰ:লৰ্ড আৰউইন।

৪০)ভাৰতবৰ্ষত (Home rule)হোম ৰুল আন্দোলন কোনে আৰম্ভ কৰিছিল?

উত্তৰ:ড০ এনি বেছান্ত।

 

 

Post a Comment

Previous Post Next Post