Assam GK in Assamese Language PART 13 | Assamese General Knowledge

Assam GK in Assamese Language | Assamese General Knowledge

Assam GK MCQs -  Assam GK Questions & Answers in Assamese Language

Assam GK MCQ & General Knowledge

Here are the  Assam GK MCQ & General Knowledge questions and answers for all competitive exams) Read all these most important Assam GK MCQ & General Knowledge- Assam General Knowledge, Assam History, Assam Current Affairs quiz in order to answer the questions :-By Buranjipedia

assam gk-buranjipedia

Assam GK MCQ & General Knowledge

১)কোনখন যুদ্ধৰ জৰিয়তে মোগল সাম্ৰাজ্যৰ ভেটি তৈয়াৰ কৰিছিল?

উত্তৰ:পানিপথৰ প্ৰথম যুদ্ধ।

২)গান্ধীজীয়ে কেতিয়া আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল?

উত্তৰ:১৯২৩ চনত৷

৩)মহামতি আকবৰৰ ৰাজত্বকালত কোন পাৰ্চী ভাষাক মোগল সাম্ৰাজ্যৰ শাসকীয় ভাষা হিচাপে ঘোষনা কৰিছিল?

উত্তৰ:ৰাজা টডৰমল।

৪)হিন্দ’ শব্দটো ক’ৰ পৰা উৎপত্তি হৈছে?

উত্তৰ:সিন্ধু (নদী)।

৫)১৯৩০ চনৰ ৬ এপ্ৰিলত কোনটো  ঘটনা সংঘটিত হৈছিল?

উত্তৰ:মহাত্মা গান্ধীৰ দাণ্ডি পদযাত্ৰা।

)কোনজন মোগল শাসকে দিল্লীৰ পৰা আগ্ৰালৈ ৰাজধান তুলি নিছিল?

উত্তৰ:ছিকন্দৰ লোভডী।

)‘জন গন মন’ ৰাষ্ট্ৰীয় সংগীতটো পোনতে গোৱা হৈছিল কলিকতাত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনত?অধিৱেশনখন কোন চনত অনুষ্ঠিত হৈছিল?

উত্তৰ:১৯১০ চনত৷

৮)ইংলেন্দলৈ গৈ সম্ৰাটৰ মোকৰ্দমাৰ হৈ ওকালতি কৰা কাৰণে দিল্লীৰ মোগল সম্ৰাটে ৰাজা ৰামমোহন ৰায়ক এটি পুৰষ্কাৰ দিছিল। পুৰষ্কাৰটো কি আছিল?

উত্তৰ:তেওঁক ‘ৰাজা’ উপাধি প্ৰদান কৰিছিল ।

৯)চন্দ্ৰগুপ্ত মৌৰ্যই কেতিয়া মগধৰ শাসনভাৰ গ্ৰহন কৰে?

উত্তৰ:খ্ৰীষ্টপূৰ্ব ৩২১ ।

১০)ভাৰতৰ কোনখন প্ৰাচীন বিশ্ববিদ্যালয়ক বিশ্বৰ প্ৰথম আৱাসিক আন্তৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় হিচাপে বিবেচনা কৰা হয়?

উত্তৰ:নালন্দা বিশ্ববিদ্যালয় ।

১১)শ্ৰেষ্ঠ মৌৰ্য ৰজা হিচাপে কাক স্বীকৃতি দিয়া হৈছি?

উত্তৰ : চন্দ্ৰগুপ্ত মৌৰ্য।

১২)ভাৰত স্বাধীন হোৱা সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল?

উত্তৰ:জে বি কৃপালানি।

১৩)জালিয়াৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল আৰু ইয়াৰ বাবে দায়ী কোন আছিল?

উত্তৰ:1919 চনৰ 13 এপ্ৰিল; জেনেৰেল ডায়াৰ ইয়াৰ বাবে দায়ী আছিল।

১৪)কোনগৰাকী মোগল সম্ৰাটে তাজমহল সাজিছিল।

উত্তৰ:ছাহজাহান।

১৫)অন্তিমজন মোগল সম্ৰাটৰ নাম কি আছিল?

উত্তৰ:বাহাদূৰ শ্বাহ জাফৰ।

১৬)আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হৈছিল?

উত্তৰ:১৯৩০ চনত৷

১৭)কোনে পোন প্ৰথমবাৰ ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিছিল?

উত্তৰ:পণ্ডিত জৱাহাৰলাল নেহেৰু৷

১৮)ভাৰতবৰ্ষত সৰ্বপ্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰ:১৯৫২ চনত৷

১৯)মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন (১৯২০-২২) কিয় প্ৰত্যাহাৰ কৰিছিল?

উত্তৰ:চৌৰি-চৌৰাত সংঘটিত হিংসাৰ কাৰণে।

২০)টিপু চুলতান কোন আছিল?

উত্তৰ:তেওঁ মহিশূৰৰ চুলতান আছিল।

২১)ভাৰতৰ প্ৰথমগৰাকী মহিলা শাসক কোন?

উত্তৰ:ৰেজিয়া চুলতানা।

২২)ভাৰতীয় ইতিহাসত কোনজন শাসকক ‘শত্ৰুনিধক’ হিচাপে জনা যায়?

উত্তৰ:বিন্দুসাৰ।

২৩)‘সংবাদ মাধ্যমক স্বতন্ত্ৰতা প্ৰদানকাৰী’ হিচাপে কাক জনা যায়?

উত্তৰ:লৰ্ড চাৰ্লছ মেটকাফে।

২৪)ইংৰাজক ভাৰতত বেহা-বেপাৰ কৰিবলৈ অনুমতি প্ৰদান কৰা প্ৰথম মোগল সম্ৰাটজনৰ নাম কি?

উ৪ত্তৰ:জাহাংগীৰ।

২৫)ভাৰতৰ আটাইতকৈ  পুৰণি তৈলক্ষেত্ৰ _____

উত্তৰ:ডিগবৈ।

২৬)জনসংখ্যাৰ ফালৰ পৰা অসমৰ বৃহৎ জনজাতি হৈছে ____

উত্তৰ:বড়ো সকল।

২৭)উত্তৰ পূৰ্বঞ্চলৰ দুৱাৰমুখ বুলি কাক কোৱা হয়?

উত্তৰ:অসম।

২৮)ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ 2.4 শতাংশ আগুৰি আছে _____

উত্তৰ:অসম।

২৯)অসমৰ সীমান্ত বাণিজ্যিক কেন্দ্ৰ ____ অৱস্থিত।

উত্তৰ:মানকাচাৰত।

৩০)অসমৰ চাহ উদ্যোগ পাৰ্ক অৱস্থিত ____

উত্তৰ: ছয়গাঁওত।

৩১)কোন চনত বৃটিছ চৰকাৰে ৰাওলাট আইন প্ৰৱৰ্তন কৰিছিল?

উত্তৰ:১৯১৯ চনত৷

৩২)কাৰ সভাপতিত্বত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন  হৈছিল?

উত্তৰ:উমেশ চন্দ্ৰ বেনাৰ্জী।

৩৩)কাৰ শাসনকালত তুলসীদাসে ৰামচৰিত মানস ৰচনা কৰিছিল?

উত্তৰ:আকবৰ।

৩৪)বৃটিছ সংসদে ৰাণী ভিক্টোৰিয়াক ভাৰত সম্ৰাজ্ঞী উপাধিৰে কেতিয়া বিভূষিত কৰিছল?

উত্তৰ:১৮৭৭ খ্ৰীষ্টাব্দত।

৩৫)ভাৰতীয় জাতীয় কংগ্ৰেছে কোন চনত অসহযোগ আন্দোলন আৰম্ভ কৰিছিল?

উত্তৰ:১৯২০ চনত৷

৩৬)ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল?

উত্তৰ : লৰ্ড কেনিং।

৩৭)কোনজন সম্ৰাটে ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি স্থাপন কৰিছিল?

উত্তৰ:বাবৰ।

৩৮)চন্দ্ৰগুপ্তৰ ৰাজসভা ভ্ৰমণ কৰা গ্ৰীক ৰাষ্ট্ৰদূতজনৰ নাম কি?

উত্তৰ:মেগাস্থেনিছ ।

৩৯)আৰ্যসকল ভাৰতলৈ কেতিয়া আহিছিল?

উত্তৰ:খ্ৰীষ্টপূৰ্ব ২০০০-১৫০০ৰ মাজত ।

৪০)অশোকৰ  শিলালিপিবোৰ কি ভাষাত লিখা হৈছে?

উত্তৰ: প্ৰাকৃত।

Post a Comment

Previous Post Next Post