Assam GK in Assamese Language PART 14 | Assamese General Knowledge

 

Assam GK in Assamese Language | Assamese General Knowledge

Assam GK MCQs -  Assam GK Questions & Answers in Assamese Language

Assam GK MCQ & General Knowledge

Here are the  Assam GK MCQ & General Knowledge questions and answers for all competitive exams) Read all these most important Assam GK MCQ & General Knowledge- Assam General Knowledge, Assam History, Assam Current Affairs quiz in order to answer the questions :-By Buranjipedia

buranjipedia

Assam GK MCQ & General Knowledge

১)হৰপ্পা সভ্যতাৰ আনটো নাম কি?

উত্তৰ:সিন্ধু উপত্যকাৰ সভ্যতা ।

২)কণিষ্ক কোনটো বংশৰ লোক আছিল?

উত্তৰ:কুষাণ।

)তলৰ কোনটো গ্ৰহ পৃথিৱীৰ আটাইতকৈ ওচৰত আছে?

উত্তৰ:শুক্ৰ।

)কুনলোন এখন _____

উত্তৰ:পৰ্বত।

)পৃথিৱীৰ সবাতোকৈ বৃহৎ হ্ৰদ কোনটো?

উত্তৰ:কাস্পিয়ান সাগৰ।

)লক্ষ্যদ্বীপ দ্বীপপুঞ্জ অৱস্থিত_____

উত্তৰ:আৰৱ সাগৰ।

)ব- দ্বীপ গঠন হয় ______

উত্তৰ:নদীৰ মোহনাত।

)কোন খন সাগৰে এচিয়া আৰু আফ্ৰিকাক পৃথক কৰিছে?

উত্তৰ:লোহিত সাগৰ

)পৃথিৱীৰ শীতলতম ঠাইখনৰ নাম কি?

উত্তৰ:ভোছষ্টক ষ্টেচন।

১০)গুপ্ত বংশৰ শাসনৰ সময়ত কোনটো বিদেশী গোষ্ঠীয়ে(Foreign power Attck india) ভাৰত আক্ৰমণ কৰিছিল?

উত্তৰ:শোন গোষ্ঠীৰ লোকসকলে।

১১)কোনটো বংশৰ ৰাজত্বকালত ভাৰতত পোন প্ৰ্থমবাৰৰ বাবে সোণৰ মুদ্ৰাৰ প্ৰচলন হয়?

উত্তৰ:গুপ্ত বংশত।

১২)আকবৰে(Akbar) নিৰ্মাণ কৰা আগ্ৰাৰ ওচৰৰ নতুন নগৰখনৰ নাম কি আছিল?

উত্তৰ :ফাতেহপুৰ চিক্ৰী।

১৩)ঐতিহাসিক ভাৰত ত্যাগ আন্দোলন গান্ধীজীয়ে কেতিয়া আৰু ক’ৰ পৰা আৰম্ভ কৰিছিল?

উত্তৰ:১৯৪২ চনৰ ৮ আগষ্টত, বোম্বাইৰ পৰা।

১৪)ভাৰত বুৰঞ্জীত_ কোনটো যুগক(Golden Age of indian history) ‘সোণালী যুগ’ আখ্যা দিয়া হয়?

উত্তৰ:গুপ্তযুগক ৷

১৫)পাল বংশৰ প্ৰতিষ্ঠাপকৰ নাম কি? পাল ৰজাসকলে ৰাজধানী প্ৰতিষ্ঠা কৰা ঠাইখনৰ নাম কি?

উত্তৰ:-ৰজা গোপাল(Gopala) আৰু ৰাজধানী মুদগাগিৰিত প্ৰতিষ্ঠা কৰিছিল ।

১৬)আৰ্যসকলে প্ৰৱৰ্তন কৰা সমাজৰ চাৰিটা শ্ৰেণী কি কি?

উত্তৰ:ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ ।

১৭)ভাস্ক-ডা-গামাই কেতিয়া ভাৰতমুখী সমুদ্ৰ্পথ আৱিস্কাৰ কৰিছিল?

উত্তৰ:১৪৯৮ খ্ৰীষ্টাব্দ।

১৮)ব্ৰিটিছ ইষ্ট ইন্দিয়া কোম্পানীয়ে(British East India company) তেওঁলোকৰ প্ৰথম বাণিজ্যিক কেন্দ্ৰ ক‘ত স্থাপন কৰিছিল?

উত্তৰ:চুৰাট৷

১৯)মহম্মদ ঘজনীৰ(Mahmud Ghajani) ৰাজসভাত থকা বিখ্যাত পন্দিতজনৰ নাম কি আছিল?

উত্তৰ:আলবেৰুণী।

২০)গিয়াছুদ্দিন টোগলকৰ উত্তৰাধিকাৰী কোন আছিল?

উত্তৰ:মহম্মদ বিন টোগলক।

২১)আলাউদ্দিন খিলিজীৰ ৰাজত্বকালত দিল্লী ভ্ৰমণ কৰা আফ্ৰিকীয় ভ্ৰমণকাৰীজনৰ(African Traveller) নাম কি আছিল?

উত্তৰ:ইবন বতুতা।

২২)কেতিয়া আৰু কাৰ কাৰ মাজত তৰাইনৰ _যুদ্ধ সংঘটিত হৈছিল?

উত্তৰ:১১৯১ খ্ৰীষ্টাব্দত পৃথ্বিৰাজ চৌহান(Prithwiraj Chouhan) আৰু মহম্মদ ঘোৰীৰ(Mahmud Ghori) মাজত।

 ২৩)কোন ৰাজ বংশই শকাব্দৰ প্ৰচলন কৰিছিল?

উত্তৰ:কনিষ্ক ৷

২৪)মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন?

উত্তৰ:চন্দ্ৰগুপ্ত মৌৰ্যই ।

২৫)দিল্লীৰ প্ৰথমজন আফগান চুলতান বুলি কাক কোৱা হয়?

উত্তৰ:বাহল’ল লোডি।

২৬)আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মীয় শাখাটোৰ নাম কি?

উত্তৰ:দীন-ই-ইলাহি।

২৭)ভাৰতত কোনে প্ৰথমে মুদ্ৰাৰ প্ৰচলন কৰিছিল?

উত্তৰ:মহম্মদ বিন টোগলক।

২৮)বাবৰে প্ৰথমবাৰ ভাৰত আক্ৰমণ কৰাৰ সময়ত দিল্লীৰ চুলতান(Sultan of delhi) কোন আছিল?

উত্তৰ:ইব্ৰাহীম লোডী।

২৯)কেতিয়া আৰু কাৰ কাৰ মাজত প্ৰথম পানিপথৰ যুদ্ধ (First battle of panipat)সংঘটিত হৈছিল?

উত্তৰ:১৫২৬ খ্ৰীষ্টাব্দত ইব্ৰাহিম লোডী আৰু বাবৰৰ মাজত।

৩০)বৃটিছ সংসদে স্বাধীনতা আইন কেতিয়া প্ৰৱৰ্তন কৰিছিল?

উত্তৰ:১৯৪৭ চনৰ জুলাইত।

৩১)বিখ্যাত গান্ধী-আৰউইন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?

উত্তৰ:১৯৩১ চনত৷

৩২) মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল?

উত্তৰ:২ অক্টোবৰ, ১৮৭৯৷

৩৩)ইষ্ট ইন্ডিয়া কোম্পানী কেতিয়া স্থাপিত হৈছিল?

উত্তৰ:১৬০০ খ্ৰীষ্টাব্দত।

৩৪)গান্ধী যুগৰ প্ৰাৰম্ভিক কালছোৱাত সৰোজিনি নাইডুৱে ‘হিন্দু-মুছলমান একতাৰ ৰাষ্ট্ৰদূত’ বুলি অভিহিত

কৰা ব্যক্তিজনৰ নাম কি?

উত্তৰ:মহম্মদ আলি জিন্না।

৩৫)ভাৰত এচ’ছিয়েচন কেতিয়া গঠন হৈছিল?

উত্তৰ:১৮৭৬ খ্ৰীষ্টাব্দত।

৩৬)স্বামী ৰামকৃষ্ণ পৰমহংসৰ প্ৰধান শিষ্যজনৰ নাম কি?

উত্তৰ:স্বামী বিবেকানন্দ।

৩৭)‘:জয়হিন্দ’ আৰু ‘দিল্লী চলো’ Slogan দুটা প্ৰথমে কোনে ব্যৱহাৰ

উত্তৰ:সুভাষ চন্দ্ৰ বসু।

৩৮)গান্ধীজীয়ে ক’ৰ পৰা ঐতিহাসিক দান্দি যাত্ৰা আৰম্ভ কৰিছিল?

উত্তৰ:আহমেদাবাদৰ সবৰমতী আশ্ৰম।

৩৯)২০০৯ বৰ্ষৰ Raman Magsese বঁটা লাভ কৰা ভাৰতীয়জনৰ নাম কি?

উত্তৰ:দ্বীপ যোশী।

৪০)গুপ্তযুগৰ বিখ্যাত গুহা চিত্ৰৰ নাম কি?

উত্তৰ : অজন্তা গুহা চিত্ৰ।

Post a Comment

Previous Post Next Post